ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr24 মে’ পৃষ্ঠা ১-১৩
  • “জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ” বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ” বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৪
  • উপশীৰ্ষক
  • মে’ ৬-১২
  • মে’ ১৩-১৯
  • মে’ ২০-২৬
  • মে’ ২৭–জুন ২
  • জুন ৩-৯
  • জুন ১০-১৬
  • জুন ১৭-২৩
  • জুন ২৪-৩০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৪
mwbr24 মে’ পৃষ্ঠা ১-১৩

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2024 Watch Tower Bible and Tract Society of Pennsylvania

মে’ ৬-১২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৩৬-৩৭

“দুৰাচাৰীবোৰৰ বিষয়ে বেজাৰ নাপাবা”

w১৭.০৪ ১০ ¶৪

जब परमेश्‍वर का राज आएगा, तो क्या-क्या मिट जाएगा?

4 दुष्ट लोगों का आज हम पर क्या असर पड़ता है? प्रेषित पौलुस ने कहा था कि आखिरी दिनों में “संकटों से भरा ऐसा वक्‍त आएगा जिसका सामना करना मुश्‍किल होगा।” फिर उसने कहा, “दुष्ट और फरेबी बद-से-बदतर होते चले जाएँगे।” (2 तीमु. 3:1-5, 13) क्या आप इन बातों को पूरा होते देख रहे हैं? हममें से कई लोग ऐसे हैं जिन्हें गुंडे-बदमाशों, जाति-भेद करनेवालों या खतरनाक अपराधियों ने अपना शिकार बनाया है। इनमें से कुछ लोग तो खुलेआम बुराई करते हैं। और दूसरे ऐसे हैं जो लोगों की मदद करने का दिखावा करते हैं लेकिन असल में उनके इरादे बुरे होते हैं। हो सकता है कि हमारे साथ कोई वारदात न हुई हो मगर फिर भी दुष्ट लोगों का हम पर बुरा असर होता है। जैसे, जब हम खबर सुनते हैं कि किसी ने एक बच्चे, बुज़ुर्ग या किसी लाचार इंसान के साथ बदसलूकी या कोई घिनौनी हरकत की है तो क्या हम अंदर-ही-अंदर बहुत दुखी नहीं हो जाते? सच, दुष्ट लोगों के काम जंगली जानवरों जैसे और शैतानी हैं। (याकू. 3:15) लेकिन खुशी की बात है कि यहोवा का वचन बाइबल हमें बढ़िया आशा देती है।

w২২.০৬ ১০ ¶১০

ক্ষমা কৰা লোকসকলক যিহোৱাই আশীৰ্বাদ দিয়ে

১০ খং পুহি ৰাখিলে আমাৰ নিজৰে ক্ষতি হয়। যদি আমি খং পুহি ৰাখোঁ, তেনেহʼলে আমি নিজৰ মনত ডাঙৰ বোজা লৈ থকা যেন হয়। (ইফিচীয়া ৪:৩১, ৩২ পঢ়ক।) সেই কাৰণে যিহোৱাই এইদৰে কৈছে, “ক্ৰোধ এৰা, কোপ ত্যাগ কৰা।” (গীত. ৩৭:৮) সঁচাকৈ ই এটা ভাল পৰামৰ্শ। যদি আমি খং পুহি ৰাখোঁ, তেনেহʼলে বিহ খোৱা নিচিনা হʼব। খং পুহি ৰাখিলে আমাৰে ক্ষতি হয় আৰু আমি চিন্তিত হৈ থাকিব পাৰোঁ। ইয়ে আমাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। (হিতো. ১৪:৩০) কিন্তু যদি আমি খং পুহি নাৰাখোঁ, তেনেহʼলে আমি নিজে লাভৱান হʼম। (হিতো. ১১:১৭) আমি মনত শান্তি লাভ কৰিম আৰু আমাৰ স্বাস্থ্য ভালে থাকিব। এইদৰে আমি আনন্দিত থাকিব পাৰিম আৰু যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিম।

w২২.০৮ ১১ ¶১১

যিহোৱাই আমাক চাই থাকে

১১ যিহোৱাই ইয়োবৰ লগত কথা পতাৰ দৰে আজি আমাৰ লগত কথা নাপাতে। কিন্তু তেওঁ বাইবেলৰ যোগেদি আমাৰ লগত কথা পাতে। (ৰোম. ১৫:৪) তেওঁ বাইবেলত এনে কিছুমান কথা লিখুৱাইছে, যিবোৰ পঢ়ি আমি সমস্যাৰ সময়ত শান্ত্বনা লাভ কৰোঁ। তেওঁ আমাক আশ্বাস দিছে যে যিমানেই ডাঙৰ সমস্যা নহওক কিয়, সেইবোৰে ঈশ্বৰৰ প্ৰেমৰ পৰা “আমাক বিচ্ছিন্ন [আঁতৰ] কৰিব নোৱাৰে।” (ৰোম. ৮:৩৮, ৩৯) তেওঁ প্ৰতিজ্ঞা কৰিছে যে ‘যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ।’ (গীত. ১৪৫:১৮) যদি আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰোঁ, তেনেহʼলে আমি যিকোনো সমস্যাৰ সন্মুখীন হʼব পাৰিম আৰু সমস্যাৰ মাজতো আনন্দত থাকিব পাৰিম। (১ কৰি. ১০:১৩; যাকো. ১:২, ১২) বাইবেলত কোৱা হৈছে যে ভৱিষ্যতে আমি অনন্ত জীৱন জীয়াই থাকিম আৰু ইয়াৰ তুলনাত আজি আমি যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছোঁ, সেইবোৰ অলপদিনীয়া। (২ কৰি. ৪:১৬-১৮) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে অতি সোনকালে তেওঁ চয়তান আৰু তাক সহযোগ কৰা সকলোকে ধ্বংস কৰিব। (গীত. ৩৭:১০) ভৱিষ্যতৰ এই প্ৰতিজ্ঞাবোৰৰ বিষয়ে চিন্তা কৰিলে আমাৰ বৰ ভাল লাগে আৰু আমি শান্ত্বনা লাভ কৰোঁ। বাইবেলত আৰু এনে বহুতো পদ লিখা আছে, যিবোৰ পঢ়িলে আমি শান্ত্বনা লাভ কৰোঁ। আপুনি এনে ধৰণৰ বাইবেলৰ কিছুমান পদ মুখস্থ কৰিছেনে?

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৪৪৫

পাহাৰ বা পৰ্বত

সদায় টিকি থকা বা ওখ: আমি জানোঁ যে এখন পাহাৰ বা পৰ্বত সদায় একে ঠাইতে টিকি থাকে, তাক কেতিয়াও লৰচৰ কৰিব নোৱাৰি। (যিচ ৫৪:১০; হব ৩:৬. গীত ৪৬:২ পদৰ লগত তুলনা কৰক।) সেইবাবে, যেতিয়া গীত ৰচক এজনে কৈছিল যে যিহোৱাৰ ভাল কামবোৰ “পৰ্ব্বতসমূহৰ নিচিনা” হয়, তেতিয়া তেওঁ হয়তো কʼব বিচাৰিছিল যে যিহোৱাৰ নৈতিক মানদণ্ডবোৰ কেতিয়াও সলনি নহয়। (গীত ৩৬:৬) অথবা ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে ঈশ্বৰৰ নৈতিক মানদণ্ডবোৰ, মানুহৰ মানদণ্ডতকৈ বহুগুণে ওখ। (যিচ ৫৫:৮, ৯ পদৰ লগত তুলনা কৰক।) প্ৰকাশিত বাক্য ১৬:২০ পদত কোৱা হৈছে যে যেতিয়া ঈশ্বৰৰ ক্ৰোধৰ সপ্তম বাটি ঢালি দিয়া হʼব, তেতিয়া পৃথিৱীত যিবোৰ বস্তু পৰ্বতৰ দৰে ওখ বা ডাঙৰ সেইবোৰো ৰক্ষা নপৰিব।—যিৰি ৪:২৩-২৬ পদৰ লগত তুলনা কৰক।

মে’ ১৩-১৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৩৮-৩৯

বেছিকৈ দোষী অনুভৱ কৰাৰ পৰা আঁতৰি থাকক

w২০.১১ ২৭ ¶১২-১৩

ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি ৰাখক

১২ প্ৰথম যোহন ৩:১৯, ২০ পঢ়ক। আমি সকলোৱে নিজৰ ভুলৰ বিষয়ে চিন্তা কৰি কেতিয়াবা কেতিয়াবা দোষী অনুভৱ কৰোঁ। কিছুমান লোকে সত্য শিকাৰ আগতে যি ভুল কৰিছিল, তাৰ বিষয়ে চিন্তা কৰি দোষী অনুভৱ কৰে। কিছুমান লোকে বাপ্তিষ্মা লোৱাৰ পাছত যি ভুল কৰে, তাৰ বিষয়ে চিন্তা কৰি তেওঁলোকৰ বিবেকে দংশন কৰে। (ৰোম. ৩:২৩) যদিও আমি সদায় সঠিক কাম কৰিব বিচাৰোঁ, তথাপি আমি “সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” (যাকো. ৩:১; ৰোম. ৭:২১-২৩) আমি ভুল কৰিছোঁ বুলি যেতিয়া আমাৰ বিবেকে দংশন কৰে, তেতিয়া আমাক ভাল নালাগে। কিন্তু দোষী হোৱা ভাবনাৰপৰা কিছুমান লাভ হয়। আমি নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই ভুল পুনৰ নকৰোঁ বুলি থিৰাং কৰি লওঁ।—ইব্ৰী ১২:১২, ১৩.

১৩ কেতিয়াবা কেতিয়াবা এইদৰে হʼব পাৰে যে আমি নিজৰ ভুলবোৰক লৈ প্ৰয়োজনতকৈ বেছি দোষ অনুভৱ কৰোঁ। যদিও আমি অনুতাপ কৰিলোঁ আৰু যিহোৱাই আমাক ক্ষমাও কৰিলে, তথাপি দোষীৰ ভাবনা আমাৰ মনৰপৰা আঁতৰি নাযায়। এইদৰে প্ৰয়োজনতকৈ অধিক দোষী অনুভৱ কৰিলে আমাৰ ক্ষতি হʼব পাৰে। (গীত. ৩১:১০; ৩৮:৩, ৪) কেনেকৈ? ইয়াক বুজিবলৈ এজনী ভনীৰ উদাহৰণলৈ মন কৰক। তাই সত্য শিকাৰ আগতে বহুতো পাপ কৰিছিল আৰু দোষীৰ ভাবনাক নিয়ন্ত্ৰণ কৰিবলৈ বৰ কঠিন হৈছিল। তাই এইদৰে কয়, “মই ভাবিছিলোঁ যে মোৰ নিচিনা ব্যক্তিয়ে যিহোৱাৰ সেৱাত পৰিশ্ৰম কৰাটো ব্যৰ্থ। মই এনেধৰণৰ কাম কৰিলোঁ যে আহিবলগীয়া বিনাশত হয়তো মই নাবাচিম।” বহুতোলোকে হয়তো এই ভনীগৰাকীৰ দৰেই অনুভৱ কৰে। কিন্তু আমি মনত ৰখা উচিত যে আমি সদায় নিজকে দোষী কৰাৰপৰা আঁতৰি থাকিব লাগিব। যিহোৱাই ক্ষমা কৰাৰ সত্ত্বেও যদি আমি কোনো কামৰ যোগ্য নহওঁ বুলি ভাবোঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে চয়তান বৰ আনন্দিত হয়।— ২ কৰিন্থীয়া ২:৫-৭, ১১ পদৰ লগত তুলনা কৰক।

w০২ ১১/১৫ ২০ ¶১-২

एक ऐसी ज़िंदगी कैसे जीएँ जिससे यहोवा खुश हो?

हमारी ज़िंदगी बस चार दिन की लगती है और जो देखते-ही-देखते खत्म हो जाती है। भजनहार दाऊद ने इस बात पर गौर किया कि हमारी ज़िंदगी इतनी छोटी क्यों हैं। इसलिए उसके दिल ने उसे यह प्रार्थना करने के लिए उभारा: “हे यहोवा, मुझको बता कि मेरे साथ क्या कुछ घटित होने वाला है? मुझे बता, मैं कब तक जीवित रहूँगा? मुझको जानने दे सचमुच मेरा जीवन कितना छोटा है। हे यहोवा, तूने मुझको बस एक क्षणिक जीवन दिया।” दाऊद अपनी बोली और अपने कामों से परमेश्‍वर को खुश करना चाहता था, यही उसकी ज़िंदगी की सबसे बड़ी चिंता थी। परमेश्‍वर पर उसे कितना भरोसा है उसके बारे में उसने कहा: “मेरी आशा तो तेरी ओर लगी है!” (भजन 39:4, 5, 7) यहोवा ने दाऊद की प्रार्थना सुनी। उसने सचमुच दाऊद के कामों पर गौर किया और उसके मुताबिक उसे आशीषें दीं।

ज़िंदगी की भाग-दौड़ में, साथ ही ढेर सारा काम निपटाने के चक्कर में हम इतना खो सकते हैं कि हमें साँस लेने की भी फुरसत ना मिले। खासकर जब हमारे पास समय कम हो मगर देखने और करने को बहुत कुछ हो तो शायद हम खाहमखाह चिंता में डूब जाएँ। क्या हम भी दाऊद की तरह यही चाहते हैं कि हम अपनी ज़िंदगी इस तरह जीएँ जिससे परमेश्‍वर खुश हो? इसमें कोई शक नहीं कि यहोवा हममें से हरेक को देखता है और बड़े ध्यान से हमारी जाँच करता है। परमेश्‍वर का भय रखनेवाले, अय्यूब ने करीब 3,600 साल पहले इस बात को पहचाना कि यहोवा ने उसके सारे कामों को परखा है। अय्यूब ने अपने आप से सवाल किया: “जब वह मुझ से लेखा लेगा तब मैं क्या उत्तर दूंगा?” (NHT) (अय्यूब 31:4-6, 14) अगर हम आध्यात्मिक बातों को पहला स्थान देंगे, परमेश्‍वर की आज्ञाओं को मानेंगे और अपने समय का अच्छा इस्तेमाल करेंगे तो हम ऐसी ज़िंदगी जी पाएँगे जो परमेश्‍वर को पसंद होगी। आइए हम इन बातों को और भी करीब से जाँचें।

w২১.১০ ১৫ ¶৪

যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক

বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰক। আপোনাৰ পিতৃ যিহোৱাই ভালদৰে জানে যে দোষৰ ভাৱনা সহজে আঁতৰি নাযায়। সেইবাবে, প্ৰাৰ্থনা কৰাটো কঠিন হʼব পাৰে। (ৰোম. ৮:২৬) তথাপি “প্ৰাৰ্থনাত লাগি” থাকক আৰু যিহোৱাক কওক যে আপুনি তেওঁৰ লগত পুনৰ বন্ধুত্ব কৰিব বিচাৰে। (ৰোম. ১২:১২) যেতিয়া ভাই আন্দ্ৰেই এইদৰে কৰিলে, তেতিয়া তেওঁৰ বহুতো লাভ হʼল। তেওঁ এইদৰে কৈছে, “মই বহুত দোষ অনুভৱ কৰিছিলোঁ আৰু লাজো অনুভৱ কৰিছিলোঁ। কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত মই মনত শান্তি লাভ কৰিছিলোঁ।” যদি আপুনি বুজি নাপায় যে আপুনি প্ৰাৰ্থনাত কি কʼব লাগে, তেনেহʼলে ৰজা দায়ূদৰ প্ৰাৰ্থনালৈ ধ্যান দিয়ক। তেওঁ এই প্ৰাৰ্থনা অনুতাপ কৰাৰ পাছত লিখিছিল। এই প্ৰাৰ্থনাবোৰ গীতমালা ৫১ আৰু ৬৫-ত উল্লেখ আছে।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.০৯ ১২-১৩ ¶১৬

ভৰসাযোগ্য হওক!

১৬ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। এজন ভৰসাযোগ্য ব্যক্তি হ’বলৈ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজন। আমি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে কোনো গোপনীয় কথা আনক কেতিয়াও নজনাম। তেতিয়াও নজনাম, যেতিয়া আমাক কʼবলৈ মন যায়। (হিতোপদেশ ১০:১৯ পঢ়ক।) বিশেষকৈ চচিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত এই কথা আমি বেছিকৈ ধ্যান দিয়া উচিত। যদি আমি ধ্যান নিদিওঁ, তেনেহʼলে আমি হয়তো নজনাকৈ ইন্টাৰনেটত এনে কথা কৈ দিব পাৰোঁ, যাৰ বিষয়ে বহুতো লোকে জনাটো উচিত নহয়। এবাৰ কোনো এটা কথা ইন্টাৰনেটত দিয়াৰ পাছত এই কথা কিমান লোকৰ মাজত বিয়পি পৰিব, তেওঁলোকে ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব আৰু ইয়াৰ যোগেদি কি কি সমস্যা হ’ব পাৰে আমি ক’ব নোৱাৰোঁ। বিৰোধীসকলে আমাৰ ভাই-ভনীসকলৰ বিষয়ে কথা উলিয়াবলৈ চেষ্টা কৰাৰ সময়তো আমি নিজকে নিয়ন্ত্ৰণ কৰি মনে মনে থকা উচিত। হয়তো আমি এনে এখন দেশত থাকিব পাৰোঁ, য’ত আমাৰ কামৰ বিৰোধ কৰা হয় বা নিষেধ কৰা হৈছে আৰু হয়তো পুলিচে আমাক সোধ-পোচ কৰিব পাৰে। আমাৰ লগত এইদৰে হʼলে আমি ‘মুখত সোপা দি থকা’ অৰ্থাৎ মনে মনে থকা উচিত আৰু আমাৰ ভাই-ভনীসকলে বিপদত পৰা এনে কোনো কথা কোৱা উচিত নহয়। (গীত. ৩৯:১য়্ৰ) আমাৰ পৰিয়াল, বন্ধু, ভাই-ভনী আৰু আন লোকসকলে আমাৰ ওপৰত ভৰসা কৰাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু আমি নিজকে নিয়ন্ত্ৰণ কৰিলেহে তেওঁলোকে আমাৰ ওপৰত ভৰসা কৰিব পাৰিব।

মে’ ২০-২৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৪০-৪১

আমি কিয় আনক সহায় কৰা উচিত?

w১৮.০৮ ২২ ¶১৬-১৮

उदारता से देनेवाले खुश रहते हैं

16 जो लोग दिल से उदार होते हैं, वे निस्वार्थ भाव से दूसरों की मदद करते हैं। वे बदले में कुछ पाने की उम्मीद नहीं करते। यीशु ने कहा था, “जब तू दावत दे, तो गरीबों, अपाहिजों, लँगड़ों और अंधों को न्यौता देना। तब तुझे खुशी मिलेगी क्योंकि तुझे बदले में देने के लिए उनके पास कुछ नहीं है।” (लूका 14:13, 14) बाइबल में लिखा है, “दरियादिल इंसान पर आशीषें बरसेंगी” और “सुखी है वह इंसान जो दीन-दुखियों का लिहाज़ करता है।” (नीति. 22:9; भज. 41:1) लोगों की मदद करने से हमें सच में खुशी मिलती है।

17 जब पौलुस ने यीशु की यह बात कही कि “लेने से ज़्यादा खुशी देने में है,” तो वह सिर्फ खाने और कपड़े जैसी चीज़ें देने की बात नहीं कर रहा था। हम लोगों को और भी कुछ दे सकते हैं। हम उनका हौसला बढ़ा सकते हैं, बाइबल से बढ़िया सलाह दे सकते हैं और दूसरे तरीकों से उनकी मदद कर सकते हैं। (प्रेषि. 20:31-35) पौलुस ने अपनी बातों और कामों से सिखाया कि हमें किस तरह उदार होना चाहिए। जैसे, हमें लोगों को अपना समय देना चाहिए, उनकी खातिर मेहनत करनी चाहिए, उन पर ध्यान देना चाहिए और उनसे प्यार करना चाहिए।

18 इंसानों के व्यवहार पर अध्ययन करनेवालों ने पाया है कि किसी को कुछ देने से लोगों को खुशी मिलती है। एक लेख में बताया गया है कि लोग खुद कहते हैं कि उन्हें तब ज़्यादा खुशी मिलती है, जब वे दूसरों के लिए कुछ अच्छा करते हैं। अध्ययन करनेवाले कहते हैं कि दूसरों की मदद करने पर हमें लगता है कि हमने ज़िंदगी में कुछ किया है। इस वजह से कुछ विशेषज्ञ सुझाव देते हैं कि अगर आप ज़्यादा खुश और तंदुरुस्त रहना चाहते हैं, तो स्वयंसेवा कीजिए। उनकी इस बात से हमें हैरानी नहीं होती, क्योंकि हमारे सृष्टिकर्ता यहोवा ने हमेशा से यही कहा है कि ज़्यादा खुशी देने में है।—2 तीमु. 3:16, 17.

w১৫ ১২/১৫ ২৪ ¶৭

यहोवा आपको सँभालेगा

7 अगर आप बीमार हैं, तो आप इस बात का ज़रूर यकीन रख सकते हैं कि यहोवा आपको दिलासा देगा और आपको सँभालेगा, जैसे उसने बीते समय में अपने सेवकों को सँभाला। राजा दाविद ने लिखा, “क्या ही धन्य है वह, जो कंगाल की सुधि रखता है! विपत्ति के दिन यहोवा उसको बचाएगा। यहोवा उसकी रक्षा करके उसको जीवित रखेगा।” (भज. 41:1, 2) हम जानते हैं कि दाविद के दिनों में जिस व्यक्‍ति ने किसी कंगाल या दीन-दुखियारे की मदद की, वह हमेशा जीवित नहीं रहा। इसलिए दाविद का यह मतलब बिलकुल नहीं था कि इस तरह मदद करनेवाले लोग चमत्कार से जीवित रहेंगे और हमेशा की ज़िंदगी पाएँगे। तो फिर उसके कहने का क्या मतलब हो सकता है? यही कि परमेश्‍वर अच्छे और वफादार लोगों की मदद करेगा। कैसे? दाविद समझाता है, “जब वह [रोग] के मारे [बिस्तर] पर पड़ा हो, तब यहोवा उसे सम्भालेगा; तू रोग में उसके पूरे बिछौने को उलटकर ठीक करेगा।” (भज. 41:3) जी हाँ, जो व्यक्‍ति किसी दीन-दुखियारे की मदद करता है, उसका यह काम और उसकी वफादारी परमेश्‍वर कभी नहीं भूलता। इसलिए, अगर वह बीमार हो जाता है, तो परमेश्‍वर उसे बुद्धि और ताकत दे सकता है। साथ ही, परमेश्‍वर ने इंसान का शरीर इस तरह बनाया है कि यह खुद को ठीक कर सकता है।

w১৭.০৯ ১২ ¶১৭

करुणा करने में यहोवा की मिसाल पर चलिए

17 यह सच है कि करुणा करने से हमें फायदे होते हैं। लेकिन करुणा करने की सबसे अहम वजह है कि हम यहोवा की मिसाल पर चलना चाहते हैं और उसकी महिमा करना चाहते हैं। वह प्यार और करुणा का परमेश्‍वर है। (नीति. 14:31) उसने हमारे लिए सबसे बेहतरीन मिसाल रखी है। तो आइए हम यहोवा की मिसाल पर चलकर दूसरों पर करुणा करने की भरसक कोशिश करें। ऐसा करने से हम अपने भाई-बहनों के करीब आ पाएँगे और दूसरों के साथ अच्छा रिश्‍ता बना पाएँगे।—गला. 6:10; 1 यूह. 4:16.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ১৬

যিহোৱা

যিহোৱাৰ শাসন কৰাৰ পদ্ধতিয়ে সঠিক হয় আৰু তেওঁৰ নাম পবিত্ৰ কৰাটোৱেই হৈছে বাইবেলৰ মুখ্য বিষয়। যেতিয়া ঈশ্বৰৰ নামত লগা সকলো কলংক নাইকিয়া হʼব, সকলো স্বৰ্গদূত আৰু মানুহে যিহোৱাক সন্মান কৰিব আৰু তেওঁক গোটেই বিশ্বৰ সৃষ্টিকৰ্তা বুলি মানিব, তেতিয়াহে এইদৰে হʼব। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম থাকিব লাগিব। তেতিয়াহে তেওঁলোকে নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰিব পাৰিব আৰু তেওঁৰ ইচ্ছা পূৰ কৰি আনন্দ পাব। এই কথা দায়ূদে গীতমালা ৪০:৫-১০ পদত উল্লেখ কৰা নিজৰ প্ৰাৰ্থনাত বহুত সুন্দৰকৈ কৈছে। আমি যিহোৱাৰ নাম কেনেকৈ পবিত্ৰ কৰিব পাৰোঁ তাৰ বিষয়েও তেওঁ কৈছে। (মন কৰক যে ইব্ৰী ১০:৫-১০ পদৰ অনুসৰি এই গীতত লিখা কিছুমান কথা যীচু খ্ৰীষ্টৰ ওপৰত কেনেকৈ প্ৰয়োগ হয়।)

মে’ ২৭–জুন ২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৪২-৪৪

যিহোৱাৰ পৰা পোৱা শিক্ষাৰ সম্পূৰ্ণকৈ লাভ উঠাওক

w০৬ ৬/১ ৯ ¶৪

भजन संहिता किताब के दूसरे भाग की झलकियाँ

42:4, 5, 11; 43:3-5. अगर किसी वजह से, जिस पर हमारा कोई बस नहीं, हम कुछ समय के लिए मसीही कलीसिया से जुदा हो जाते हैं, तो ऐसे में बीते समय के दौरान हमें कलीसिया के साथ संगति करने की जो खुशी मिली थी, उसकी यादें हमें थाम सकती है। हालाँकि शुरू-शुरू में ये यादें हमारी तनहाई का दर्द बढ़ा सकती हैं, मगर ये हमें इस बात का एहसास भी दिला सकती हैं कि यहोवा हमारा शरणस्थान है और राहत पाने के लिए हमें उस पर आस लगाए रखने की ज़रूरत है।

w১২ ১/১৫ ১৫ ¶২

निजी अध्ययन को बनाइए असरदार और मज़ेदार!

1 प्रार्थना कीजिए: पहला कदम है प्रार्थना करना। (भज. 42:8) यह ज़रूरी क्यों है? परमेश्‍वर के वचन का अध्ययन करना हमारी उपासना का हिस्सा है। इसलिए हमें यहोवा से प्रार्थना में दरखास्त करनी चाहिए कि वह सीखी हुई बातों को समझने और अमल में लाने के लिए हमारा दिलो-दिमाग खोल दे और हमें अपनी पवित्र शक्‍ति दे। (लूका 11:13) लंबे अरसे से मिशनरी रही बारब्रा कहती है: “बाइबल पढ़ने या अध्ययन करने से पहले मैं हमेशा प्रार्थना करती हूँ। उसके बाद मैं महसूस करती हूँ कि यहोवा मेरे साथ है और जो मैं कर रही हूँ उससे खुश है।” अगर हम अध्ययन करने से पहले प्रार्थना करें तो हमारा मन उस आध्यात्मिक भोजन को लेने के लिए पूरी तरह तैयार हो जाएगा जो यहोवा हमें भरपूर मात्रा में देता है।

w১৬.০৯ ৫-৬ ¶১১-১২

‘तेरे हाथ ढीले न पड़ें’

11 यहोवा एक और तरीके से हमारी हिम्मत बँधाता है। वह हमें मसीही सभाओं, सम्मेलनों, अधिवेशनों और मसीही स्कूलों के ज़रिए शिक्षा देता है। इस शिक्षा से हम यहोवा की सेवा सही इरादे से कर पाते हैं, अच्छे लक्ष्य रख पाते हैं और अपनी मसीही ज़िम्मेदारियाँ निभा पाते हैं। (भज. 119:32) क्या आप यहोवा की शिक्षा से हिम्मत पाने के लिए बेताब हैं?

12 आज यहोवा कोई चमत्कार करके हमारी समस्याएँ दूर नहीं करता, मगर इनका सामना करने में वह हमारी मदद ज़रूर करता है। उसने अमालेकियों और कूशियों को हराने में इसराएलियों की मदद की। उसने नहेमायाह और दूसरे यहूदियों को ताकत दी ताकि वे यरूशलेम की शहरपनाह बनाने का काम पूरा कर सकें। उसी तरह परमेश्‍वर हमें भी ताकत देगा कि हम अपनी चिंताओं, विरोध और लोगों की बेरुखाई के बावजूद प्रचार काम करते रहें। (1 पत. 5:10) लेकिन हमें भी अपनी तरफ से कुछ करने की ज़रूरत है। हमें हर दिन परमेश्‍वर का वचन पढ़ना चाहिए। हमें हर हफ्ते सभाओं की तैयारी करनी चाहिए और उनमें हाज़िर होना चाहिए। हमें लगातार निजी बाइबल अध्ययन और पारिवारिक उपासना करनी चाहिए। हमें यहोवा से हमेशा प्रार्थना करनी चाहिए। यहोवा ने ये सारे इंतज़ाम हमें हिम्मत देने के लिए किए हैं। इसलिए आइए हम ठान लें कि हम किसी भी बात को इन कामों के आड़े आने नहीं देंगे। अगर आपको लगता है कि इनमें से किसी भी काम में आपके हाथ ढीले पड़ गए हैं तो परमेश्‍वर से मदद माँगिए। उसकी पवित्र शक्‍ति आपके ‘अंदर काम करेगी ताकि आपके अंदर इच्छा पैदा हो और आप उस पर अमल भी करें।’ (फिलि. 2:13) आप दूसरों के भी हाथ मज़बूत कर सकते हैं। कैसे?

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৯ ১১/১৫ ৯ ¶১১-১২

বাইবেল অধ্যয়নৰ সহায়ত আৰু ভালদৰে প্ৰাৰ্থনা কৰক

১১ গীতমালা কিতাপৰ অধ্যয়ন কৰিলে আপুনি আৰু ভালদৰে প্ৰাৰ্থনা কৰিব পাৰিব। ইয়াৰ লগতে আপুনি যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰে যে তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব। এজন লেবীৰ উদাহৰণলৈ মন কৰক। তেওঁ দাসত্বত আছিল, সেইবাবে কিছু সময়লৈকে তেওঁ যিহোৱাৰ মন্দিৰত আহিব পৰা নাছিল। তথাপিও তেওঁ ধৈৰ্য্য ধৰিলে। তেওঁ এটি গীতত এইদৰে কৈছিল, “হে মোৰ মন, তুমি কিয় অধোমুখ হৈছা? মোৰ অন্তৰত কিয় ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কিয়নো মই পুনৰায় তেওঁৰ স্তুতি কৰিবলৈ পাম; তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।”—গীত. ৪২:৫, ১১; ৪৩:৫.

১২ সেই লেবীজনৰ পৰা আপুনি কি শিকিব পাৰে? ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ বাবে যদি আপোনাক জেলত বন্ধী কৰা হৈছে আৰু আপুনি নিজৰ খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত মিলি উপাসনাৰ ঠাইত একগোট হʼব পৰা নাই, তেনেহʼলে ধৈৰ্য্য ধৰক আৰু যিহোৱাই আপোনাৰ ফলীয়া হৈ কাম কৰিব বুলি ভৰসা ৰাখক। (গীত. ৩৭:৫) অতীতত ঈশ্বৰৰ সেৱা কৰি আপুনি যিবোৰ আশীৰ্বাদ আৰু আনন্দ লাভ কৰিছিল, তাৰ বিষয়ে মনন কৰক। ধৈৰ্য্য ধৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। যেতিয়ালৈকে তেওঁ সকলোবোৰ ঠিক নকৰে আৰু আপুনি তেওঁৰ লোকসকলক সংগতি কৰিব নোৱাৰে, তেতিয়ালৈকে ‘ঈশ্বৰৰ ওপৰত ভৰসা কৰি’ থাকক।

জুন ৩-৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৪৫-৪৭

এজন ৰজাৰ বিয়াৰ বিষয়ে এটি গীত

w১৪ ২/১৫ ৯-১০ ¶৮-৯

मेम्ने की शादी पर खुशियाँ मनाइए!

8 भजन 45:13, 14क पढ़िए। दुल्हन ने “अपने दूल्हे के लिए सिंगार” किया है और वह इस शाही घराने में होनेवाली शादी के लिए “अति शोभायमान” लग रही है। प्रकाशितवाक्य 21:2 में दुल्हन की तुलना नयी यरूशलेम नगरी से की गयी है। यह स्वर्गीय नगरी “परमेश्‍वर की महिमा” के तेज से चमक रही है। उसकी चमक “सबसे अनमोल रत्न, यानी बिल्लौर की तरह दमकते यशब जैसी” है। (प्रका. 21:10, 11) नयी यरूशलेम की बेमिसाल सुंदरता के बारे में प्रकाशितवाक्य की किताब में बहुत ही खूबसूरती से बताया गया है। (प्रका. 21:18-21) इसमें कोई शक नहीं कि क्यों भजनहार इस दुल्हन की खूबसूरती का इस तरह बखान करता है। आखिर स्वर्ग के राज-घराने में होनेवाली शादी से हम यही तो उम्मीद करेंगे।

9 दुल्हन को अपने दूल्हे, यानी मसीहाई राजा के पास लाया जाता है। मसीहाई राजा ने दुल्हन को “वचन” की मदद से स्वच्छ करके उसे तैयार किया है। वह “पवित्र और बेदाग” है। (इफि. 5:26, 27) दुल्हन के कपड़े भी इस मौके के लिए सही होने चाहिए। और इसमें कोई शक नहीं कि उसके कपड़े बहुत खूबसूरत हैं। “उसके वस्त्र में सुनहले बूटे कढ़े हुए हैं” और “वह बूटेदार वस्त्र पहिने हुए राजा के पास पहुंचाई जाएगी।” मेम्ने की शादी के लिए “उसे [दुल्हन को] यह अधिकार दिया गया है कि वह उजला, साफ और बढ़िया मलमल पहनकर सजे, क्योंकि बढ़िया मलमल पवित्र जनों के नेक कामों की निशानी है।”—प्रका. 19:8.

w২২.০৫ ১৭ ¶১০-১২

প্ৰকাশিত বাক্যত আমাৰ ভৱিষ্যতৰ বাবে আশা

১০ যেতিয়া যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰা হʼব, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰিব? তেওঁ এইদৰে কৈছে, “মোৰ নাকত ক্ৰোধাগ্নি উঠিব।” (যিহি. ৩৮:১৮, ২১-২৩) প্ৰকাশিত বাক্য ১৯ অধ্যায়ত কোৱা হৈছে যে সেইসময়ত যিহোৱাই কি কৰিব। যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ আৰু শত্ৰুসকলক নাশ কৰিবলৈ নিজৰ পুত্ৰক পঠিয়াব। যীচুৰ লগত ‘স্বৰ্গীয় সৈন্যবিলাক’ অৰ্থাৎ বিশ্বাসী স্বৰ্গদূত আৰু ১,৪৪,০০০ জন লোকো থাকিব। (প্ৰকা. ১৭:১৪; ১৯:১১-১৫) এই যুদ্ধৰ পৰিণাম কি হʼব? যিসকল লোক আৰু সংগঠনে ঈশ্বৰৰ বিৰোধ কৰিব, তেওঁলোকক নাশ কৰা হʼব।—প্ৰকাশিত বাক্য ১৯:১৯-২১ পঢ়ক।

১১ যেতিয়া ঈশ্বৰৰ শত্ৰুসকলৰ ধ্বংস হʼব, তেতিয়া বিশ্বাসী লোকসকলে বহুত আনন্দিত হʼব। সেইসময়ত স্বৰ্গৰ পৰিস্থিতি কেনেকুৱা হʼব? মহা-বাবিল ধ্বংস হোৱাৰ সময়ত স্বৰ্গত বহুত আনন্দ কৰা হʼব। কিন্তু এতিয়া এনে এটা ঘটনা ঘটিব, যাৰ বাবে স্বৰ্গত তাতকৈ বেছি আনন্দ কৰা হʼব। (প্ৰকা. ১৯:১-৩) প্ৰকাশিত বাক্য কিতাপখনৰ শেষত ‘মেৰ পোৱালিৰ বিবাহ’ হʼব বুলি কোৱা হৈছে।—প্ৰকা. ১৯:৬-৯.

১২ মেৰ পোৱালিৰ বিয়া কেতিয়া হʼব? হৰমাগিদোন আৰম্ভ হোৱাৰ কিছুসময়ৰ আগত সকলো ১,৪৪,০০০ জন লোক, স্বৰ্গত একগোট হʼব। কিন্তু সেইসময়ত এই বিয়া নহʼব। (প্ৰকাশিত বাক্য ২১:১, ২ পঢ়ক।) হৰমাগিদোনৰ যুদ্ধৰ পাছত যেতিয়া সকলো শত্ৰুৰ ধ্বংস হʼব, তাৰ পাছতহে মেৰ পোৱালিৰ বিয়া হʼব।—গীত. ৪৫:৩, ৪, ১৩-১৭.

it-২ ১১৬৯

युद्ध

इस युद्ध के बाद, धरती पर हज़ार साल के लिए शांति रहेगी। एक भजन के लिखनेवाले ने कहा, “धरती के कोने-कोने से [यहोवा] युद्धों को मिटा देता है। तीर-कमान तोड़ डालता है, भाले चूर-चूर कर देता है, युद्ध-रथों को आग में भस्म कर देता है।” यह भविष्यवाणी एक बार तब पूरी हुई जब परमेश्‍वर इसराएल देश में शांति लाया। इसके लिए उसने इसराएलियों के दुश्‍मनों के युद्ध के सभी हथियार नष्ट कर दिए। यह भविष्यवाणी एक बार और पूरी होगी। हर-मगिदोन में मसीह उन लोगों को हरा देगा जो युद्ध भड़काते रहते हैं। उसके बाद पूरी धरती पर हमेशा के लिए शांति होगी। (भज 46:8-10) जिन लोगों ने “अपनी तलवारें पीटकर हल के फाल और अपने भालों को हँसिया” बनाया है और ‘युद्ध करना सीखना’ छोड़ दिया है, उन्हें हमेशा की ज़िंदगी मिलेगी। हम क्यों यकीन रख सकते हैं कि यह भविष्यवाणी पूरी होगी? “क्योंकि यह बात सेनाओं के परमेश्‍वर यहोवा ने कही है।”—यश 2:4; मी 4:3, 4.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৭.০৪ ১১-১২ ¶৯

ঈশ্বৰৰ ৰাজ্য আহিলে কি কি শেষ হʼব?

৯ ভ্ৰষ্ট সংগঠনবোৰৰ ঠাই কোনে লʼব? হৰমাগিদোনৰ পিছত পৃথিৱীত কোনো সংগঠন থাকিব নে? বাইবেলত কোৱা হৈছে, “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিত. ৩:১৩) পুৰণি আকাশ আৰু পুৰণি পৃথিৱী অৰ্থাৎ ভ্ৰষ্ট চৰকাৰ আৰু দুষ্ট লোকসকলৰ অস্তিত্ব শেষ হৈ যাব। কিন্তু তেওঁলোকৰ ঠাই কোনে লʼব? ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী।’ নতুন আকাশ-মণ্ডলৰ অৰ্থ হৈছে নতুন ৰাজ্য বা চৰকাৰ, যি যীচু খ্ৰীষ্ট আৰু ১,৪৪,০০০ জন লোকে মিলি গঠিত হৈছে। নতুন পৃথিৱীৰ অৰ্থ হৈছে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা লোকসকল। যিহোৱাই সকলো কাম শৃংখলাবদ্ধভাৱে কৰে, সেইবাবে যীচু আৰু তেওঁৰ লগত শাসন কৰা লোকসকলেও সকলো কাম শৃংখলাবদ্ধভাৱে কৰিব। (১ কৰি. ১৪:৩৩) নতুন পৃথিৱীত সকলো কাম ভালদৰে হʼব। কাৰণ সেইবোৰ চম্ভালিবলৈ ভাল মানুহ থাকিব। (গীত. ৪৫:১৬) সেই লোকসকলে যীচু আৰু ১,৪৪,০০০ জনৰ নিৰ্দেশনাৰ অনুসৰি কাম কৰিব। চিন্তা কৰক, যেতিয়া সকলো ভ্ৰষ্ট সংগঠন শেষ হৈ যাব, তেতিয়া কেৱল এটাহে সংগঠন থাকিব যʼত একতা থাকিব আৰু ই কেতিয়াও ভ্ৰষ্ট নহʼব।

জুন ১০-১৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৪৮-৫০

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ শিকাওক

w২২.০৩ ২২ ¶১১

সত্য উপাসনা কৰি আনন্দিত থাকক

১১ বাইবেল অধ্যয়ন কৰি আৰু নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাই। ইস্ৰায়েলীসকলে বিশ্ৰাম-বাৰত কোনো কাম নকৰিছিল। সেইদিনাখন তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছিল আৰু তেওঁৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিছিল। (যাত্ৰা. ৩১:১৬, ১৭) তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱা আৰু তেওঁৰ কামৰ বিষয়েও শিকাইছিল। আমিও বাইবেল পঢ়িবলৈ আৰু গভীৰভাৱে অধ্যয়ন কৰিবলৈ সময় উলিওৱা উচিত। এইদৰে কৰিলে আমি যিহোৱাৰ উপাসনা কৰাৰ দৰে হʼব আৰু আমি তেওঁৰ কাষ চাপিম। (গীত. ৭৩:২৮) ইয়াৰ উপৰিও আমি নিজৰ পৰিয়ালৰ লগত মিলিও অধ্যয়ন কৰা উচিত। এইদৰে আমি নতুন প্ৰজন্মক অৰ্থাৎ নিজৰ লʼৰা-ছোৱালীক সহায় কৰাৰ দৰে হয়, যাতে তেওঁলোকেও যিহোৱাৰ বন্ধু হʼব পাৰে।—দ্বিতীয় বিবৰণ ৬:৬, ৭ পঢ়ক।

w১২ ৮/১৫ ১২ ¶৫

राज के नागरिकों जैसा बर्ताव करो!

5 इतिहास जानिए। जो इंसान किसी देश का नागरिक बनना चाहता है, उससे शायद यह माँग की जाए कि वह उस देश की सरकार का इतिहास जाने। उसी तरह, परमेश्‍वर के राज का नागरिक बनने के लिए ज़रूरी है कि हम उस राज के बारे में जितना हो सके जानें। कोरह के वंशजों की मिसाल पर गौर कीजिए, जो प्राचीन इसराएल में सेवा करते थे। उन्हें यरूशलेम और उपासना की जगह से लगाव था और उन्हें उस शहर के इतिहास के बारे में जानना और बात करना अच्छा लगता था। वह इसलिए नहीं कि शहर और उपासना की जगह की खूबसूरती उन्हें बहुत भा गयी थी, बल्कि इसलिए कि यरूशलेम “राजाधिराज [यहोवा] का नगर” और सच्ची उपासना का केंद्र था। वहीं पर यहोवा की कानून-व्यवस्था सिखायी जाती थी। और वहीं से यरूशलेम का राजा अपने लोगों पर हुकूमत करता और उन पर करुणा दिखाता था। (भजन 48:1, 2, 9, 12, 13 पढ़िए।) कोरह के वंशजों की तरह, क्या आप भी यहोवा के संगठन के इतिहास के बारे में जानना और दूसरों को बताना चाहते हैं? जितना ज़्यादा आप परमेश्‍वर के संगठन के बारे में सीखेंगे और यह जानेंगे कि कैसे यहोवा अपने लोगों की मदद करता है, उतना ही आपका यकीन बढ़ता जाएगा कि उसका राज सचमुच की सरकार है। इससे राज की खुशखबरी सुनाने का आपका जज़्बा और भी बढ़ जाएगा।—यिर्म. 9:24; लूका 4:43.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৮০৫

ধন-সম্পত্তি

যেতিয়া ইস্ৰায়েল দেশত আনন্দময় পৰিস্থিতিত আছিল, তেতিয়া লোকসকলৰ ওচৰত খোৱা-বোৱাৰ বহুতো ভাল ভাল বস্তু আছিল। (১ৰাজা ৪:২০; উপ ৫:১৮, ১৯) ধন-সম্পত্তিৰ বাবে তেওঁলোকে অভাৱত থকিবলগীয়া নহʼল। (হিতো ১০:১৫; উপ ৭:১২) ইস্ৰায়েলীসকলে কঠিন পৰিশ্ৰম কৰি ধন-সম্পত্তি গোটোৱাটো যিহোৱাই বিচাৰিছল। (হিতো ৬:৬-১১; ২০:১৩; ২৪:৩৩, ৩৪ পদৰ লগত তুলনা কৰক।) কিন্তু তেওঁলোকৰ ওচৰত যি আছে সেইবোৰ যিহোৱাই দিছে বুলি মনত ৰাখিবলৈ আৰু নিজৰ ধন-সম্পত্তিৰ ওপৰত ভৰসা নকৰিবলৈ তেওঁলোকক সাৱধানো কৰিছিল। (দ্বিতী ৮:৭-১৭; গীত ৪৯:৬-৯; হিতো ১১:৪; ১৮:১০, ১১; যিৰি ৯:২৩, ২৪) তেওঁলোকক মনত পেলাই দিয়া হৈছিল যে ধন-সম্পত্তি অলপ সময়ৰ কাৰণে থাকে (হিতো ২৩:৪, ৫), মৃত্যুৰ পৰা উদ্ধাৰ পাবলৈ ধন-সম্পত্তিক মুক্তিৰ মূল্য হিচাপে যিহোৱাক দিব নোৱাৰি (গীত ৪৯:৬, ৭), আৰু ইয়াৰ পৰা মৃত্যু হোৱা লোকসকলৰ একো লাভ নহয়। (গীত ৪৯:১৬, ১৭; উপ ৫:১৫) ইস্ৰায়েলীসকলকো সতৰ্ক কৰা হৈছিল যে যদি তেওঁলোকে টকা-পইচা গোটাবলৈ বেছিকৈ ধ্যান দিয়ে, তেনেহʼলে তেওঁলোকে আনক ঠগিব পাৰে আৰু যিহোৱাৰ অনুমোদন হেৰুৱাব পাৰে। (হিতো ২৮:২০; যিৰি ৫:২৬-২৮; ১৭:৯-১১) ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নিজৰ “সম্পত্তিৰে যিহোৱাক আদৰ” কৰিবলৈ উৎসাহিত কৰা হৈছিল।—হিতো ৩:৯.

জুন ১৭-২৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৫১-৫৩

গম্ভীৰ পাপ কৰাৰ পৰা দূৰত থাকিবলৈ কি পদক্ষেপ লোৱা উচিত?

w১৯.০১ ১৫ ¶৪-৫

अपने दिल की हिफाज़त कैसे करें?

4 नीतिवचन 4:23 में इस्तेमाल हुए शब्द “दिल” का मतलब है, एक व्यक्‍ति की सोच, भावनाएँ, इच्छाएँ और उसके इरादे। दूसरे शब्दों में कहें तो “दिल” हमारे अंदर के इंसान को दर्शाता है, न कि इस बात को कि हम बाहर से कैसे दिखते हैं।

5 इस बात पर ध्यान देना क्यों ज़रूरी है कि हम अंदर से कैसे इंसान हैं? इसे समझने के लिए सेहत की बात लीजिए। अपने शरीर और दिल को तंदुरुस्त रखने के लिए ज़रूरी है कि हम पौष्टिक खाना खाएँ और नियमित तौर पर कसरत करें। ठीक उसी तरह अपने लाक्षणिक दिल को तंदुरुस्त रखने के लिए हमें बाइबल और दूसरे प्रकाशन पढ़ने होंगे और नियमित तौर पर यह दिखाना होगा कि हमें यहोवा पर विश्‍वास है। हम अपना यह विश्‍वास सीखी हुई बातों पर चलकर और उनके बारे में दूसरों को बताकर ज़ाहिर कर सकते हैं। (रोमि. 10:8-10; याकू. 2:26) हमारी सेहत के बारे में एक और बात ध्यान देने लायक है। वह यह कि शायद हमें अपने आपको देखकर लगे कि हम सेहतमंद हैं, लेकिन असल में अंदर से हम बीमार हों। उसी तरह शायद खुद को परमेश्‍वर के कामों में व्यस्त देखकर हमें लगे कि हमारा विश्‍वास मज़बूत है, लेकिन हो सकता है कि हमारे अंदर गलत इच्छाएँ पनप रही हों। (1 कुरिं. 10:12; याकू. 1:14, 15) हमें याद रखना चाहिए कि शैतान अपनी सोच से हमें भ्रष्ट करना चाहता है। इसके लिए वह ठीक कौन-से तरीके अपनाता है? ऐसे में हम अपनी हिफाज़त कैसे कर सकते हैं?

w১৫ ৬/১৫ ১৪ ¶৫-৬

हम अपना चालचलन पवित्र बनाए रख सकते हैं

5 जब हम लगातार यहोवा से प्रार्थना में मदद माँगते रहते हैं तो हम यहोवा पर अपना भरोसा दिखा रहे होते हैं। बदले में वह हमें अपनी पवित्र शक्‍ति देता है ताकि हम अनैतिक खयाल ठुकरा सकें और अपना चालचलन पवित्र बनाए रख सकें। यहोवा से प्रार्थना करते वक्‍त हम उसे बता सकते हैं कि हम उन बातों के बारे में सोचना चाहते हैं जिनसे उसे खुशी मिलती है। (भज. 19:14) हम नम्र होकर उससे यह गुज़ारिश कर सकते हैं कि वह हमारे दिल को जाँचे और देखे कि कहीं हमारे दिल में कोई गलत इच्छा तो नहीं, जो हमसे पाप करवा सकती है। (भज. 139:23, 24) तो फिर अनैतिक खयाल ठुकराने और सही काम करने के लिए लगातार यहोवा से मदद माँगते रहिए, फिर चाहे ऐसा करना मुश्‍किल क्यों न हो।—मत्ती 6:13.

6 यहोवा के बारे में जानने से पहले, शायद हमें ऐसे काम करना पसंद हो जो यहोवा को मंज़ूर नहीं हैं। हो सकता है वे काम करने की इच्छा आज भी हमारे मन में उठती हो। लेकिन यह चुनौती पार करने और ज़रूरी बदलाव करने में यहोवा हमारी मदद कर सकता है, ताकि हम उसे खुश करनेवाले काम कर सकें। ज़रा राजा दाविद पर गौर कीजिए। उसने बतशेबा के साथ लैंगिक संबंध बनाकर पाप किया। मगर बाद में उसने सच्चे दिल से पश्‍चाताप किया। उसने यहोवा से गिड़गिड़ाकर प्रार्थना की कि वह उसे “शुद्ध मन” दे और आज्ञा माननेवाला बनने में उसकी मदद करे। (भज. 51:10, 12) हमारे अंदर अगर पहले बुरी इच्छाएँ काफी ज़बरदस्त थीं और उन्हें ठुकराने में आज भी हम संघर्ष कर रहे हैं तो भी यहोवा हमारी मदद कर सकता है। वह हमारे अंदर उसकी आज्ञा मानने और सही काम करने की ऐसी ज़बरदस्त इच्छा पैदा कर सकता है, जिससे बुरी इच्छाएँ दब सकती हैं। साथ ही, गलत खयालों को हम पर हावी होने से रोकने में भी वह हमारी मदद कर सकता है।—भज. 119:133.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৬৪৪

দোৱেগ

দোৱেগ ইদোমীয়া লোক আছিল। সি ৰজা চৌলৰ প্ৰধান পশুপালক আছিল। (১চমূ ২১:৭; ২২:৯) তেওঁ হয়তো যিহোৱাৰ এজন উপাসক হৈছিল। হয়তো কোনো প্ৰতিজ্ঞা, অশুদ্ধতা বা কুষ্ঠ ৰোগ হোৱাৰ সম্ভাৱনা থকাৰ বাবে তেওঁক নোব চহৰত “যিহোৱাৰ সাক্ষাতে” থাকিবলৈ কোৱা হৈছিল। সেই সময়তে মহাপুৰোহিত অহীমেলকে দায়ূদক দৰ্শন-পিঠা আৰু গলিয়াথৰ তৰোৱাল দি থকা তেওঁ দেখিছিল। পাছত যেতিয়া কিবা ষড়যন্ত্ৰ হৈ আছে বুলি চৌলৰ সন্দেহ হʼল, তেতিয়া দোৱেগে যি দেখিছিল সেই সকলো কথা তেওঁক জনালে। সকলো মহাপুৰোহিতক মাৰি পেলাবলৈ চৌলে নিজৰ ৰখীয়া-সেনাবিলাকক আদেশ দিলে। কিন্তু ৰখীয়া-সেনাবিলাকে এইদৰে কৰিবলৈ সংকোচ কৰিলে। তেতিয়া চৌলে দোৱেগক আদেশ দিলে আৰু তেওঁ লগে লগে কোনো সংকোচ নকৰাকৈ ৮৫ জন পুৰোহিতক মাৰি পেলালে। এই দুষ্ট কাম কৰাৰ পাছত তেওঁ নোব চহৰলৈ গʼল আৰু তাত লʼৰা-ছোৱালী, বৃদ্ধ সকলো লোকক আৰু জীৱ-জন্তুবোৰকো মাৰি পেলালে।—১চমূ ২২:৬-২০.

গীতমালা ৫২-ৰ ওপৰৰ লেখৰ পৰা জানিব পাৰি যে দায়ূদে দোৱেগৰ বিষয়ে এইদৰে লিখিছিল, “তোমাৰ জিবাই নানা কুকল্পনা কৰিছে; হে ছলসাধক, সেই জিবা চোকা খুৰৰ নিচিনা। তুমি সুকৰ্ম্মত্‌কৈ কুকৰ্ম্ম ভাল পাইছা, তুমি ধৰ্ম্মবাক্য কোৱাত্‌কৈ মিছা কথা ভাল পাইছা! চেলা। হে ছলকাৰী জিবা, তুমি সকলো বিনাশক কথা ভাল পাইছা।”—গীত ৫২:২-৪.

জুন ২৪-৩০

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৫৪-৫৬

ঈশ্বৰ আপোনাৰ লগত আছে

w০৬ ৮/১ ২৩-২৪ ¶১০-১১

परमेश्‍वर का भय मानकर बुद्धिमान बनिए!

10 शाऊल से भागते वक्‍त, एक बार दाऊद गत नाम के एक पलिश्‍ती शहर में राजा अकीश के यहाँ पनाह लेने आया। गोलियत इसी शहर का रहनेवाला था। (1 शमूएल 21:10-15) राजा के नौकरों ने दाऊद को उनके देश का दुश्‍मन बताकर राजा के कान भर दिए। ऐसे खतरनाक हालात में दाऊद ने क्या किया? उसने गिड़गिड़ाकर यहोवा से बिनती की। (भजन 56:1-4, 11-13) हालाँकि उस हालात से बचने के लिए दाऊद ने पागल होने का नाटक किया, मगर वह जानता था कि असल में यहोवा ने उसके नाटक को सफल किया और उसे बचाया था। दाऊद ने यहोवा पर अपनी जान से भी ज़्यादा भरोसा और विश्‍वास रखकर दिखाया कि वह सही मायनों में परमेश्‍वर का भय मानता था।—भजन 34:4-6, 9-11.

11 जब हम पर समस्याएँ आती हैं, तो हम भी दाऊद की तरह परमेश्‍वर का भय मान सकते हैं। कैसे? परमेश्‍वर ने मदद करने का जो वादा किया है, उस पर भरोसा रखने के ज़रिए। दाऊद ने कहा: “अपने मार्ग की चिन्ता यहोवा पर छोड़; और उस पर भरोसा रख, वही पूरा करेगा।” (भजन 37:5) इसका यह मतलब नहीं कि हम अपनी तरफ से कोई भी कोशिश किए बिना अपनी सारी समस्याएँ यहोवा पर डाल दें और यह उम्मीद करें कि वह उनका हल निकालेगा। दाऊद परमेश्‍वर से मदद माँगने के बाद, हाथ-पर-हाथ धरे बैठा नहीं रहा। यहोवा ने उसे जो ताकत और बुद्धि दी थी, उसने उनका इस्तेमाल किया और अपने मुश्‍किल हालात का सामना किया। मगर साथ ही, वह यह भी जानता था कि इंसान अपने बलबूते पर हरगिज़ कामयाब नहीं हो सकता। हमें भी दाऊद के नक्शेकदम पर चलना चाहिए। हमसे जितना बन पड़ता है, हमें करना चाहिए और उसके बाद मामला यहोवा पर छोड़ देना चाहिए। दरअसल, कई मामलों में तो हम यहोवा पर भरोसा रखने के सिवा और कुछ नहीं कर सकते। खास ऐसे ही वक्‍त पर हमें परमेश्‍वर का भय मानना चाहिए। दाऊद के दिल से निकली इस बात से हम दिलासा पा सकते हैं: “यहोवा के साथ करीबी रिश्‍ता सिर्फ वे ही बना सकते हैं, जो उसका भय मानते हैं।”—भजन 25:14, NW.

cl ২৪৩-২৪৪ ¶৯

कोई भी चीज़ ‘हमें परमेश्‍वर के प्रेम से अलग न कर सकेगी’

9 यहोवा हमारे धीरज को भी कीमती समझता है। (मत्ती 24:13) याद रखिए, शैतान चाहता है कि आप यहोवा से मुँह मोड़ लें। हर दिन जब आप धीरज धरते हुए यहोवा के वफादार रहते हैं, तो वह शैतान के तानों का एक दिन और जवाब दे पाता है। (नीतिवचन 27:11) कभी-कभी धीरज धरना आसान नहीं होता। खराब सेहत, पैसे की तंगी, मन की वेदना और दूसरी ऐसी अड़चनों की वजह से एक-एक दिन पहाड़ जैसा लगता है। जब हमारी उम्मीदें पूरी नहीं होतीं तब भी हम निराश हो जाते हैं। (नीतिवचन 13:12) ऐसी मुश्‍किलों का सामना करते वक्‍त हम जो धीरज दिखाते हैं, यहोवा की नज़र में वह और भी ज़्यादा अनमोल होता है। इसलिए राजा दाऊद ने यहोवा से बिनती की कि वह उसके आँसुओं को एक “कुप्पी” में रख ले, और उसने अपना यह विश्‍वास ज़ाहिर किया: “क्या उनकी चर्चा तेरी पुस्तक में नहीं है?” (भजन 56:8) जी हाँ, यहोवा के वफादार बने रहने में हमने जितने भी आँसू बहाए हैं और जितने भी दुःख-दर्द सहे हैं, उन सबको वह याद रखता है। ये भी उसकी नज़र में अनमोल हैं।

w২২.০৬ ১৮ ¶১৬-১৭

যিহোৱাৰ প্ৰেমে ভয় দমন কৰে

১৬ আমি সকলোৱে নিজৰ জীৱনক বহুত প্ৰেম কৰোঁ বুলি চয়তানে জানে। সেইবাবে, সি দাবী কৰে যে মানুহে নিজৰ জীৱন বচাবলৈ যিকোনো কৰিবলৈ সাজু থাকে। যেনে, যিহোৱাৰ লগত নিজৰ সম্পৰ্ক হেৰুৱাবলৈও সাজু থাকে। (ইয়ো. ২:৪, ৫) কিন্তু এয়া একেবাৰে মিছা কথা! চয়তানৰ “মৃত্যুৰ পৰাক্ৰম” আছে অৰ্থাৎ তাৰ ওচৰত আমাক মৃত্যুৰ মুখত পেলোৱাৰ শক্তি আছে। সেইবাবে, চয়তানে আমাক ভয় খোৱাবলৈ চেষ্টা কৰে, যাতে আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। (ইব্ৰী ২:১৪, ১৫) সি বহুবাৰ চৰকাৰ আৰু কিছুমান মানুহৰ যোগেদি আমাক ভয় খোৱাই যে যদি আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি নিদিওঁ, তেনেহʼলে তেওঁলোকে আমাক মৃত্যুদণ্ড দিব। অথবা যদি আমি বহুত বেমাৰ হওঁ, সেই সময়ত আমি নিজৰ জীৱন বচাবলৈ তেজ লোৱাৰ বাবে নিজৰ পৰিয়াল আৰু ডাক্তৰৰ যোগেদি চয়তানে আমাক হেঁচা দিয়ে বা এনে চিকিৎসা কৰিবলৈ কয়, যি বাইবেলৰ অনুসৰি সঠিক নহয়।

১৭ আমি কোনেও মৰিব নিবিচাৰোঁ। কিন্তু আমি জানোঁ যে যদি আমাৰ মৃত্যুও হৈ যায়, তথাপি যিহোৱাই আমাক প্ৰেম কৰি থাকিব। (ৰোমীয়া ৮:৩৭-৩৯ পঢ়ক।) যেতিয়া যিহোৱাৰ বন্ধুসকলৰ মৃত্যু হয়, তেতিয়া যিহোৱাই তেওঁলোকক পাহৰি নাযায়। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকক নিজৰ স্মৃতিত সুৰক্ষিত ৰাখে আৰু যিহোৱাই তেওঁলোকক পুনৰ জীৱিত কৰিবলৈ হাবিয়াহ কৰি আছে। (লূক ২০:৩৭, ৩৮; ইয়ো. ১৪:১৫) ইয়াৰ লগতে যিহোৱাই আমাক “অনন্ত জীৱন” দিবলৈ নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰকো বলিদান দিলে। (যোহ. ৩:১৬) ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ আমাৰ যত্ন লয়। সেইবাবে যেতিয়া আমাৰ বেমাৰ হয় বা লোকসকলে আমাক ডাবি-ধমকি দি ভয় খোৱায়, তেতিয়া আমি যিহোৱাৰ পৰা আঁতৰি যোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি তেওঁলৈ প্ৰাৰ্থনা কৰা উচিত, যাতে তেওঁ আমাক বুদ্ধি, সাহস আৰু শান্ত্বনা দিয়ে। ভনী বেৰʼণীকা আৰু তেওঁৰ স্বামীয়েও এইদৰেই কৰিলে। আহক ইয়াৰ বিষয়ে চাওঁ।—গীত. ৪১:৩.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৮৫৭-৮৫৮

আগৰে পৰা কোনো কথা জনা, আগৰে পৰা কোনো কথা নিৰ্ধাৰিত কৰা

যেতিয়া যিহূদা ঈষ্কৰিয়োতীয়াই বিশ্বাসঘাত কৰিলে, তেতিয়া বাইবেলৰ ভৱিষ্যবাণী পূৰ হʼল আৰু ইয়াৰ পৰা জানিব পাৰি যে যিহোৱা আৰু যীচুৱে ভৱিষ্যতে কি হʼব তাৰ বিষয়ে আগতীয়াকৈ জানে। (গীত ৪১:৯; ৫৫:১২, ১৩; ১০৯:৮; পাঁচ ১:১৬-২০) ইয়াৰ সত্ত্বেও আমি ঈশ্বৰৰ বিষয়ে এয়া কʼব নোৱাৰোঁ যে যিহূদাই কি পথ বাছনি কৰিব তাৰ বিষয়ে তেওঁ আগতীয়াকৈ নিৰ্ধাৰিত কৰিছিল। ভৱিষ্যবাণীত কোৱা হৈছে যে যীচুৰ কোনো এজন বন্ধুৱে তেওঁক বিশ্বাসঘাত কৰিব, কিন্তু কোনে কৰিব তাৰ বিষয়ে কোৱা নাই। ইয়াৰ উপৰিও যিহূদাই এনে কাম কৰিব বুলি ঈশ্বৰে আগতীয়াকৈ নিৰ্ধাৰিত কৰিছিল, এই কথা বাইবেলৰ সিদ্ধান্তৰ লগতো মিল নাখায়। ঈশ্বৰৰ মানদণ্ডৰ বিষয়ে পাঁচনি এজনে এইদৰে কৈছে, “কাৰো ওপৰত হঠাতে হাত নিদিবা; আৰু পৰৰ পাপৰ ভাগী নহবা; নিজকে শুচি কৰি ৰাখা।” (১তীম ৫:২২; ১তীম ৩:৬ পদৰ লগত তুলনা কৰক।) যেতিয়া যীচুৱে নিজৰ ১২ জন পাঁচনিক বাছনি কৰিছিল, তেতিয়া তেওঁ সঠিক নিৰ্ণয় লʼব আৰু বুদ্ধিমত্তাৰে কাম কৰিব পাৰিব নে নোৱাৰে তাৰ বিষয়ে ভাবি চিন্তিত হৈছিল। সেইবাবে, তেওঁ গোটেই ৰাতি ইয়াৰ বিষয়ে নিজৰ পিতৃক প্ৰাৰ্থনা কৰিলে আৰু তাৰ পাছত নিৰ্ণয় লʼলে। (লূক ৬:১২-১৬) যদি ঈশ্বৰে যিহূদাক বিশ্বাসঘাত কৰিবলৈ বাছনি কৰি থৈছিল, তেনেহʼলে তেওঁ যীচুক শিষ্য বাছনি কৰিবলৈ নিৰ্দেশনা দিয়াৰ কোনো অৰ্থই নাথাকিলেহেঁতেন। ইয়াৰ উপৰিও এইদৰে কৰি ওপৰত কোৱা নিয়মৰ অনুসৰি যীচু যিহূদাৰ পাপৰ ভাগী হʼলহেঁতেন।

ইয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যেতিয়া যিহূদাক পাঁচনি হিচাপে বাছনি কৰা হৈছিল, তেতিয়া তেওঁৰ হৃদয়ত কোনো দোষ নাছিল যে তেওঁ বিশ্বাসঘাত কৰিব পাৰে। কিন্তু তেওঁ নিজৰ হৃদয়ত বিষাক্ত “মূল” অৰ্থাৎ শিপা বাঢ়িবলৈ দিলে আৰু নিজকে অশুচি কৰিলে। সেইবাবে, তেওঁ ঈশ্বৰৰ নিৰ্দেশনা মানিবলৈ এৰি দিলে আৰু চয়তানৰ পথত চলিবলৈ ধৰিলে অৰ্থাৎ চুৰ আৰু বিশ্বাসঘাত কৰিলে। (ইব্ৰী ১২:১৪, ১৫; যোহ ১৩:২; পাঁচ ১:২৪, ২৫; যাকো ১:১৪, ১৫; it-২ (ইংৰাজী) যিহূদা শৃংখলা ৪ চাওক।) যেতিয়া তেওঁ বহু সময় ধৰি এইদৰে কৰি আছিল, তেতিয়া যীচুৱে তেওঁৰ মনৰ কথা গম পালে আৰু আগতীয়াকৈ কʼব পাৰিলে যে যিহূদাই তেওঁৰ লগত বিশ্বাসঘাত কৰিব।—যোহ ১৩:১০, ১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক