ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৩ পৃষ্ঠা ৬
  • প্ৰশ্নৰ ব্যৱহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্নৰ ব্যৱহাৰ
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • কাৰ্য্যকাৰী পৰিচয়
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৩ পৃষ্ঠা ৬

অধ্যায় ৩

প্ৰশ্নৰ ব্যৱহাৰ

শাস্ত্ৰপদ

মথি ১৬:১৩-১৬

সাৰাংশ: শ্ৰোতাসকলৰ আগ্ৰহ জগাবলৈ আৰু আগ্ৰহ বজাই ৰাখিবলৈ তথা যুক্তি দৰ্শাবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়টো জোৰ দিবলৈ কৌশলতাৰে প্ৰশ্ন সোধক।

ইয়াক কেনেকৈ কৰিব:

  • আগ্ৰহ জন্মাওক আৰু আগ্ৰহ বজাই ৰাখক। শ্ৰোতাসকলক অলংকাৰপূৰ্ণ প্ৰশ্ন সোধক অৰ্থাৎ এনে প্ৰশ্ন সোধক, যাৰ দ্বাৰা তেওঁলোকে বেছিকৈ চিন্তা কৰিবলৈ আৰু বেছিকৈ জানিবলৈ অনুপ্ৰাণিত হয়।

  • কোনো বিষয়ৰ ওপৰত যুক্তি দৰ্শাওক। বক্তৃতাটোৰ যুক্তি বুজিবলৈ শ্ৰোতাসকলক ধাৰাবাহিকভাৱে কেইবাটাও প্ৰশ্ন সোধক, যাতে তেওঁলোকে এক যুক্তিসংগত মীমাংসাত উপনীত হʼব পাৰে।

  • গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত জোৰ দিয়ক। এটা মূল বিষয় তুলি ধৰাৰ আগতে কৌতুহল জগোৱাৰ বাবে এটা প্ৰশ্ন সোধক। এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ পাছত অথবা আপোনাৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত পুনৰ আলোচনা কৰাৰ বাবে কিছুমান প্ৰশ্ন ব্যৱহাৰ কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    শাস্ত্ৰপদ পঢ়াৰ পাছত, তাৰ মূল বিষয়টো জোৰ দিবলৈ কিছুমান প্ৰশ্ন সোধক।

ঘোষণা কাৰ্য্যত

গৃহস্থক বিষয়টোৰ ওপৰত নিজৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰক। তাৰ পাছত মনোযোগেৰে গৃহস্থৰ মন্তব্য শুনক। কেতিয়া আৰু কেনেকৈ কৌশলতাৰে প্ৰশ্ন সুধিব, তাৰ বাবে বিচাৰ শক্তি ব্যৱহাৰ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক