ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ তীমথিয় ৪-৬
ঈশ্বৰীয় ভক্তি কৰা আৰু ধনৱন্ত হোৱাৰ মাজৰ পাৰ্থক্য
আমি ধনৱন্ত হʼবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে যদি আমি ঈশ্বৰীয় ভক্তি কৰিবলৈ চেষ্টা কৰোঁ, তেনেহকʼলে আমি আনন্দিত হʼম। তলত উল্লেখ কৰা শাস্ত্ৰপদবোৰে ইয়াক কেনেকৈ প্ৰমাণ কৰিছে?
পূৰ্ণ-সময় সেৱা কৰিবলৈ আৰম্ভ কৰা ভাই-ভনীসকলৰ বাবে বহুতো আশীৰ্ব্বাদ অপেক্ষা কৰি আছে
উপ ৫:১০
উপ ৫:১২
ঈশ্বৰীয় ভক্তি কৰা আৰু ধনৱন্ত হʼবলৈ চেষ্টা কৰা, এই দুয়োটা কাৰ্য্য একেলগে কৰাটো কিয় সম্ভৱ নহয়? (মথি ৬:২৪)