ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ১
  • যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • মিল থকা বিষয়
  • “ঘৰে-ঘৰে” শুভবাৰ্তা জনোৱা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি —ভাগ ১
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ১
যিহোৱাৰ সাক্ষীৰ এহাল দম্পতীয়ে ঘোষণা কাৰ্য্য কৰি থকাৰ সময়ত এজন ব্যক্তিয়ে খিড়িকীয়েদি চাইছে

যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?

যীচুৱে নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল: “তোমালোকে . . . সকলো জাতিকে শিষ্য” কৰা। (মথি ২৮:​১৯, ২০) এই কাৰ্য্যৰ বাবে যীচুৱে শিষ্যসকলক মানুহৰ ঘৰে ঘৰে যাবলৈ নিৰ্দেশনা দিছিল। (মথি ১০:​৭, ১১-১৩) যীচুৰ মৃত্যুৰ পাছত, প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলে “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” গৈ শুভবাৰ্ত্তা ঘোষণা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৫:৪২; ২০:২০) বৰ্তমান সময়ত আমিও প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলৰ এই উদাহৰণ অনুকৰণ কৰোঁ আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যে ঘৰে ঘৰে গৈ লোকসকলক লগ পোৱাটো এক উত্তম উপায়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক