ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০১ পৃষ্ঠা ১
  • আপুনি কিমান ভালকৈ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি কিমান ভালকৈ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰে?
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বাইবেল পাঠ আৰু অধ্যয়ন কৰাৰ বাবে সুসময়ক কিনি লওঁক
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০১ পৃষ্ঠা ১

আপুনি কিমান ভালকৈ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰে?

১ সাধাৰণতে এনেদৰে কোৱা হয় যে ‘আমি যি খাওঁ সেইয়ে আমাৰ শৰীৰত প্ৰভাৱিত কৰে।’ দৰাচলতে আমাৰ শাৰীৰিক বল আৰু স্বাস্থ্য আমি খোৱা অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যীচুৱে এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” ঠিক তেনেদৰে আমাৰ আধ্যাত্মিক শৰীৰো আধ্যাত্মিক আহৰ খোৱাৰ ওপৰত নিৰ্ভৰ কৰে। (মথি ৪:⁠৪) তেতিয়াহʼলে আপুনি কিমান ভালদৰে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰে? আপুনি খাওঁতে বাচ-বিচাৰ কৰেনে? আপুনি খৰখেদাকৈ আহাৰ গ্ৰহণ কৰেনে? বা আপুনি নিতৌ আনন্দেৰে, ভাৰসাম্য বজাই আৰু পুষ্টিকৰ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰেনে?

২ আপোনাৰ আহাৰ কৰা প্ৰণালীক বিশ্লেষণ কৰক: যিহোৱাই “উচিত সময়ত আহাৰ দিবলৈ” আৰু “অতি তেলীয়া উত্তম উত্তম খোৱা” বস্তু প্ৰদান কৰিবলৈ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক নিযুক্ত কৰিছে। (মথি ২৪:⁠৪৫; যিচয়া ২৫:⁠৬) গতিকে এই মৰমীয়াল প্ৰৱন্ধৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ, আমি আধ্যাত্মিক আহাৰ গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক।

৩ আপুনি নিজকে এইদৰে শুধিব পাৰে: ‘মই প্ৰত্যেক দিনা শাস্ত্ৰৰ পদ আৰু তাৰ মন্তব্যসমূহ পঢ়োঁনে? মই প্ৰত্যেক দিনা বাইবেল পঢ়ি তাৰ ওপৰত ধ্যান কৰোঁনে? মই আগতীয়াকৈ সভাৰ বিষয়সমূহক অধ্যয়ন কৰি সভাৰ বাবে প্ৰস্তুত হওঁনে? মই আমাৰ চলিত আলোচনীবোৰ পঢ়িলোঁনে?

৪ যীচুৱে এইদৰে প্ৰতিজ্ঞা কৰি কৈছিল: “আত্মাত দৰিদ্ৰবিলাক ধন্য; . . . ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য; কিয়নো তেওঁবিলাক তৃপ্ত হব।” (মথি ৫:⁠৩, ৬) আপুনি ভালদৰে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাৰ দ্বাৰা আপোনাৰ মন আৰু হৃদয়ত ঈশ্বৰৰ জ্ঞানৰে পৰিপূৰ্ণ কৰিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক