ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ১৪
  • ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • মূল্য নথকা বস্তুৰপৰা আঁতৰি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
  • “এই সকলো আশীৰ্ব্বাদ তোমাৰ ওপৰত পৰিব”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ১৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?

ইয়োবে নিজৰ চকুৰ লগত নিয়ম স্থাপন কৰিলে (ইয়ো ৩১:১; w১০-HI ৪/১৫ ২১ ¶৮)

ইয়োবে সদায় মনত ৰাখিলে যে বেয়া কামবোৰৰ কি পৰিণাম হয় (ইয়ো ৩১:২, ৩; w০৮-HI ১০/১ ৩১ ¶৪)

ইয়োবৰ আচাৰ-ব্যৱহাৰৰ ওপৰত যিহোৱাই ধ্যান দিয়ে বুলি তেওঁ মনত ৰাখিলে (ইয়ো ৩১:৪; w১০-HI ১১/১৫ ৫-৬ ¶১৫-১৬)

এজন ভায়ে নিজৰ লেপটপত কিবা দেখিবলৈ পাইছে আৰু তেওঁ ঘিণ কৰি মুখখন ঘুৰাইছে আৰু লগে লগে লেপটম বন্ধ কৰিছে।

শুদ্ধ আচাৰ-ব্যৱহাৰ ৰখাৰ অৰ্থ এয়া নহয় যে আমি কেৱল বাহিৰৰ পৰা পৰিস্কাৰ হৈ থকা কিন্তু আমি মনৰ পৰাও শুদ্ধ হোৱা উচিত। আমি আমাৰ মনত কোনো বেয়া বা অশ্লীল কথা আহিবলৈ দিব নালাগে।—মথি ৫:২৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক