ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ২৭
  • মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ২৭

মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰে গ্ৰহণ কৰিব পৰা যিকোনো বিষয়ৰ ওপৰত আপুনি প্ৰাৰ্থনা কৰিব পাৰে। এই বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁৰ উদ্দেশে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) আপুনি ব্যক্তিগত চিন্তা-ভাৱনাবোৰৰ বিষয়ে প্ৰাৰ্থনাত উল্লেখ কৰিব পাৰেনে? নিশ্চয় পাৰিব। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ [ঈশ্বৰৰ] আগত ভাঙি কোৱা।”—গীতমালা ৬২:৮.

কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰি তাৰ কিছুমান উদাহৰণ

  • ঈশ্বৰৰ ওপৰত বিশ্বাস বঢ়াবলৈ।—লূক ১৭:৫.

  • পবিত্ৰ আত্মা বা ঈশ্বৰৰ সক্ৰিয় শক্তিয়ে আপোনাক যি উচিত তাক কৰাৰ বাবে সহায় বিচাৰি।—লূক ১১:১৩.

  • সমস্যাবোৰৰ সন্মুখীন হʼবলৈ আৰু প্ৰলোভনবোৰৰ বিৰুদ্ধে থিয় দিবলৈ।—ফিলিপীয়া ৪:১৩.

  • মনৰ শান্তি বা শান্ত হৈ থাকিবলৈ।—ফিলিপীয়া ৪:৬, ৭.

  • সঠিক নিৰ্ণয় লোৱাৰ বাবে প্ৰজ্ঞা বিচাৰি।—যাকোব ১:৫.

  • দৈনন্দিন প্ৰয়োজনীয়তাবোৰৰ বাবে সহায় বিচাৰি।—মথি ৬:১১.

  • পাপৰ বাবে ক্ষমা বিচাৰি।—মথি ৬:১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক