ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ১৫
  • অশ্লীল ছবি চোৱাটো কিয় ভুল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অশ্লীল ছবি চোৱাটো কিয় ভুল?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায় তেতিয়া কি কৰিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

অশ্লীল ছবি আৰু ভিডিঅʼচোৱাটো কিয় ভুল?

আজি কালি অশ্লীল ছবি আৰু ভিডিঅʼ সহজতে কেৱল এটা ক্লিক কৰিলেই চাব পাৰি। বহুতো লোকে আনকি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা লোকসকলেও ভাবে যে অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাত কোনো ভুল নাই।

ছবি: “অশ্লীল ছবি চোৱাটো পাপনে?” নামৰ ভিডিঅʼখনৰ দৃশ্য। ১. বাছ ষ্টপত দুজন পুৰুষ আৰু এজনী তিৰোতা থিয় হৈ আছে আৰু নিজৰ মোবাইল ব্যৱহাৰ কৰি আছে। দুয়োজন পুৰুষে নিজৰ মোবাইলত এনে কিবা চাই আছে, যʼত “XXX”-ৰ চিন দিয়া আছে। এই চিনে দেখুৱাই যে তেওঁলোকে যি চাই আছে, সেয়া অশ্লীল আৰু ঘৃণনীয় হয়। ২. তেওঁলোকৰ মাজৰ এজন ব্যক্তিয়ে পাছত নিজৰ পত্নীৰ লগত “পৰ্ণগ্ৰাফী চোৱাটো বাইবেলে ভুল বুলি কয়নে?” নামৰ লেখখন jw.org-ত পঢ়ি আছে।

অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাটো পাপনে? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

যেতিয়া লোকসকলে অশ্লীল ভিডিঅʼ আৰু ছবিবোৰ চাই, তেতিয়া যিহোৱাক কেনে লাগে? ইয়াৰ বিষয়ে তলত দিয়া পদবোৰৰ পৰা কি জানিব পাৰি?

  • ১কৰি ৬:৯, ১০

  • মথি ৫:২৮

  • কল ৩:৫

  • যাকো ১:১৪, ১৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক