ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ১৬
  • বাহানা মৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাহানা মৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • পাঠ ৩
    বাইবেলৰপৰা মোৰ শিক্ষা
  • ঈশ্বৰীয় ভক্তি কৰা আৰু ধনৱন্ত হোৱাৰ মাজৰ পাৰ্থক্য
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ১৬
ছবি: ১. যেহূৰ মূৰত তেল ঢালি তাৰ অভিষেক কৰা হৈছে। ২. যেহূৱে যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ৰথত লৈ বেগেৰে আগুৱাই গৈ আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাহানা মৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?

এজন বাহানা মৰা ব্যক্তিয়ে সময় থকাৰ সত্ত্বেও কোনো এটা কাম পিছত কৰিম বুলি কয়। আনকি গুৰুত্বপূৰ্ণ কামকো লগে লগে নকৰে। কিন্তু যেহূৱে এনে কৰা নাছিল। যেতিয়া যিহোৱাই তেওঁক আহাবৰ বংশক নাশ কৰিবলৈ দায়িত্ব দিছিল, তেতিয়া তেওঁ লগে লগে সেই কাম কৰিছিল। (২ৰাজা ৯:৬, ৭, ১৬) আজিও হয়তো বহুতো লোকে কয় যে “ইমান সোনকালে বাপ্তিষ্মা লোৱাৰ প্ৰয়োজন নাই, এক-দুই বছৰৰ পাছত লʼম।” “এতিয়া নপঢ়োঁ কিন্তু আগলৈ গৈ মই নিয়মীয়াকৈ বাইবেল পঢ়িম।” “ভাল চাকৰি পোৱাৰ পাছত মই অগ্ৰগামী সেৱা আৰম্ভ কৰিম।” এনেধৰণৰ বাহানা মৰাৰ পৰা আঁতৰি থাকিবলৈ বাইবেলৰ কিছুমান সিদ্ধান্তই আমাক সহায় কৰিব পাৰে।

তলত দিয়া পদবোৰৰ সহায়ত আমি কেনেকৈ বাহানা মৰাৰ পৰা আঁতৰি থাকিব পাৰিম?

  • উপ ৫:৪

  • উপ ১১:৪

  • ১কৰি ৭:২৯-৩১

  • যাকো ৪:১৩, ১৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক