ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ১৬
  • ধৰ্মত্যাগীসকলৰ পৰা সাৱধান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধৰ্মত্যাগীসকলৰ পৰা সাৱধান
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ১৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ধৰ্মত্যাগীসকলৰ পৰা সাৱধান

চয়তান আৰু তাৰ অধীনত থকা লোকসকলে প্ৰায়ে সত্যৰ লগত মিছা কথা মিহলাই আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ চেষ্টা কৰে। (২কৰি ১১:৩) উদাহৰণস্বৰূপে, অচূৰৰ লোকসকলে আধা সঁচা কথা বা স্পষ্টকৈ মিছা কথা কৈ যিহোৱাৰ লোকসকলক নিৰাশ কৰিবলৈ চেষ্টা কৰিছিল। (২বং ৩২:১০-১৫) আজি ধৰ্মত্যাগীসকলেও এইদৰে কৰে। তেওঁলোকে শিকোৱা কথাবোৰক আমি কেনে দৃষ্টিৰে চোৱা উচিত? এইবোৰ বিহৰ নিচিনা হয়! সেইবাবে, আমি তেওঁলোকে লিখা কথাবোৰ কেতিয়াও পঢ়া উচিত নহয়, তেওঁলোকৰ লগত কথা পতা উচিত নহয় আৰু তেওঁলোকক কোনো কথাৰ উত্তৰো দিয়া উচিত নহয়। আনকি আমি তেওঁলোকে কোৱা কথা আনকো কোৱা উচিত নহয়। যদি আপুনি এনে কোনো কথাৰ বিষয়ে জানিবলৈ পায়, যিয়ে আপোনাৰ মনত যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি সন্দেহ জন্মাব পাৰে, তেনেহʼলে লগে লগে জানি লওক যে সেই কথাবোৰ ধৰ্মত্যাগীসকলৰ পৰা হয় আৰু তাৰ পৰা আঁতৰি থাকক।—যিহূ ৩, ৪.

“বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’—এক আভাস” নামৰ ভিডিঅʼখন এটা দৃশ্য। প্ৰশাসন গোষ্ঠীৰ ভাই ডেভিড স্প্লেইন।

‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’—এক আভাস নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ইন্টাৰনেট ৱেবছাইট ব্যৱহাৰ কৰাৰ সময়ত আমি কিয় সাৱধান হৈ থকা উচিত?

  • আমি ৰোমীয়া ১৬:১৭ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক