ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ১০
  • ঈশ্বৰৰ নাম যীচু হয় নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ নাম যীচু হয় নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • ঈশ্বৰ কোন?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ১০
যীচুৱে প্ৰাৰ্থনা কৰিছে

ঈশ্বৰৰ নাম যীচু হয় নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

যীচুৱে নিজকে “মই ঈশ্বৰৰ পুত্ৰ” বা “ঈশ্বৰৰ পুত্ৰ” বুলি উল্লেখ কৰিছিল। (যোহন ১০:৩৬; ১১:৪) তেওঁ কেতিয়াও সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি পৰিচয় দিয়া নাছিল।

ইয়াৰ উপৰিও, যীচুৱে সৰ্ব্বশক্তিমান ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। (মথি ২৬:৩৯) তেওঁ নিজৰ শিষ্যসকলক কেনেকৈ প্ৰাৰ্থনা কৰা উচিত, তাৰ বিষয়ে শিকাওঁতে এইদৰে কৈছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।”—মথি ৬:৯.

যীচুৱে এটা প্ৰাচীন শাস্ত্ৰপদৰ উদ্ধৃতি দিয়াৰ সময়ত ঈশ্বৰৰ নামটো প্ৰকাশ কৰি এইদৰে কৈছিল: “হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই [যিহোৱা, NW] আমাৰ ঈশ্বৰ, প্ৰভু [যিহোৱা, NW] এজনা।”—মাৰ্ক ১২:২৯, ৩০; দ্বিতীয় বিবৰণ ৬:৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক