ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ডিচেম্বৰ পৃষ্ঠা ৭
  • সঁচা প্ৰেম কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সঁচা প্ৰেম কি হয়?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • বিবাহ বন্ধন মজবুদ কৰি ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • বিয়া কৰা আৰু অবিবাহিত হৈ থকাৰ বিষয়ে বাইবেলে কি কয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বিবাহ—জীৱন বাটৰ লগৰী
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ডিচেম্বৰ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সঁচা প্ৰেম কি হয়?

এজন পুৰুষ আৰু স্ত্ৰীৰ মাজত হোৱা বিবাহৰ বন্ধন স্থায়ী হোৱাকৈ যিহোৱা ঈশ্বৰে বিবাহৰ আৰম্ভণি কৰিছিল। (আদি ২:২২-২৪) কেৱল যৌন-অনৈতিকতাৰ বাবেহে বিবাহ-বিচ্ছেদ কৰিব পাৰি। (মলা ২:১৬; মথি ১৯:৯) বিবাহিত জীৱন আনন্দিত হোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে। সেইবাবে তেওঁ এনে কিছুমান সিদ্ধান্ত দিছে, যাৰ দ্বাৰা বুদ্ধিমতাৰে সংগী নিৰ্ব্বাচন কৰিব পাৰি আৰু নিজৰ সংগীৰ লগত আনন্দত থাকিব পাৰি।—উপ ৫:৪-৬.

এয়া প্ৰেম নে আকৰ্ষণ? ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ফাক নিজৰ জীয়েক লীজৰ লগত কথা পাতিছ

    ডেটিং কেতিয়া কৰা উচিত?

  • আকৰ্ষণ আৰু সঁচা প্ৰেমৰ মাজত কি পাৰ্থক্য আছে?

  • বিবাহৰ উদ্দেশ্যেৰে মিলা-মিচা কৰা ব্যক্তিজনক আপুনি পৰিৱৰ্তন কৰিব পাৰিব বুলি ভবাটো কিয় মূৰ্খতা হʼব?

  • জেক আৰু মেগান মডলীৰ সভাত উপথত হৈছ

    জগতৰ বস্তুবোৰৰ প্ৰতি যদি এজন ব্যক্তিৰ দৃষ্টিভংগী সঠিক নহয়, তেনেহʼলে ইয়ে কেনেকৈ তেওঁলোকৰ বিবাহিত জীৱনক প্ৰভাৱিত কৰিব?

  • লীজ আৰু জ’ন মডলীৰ সভাত উপথত হৈছ

    যদি স্বামী-স্ত্ৰীৰ আধ্যাত্মিক লক্ষ্য একে হয়, তেনেহʼলে তেওঁলোকৰ বিবাহিত জীৱন কেনেকৈ দৃঢ় হʼব?

  • বিবাহ কৰাৰ আগতে ব্যক্তিজনৰ “গুপ্ত আন্তৰিক” মনুষ্যত্বক জনাৰ কিয় প্ৰয়োজন? (১পিত ৩:৪)

  • সঁচা প্ৰেম কি হয়? (১কৰি ১৩:৪-৮)

ডেটিঙৰ বিষয়ে খ্ৰীষ্টানসকলে আৰু বেছিকৈ কʼৰপৰা জানিব পাৰিব?

  • JW ব্ৰʼডকাষ্টিঙত উপলব্ধ থকা ভিডিঅ’ ধাৰাবাহিক বিবাহৰ বাবে প্ৰস্তুতি (ইংৰাজী)

  • যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ, খন্ড ১ আৰু ২ (ইংৰাজী)

  • যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড্‌ (ইংৰাজী) (“পৰিয়াল জীৱন” ভাগত যাওক আৰু “ডেটিং আৰু বিবাহৰ আগত মিলা-মিচা” চাওক।)

বিবাহিত দম্পতীয়ে কʼৰপৰা প্ৰয়োজনীয় পৰামৰ্শ লাভ কৰিব পাৰিব?

  • JW.ORG ৱেবছাইটত উপলব্ধ থকা লেখ (বাইবেলৰ শিক্ষা > পৰিয়ালৰ বাবে সহায় ভাগত চাওক।)

  • এক সুখী পৰিয়াল—সম্ভৱনে? ব্ৰচাৰ

  • পৰিয়ালৰ সুখৰ ৰহস্য কিতাপ (ইংৰাজী)

  • যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড্‌ (ইংৰাজী) (“পৰিয়াল জীৱন” ভাগত যাওক আৰু “বিবাহ” চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক