জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
© 2023 Watch Tower Bible and Tract Society of Pennsylvania
মাৰ্চ ৪-১০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৬-১৭
‘যিহোৱাৰ বাহিৰে মোৰ মঙ্গল নাই’
w১৮.১২ ২৬ ¶১১
नौजवानो, आपकी ज़िंदगी खुशहाल हो सकती है!
सच्चे दोस्त बनाइए
11 भजन 16:3 पढ़िए। दाविद जानता था कि किन लोगों से दोस्ती करना सही होगा। उसने ऐसे लोगों से दोस्ती की, जो यहोवा से प्यार करते थे और उनके साथ रहकर उसे “बड़ी खुशी” मिलती थी। उसने अपने दोस्तों के बारे में कहा कि वे “पवित्र” हैं क्योंकि वे यहोवा के शुद्ध नैतिक स्तरों पर चलने की कोशिश करते थे। भजन के एक और लेखक ने दोस्त बनाने के बारे में कुछ ऐसी ही बात लिखी, “मैं उन सबका दोस्त हूँ जो तेरा डर मानते हैं, जो तेरे आदेशों का पालन करते हैं।” (भज. 119:63) जैसे पिछले लेख में हमने देखा था, आपको भी ऐसे कई दोस्त मिल सकते हैं जो यहोवा से प्यार करते हैं और उसकी बात मानते हैं। ये दोस्त किसी भी उम्र के हो सकते हैं!
w১৪ ২/১৫ ২৯ ¶৫
‘यहोवा की मनोहरता पर दृष्टि लगाए रहिए’
दाविद ने गाया: “यहोवा मेरा भाग और मेरे कटोरे का हिस्सा है; मेरे बांट को तू स्थिर रखता है। मेरे लिये माप की डोरी मनभावने स्थान में पड़ी [है]।” (भज. 16:5, 6) दाविद अपने ‘हिस्से,’ यानी यहोवा के साथ एक अच्छे रिश्ते और उसकी सेवा करने के सम्मान के लिए शुक्रगुज़ार था। हो सकता है दाविद की तरह हम भी बहुत-सी परेशानियों का सामना कर रहे हों, लेकिन इसमें कोई शक नहीं कि हमें यहोवा की तरफ से ढेरों आशीषें भी मिली हैं। इसलिए आइए हम सच्ची उपासना से खुशी पाते रहें और हमेशा यहोवा के आत्मिक मंदिर पर ‘ध्यान किया करें।’
ঈশ্বৰক আনন্দিত কৰিব পৰাকৈ জীৱন অতিবাহিত কৰক
৫ এই বাক্যশাৰীৰপৰা আমি অনুভৱ কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আপোনাক কিমান যত্ন লয়! আপুনি যেতিয়া ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব, তেতিয়া তেওঁ আপোনাক প্ৰয়োজনীয় নিৰ্দ্দেশনা আৰু সুৰক্ষা দিব। আপোনাৰ জীৱনলৈ অহা পৰীক্ষা আৰু সমস্যাবোৰৰ সন্মুখীন হʼবলৈ ঈশ্বৰে আপোনাক সহায় কৰিব বিচাৰে। (গীতমালা ৫৫:২২ পঢ়ক।) গতিকে, যদি আপুনি যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰে, তেনেহʼলে আপুনিও গীত ৰচকৰ দৰে আত্মবিশ্বাসী হʼব পাৰিব। গীত ৰচকে এইদৰে কৈছিল: “মই যিহোৱাক সদায় মোৰ সম্মুখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম।” (গীতমালা ১৬:৮; ৬৩:৮) বাস্তৱতে, যিহোৱাই আপোনাক তেওঁৰ ইচ্ছা অনুসৰি জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিব পাৰে। কিন্তু, আপুনি মনত ৰখা উচিত যে ঈশ্বৰৰ এনে এজন বিৰোধী আছে, যিয়ে আপোনাক এইদৰে কৰাটো কেতিয়াও নিবিচাৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!
জখৰিয়া ২:৮ পঢ়ক। যিহোৱাই কৈছে যে আমি তেওঁৰ চকুৰ মণি হয়। আমাৰ চকু বহুত কোমল, সেইবাবে ই যাতে আঘাত নাপাই তাৰ প্ৰতি আমি সম্পূৰ্ণৰূপে ধ্যান ৰাখোঁ। যিহোৱাই যেন এইদৰে কৈছে, ‘যিসকল লোকে তোমালোকক, মোৰ লোকসকলক হানি কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে মোৰ আটাইতকৈ মূল্যৱান বস্তু চুবলৈ চেষ্টা কৰাৰ দৰে হয়।’ যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, আমি কেনে অনুভৱ কৰোঁ তাক ভালদৰে বুজি পাই আৰু আমাক ৰক্ষা কৰিবলৈ লগে লগে পদক্ষেপ লয়। আমাক দুখ লাগিলে যিহোৱাৰো দুখ লাগে। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, নিজৰ “চকুৰ মণিৰ নিচিনাকৈ মোক” চম্ভালি ৰাখা।—গীত. ১৭:৯.
মাৰ্চ ১১-১৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৮
‘যিহোৱা মোৰ উদ্ধাৰকৰ্ত্তাʼ
w০৯ ৫/১ ১৪¶৪-৫
बाइबल में बतायी गयी मिसालें—क्या आप उनका मतलब समझते हैं?
बाइबल की कुछ आयतों में यहोवा की तुलना बेजान चीज़ों से की गयी है। उसे “इसराएल की चट्टान,” “बड़ी चट्टान” और “मज़बूत गढ़” कहा गया है। (2 शमूएल 23:3; भजन 18:2; व्यवस्थाविवरण 32:4) यहोवा और एक चट्टान में क्या बातें मिलती-जुलती हैं? एक बड़ी चट्टान मज़बूती से एक जगह टिकी होती है और उसे हिलाया नहीं जा सकता। यहोवा पर आप भरोसा रख सकते हैं कि वह एक बड़ी चट्टान की तरह आपको सुरक्षा दे सकता है।
5 भजन की किताब में यह बताने के लिए कि यहोवा कैसा परमेश्वर है, उसकी तुलना कई चीज़ों से की गयी है। जैसे, भजन 84:11 में उसकी तुलना ‘सूरज और ढाल’ से की गयी है। इससे पता चलता है कि यहोवा से ही हमें रौशनी, जीवन, ताकत और हिफाज़त मिलती है। भजन 121:5 में लिखा है, “यहोवा तेरे दायीं तरफ रहकर तुझे आड़ देता है।” जैसे किसी चीज़ की आड़ या छाया में रहकर हम कड़कती धूप से बचते हैं, वैसे ही यहोवा अपने सेवकों को बचाता है। मुश्किल समय में वह मानो हमें ‘अपने हाथ की छाया” में या “अपने पंखों की छाँव” में छिपा लेता है।—यशायाह 51:16; भजन 17:8; 36:7.
সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সহায়ত আনন্দত থাকিব পাৰোঁ
৫ যিচয়া ৩০:১৯ পদৰ পৰা আজি আমিও বৰ শান্ত্বনা লাভ কৰোঁ। তাত এইদৰে লিখা আছে, “তোমাৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমাক দয়া কৰিব।” ইয়াৰ পৰা জানিব পাৰি যে যেতিয়া আমি সমস্যাত থাকোঁ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰাৰ্থনা ধ্যান দি শুনে আৰু আমাক লগে লগে সহায় কৰে। যিচয়াই এয়াও লিখিছিল, তোমাৰ প্ৰাৰ্থনা “শুনামাত্ৰকেই তেওঁ তোমাক উত্তৰ দিব।” ইয়াৰ অৰ্থ হৈছে যিসকল লোকে তেওঁলৈ প্ৰাৰ্থনা কৰে, তেওঁলোকক যিহোৱাই লগে লগে সহায় কৰিবলৈ আগ্ৰহী হৈ থাকে। যেতিয়া আমি এই কথা মনত ৰাখিম, তেতিয়া সমস্যাৰ সময়তো আমি নিৰাশ নহʼম, ইয়াৰ পৰিৱৰ্তে আমি ধৈৰ্য্য ধৰিব পাৰিম।
প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক
আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ লগত কথা পাতিব পাৰোঁ আৰু এয়া আমাৰ বাবে এটা ডাঙৰ সন্মানৰ বিষয় হয়। আমি যিকোনো ভাষাত তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ লগতে আমি নিজৰ মনৰ সকলো কথা তেওঁক খুলি কʼব পাৰোঁ। আমি তেওঁৰ লগত কথা পাতিবলৈ অপেক্ষা কৰিব নালাগে, আমি যিকোনো সময়তে তেওঁৰ লগত কথা পাতিব পাৰোঁ। আমি হস্পিতাল বা জেইল যʼতেই নাথাকোঁ কিয়, আমি যিকোনো ঠাইৰ পৰা তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। সঁচাকৈ প্ৰাৰ্থনা যিহোৱাৰ ফালৰ পৰা পোৱা উপহাৰ হয়, আমি ইয়াক সাধাৰণভাৱে লোৱা উচিত নহয়।
চিন্তাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি কেনেকৈ শান্তি আৰু আনন্দ পাব পাৰে
২. মনত পেলাওক। আগতে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়ে মনত পেলাওক। যেতিয়া আপুনি ইয়াৰ বিষয়ে চিন্তা কৰিব যে যিহোৱাই আপোনাক এতিয়ালৈকে কেনেকৈ সহায় কৰিছে আৰু প্ৰাচীন সময়ত নিজৰ সেৱকসকলক কেনেকৈ সহায় কৰিছিল, তেতিয়া ইয়াৰ পৰা আপুনি সাহস লাভ কৰিব আৰু যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা বাঢ়িব। (গীত. ১৮:১৭-১৯) যচুৱা নামৰ এজন প্ৰাচীনে এইদৰে কৈছে, “মোৰ ওচৰত যিহোৱাই উত্তৰ দিয়া সকলো প্ৰাৰ্থনাৰ এখন দীঘলীয়া সূচী আছে। ইয়াৰ পৰা মই মনত পেলাব পাৰোঁ যে মই যিদৰে প্ৰাৰ্থনা কৰিছিলোঁ, যিহোৱাই ঠিক সেইদৰে উত্তৰ দিছিল।” যচুৱাৰ দৰে যেতিয়া আমি মনত পেলাওঁ যে যিহোৱাই আমাক কেনেকৈ সহায় কৰিছে, তেতিয়া আমি চিন্তাৰ সন্মুখীন হ’বলৈ শক্তি লাভ কৰোঁ।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৪৩২ ¶২
কৰূব
ওচৰে-পাজৰে থকা জাতিবোৰে যেনেধৰণৰ মূৰ্তিবোৰৰ পূজা কৰিছিল, ঠিক সেইদৰে পবিত্ৰ তম্বুত থকা কৰূববোৰো দেখাত বহুত ভংয়কৰ আছিল বুলি কিছুমান লোকে কৈছিল। কিন্তু এইদৰে নাছিল। প্ৰাচীন সময়ৰ যিহূদীসকলৰ লেখবোৰৰ অনুসৰি এই কৰূববোৰ মানুহৰ দৰে বনোৱা হৈছিল কিন্তু ইয়াৰ বিষয়ে বাইবেলত একো কোৱা নাই। যিহোৱাই মোচিক নিৰ্দেশনা দিছিল যে “যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে তাৰ দৰে সকলোকে কৰিবা।” ঠিক সেইদৰে ইয়াক বহুত সাৱধানেৰে আৰু সুন্দৰকৈ বনোৱা হৈছিল। (যাত্ৰা ২৫:৯) পাঁচনি পৌলেও এইদৰে কৈছিল, “সেই চন্দুকৰ ওপৰত পাপাবৰণক ছাঁ কৰি ধৰা প্ৰতাপৰ দুই কৰূব আছিল।” (ইব্ৰী ৯:৫) যিহোৱাৰ উপস্থিতিক বুজাবলৈ কিছুমান বস্তুত কৰূব বনোৱা হৈছিল। চন্দুকৰ ওপৰত বনোৱা দুটা কৰূবৰ মাজেদি যিহোৱাই কথা পাতিছিল। (যাত্ৰা ২৫:২২; গণ ৭:৮৯) কিছুমান পদত কোৱা হৈছে যে যিহোৱাই “কৰূব দুটাৰ মাজত বসতি” কৰিছে। (১চমূ ৪:৪; ২চমূ ৬:২; ২ৰাজা ১৯:১৫; ১বং ১৩:৬; গীত ৮০:১; ৯৯:১; যিচ ৩৭:১৬) কৰূব যিহোৱাৰ ৰথক চিত্ৰিত কৰে। (১বং ২৮:১৮) তেওঁলোকৰ ডেউকাৰ অৰ্থ হৈছে তেওঁলোকে যিহোৱাৰ সেৱকসকলক সুৰক্ষা দিয়ে আৰু দ্ৰুত গতিৰে যায়। দায়ূদে এটা গীতত কৈছিল যে যিহোৱাই কেনেকৈ তেওঁক সহায় কৰিবলৈ আহে। তেওঁ এইদৰে লিখিলে, “তেওঁ কৰূবত উঠি আহিল, এনে কি, বায়ুৰূপ ডেউকাৰে উড়া মাৰি আহি দৰ্শন দিলে।”—২চমূ ২২:১১; গীত ১৮:১০.
মাৰ্চ ১৮-২৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৯-২১
“গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে”
আঁহক আমি সকলোৱে যিহোৱাৰ মহিমা কৰোঁ
যিচয়ৰ পুত্ৰ দায়ূদ এজন মেৰৰখীয়া হিচাবে বৈৎলেহমৰ কাষৰীয়া অঞ্চলত ডাঙৰ-দীঘল হৈছিল। ৰাতিৰ সময়ত নিজ দেউতাকৰ মেৰবোৰ ৰখীয়া কৰি থকাৰ সময়ছোৱাত তৰাৰে ভৰি থকা আকাশ-মণ্ডললৈ প্ৰায়ে দৃষ্টি কৰি তেওঁ কিমান যে আচৰিত হৈছিল! সেয়েহে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ ১৯ নং গীতত লিখা সুন্দৰ বাক্যফাঁকিত তেওঁৰ মনৰ ভাৱবোৰ প্ৰকাশ পোৱাতো কোনো আঁচৰিত কথা নহয়, যʼত এইদৰে কোৱা হৈছে: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়। তাৰ পৰিমাণ-জৰী গোটেই পৃথিবীলৈ ওলাই গল; তাৰ বাক্য জগতৰ সীমালৈকে ব্যাপি গল; তেওঁ তাৰ মাজত সূৰ্য্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে।”—গীত ১৯:১, ৪.
২ কোনো বাক্য, ভাষা আৰু শব্দ নোহোৱাকৈ যিহোৱাৰ যি সৃষ্টি অৰ্থাৎ অসাধাৰণ আকাশ-মণ্ডলে দিনে-ৰাতিয়ে তেওঁৰ মহিমা প্ৰকাশ কৰিছে। সৃষ্টিয়ে তেওঁৰ মহিমা কৰাত কেতিয়াও বিফল হোৱা নাই আৰু ই বৈশিষ্ট্যহীন হৈও মৌনভাৱে আপোনা-আপুনিকৈ “গোটেই পৃথিৱীত” থকা লোকসকলৰ আগত ঈশ্বৰৰ বিষয়ে সাক্ষী দিছে। তদুপৰি এই সৃষ্টিবোৰে দিয়া নিৰৱ সাক্ষীয়ে যথেষ্ট নহয়। বিশ্বাসী ব্যক্তিসকলক উচ্চস্বৰত মহিমা কৰিবলৈ উৎসাহিত কৰা হৈছে। এজন বেনামী গীত ৰচোঁতাই বিশ্বাসী উপাসকবিলাকক উদ্দেশ্য কৰি এইদৰে কৈছিল: “যিহোৱাৰ গৌৰৱ আৰু মহিমা কীৰ্ত্তন কৰা। যিহোৱাৰ উদ্দেশে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা।” (গীত ৯৬:৭, ৮) যিসকলে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক ৰাখিছে তেওঁলোকে এই আমন্ত্ৰণক গ্ৰহণ কৰিবলৈ পাই ৰোমাঞ্চিত হৈছে। যিহোৱাৰ মহিমা কীৰ্ত্তন কৰাৰ সৈতে কি সন্মিলিত আছে?
সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!
৮ তাৰ পিছত দায়ূদে যিহোৱা ঈশ্বৰৰ সৃষ্টিৰ আন আশ্চৰ্য্যসমূহক এইদৰে বৰ্ণনা কৰিছে: “তেওঁ তাৰ [দেখি পোৱা আকাশখনৰ] মাজত সূৰ্য্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে। সেই সূৰ্য্য নিজৰ শোৱা কোঠালিৰ পৰা ওলোৱা দৰাৰ নিচিনা; সেয়ে বীৰৰ নিচিনাকৈ নিজ পথত লৰ মাৰিবলৈ আনন্দ কৰে। সেয়ে আকাশ-মণ্ডলৰ ইমূৰৰ পৰা উদয় হৈ ঘূৰি তাৰ সিমূৰ পায়গৈ; তাৰ তাপ নোপোৱাকৈ কোনো বস্তু লুকাই নাথাকে।”—গীত ১৯:৪-৬.
৯ আন তৰাবোৰৰ তুলনাত আমাৰ সূৰ্য্যটো হৈছে কেৱল এটা মজলীয়া আকৃতিৰ তৰা। তথাপিও ই হৈছে এটা উল্লেখনীয় তৰা, যাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গ্ৰহবোৰ অতি সৰু যেন দেখা যায়। এটা সূত্ৰই এইদৰে কৈছে যে, সূৰ্য্যতেই আমাৰ সৌৰজগতৰ ২০২৭ (২ অৰ পিছত সাতাইশটা শূন্য)—৯৯.৯ শতাংশ ভৰ থূপ খাই আছে! সূৰ্য্যৰ মহাকৰ্ষণ শক্তিয়ে পৃথিৱীখনক ১৫ কোটি কিলোমিটাৰ (১৫০×১০৬ কি.মি.) দূৰত্বত ইয়াৰ নিজ কক্ষপথত আঁতৰি যাব বা কাষলৈ আহিব নোৱাৰাকৈ ধৰি ৰাখিছে। সূৰ্য্যই বিকিৰণ কৰা মুঠ শক্তিৰ ২০০ কোটি ভাগৰ এভাগহে মাত্ৰ পৃথিৱীখনত পৰেহি। আমাৰ জীৱনটোক জীয়াই ৰাখিবলৈ ইমান শক্তিয়েই যথেষ্ট।
১০ গীতমালাৰ লিখকে সূৰ্য্যটোক লাক্ষণিক ভাষাৰে বৰ্ণনা কৰি এজন “বীৰৰ নিচিনা” বুলি উল্লেখ কৰিছে, যিজনে দিনটোৰ সময়ত দিগন্তৰ এটা মূৰৰ পৰালৈ আন মূৰলৈ লৰ মাৰি যায় আৰু নিশাটোৰ সময়ত ‘তম্বুত’ থাকে। এই শক্তিশালী তৰাটোৱে যেতিয়া পৃথিৱীৰ দিগন্তত ডুব যায় তেতিয়া ই যেন ‘তম্বুত’ জিৰণি লবলৈ গুচি যায়। ৰাতিপুৱা আকস্মিকভাৱে “নিজৰ শুৱা কোঠালিৰ পৰা ওলোৱা দৰাৰ নিচিনা” দীপ্তিময়ৰূপে উলাই আহে। মেৰৰখীয়া হোৱা হেতুকে দায়ূদে নিশা অতিপাত চেঁচা পৰাৰ বিষয়ে জানিছিল। (আদিপুস্তক ৩১:৪০) তেওঁ সুঁৱৰি কৈছিল যে সূৰ্য্যৰ ৰশ্মিয়ে কেনেকৈ তেওঁক আৰু তেওঁৰ চাৰিওকাষে থকা গছ-গছনি, চৰাই-চিৰিকতি, পাহাৰ, টিলা আদিক তাপ দিয়ে। দৰাচলতে সূৰ্য্যটোৱে এজন “বীৰৰ” দৰে ক্লান্ত নহৈ পূবৰ পৰা পশ্চিমলৈ বাৰে বাৰে ‘যাত্ৰা’ কৰিবলৈ সাজু থাকে।
g৯৫ ১১/৮ ৭ ¶৩
सबसे बड़े कलाकार की बेकद्री
कुदरत की चीज़ों में गज़ब की कलाकारी होती है। जब हम उन पर ध्यान देते हैं तो हम अपने सृष्टिकर्ता को जान पाते हैं। एक बार यीशु ने अपने चेलों को एक ज़रूरी बात सिखाने के लिए उनसे कहा कि वे जंगली फूलों पर ध्यान दें। उसने कहा, “मैदान में उगनेवाले सोसन के फूलों से सबक सीखो, वे कैसे बढ़ते हैं; वे न तो कड़ी मज़दूरी करते हैं न ही सूत कातते हैं। मगर मैं तुमसे कहता हूँ कि सुलैमान भी जब अपने पूरे वैभव में था, तो इनमें से किसी एक की तरह भी सज-धज न सका।” (मत 6:28, 29) एक छोटा-सा जंगली फूल भी बहुत सुंदर होता है। उससे हम सीखते हैं कि परमेश्वर को हम इंसानों की कितनी परवाह है।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ১০৭৩
হিব্ৰু ভাষা
হিব্ৰু কবিতাৰ প্ৰথম শাৰীত এটা চিন্তাধাৰা দিয়া থাকে আৰু আন এটা শাৰীত তাৰ লগত মিল থকা কিবা কথা জনোৱা হয় বা তাৰ বিপৰীতে কিবা কোৱা হয়। কিন্তু আৰু এটা শেলী আছে (synthethic parallelism) যʼত প্ৰথম শাৰীৰ চিন্তাধাৰা আন এটা শাৰীত ভালদৰে বুজোৱা হয়, লগতে তাৰ বিষয়ে জড়িত কিছুমান তথ্যও দিয়া হয়। ইয়াৰ এটা উদাহৰণ হৈছে গীতমালা ১৯:৭-৯:
যিহোৱাৰ ব্যৱস্থা সিদ্ধ,
প্ৰাণক সুস্থ কৰোঁতা;
যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য,
অজ্ঞানক জ্ঞান দিওঁতা।
যিহোৱাৰ আদেশবোৰ যথাৰ্থ,
মনৰ আনন্দজনক;
যিহোৱাৰ আজ্ঞা নিৰ্ম্মল,
চকুৰ দীপ্তিজনক।
যিহোৱাবিষয়ক ভয় শুচি,
চিৰস্থায়ী;
যিহোৱাৰ শাসন-প্ৰণালীবোৰ সত্য,
সম্পূৰ্ণৰূপে ন্যায়।
দ্বিতীয় শাৰীবোৰত যি কথা কোৱা হৈছে, যেনে “প্ৰাণক সুস্থ কৰোঁতা” আৰু “অজ্ঞানক জ্ঞান দিওঁতা।” ইয়াৰ পৰা প্ৰথম শাৰীত কোৱা কথা ভালদৰে বুজি পাওঁ। প্ৰতিটো বাক্যক দুটা ভাগত ভাগ কৰা হৈছে, যাৰ বাবে সম্পূৰ্ণ কথা এটা কবিতাৰ দৰে হৈ পৰে।
মাৰ্চ ২৫-৩১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ২২
যীচুৰ মৃত্যুৰ লগত জড়িত ভৱিষ্যবাণীবোৰ
যীচুয়ে নিজৰ মৃত্যুৰ আগত এইদৰে কিয় কৈছিল, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা?”
যীচু নিৰাশ হৈ পৰিছিলনে অথবা তেওঁৰ বিশ্বাস দুৰ্বল হৈ পৰিছিল নেকি? নহয়। এনে কোৱাটো ভুল হʼব। মথি ২৭: ৪৬ পদত উল্লেখ থকা বাক্যশাৰী কৈ যীচুৱে গীতমালা ২২:১ পদত উল্লেখ কৰা ভৱিষ্যবাণীটো পূৰ কৰিছিল। (মাৰ্ক ১৫:৩৪) যীচুৱে কিয় মৃত্যু হʼব লাগিব, তাৰ বিষয়ে তেওঁ ভালদৰে জানিছিল আৰু তেওঁ মৃত্যু হʼবলৈও সাজু আছিল। (মথি ১৬:২১; ২০:২৮) যীচুৱে এয়াও জানিছিল যে তেওঁৰ মৃত্যুৰ সময়ত যিহোৱাই তেওঁৰ ৰক্ষা কৰিবলৈ “বেৰা” নিদিব। (ইয়ো. ১:১০) তেতিয়াহে যীচুৱে প্ৰমাণ কৰিব পাৰিব যে তেওঁ যিমানেই যাতনা ভুগি মৃত্যু নহওক কিয়, তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব।—মাৰ্ক ১৪:৩৫, ৩৬.
w১১ ৮/১৫ ১৪-১৫ ¶১৩
उन्हें मसीहा मिल गया!
13 दाविद ने भविष्यवाणी की कि मसीहा को बुरा-भला कहा जाएगा। (भजन 22:7, 8 पढ़िए।) जब यीशु सूली पर तड़प रहा था तब भी लोग उसकी खिल्ली उड़ा रहे थे। उसके बारे में मत्ती कहता है: “जो लोग वहाँ से आ-जा रहे थे, वे सिर हिला-हिलाकर उसकी बेइज़्ज़ती करने लगे और कहने लगे: ‘अरे मंदिर के ढानेवाले और तीन दिन के अंदर उसे बनानेवाले, खुद को बचा ले! अगर तू परमेश्वर का बेटा है, तो यातना की सूली से नीचे उतर आ!’” इसी तरह, प्रधान याजक भी शास्त्रियों और बुज़ुर्गों के साथ मिलकर उसका मज़ाक उड़ाने लगे और यह कहने लगे: “इसने दूसरों को तो बचाया, मगर खुद को बचा नहीं सकता! यह इसराएल का राजा है। अब यह यातना की सूली से नीचे उतरकर आ जाए, तब हम इसका यकीन करेंगे। इसने परमेश्वर पर भरोसा रखा है, अगर परमेश्वर इसे चाहता है, तो इसे बचाए, क्योंकि इसने कहा है, ‘मैं परमेश्वर का बेटा हूँ।’” (मत्ती 27:39-43) यीशु ने यह सब बिना मुँह खोले सह लिया। हमारे लिए क्या ही उम्दा मिसाल!
w১১ ৮/১৫ ১৫ ¶১৪
उन्हें मसीहा मिल गया!
14 मसीहा के कपड़ों पर चिट्ठी डाली जाएगी। भजनहार ने लिखा: “वे मेरे वस्त्र आपस में बांटते हैं; और मेरे पहिरावे पर चिट्ठी डालते हैं।” (भज. 22:18) “जब [रोमी] सैनिकों ने [यीशु को] सूली पर ठोंक दिया, तो उन्होंने चिट्ठियाँ डालकर उसका ओढ़ना आपस में बाँट लिया” और इस तरह यह भविष्यवाणी पूरी हुई।—मत्ती 27:35; यूहन्ना 19:23, 24 पढ़िए।
আধ্যাত্মিক ৰত্ন বিচাৰক
কথা কোৱাৰ ক্ষেত্ৰত আপুনি ভাল উদাহৰণ ৰাখিছেনে?
১২ আমি সকলোৱে উৎসাহেৰে গীত গাই আৰু ভালদৰে উত্তৰ দি সভাবোৰত ভাগ লʼব পাৰোঁ। (গীত. ২২:২২) কিন্তু কিছুমান লোকে এইদৰে কৰিবলৈ সংকোচ কৰে। যদি আপুনিও এইদৰে অনুভৱ কৰে, তেনেহʼলে আন ভাই-ভনীসকলৰ উদাহৰণ পঢ়ি আপুনি সহায় পাব পাৰে।
এপ্ৰিল ১-৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ২৩-২৫
‘যিহোৱা মোৰ ৰখীয়া’
যিহোৱা হৈছে আমাৰ ৰক্ষক
৯ প্ৰথমটো কাৰণ হৈছে, যিহোৱাই নিজৰ লোকসকলক চলায় অৰ্থাৎ পৰিচালিত কৰে। এই বিষয়ে দায়ূদে এইদৰে লিখিছিল: “তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু যʼত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্ম-পথত চলায়।” (গীত ২৩:২, ৩) দায়ূদে ইয়াত এনে এক ছবি দাঙি ধৰিছে যʼত মেৰবোৰে প্ৰচুৰ পৰিমাণে থকা ঘাঁহনিৰ ওপৰত সতেজ আৰু নিৰাপত্তাত শুই আছে। ‘ঘাঁহনি পথাৰ’ বুলি উল্লেখ কৰা হীব্ৰু শব্দটোৰ অৰ্থ “মনোৰম স্থান” বুলিও বুজায়। এইটো সঁচা যে মেৰবোৰে জিৰাবলৈ আপোনা-আপুনিকৈ তেনে স্ফুৰ্ত্তিদায়ক স্থান বিচাৰি পাব নোৱাৰে। এনে ক্ষেত্ৰত মেৰৰখীয়াই মেৰবিলাকক তেনে “মনোৰম স্থানলৈ” নিয়া আৱশ্যক।
১০ বৰ্তমান সময়ত যিহোৱাই আমাক কিদৰে পৰিচালিত কৰিছে? এক প্ৰকাৰ হৈছে, তেওঁৰ আৰ্হিৰ দ্বাৰা। ঈশ্বৰৰ বাক্যত আমাক এইদৰে আগ্ৰহ কৰিছে, “তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা।” (ইফিচীয়া ৫:১) সেই বাক্যশাৰীৰ আনুষঙ্গিক কথাত দয়া, ক্ষমা আৰু প্ৰেমৰ বিষয়ে উল্লেখ কৰা হৈছে। (ইফিচীয়া ৪:৩২; ৫:২) এনেবোৰ গুণ প্ৰতিফলিত কৰাত যিহোৱা ঈশ্বৰে অৱশ্যেই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। এতেকে তেওঁক অনুকৰণ কৰিবলৈ আগ্ৰহ কৰি তেওঁ আমাক কোনো অসম্ভৱ কাৰ্য্য কৰিবলৈ কৈছেনে? অৱশ্যেই নহয়। বাস্তৱতে, সেই প্ৰেৰিত পৰামৰ্শতো হৈছে আমাৰ বাবে থকা তেওঁৰ এক আচৰিত নিশ্চয়তা। সেইটো কি প্ৰকাৰে? আমাক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে অৰ্থাৎ আমাক নৈতিক গুণবোৰ আৰু আধ্যাত্মিকতাৰ সৈতে সৃষ্টি কৰা হৈছে। (আদিপুস্তক ১:২৬) সেয়েহে যিহোৱা ঈশ্বৰে আমাৰ অসিদ্ধতাৰ বিষয়ে অৱগত হোৱাৰ স্বত্বেও জানে যে আমিও তেওঁৰ আৰ্হিত প্ৰতিফলিত হোৱা গুণবোৰ বিকশিত কৰিবলৈ ক্ষমতা আছে। ক্ষন্তেক বিবেচনা কৰক যে, আমাৰ প্ৰেমময় ঈশ্বৰে আমিও তেওঁৰ দৰে হʼব পাৰোঁ বুলি বিশ্বাস কৰে। যদি আমি তেওঁৰ আৰ্হিক অনুকৰণ কৰোঁ, তেন্তে তেওঁ আমাক এক মনোৰম ‘জিৰণী স্থানলৈ’ লৈ যাব। এই জগতৰ হিংসাত্মক পৰিস্থিতিতো আমি “নিৰ্ভয়ে বাস” কৰি শান্তি আৰু ঈশ্বৰৰ অনুমোদন লাভ কৰিব পাৰোঁ।—গীত ৪:৮; ২৯:১১.
যিহোৱা হৈছে আমাৰ ৰক্ষক
১৩ যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক কৰা নিশ্চয়তাৰ বিষয়ে দায়ূদে কোৱা দ্বিতীয় কাৰণটো হৈছে: যিহোৱাই মেৰবোৰক নিৰাপত্তা প্ৰদান কৰে। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “এনে কি, মই মৃত্যুচ্ছায়াৰ উপত্যকাইদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠীয়ে মোক শান্ত্বনা দিয়ে।” (গীত ২৩:৪) দায়ূদে যিহোৱাৰ সৈতে অধিক আন্তৰিক সম্বন্ধ ৰখাৰ বাবে ঈশ্বৰক এই শাস্ত্ৰীয় পদটোত “তুমি” বুলি সম্বোধন কৰিছে। ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো দায়ূদে নিজেই কৈছে যে, ঈশ্বৰে তেওঁক আপদৰ সময়ত কেনেকৈ সহায় কৰিলে। দায়ূদে জীৱনত বহুতো বিপদজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল। কিন্তু ঈশ্বৰৰ “লাখুটি” আৰু ‘লাঠী’ তেওঁৰ সৈতে থকা বুলি জানিব পাৰি, তেনে বিপদবোৰে তেওঁক ভয়ভিত কৰাব নোৱাৰিলে। এনে নিৰাপত্তাই দায়ূদক শান্ত্বনা প্ৰদান আৰু ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ সৈতে তেওঁৰ এক নিবিড় সম্বন্ধ গঢ়ি উঠিছিল।
১৪ বৰ্তমান সময়ত যিহোৱাই তেওঁৰ উপাসকসকলক কেনেকৈ সুৰক্ষা প্ৰদান কৰিছে? বাইবেলে আমাক এইদৰে আশ্বাস প্ৰদান কৰিছে যে, কোনো বিৰোধী অৰ্থাৎ পিশাচ বা মানৱে তেওঁৰ মেৰবোৰ এই পৃথিৱীৰ পৰা কেতিয়াও লুপ্ত কৰিব নোৱাৰে। কিয়নো যিহোৱা ঈশ্বৰে তেনে হʼবলৈ কেতিয়াও নিদিয়ে। (যিচয়া ৫৪:১৭; ২ পিতৰ ২:৯) ইয়াৰ অৰ্থ এইটো নহয় যে মেৰৰখীয়াজনে আমাক সকলোবোৰ বিপদৰ পৰা ৰক্ষা কৰিব। আমি সম্মুখীন হোৱা পৰীক্ষাবোৰ মানৱৰ বাবে সহনীয় আৰু আমি সম্মুখীন হোৱা বিৰোধীতাবোৰ সকলো প্ৰকৃত খ্ৰীষ্টানে অভিজ্ঞতা হয়। (২ তীমথিয় ৩:১২; যাকোব ১:২) আমিও হয়তো কেতিয়াবা “মৃত্যুচ্ছায়াৰ উপত্যকাইদি” চলিবলগীয়া হয়। উদাহৰণস্বৰূপে, তাড়না বা অসুস্থতাৰ বাবে আমি হয়তো মৃত্যুৰ দুৱাৰডলিত ভৰি দিব পাৰোঁ। অথবা আমাৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাবলগীয়া হʼব পাৰে। সেই সময়ছোৱা আমাৰ বাবে অন্ধকাৰময় যেন হʼব পাৰে, কিন্তু আমাৰ ৰখীয়া আমাৰ সৈতে আছে আৰু তেওঁ আমাক ৰক্ষা কৰিব। কিন্তু কেনেকৈ?
১৫ যিহোৱা ঈশ্বৰে অলৌকিকভাৱে হস্তক্ষেপ কৰিব বুলি প্ৰতিজ্ঞা কৰা নাই। কিন্তু আমি নিশ্চিত হʼব পাৰোঁ যে আমি যেনেকুৱাই সমস্যাত নপৰোঁ কিয়, যিহোৱাই আমাক সেই সমস্যাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ অৱশ্যেই সহায় কৰিব। আমি অভিজ্ঞতা হোৱা “নানাবিধ পৰীক্ষাত” ধৈৰ্য্যৰে সম্মুখীন হʼবলৈ তেওঁ আমাক বুদ্ধি প্ৰদান কৰিব। (যাকোব ১:২-৫) এজন মেৰৰখীয়াই তেওঁৰ লাখুটি কেৱল লুণ্ঠনকাৰীৰ অহিতে ব্যৱহাৰ কৰাই নহয়, কিন্তু তেওঁ মেৰবোৰক লাহেকৈ খুঁচি দি সঠিক বাটলৈ উভটাই আনিবলৈও ব্যৱহাৰ কৰে। একেইদৰে যিহোৱা ঈশ্বৰেও আমাক উৎসাহিত কৰি, সম্ভৱতঃ সঙ্গী উপাসকৰ দ্বাৰা আগবঢ়োৱা বাইবেল আধাৰিত পৰামৰ্শই আমাৰ অৱস্থাত বৃহৎ সলনি কৰিব পাৰে। তদুপৰি যিহোৱা ঈশ্বৰে আমাক সহন কৰিবলৈ শক্তি প্ৰদান কৰে। (ফিলিপীয়া ৪:১৩) তেওঁৰ পবিত্ৰ আত্মাই আমাক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰি সুসজ্জিত কৰি তুলিব পাৰে। (২ কৰিন্থীয়া ৪:৭) চয়তানে আনিব পৰা যিকোনো পৰীক্ষাত সহন কৰিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক শক্তিশালী কৰিব পাৰে। (১ কৰিন্থীয়া ১০:১৩) যিহোৱাই আমাক সহায় কৰিবলৈ সদায়ে প্ৰস্তুত থাকে বুলি জনাটো এটা শান্ত্বনাদায়ক বিষয় নহয়নে?
যিহোৱা হৈছে আমাৰ ৰক্ষক
১৭ দায়ূদে তেওঁৰ ৰখীয়াজনৰ ওপৰত ৰখা নিশ্চয়তাৰ তৃতীয় কাৰণটো হৈছে: যিহোৱাই তেওঁৰ মেৰবোৰক প্ৰচুৰ পৰিমাণে আহাৰ প্ৰদান কৰে। সেই বিষয়ে দায়ূদে এইদৰে লিখিছিল: “তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সম্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।” (গীত ২৩:৫) এই পদটোত দায়ূদে ৰখীয়াজনক এজন উদাৰমনৰ অতিথিসেৱক বুলি বৰ্ণনা কৰিছে, যিজনে প্ৰচুৰমাত্ৰাত খাদ্য আৰু পানীৰ যোগান ধৰিছে। যিহোৱাক এজন উত্তম ৰখীয়া আৰু উদাৰমনৰ অতিথিসেৱক বুলি দুই ধৰণে তুলনা কৰাটো কোনো বিসঙ্গতিপূৰ্ণ বিষয় নহয়। কিয়নো এজন উত্তম মেৰৰখীয়াই ভালদৰে জানে যে মেৰবিলাকৰ বাবে কʼত ভাল চৰণীয়া পথাৰ আৰু খোৱা পানী উপলব্ধ আছে, যাতে মেৰবিলাকৰ কোনো “অভাৱ” নহয়।—গীত ২৩:১, ২.
১৮ আমাৰ ৰখীয়াজনো বাস্তৱতে এজন উদাৰমনৰ অতিথিসেৱকনে? ইয়াত কোনো সন্দেহ নাই! আমি উপভোগ কৰা উত্তম, প্ৰচুৰমাত্ৰা আৰু বিভিন্ন আধ্যাত্মিক আহাৰৰ বিষয়ে ক্ষন্তেক ভাবি চাওক। বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা যিহোৱাই আমাৰ বাবে সহায়কাৰী সাহিত্য, সভা, সন্মিলন আৰু অধিৱেশনৰ দ্বাৰা আমাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিছে। (মথি ২৪:৪৫-৪৭) সেইবাবে আমি আধ্যাত্মিক আহাৰৰ অৱশ্যেই অভাৱ হোৱা অনুভৱ কৰা নাই। ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ কোটি কোটি সংখ্যাত বাইবেল আৰু বাইবেল আধাৰিত সহায়ক প্ৰকাশন প্ৰদান কৰিছে আৰু তেনে প্ৰকাশন বৰ্তমান সময়ত ৪১৩ টাতকৈ অধিক ভাষাত উপলব্ধ আছে। যিহোৱা ঈশ্বৰে অনেক প্ৰকাৰৰ আধ্যাত্মিক আহাৰ, যেনে, “গাখীৰ” অৰ্থাৎ বাইবেলৰ প্ৰাথমিক শিক্ষাৰ পৰা লৈ “টান আহাৰ” অৰ্থাৎ গভীৰ অন্তৰ্দৃষ্টিমূলক আধ্যাত্মিক শিক্ষাৰ প্ৰবন্ধ কৰিছে। (ইব্ৰী ৫:১১-১৪) এনে প্ৰবন্ধৰ বাবে আমি সম্মুখীন হোৱা সমস্যা বা নিৰ্ণয় লোৱাৰ সময়ত আমাক আৱশ্যক হোৱা উপযুক্ত সহায় বিচাৰি পাওঁ। এনে আধ্যাত্মিক আহাৰৰ অবিহনে আমি সমস্যাবোৰত সম্মুখীন হʼব পাৰিলোহেঁতেননে? আমাৰ ৰখীয়াজন বাস্তৱতে এজন উদাৰমনৰ প্ৰবন্ধক!—যিচয়া ২৫:৬; ৬৫:১৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১১ ২/১৫ ২৪ ¶১-৩
সম্পূৰ্ণ হৃদয়েৰে ধাৰ্মিকতাক প্ৰেম কৰক
নিজৰ বাক্য আৰু পবিত্ৰ শক্তিৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক “ধৰ্ম্ম-পথত” লৈ যায়। (গীত ২৩:৩) কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি বহু বাৰ সেই পথৰ পৰা আঁতিৰ যাওঁ। পুনৰ সঠিক পথত যাবলৈ আমাৰ দৃঢ় ইচ্ছা থকা আৰু পৰিশ্ৰম কৰাৰ প্ৰয়োজন হʼব। গতিকে সফল হʼবলৈ কি কথাই আমাক সহায় কৰিব? যীচুৰ দৰে আমিও সঠিক কথাবোৰক প্ৰেম কৰিব লাগিব।—গীতমালা ৪৫:৭ পঢ়ক।
২ ‘ধৰ্ম্ম-পথ’ কি? পথ হৈছে এখন ৰাস্তা। ধৰ্মৰ ‘পথ’ যিহোৱাৰ মানদণ্ডৰ অনুসৰি নিৰ্ধাৰিত কৰা হৈছে। ইব্ৰী আৰু গ্ৰীক ভাষাত ‘ধৰ্ম্ম’ শব্দটোত নৈতিক মানদণ্ডবোৰ কঠোৰভাৱে পালন কৰা জড়িত আছে। যিহোৱা “ধৰ্মৰ আধাৰ” হয়, সেইবাবে, তেওঁৰ সেৱকসকলে সঠিক পথ কি, তাৰ বিষয়ে জানিবলৈ আনন্দ মনেৰে তেওঁৰ পৰা নিৰ্দেশনা লয়, যʼত তেওঁলোকে চলা উচিত।—যিৰি ৫০:৭.
৩ যেতিয়া আমি যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিবলৈ কঠিন পৰিশ্ৰম কৰিম, তেতিয়াহে আমি তেওঁক সম্পূৰ্ণৰূপে আনন্দিত কৰিব পাৰি। (দ্বিতী ৩২:৪) যিহোৱাৰ বিষয়ে জ্ঞান লোৱাৰ যোগেদি ইয়াৰ আৰম্ভণি হয়, যি আমি তেওঁৰ বাক্য বাইবেলৰ পৰা শিকিব পাৰোঁ। প্ৰতিদিনে আমি যিমানেই যিহোৱাৰ বিষয়ে শিকিম, সিমানেই তেওঁৰ কাষ চাপিম আৰু তেওঁৰ নৈতিক মানদণ্ডৰ প্ৰতি প্ৰেম বাঢ়িব। (যাকো ৪:৮) ইয়াৰ উপৰিও জীৱনত কোনো নিৰ্ণয় লোৱাৰ সময়ত ঈশ্বৰৰ বাক্যৰ পৰা যি নিৰ্দেশনা পাওঁ, সেয়াও মানি চলা উচিত।
এপ্ৰিল ৮-১৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ২৬-২৮
নিৰ্দোষী হৈ থাকিবলৈ দায়ূদে কি কৰিলে?
সিদ্ধতাৰে জীৱন-যাপন কৰা
৮ দায়ূদে ঈশ্বৰক প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, মোক পৰীক্ষা কৰি চোৱা, মোৰ মন আৰু চিত্ত খপি চোৱা।” (গীত ২৬:২) এই শাস্ত্ৰীয় পদত উল্লেখ কৰা চিত্ত এজন ব্যক্তিৰ আন্তৰিক ভাৱনা আৰু গভীৰ অনুভূতিক বুজায়। দৰাচলতে দায়ূদে যিহোৱালৈ কৰা প্ৰাৰ্থনাত তেওঁৰ গভীৰ ভাৱনা আৰু অনুভূতিক পৰীক্ষা কৰিবলৈ আগ্ৰহ কৰিছিল।
৯ দায়ূদে তেওঁৰ মন আৰু চিত্ত পৰিশোধিত কৰিবলৈ যিহোৱাৰ ওচৰত অনুৰোধ কৰিছিল। যিহোৱাই কেনেকৈ আমাৰ মন আৰু চিত্তক পৰিশোধিত কৰে? এই বিষয়ে দায়ূদে এইদৰে কৈছিল: “যি জনাই মোক মন্ত্ৰণা দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।” (গীত ১৬:৭) এই বাক্যশাৰীৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ঈশ্বৰীয় নিৰ্দ্দেশনাই দায়ূদৰ অন্তৰত স্পৰ্ষ কৰি তেওঁৰ ভাৱনা আৰু অনুভূতিক শুদ্ধ কৰিছিল। ঠিক সেইদৰে আমিও যদি বাইবেল, ঈশ্বৰৰ প্ৰতিনিধিসকল আৰু তেওঁৰ সংগঠনে দিয়া নিৰ্দ্দেশনা পালন কৰোঁ, তেন্তে আমাৰ ভাৱনা আৰু অনুভূতিও শুদ্ধ হʼব। যিহোৱালৈ নিতৌ প্ৰাৰ্থনা কৰি আমি সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় লাভ কৰিম।
সিদ্ধতাৰে জীৱন-যাপন কৰা
১২ সিদ্ধতা বজাই ৰাখাত সহায় কৰা আন এটা কাৰণৰ বিষয়ে দায়ূদে এইদৰে কৈছিল: “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ। মই দুৰাচাৰীবোৰৰ সভা ঘিণ কৰো, আৰু দুষ্টবোৰৰ লগত নবহোঁ।” (গীত ২৬:৪, ৫) তেওঁ কেৱল দুষ্টবোৰৰ লগত চলাই নহয় কিন্তু বেয়া লোকবিলাকৰ সৈতে কৰা সঙ্গতিকো ঘিণ কৰিছিল।
১৩ আমাৰ বিষয়ে কি কʼব পাৰি? আমি টেলিভিছন, ভিডিঅ’, চলচিত্ৰ আৰু ইন্টাৰনেটৰ দ্বাৰা দেখুৱা অসাৰ ব্যক্তিবিলাকক অনুকৰণ কৰাৰ পৰা আঁতৰি থাকোঁনে? আমি এনে ব্যক্তিবিলাকৰ পৰা আঁতৰি থাকোঁনে যিসকলে নিজৰ আচল চৰিত্ৰক প্ৰকাশ কৰিব নিবিচাৰে? স্কুল বা কৰ্ম্মস্থলত কিছুমানে নিজৰ অসৎ উদ্দেশ্য পূৰণ কৰিবলৈ বন্ধুত্ব গঢ়িব বিচাৰিব। গতিকে সত্যতাৰ পথত নচলা এনে ব্যক্তিবিলাকৰ সৈতে আমি এক নিবিড় সম্পৰ্ক বজাই ৰাখিব বিচাৰোঁনে? ধৰ্ম্মত্যাগীসকলে নিজকে অকপটীয়া বুলি দাবী কৰি নিজৰ আচল অভিপ্ৰায় লুকাই ৰাখি আমাক যিহোৱাৰ সেৱাৰ পৰা অঁতৰাই নিব পাৰে। যদি মণ্ডলীৰ কিছুমান সদস্যই দুতৰপীয়া জীৱন অতিবাহিত কৰিছে, তেন্তে তেওঁবিলাকৰ বিষয়ে কি কʼব পাৰি? তেনে ব্যক্তিবিলাকেও নিজৰ আচল চৰিত্ৰৰ বিষয়ে প্ৰকাশ কৰিব নিবিচাৰে। এই সম্পৰ্কে জেইছন্ নামৰ সহায়ক সেৱকজনৰ বিষয়ে বিবেচনা কৰক, যিজনৰ তেনে ধৰণৰ বন্ধু আছিল। তেওঁৰ এইদৰে কয়: “এদিন মোক তাৰে এজনে এইদৰে কৈছিল: ‘এইটো সঠিক যে আমি পৰমদেশত প্ৰৱেশ কৰিব নোৱাৰোঁ। তদুপৰি মৃত্যুৰ পিছত আমি কি হেৰুৱালো, তাকো অনুভৱ নকৰিম। গতিকে বৰ্তমান জীৱনত এই সকলোবোৰ উপভোগ কৰাটো কোনো অনুচিত বিষয় নহয়।’ এনে ধৰণৰ কথা-বতৰাই মোৰ বাবে এক সতৰ্কতাৰ সঙ্কেত আছিল। কিয়নো মই নতুন ৰীতি-ব্যৱস্থাত মৃত্যু নহয় কিন্তু জীয়াই থাকিব বিচাৰোঁ।” সেইবাবে জেইছনে তেনে লোকবিলাকৰ সৈতে সঙ্গতি কৰিবলৈ ত্যাগ দি বুদ্ধিমানৰ কাৰ্য্য কৰিলে। পাঁচনি পৌলে খ্ৰীষ্টানসকলক সতৰ্ক কৰি এইদৰে কৈছে: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) গতিকে আমি কুসঙ্গ বা বেয়া লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰা আঁতৰি থকাটো এক গুৰুত্বপূৰ্ণ বিষয় নহয়নে বাৰু!
সিদ্ধতাৰে জীৱন-যাপন কৰা
১৭ আবাস-তম্বু আৰু বলিদানৰ বাবে থকা যজ্ঞ-বেদী, ইস্ৰায়েলসকলৰ উপাসনাৰ এক প্ৰমুখ কেন্দ্ৰ আছিল। সেই উপাসনা স্থানত উপস্থিত হৈ দায়ূদে যি আন্তৰিক সুখ পাইছিল, তাৰ বিষয়ে তেওঁ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, তোমাৰ নিবাসৰ গৃহ মই প্ৰীতি কৰোঁ, আৰু তোমাৰ গৌৰৱৰ বাসস্থান মই প্ৰেম কৰোঁ।”—গীত ২৬:৮.
১৮ আমিও যিহোৱাৰ উপাসনা-গৃহত উপস্থিত হৈ তেনেদৰে অনুভৱ কৰোঁনে? আধ্যাত্মিক কাৰ্য্যক্ৰম পৰিচালনা কৰা প্ৰত্যেকটো ৰাজ্যগৃহ যিহোৱাৰ সাক্ষীসকলে কৰা উপাসনাৰ এক প্ৰমুখ কেন্দ্ৰ। ইয়াৰ উপৰিও এদিনীয়া বিশেষ সন্মিলন, চাৰ্কিট সন্মিলন আৰু বছেৰেকীয়া জিলা অধিৱেশন আয়োজন কৰা হয়। এই সন্মিলনবোৰত যিহোৱাৰ “সাক্ষ্যবোৰৰ” বিষয়ে আলোচনা কৰা হয়। যদি আমি “সেইবোৰক অতিশয় প্ৰেম” কৰিবলৈ শিকিব বিচাৰিছোঁ, তেন্তে প্ৰত্যেক সভাত উপস্থিত হৈ মনোযোগেৰে বিষয়বোৰ শুনা উচিত। (গীত ১১৯:১৬৭) যিসকলে আমাৰ হিতৰ বিষয়ে চিন্তা আৰু সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰে, তেওঁবিলাকৰ সৈতে সঙ্গতি কৰাটো কিমান যে এক উৎসাহজনক বিষয়!—ইব্ৰী ১০:২৪, ২৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৮/১ ২০ ¶১৫
যিহোৱাই দুখ ভুগি থকা লোকসকলক তাৰ পৰা মুকলি কৰে
১৫ গীত ৰচক দায়ূদে এইদৰে গাইছিল: “মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।” (গীতমালা ২৭:১০) এয়া জানি আমি বহুত সাহস লাভ কৰোঁ যে যিহোৱাৰ প্ৰেম মানৱীয় পিতৃ-মাতৃৰ প্ৰেমতকৈ বহু গুণে উত্তম হয়। মা-দেউতাৰ প্ৰেমৰ অবিহনে জীয়াই থকা, তেওঁলোকৰ বেয়া ব্যৱহাৰ সহ্য কৰা বা তেওঁলোকে আমাক সহায়হীন হিচাপে এৰি দিয়াটো বৰ কষ্টকৰ হয়, কিন্তু যিহোৱাই আমাক যত্ন লʼবলৈ আৰু প্ৰেম কৰিবলৈ কেতিয়াও নেৰে। (ৰোমীয়া ৮:৩৮, ৩৯) মনত ৰাখিব, ঈশ্বৰে যিসকলক প্ৰেম কৰে, তেওঁলোকক নিজৰ ফালে আকৰ্ষিত কৰে। (যোহন ৩:১৬; ৬:৪৪) লোকসকলে আপোনাৰ লগত যেনেধৰণেই ব্যৱহাৰ নকৰক কিয়, স্বৰ্গত থকা আপোনাৰ পিতৃয়ে আপোনাক বহুত প্ৰেম কৰে!
এপ্ৰিল ১৫-২১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ২৯-৩১
ঈশ্বৰে আমাক প্ৰেম কৰাৰ বাবে শুধৰণি কৰে
it-১ ৮০২ ¶৩
चेहरा, मुँह
‘मुँह फेर लेना’ या‘चेहरा छिपाना,’ इन शब्दों का अलग-अलग हालात में अलग-अलग मतलब हो सकता है। जब कहा जाता है कि यहोवा ने किसी से अपना मुँह फेर लिया है, तो इसका मतलब है कि उसने उस पर से अपनी मंज़ूरी हटा ली है या वह उसकी और मदद नहीं करेगा। अकसर यहोवा ऐसा तब करता है जब कोई व्यक्ति या समूह के लोग, जैसे इसराएल राष्ट्र, उसकी आज्ञा नहीं मानते। (अय 34:29; भज 30:5-8; यश 54:8; 59:2) कभी-कभी यहोवा के मुँह फेर लेने का मतलब है कि वह कुछ करने या जवाब देने के लिए खुद को रोके हुए है। वह ऐसा इसलिए करता है क्योंकि वह सही वक्त का इंतज़ार कर रहा होता है। (भज 13:1-3) जब दाविद ने परमेश्वर से कहा, “तू मेरे पापों से अपना मुँह फेर ले” तो उसका मतलब था कि परमेश्वर उसके पाप माफ कर दे।—भज 51:9. भज 10:11 से तुलना करें।
যিহোৱাই আপোনাক শান্ত্বনা দিয়ক
১৮ শুধৰণিৰ বাবে দিয়া অনুশাসন পালন কৰক। যেতিয়া ভৱিষ্যতবক্তা নাথনে দায়ূদক তেওঁৰ পাপৰ বিষয়ে কʼলে তেতিয়া তেওঁ অজুহাত নেদেখুৱালে। তেওঁ যি পাপ কৰিলে, সেয়া ইমান ডাঙৰ পাপ নহয় বুলিও কোৱা নাছিল। তেওঁ লগে লগে সেই পাপ স্বীকাৰ কৰিলে। তেওঁ কৈছিল যে তেওঁ কেৱল বৎচেবাৰ বিৰুদ্ধে পাপ কৰিছে এনে নহয়, তেওঁ যিহোৱাৰ বিৰুদ্ধেও পাপ কৰিছে, যি এক গম্ভীৰ বিষয় হয়। যিহোৱাই দায়ূদক যি শাস্তি দিছিল, তাক তেওঁ স্বীকাৰ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক ক্ষমা কৰিলে। (২ চমূ. ১২:১০-১৪) যদি আমি গম্ভীৰ পাপ কৰোঁ, তেনেহʼলে আমি প্ৰাচীনক জনোৱা উচিত, যাক যিহোৱাই ৰখীয়া হিচাপে নিযুক্ত কৰিছে। (যাকো. ৫:১৪, ১৫) আমি নিজকে নিৰ্দোষী বুলি ভবা উচিত নহয়। শুধৰণিৰ বাবে আমাক যি পৰামৰ্শ দিয়া হয়, তাক আমি স্বীকাৰ কৰা উচিত। আমি যিমান সোনকালে স্বীকাৰ কৰিম, সিমান সোনকালে আমি শান্ত্বনা পাম আৰু আনন্দিত হʼম।
হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি?
১৮ যদি এজন পাপ কৰা ব্যক্তিয়ে হৃদয়ৰপৰা অনুতাপ কৰে, তেনেহ’লে তেওঁ প্ৰতিটো সভাত উপস্থিত হʼব। প্ৰাচীনসকলে তেওঁক যি পৰামৰ্শ দিয়ে, সেয়া পালন কৰিব। যেনে, সদায় প্ৰাৰ্থনা কৰা আৰু বাইবেল পঢ়া। তেওঁ এনে কামৰপৰা আঁতৰি থাকিব, যাৰ বাবে তেওঁ আকৌ পাপ কৰিব পাৰে। পাপ কৰা ব্যক্তিয়ে যদি যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্ক শুধৰণি কৰিবলৈ চেষ্টা কৰে, তেনেহ’লে যিহোৱাই তেওঁক ক্ষমা কৰিব আৰু প্ৰাচীনসকলেও তেওঁক পুনৰ মণ্ডলীৰ ভাগ হ’বলৈ সহায় কৰিব। এয়া সঁচা যে পাপ কৰা প্ৰতিজন ব্যক্তিৰ পৰিস্থিতি বেলেগ বেলেগ হয়। সেইবাবে, প্ৰাচীনসকলে বিষয়টো ভালদৰে চালি-জাৰি চোৱা উচিত আৰু তেওঁলোকে যাতে কঠোৰতাৰে ন্যায় নকৰে, তালৈও ধ্যান দিয়া উচিত।
আধ্যাত্মিক ৰত্ন বিচাৰক
wp২৩.১ ৬ ¶১
প্ৰাৰ্থনা কৰি “সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া”
যিহোৱালৈ প্ৰাৰ্থনা কৰিলে তেওঁ যে আমাৰ বিষয়ে চিন্তা কৰে তাৰ প্ৰতি আমাৰ বিশ্বাস বাঢ়িব। আমি প্ৰাচীন সময়ৰ ঈশ্বৰৰ এজন সেৱকৰ দৰে অনুভৱ কৰিব পাৰিম, যিজনে প্ৰাৰ্থনাত এইদৰে কৈছিল, “তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা, সঙ্কটৰ কালত তুমি মোৰ প্ৰাণৰ বুজবিচাৰ ললা।” (গীত ৩১:৭) যিহোৱাই আমাৰ দুখলৈ ধ্যান দিয়ে, কেৱল এই কথা জানিয়েই আমি কঠিন পৰিস্থিতিবোৰ পাৰ কৰিবলৈ সাহস পাওঁ। কিন্তু যিহোৱাই আমাৰ দুখলৈ ধ্যান দিয়াৰ লগতে তাক বুজিও পায়। তেওঁ আমাক যিমান ভালদৰে বুজি পায়, সিমান আৰু কোনেও বুজি পাব নোৱাৰে। তেওঁ বাইবেলৰ পৰা আমাক সাহস আৰু শান্ত্বনা দিয়ে।
এপ্ৰিল ২২-২৮
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ৩২-৩৩
আমি নিজৰ পাপ কিয় মানি লোৱা উচিত?
w৯৩ ৩/১৫ ৯ ¶৭
यहोवा की दया की वजह से हम मायूस नहीं होते
7 जब हमसे कोई गंभीर पाप हो जाता है तो किसी के सामने, यहाँ तक कि यहोवा के सामने उसे मान लेना बहुत मुश्किल हो सकता है। भजन 32 में दाविद ने बताया कि अपना पाप छिपाने के क्या-क्या अंजाम हो सकते हैं। उसने कहा, “जब मैं चुप रहा तो मैं दिन-भर कराहता रहा जिससे मेरी हड्डियाँ गलने लगीं। क्योंकि दिन-रात तेरा हाथ मुझ पर भारी था। मेरा दमखम ऐसे खत्म हो गया जैसे गरमियों की कड़ी धूप से पानी सूख जाता है।” (आयत 3, 4) जब दाविद ने अपना पाप छिपाने और दोष की भावना दबाने की कोशिश की, तो वह पस्त हो गया। वह परेशान रहने लगा और बीमार भी पड़ गया। उसकी हालत वैसे ही हो गयी थी जैसे सूखा पड़ने पर एक पेड़ की हो जाती है। नतीजा, उसकी खुशी छिन गयी। अगर हमारी हालत भी ऐसी है, तो हमें क्या करना चाहिए?
যিহোৱাই আপোনাক শান্ত্বনা দিয়ক
১৭ ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰক। পাছলৈ দায়ূদে বহুত অনুতাপ কৰিলে। যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁ নিজৰ পাপ স্বীকাৰ কৰিলে। (গীতমালা ৫১: ১-৪ পঢ়ক।) অৱশেষত তেওঁৰ মনৰ বোজা পাতল হʼল আৰু তেওঁ শান্ত্বনা লাভ কৰিলে। (গীত. ৩২:১, ২, ৪, ৫) যদি আপুনি কিবা গভীৰ পাপ কৰে, তেনেহʼলে আপুনি কেতিয়াও লুকুৱাবলৈ চেষ্টা নকৰিব। যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ পাপ স্বীকাৰ কৰক। এনে কৰিলে আপুনি দুখৰ ভাবনাত চিন্তিত নহʼব। ইয়াৰ পৰিৱৰ্তে, আপুনি শান্ত্বনা লাভ কৰিব। কিন্তু প্ৰাৰ্থনা কৰাই যথেষ্ট নহয়, যিহোৱাৰ লগতে আপোনাৰ বন্ধুত্ব পুনৰ গঢ়ি তুলিবলৈ আৰু কিছু কৰাৰ প্ৰয়োজন আছে।
पापों को स्वीकार करना जो आध्यात्मिक तौर से स्वस्थ करता है
दाऊद ने अपने पापों को स्वीकार करने के बाद, हीन भावना को अपने ऊपर हावी नहीं होने दिया। अपने पापों को स्वीकार करते हुए जो भजन उसने लिखे थे, उनसे ज़ाहिर होता है कि उसे राहत मिली थी और उसने परमेश्वर की सेवा वफादारी से करने का पक्का इरादा कर लिया था। उदाहरण के लिए, ज़रा भजन 32 को देखिए। इसकी पहली आयत में हम पढ़ते हैं: “क्या ही धन्य है वह जिसका अपराध क्षमा किया गया, और जिसका पाप ढांपा गया हो।” एक व्यक्ति के पाप कितने भी गंभीर क्यों ना हो अगर वह सच्चे दिल से पश्चाताप करता है तो उसे खुशी मिल सकती है। इसका एक तरीका है कि अपने किए की पूरी ज़िम्मेदारी लेना, जैसा कि दाऊद ने किया था। (2 शमूएल 12:13) उसने न तो यहोवा के आगे सफाई पेश करने की और ना ही अपने पापों के लिए दूसरों को कसूरवार ठहराने की कोशिश की। पाँचवीं आयत कहती है: “जब मैं ने अपना पाप तुझ पर प्रगट किया और अपना अधर्म न छिपाया, और कहा, मैं यहोवा के साम्हने अपने अपराधों को मान लूंगा; तब तू ने मेरे अधर्म और पाप को क्षमा कर दिया।” एक व्यक्ति जब सच्चे दिल से अपना पाप स्वीकार करता है तो उसे राहत पहुँचती है, और इसके बाद फिर कभी उसका विवेक उसके पिछले गलत कामों के लिए उसे नहीं कोसता।
আধ্যাত্মিক ৰত্ন বিচাৰক
যিহোৱাৰ প্ৰকৃত প্ৰেম
১৪ ঈশ্বৰৰ প্ৰকৃত প্ৰেমৰ বাবে তেওঁৰ সেৱকসকলে আধ্যাত্মিকভাৱে সুৰক্ষিত হৈ থাকে। দায়ূদে যিহোৱালৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল, “তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আবৰি ৰাখোঁতা। . . . যি জনে যিহোৱাত নিৰ্ভৰ কৰে, সেই জনক দয়াই [প্ৰকৃত প্ৰেমে] আবৰি ৰাখে।” (গীত. ৩২:৭, ১০) প্ৰাচীন সময়ত শত্ৰুসকলৰপৰা সুৰক্ষা পাবলৈ চহৰৰ চাৰিওফালে ওখ ওখ দেৱাল নিৰ্মাণ কৰা হৈছিল। যিহোৱাৰ প্ৰকৃত প্ৰেমো দেৱালৰ নিচিনা হয়। ইয়ে আমাক সুৰক্ষা দিয়ে, যাতে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া নহয়। ইয়াৰ উপৰিও প্ৰকৃত প্ৰেমৰ বাবে যিহোৱাই আমাক নিজৰ ফালে আকৰ্ষিত কৰে। সেইবাবে, আমি সুৰক্ষিত থাকিম বুলি বিশ্বাস কৰিব পাৰোঁ।—যিৰি. ৩১:৩.
এপ্ৰিল ২৯–মে ৫
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ৩৪-৩৫
‘সকলো সময়তে যিহোৱাৰ প্ৰশংসা’ কৰক
w০৭ ৩/১ ২৪-২৫ ¶১১
आओ हम मिलकर यहोवा के नाम की स्तुति करें
11 “मैं हर समय यहोवा को धन्य कहा करूंगा; उसकी स्तुति निरन्तर मेरे मुख से होती रहेगी।” (भजन 34:1) एक भगोड़े की ज़िंदगी बिताते वक्त, दाऊद को बेशक खाने-पहनने की ज़रूरतों की चिंता रही होगी। मगर जैसा यह आयत बताती है, उसने रोज़मर्रा की इन चिंताओं को खुद पर हावी नहीं होने दिया, जिससे यहोवा की स्तुति करने का उसका इरादा कमज़ोर पड़ जाता। वाकई, मुश्किलों के बावजूद यहोवा की स्तुति करते रहने में दाऊद ने हमारे लिए क्या ही बढ़िया मिसाल कायम की! चाहे हम स्कूल में हों या काम की जगह पर, अपने मसीही भाई-बहनों के साथ हों या प्रचार में, हमारी सबसे बड़ी ख्वाहिश यही होनी चाहिए कि हम यहोवा की स्तुति करें। ज़रा गौर कीजिए कि ऐसा करने की हमारे पास कितनी अनगिनत वजह हैं! मिसाल के लिए, यहोवा की शानदार सृष्टि के बारे में सीखने का कोई अंत नहीं। हम उसकी सृष्टि के अजूबों के बारे में जितनी ज़्यादा खोजबीन करते हैं, हमें उतनी नयी-नयी बातें सीखने को मिलती हैं और उतना ही ज़्यादा हमें आनंद भी मिलता है। अब ज़रा इस बारे में भी सोचिए, यहोवा ने अपने संगठन के ज़रिए धरती पर कितने बड़े-बड़े काम किए हैं! आज हमारे ज़माने में, यहोवा ने अपने वफादार सेवकों का बड़े ही ज़बरदस्त तरीके से इस्तेमाल किया है, इसके बावजूद कि वे असिद्ध हैं। क्या परमेश्वर के इन सारे कामों की बराबरी दुनिया की उन जानी-मानी हस्तियों के कामों से की जा सकती है जिन्हें लोग देवता मानकर पूजते हैं? तो क्या आप दाऊद की लिखी इस बात से सहमत नहीं होंगे: “हे प्रभु [यहोवा] देवताओं में से कोई भी तेरे तुल्य नहीं, और न किसी के काम तेरे कामों के बराबर हैं”?—भजन 86:8.
w০৭ ৩/১ ২৫-২৬ ¶১৩
आओ हम मिलकर यहोवा के नाम की स्तुति करें
13 “मैं यहोवा पर घमण्ड करूंगा; नम्र लोग यह सुनकर आनन्दित होंगे।” (भजन 34:2) इस आयत में दाऊद अपनी किसी कामयाबी पर घमंड नहीं कर रहा था। उदाहरण के लिए, उसने इस बात के लिए डींग नहीं मारी कि उसने किस तरह गत के राजा की आँखों में धूल झोंकी थी। दाऊद को एहसास था कि गत में यहोवा ने ही उसकी हिफाज़त की और उसकी मदद की बदौलत ही उसकी जान बची थी। (नीतिवचन 21:1) इस तरह, दाऊद ने खुद पर नहीं बल्कि यहोवा पर घमंड किया। उसने यहोवा की बड़ाई की, इसलिए नम्र लोग यहोवा की तरफ खिंचे चले आए। उसी तरह, यीशु ने भी हमेशा यहोवा के नाम की बड़ाई की, और इस वजह से नम्र और सीखने के लिए तैयार लोग यहोवा के करीब आए। आज भी, सभी जातियों के नम्र लोग आत्मा से अभिषिक्त मसीहियों की उस अंतर्राष्ट्रीय कलीसिया की तरफ खिंचे चले आ रहे हैं, जिसका मुखिया यीशु है। (कुलुस्सियों 1:18) जब ये नम्र लोग, परमेश्वर के दीन सेवकों को उसके नाम की महिमा करते और बाइबल का संदेश देते हुए सुनते हैं और परमेश्वर की आत्मा उन्हें यह संदेश समझने में मदद देती है, तो यह सब उनके दिल को छू जाता है।—यूहन्ना 6:44; प्रेरितों 16:14.
w০৭ ৩/১ ২৬ ¶১৫
आओ हम मिलकर यहोवा के नाम की स्तुति करें
15 “मैंने यहोवा से मांगा और उसने मुझे उत्तर दिया और मेरे सब भय से मुझे छुटकारा दिया।” (भजन 34:4, NHT) दाऊद का यह तजुरबा उसके लिए बहुत मायने रखता था। इसलिए उसने आगे कहा: “इस दीन जन ने पुकारा तब यहोवा ने सुन लिया, और उसको उसके सब कष्टों से छुड़ा लिया।” (भजन 34:6) जब हम अपने मसीही भाई-बहनों के साथ सभाओं में इकट्ठे होते हैं, तो हमें अपने अनुभव बताने के कई मौके मिलते हैं कि यहोवा ने कैसे मुश्किल हालात को सहने में हमारी मदद की। इससे हमारे भाइयों का विश्वास मज़बूत होता है, ठीक जैसे दाऊद के अनुभव सुनने पर उसके साथियों का विश्वास मज़बूत हुआ था। दाऊद के साथियों ने “ [यहोवा की ] ओर दृष्टि की, उन्हों ने ज्योति पाई; और उनका मुंह कभी काला [“लज्जित,” नयी हिन्दी बाइबिल ] न होने पाया।” (भजन 34:5) हालाँकि दाऊद के आदमी, राजा शाऊल से भाग रहे थे, मगर उन्होंने कभी लज्जा या शर्म महसूस नहीं की। उन्हें पूरा यकीन था कि परमेश्वर, दाऊद के साथ है और इसी वजह से उनके चेहरों पर ज्योति या रौनक थी। उसी तरह, आज दिलचस्पी दिखानेवाले नए लोग और लंबे समय से यहोवा की सेवा करनेवाले, दोनों मदद के लिए उस पर आस लगाते हैं। क्योंकि उन्होंने खुद अपनी ज़िंदगी में यहोवा की मदद को महसूस किया है, इसलिए उनके दमकते चेहरों से साफ झलकता है कि उन्होंने यहोवा के वफादार बने रहने की ठान ली है।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৫/১৫ ২০ ¶২
গীতমালা কিতাপৰ প্ৰথম ভাগৰ আলোকপাত
৩৫:১৯—দায়ূদে তেওঁৰ শত্ৰুসকলক “চকু টিপিয়াবলৈ নিদিবা” বুলি অনুৰোধ কৰিছিল, ইয়াৰ অৰ্থ কি? চকু টিপিয়াৰ অৰ্থ হৈছে দায়ূদৰ শত্ৰুসকলে যেতিয়া তেওঁক বৰ্বাদ কৰাৰ ষড়যন্ত্ৰত সফল হʼল, তেতিয়া তেওঁলোকে বহুত আনন্দিত হৈছিল। সেইবাবে, দায়ূদে এইদৰে হʼবলৈ নিদিবলৈ ঈশ্বৰক অনুৰোধ কৰিলে।