ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১০
  • যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপোনাৰ মনত আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে

ইয়োবে যেতিয়া সমস্যাৰ মাজেদি পাৰ হৈ আছিল, তেতিয়া তেওঁৰ অনুভৱ হৈছিল যে তেওঁৰ জীৱনটো দাসত্বত থকাতকৈ কম নহয় (ইয়ো ৭:১; w০৬-HI ৩/১৫ ১৪ ¶৯)

তেওঁ ইমান সহ্য কৰিবলগীয়া হৈছিল যে নিজৰ মনৰ সকলো কথা খুলি কʼলে (ইয়ো ৭:১১)

আনকি তেওঁ আৰু জীয়াই থাকিব নিবিচাৰে বুলি কʼলে (ইয়ো ৭:১৬; w২০.১২ ১৬ ¶১)

এজন ডেকা ভাই এজন বৃদ্ধ ভাইৰ ঘৰত আছে আৰু নিজৰ মনৰ কথা তেওঁক খুলি কৈছে।

যদি কেতিয়াবা আপোনাৰ অনুভৱ হয় যে সমস্যাবোৰ সহ্য কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰিছে, তেনেহʼলে মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। নিজৰ কোনো পৰিপক্ক বন্ধুৰ লগতো কথা পাতক। আপুনি কেনে অনুভৱ কৰিছে তেওঁক খুলি কওক। এই পদক্ষেপ লʼলে আপুনি মনত বৰ শান্তি পাব।—g-HI ৪/১২ ১৪-১৫ ¶২-৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক