ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ২৮
  • যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • যীচুৰ কি কি গুণ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ নাম যীচু হয় নেকি?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ২৮

যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰা উচিত। আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিলেহে ঈশ্বৰে গ্ৰহণ কৰিব। যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) যীচুৱে নিজৰ বিশ্বাসী পাঁচনিসকলকো এইদৰে কৈছিল: “মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পিতৃৰ আগত যদি কিবা খোজা, তেন্তে তেওঁ মোৰ নামেৰে তোমালোকক তাক দিব।”—যোহন ১৬:২৩.

যীচুৰ নামেৰে প্ৰাৰ্থনা কৰাৰ বিভিন্ন কাৰণ

  • আমি যীচু আৰু তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰক সমাদৰ কৰোঁ।—ফিলিপীয়া ২:৯-১১.

  • আমাৰ উদ্ধাৰৰ বাবে ঈশ্বৰে দিয়া যীচুৰ বলিদানক আমি মূল্যাংকন কৰোঁ।—মথি ২০:২৮; পাঁচনিৰ কৰ্ম্ম ৪:১২.

  • ঈশ্বৰ আৰু মানুহৰ মাজত মধ্যস্থতাকাৰী হিচাপে কৰা যীচুৰ বিশেষ কাৰ্য্যক আমি স্বীকাৰ কৰা উচিত।—ইব্ৰী ৭:২৫.

  • মহাপুৰোহিত হিচাপে কৰা যীচুৰ সেৱাক আমি সন্মান কৰোঁ। কিয়নো ঈশ্বৰৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁ আমাক সহায় কৰিছে।—ইব্ৰী ৪:১৪-১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক