জুলাই ২৯–আগষ্ট ৪
১ তীমথিয় ৪-৬
গীত ৮০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰীয় ভক্তি কৰা আৰু ধনৱন্ত হোৱাৰ মাজৰ পাৰ্থক্য”: (১০ মি.)
১তীম ৬:৬-৮—‘সন্তোষৰ সহিত ভক্তিৰ’ মূল্য (w০৩-HI ৬/১ ৯ ¶১-২)
১তীম ৬:৯—ধনৱন্ত হʼবলৈ ইচ্ছা কৰাৰ পৰিণাম (g-E ৬/০৭ ৬ ¶২)
১তীম ৬:১০—টকা-পইচাৰ প্ৰতি থকা লোভে দুখ-যাতনা কঢ়িয়াই আনে (g-HI ১১/০৮ ৬ ¶৪-৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১তীম ৪:২—এজন ব্যক্তিয়ে কেনেকৈ নিজৰ বিবেকক তপত লোৰে দাগ দিয়াৰ দৰে হয় আৰু এনে কৰাটো কিয় বিপদজনক? (lv ২৫ ¶১৭)
১তীম ৪:১৩—পৌলে কিয় তীমথিয়ক পঢ়া আৰু শিক্ষা দিয়াত নিপুন হʼবলৈ উৎসাহিত কৰিছিল? (it-২-E ৭১৪ ¶১-২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১তীম ৪:১-১৬ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। গৃহস্থক সভাত উপস্থিত হʼবলৈ নিমন্ত্ৰণ দিয়ক। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৪ মি. বা কম) lv ২০৫-২০৭ ¶২০-২১ (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) পদক্ষেপ লʼবলৈ আগবাঢ়ি নহা বাইবেল অধ্যয়ন কৌশলতাৰে বন্ধ কৰক।—mwb১৯.০২ ৭ চাওক। (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ভৌতিক বস্তুবোৰৰ প্ৰতি থকা আসক্তৰ পৰিণাম: (৭ মি.) “ধৈৰ্য্যেৰে দৌৰি থাকক—অলাগতীয়াল বোজাবোৰ ত্যাগ কৰক” নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিকা বিষয়বোৰ আলোচনা কৰক।
“ঈশ্বৰীয় ভক্তি আৰু শাৰীৰিক প্ৰশিক্ষণ”: (৮ মি.) আলোচনা। খেল-ধেমালিৰ বিষয়ে আপুনি কি জনা উচিত? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৭ ¶১-১০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৪৬ আৰু প্ৰাৰ্থনা