গীত নং ৩২
যিহোৱাৰ ফলিয়া হোৱা!
(যাত্ৰাপুস্তক ৩২:২৬)
১. যি-হো-ৱাক ন-জ-নাৰ স-ম-য়-তে,
আ-ছিল চি-ন্তা কি-মান এই ম-ন-তে;
এ-দিন এক ৰা-জ্যৰ সু-খ-বৰ শু-নি
হ‘ল মন আ-মাৰ আ-ন-ন্দিত।
(কোৰাচ)
কাষ চা-পা যি-হো-ৱাৰ; তেওঁৰ ব-ন্ধু হো-ৱা,
চি-ৰ-কাল থা-কি-ব; ল-গ-তে তো-মাৰ,
উ-দ্ধাৰ আ-ৰু শা-ন্তিৰ, গৈ ক-ৰোঁ প্ৰ-চাৰ
তেওঁৰ ৰা-জ্য আ-হি-ব, স-ক-লোৰ বা-বে।
২. আ-মি প্ৰ-চাৰ ক-ৰোঁ আ-ন-ন্দ-ৰে,
জ-নাওঁ আ-নক যি-হো-ৱাৰ বি-ষ-য়ে,
চা-পি-ছে দিন যি-মান আ-মাৰ ও-চৰ,
যাঃৰ নাম লওঁ উৎ-সা-হে-ৰে।
(কোৰাচ)
কাষ চা-পা যি-হো-ৱাৰ; তেওঁৰ ব-ন্ধু হো-ৱা,
চি-ৰ-কাল থা-কি-ব; ল-গ-তে তো-মাৰ,
উ-দ্ধাৰ আ-ৰু শা-ন্তিৰ, গৈ ক-ৰোঁ প্ৰ-চাৰ
তেওঁৰ ৰা-জ্য আ-হি-ব, স-ক-লোৰ বা-বে।
৩. ভয় ন-ক-ৰিম প্ৰ-চাৰ ক-ৰি-ব-লৈ,
ভ-ৰ-সা স-ম্পূ-ৰ্ণ যি-হো-ৱা-লৈ,
য-দি-ও আ-মি দু-ৰ্বল, অ-সি-দ্ধ,
যাঃ-য়ে জা-নে মন আ-মাৰ।
(কোৰাচ)
কাষ চা-পা যি-হো-ৱাৰ; তেওঁৰ ব-ন্ধু হো-ৱা,
চি-ৰ-কাল থা-কি-ব; ল-গ-তে তো-মাৰ,
উ-দ্ধাৰ আ-ৰু শা-ন্তিৰ, গৈ ক-ৰোঁ প্ৰ-চাৰ
তেওঁৰ ৰা-জ্য আ-হি-ব, স-ক-লোৰ বা-বে।
(গীত. ৯৪:১৪; হিতো. ৩:৫, ৬; ইব্ৰী ১৩:৫ পদবোৰো চাওক।)