ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 আগষ্ট পৃষ্ঠা ৩২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাৰ বিষয়ে আধ্যাত্মিক ৰত্ন বিচাৰক
  • এনে আধ্যাত্মিক ৰত্ন বিচাৰক যি আপোনাৰ কামত আহিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱা কেনেধৰণৰ ঈশ্বৰ?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক
    যুৱক-যুৱতীসকলে সোধে
  • বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 আগষ্ট পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

যিহোৱাৰ বিষয়ে আধ্যাত্মিক ৰত্ন বিচাৰক

যেতিয়া আমি বাইবেলৰ কোনো এটা অধ্যায় পঢ়োঁ, তেতিয়া আমি আন প্ৰকাশনবোৰত অনুসন্ধান কৰি ইয়াক ভালদৰে বুজিব পাৰোঁ। কিন্তু আমি কেৱল বাইবেলৰ ওপৰত জ্ঞান বঢ়াব নিবিচাৰোঁ। আমি এনে ৰত্ন বিচাৰি উলিয়াব লাগিব যিয়ে যিহোৱাক ভালদৰে জানিবলৈ আৰু তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ আমাক সহায় কৰিব। সেইবাবে, যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া আমি ভাবিব পাৰোঁ, ‘এই ঘটনাৰ পৰা মই যিহোৱাৰ বিষয়ে কি শিকিলোঁ?’

আমি চিন্তা কৰিব পাৰোঁ যে কি কথাৰ পৰা জানিব পাৰি যিহোৱাই আমাক বহুত প্ৰেম কৰে, তেওঁ বহুত বুদ্ধিমান হয়, সদায় ন্যায় কৰে আৰু বহুত শক্তিশালী। কিন্তু যিহোৱাৰ আৰু বহুতো ভাল ভাল গুণ আছে। আপুনি ইয়াৰ বিষয়ে বেছিকৈ ক’ৰ পৰা জানিব পাৰে?

যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “যিহোৱা ঈশ্বৰ” বিষয়ৰ তলত দিয়া উপশীৰ্ষক “যিহোৱাৰ গুণবোৰ” চাওক। তাৰ পাছত বাইবেলৰ সেই ভাগৰ পৰা আপুনি যিহোৱাৰ যি গুণবোৰৰ বিষয়ে জানিলে, তাৰ বিষয়ে আৰু বেছিকৈ বুজিবলৈ অনুসন্ধান গাইডত দিয়া লেখ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক