জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
© 2024 Watch Tower Bible and Tract Society of Pennsylvania
জুলাই ১-৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৫৭-৫৯
যিহোৱাই বিৰোধীসকলৰ ষড়যন্ত্ৰক সফল হʼবলৈ নিদিয়ে
bt ২২০-২২১ ¶১৪-১৫
“दुनिया के सबसे दूर के इलाकों में”
14 स्तिफनुस ने अपने दुश्मनों के हाथों मरने से पहले निडर होकर गवाही दी थी। (प्रेषि. 6:5; 7:54-60) उसके बाद जब मसीहियों पर “बहुत ज़ुल्म” होने लगे, तो प्रेषितों को छोड़ बाकी सभी चेले यहूदिया और सामरिया में तितर-बितर हो गए। लेकिन इससे गवाही देने का काम नहीं रुका। फिलिप्पुस ने सामरिया में “मसीह के बारे में प्रचार” किया और उसे बढ़िया नतीजे मिले। (प्रेषि. 8:1-8, 14, 15, 25) इसके अलावा, बाइबल में लिखा है, “स्तिफनुस के कत्ल के बाद जब भाइयों पर ज़ुल्म होने लगे और वे तितर-बितर हो गए, तो वे फीनीके, कुप्रुस और अंताकिया तक पहुँच गए। मगर उन्होंने यहूदियों के अलावा किसी और को परमेश्वर का संदेश नहीं सुनाया। लेकिन उनमें से कुछ चेले जो कुप्रुस और कुरेने के थे, वे अंताकिया आए और यूनानी बोलनेवाले लोगों को प्रभु यीशु की खुशखबरी सुनाने लगे।” (प्रेषि. 11:19, 20) देखा जाए तो ज़ुल्मों की वजह से खुशखबरी दूर-दूर के इलाकों तक फैलती गयी।
15 आज हमारे दिनों में भी कुछ ऐसा ही हुआ है। सन् 1950 के दशक में भूतपूर्व सोवियत संघ के हज़ारों भाइयों को साइबेरिया भेज दिया गया। वहाँ उन्हें दूर-दूर के इलाकों में तितर-बितर कर दिया गया। मगर इसका अच्छा नतीजा निकला। साक्षियों को जहाँ-जहाँ भेजा गया वहाँ वे खुशखबरी सुनाते गए। इस तरह साइबेरिया के बहुत बड़े इलाके में खुशखबरी फैल गयी। अगर सरकार साक्षियों को उन इलाकों में नहीं भेजती तो वे खुद कभी वहाँ नहीं जा सकते थे क्योंकि उनके पास इतना पैसा नहीं था कि वे 10,000 किलोमीटर का लंबा सफर तय करके वहाँ जाते। लेकिन खुद सरकार ने ही साक्षियों को मुफ्त में साइबेरिया भेज दिया! एक भाई ने कहा, “सरकारी अधिकारियों की वजह से ही साइबेरिया के हज़ारों नेकदिल लोगों ने सच्चाई सीखी।”
আধ্যাত্মিক ৰত্ন বিচাৰক
‘থিৰ আৰু অলৰ হৈ থাকাʼ
১৬ নিজৰ হৃদয় মজবুত বা “সুস্থিৰ” কৰক। যেতিয়া ৰজা দায়ূদে এটি গীতত এইদৰে কৈছিল “হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল,” তেতিয়া তেওঁ হয়তো কʼব বিচাৰিছিল যে যিয়ে নহওঁক কিয় যিহোৱাৰ প্ৰতি তেওঁৰ প্ৰেম কেতিয়াও কম নহʼব। (গীত. ৫৭:৭) আমাৰ হৃদয়ো থিৰ হʼব পাৰে আৰু আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। (গীতমালা ১১২:৭ পঢ়ক।) ভাই বʼবৰ উদাহৰণলৈ আকৌ মন কৰক। যেতিয়া ডাক্তৰে তেওঁক কʼলে যে অপাৰেচনৰ সময়ছোৱাত তেওঁলোকে তেজ ওচৰতে ৰাখিব। কিয়নো ইয়াৰ প্ৰয়োজন হʼব পাৰে, তেতিয়া কি হʼল মন কৰক। তেওঁ লগে লগে ডাক্তৰক কʼলে যে যদি তেওঁলোকে তেজ দিয়াৰ কথা ভাবিছে, তেনেহʼলে তেওঁ অলপ সময়ো তাত নাথাকিব। পাছত ভাই বʼবে এইদৰে কৈছে, “নিজৰ নিৰ্ণয়ত মোৰ অলপো সন্দেহ নাছিল আৰু মোৰ লগত কি হʼব বুলিও চিন্তিত নাছিলোঁ।”
১৭ ভাই বʼবে হস্পিতাল যোৱাৰ বহুত আগতেই চিন্তা কৰিছিল যে তেওঁ নিজৰ নিৰ্ণয়ত থিৰে থাকিব। সেইবাবে, তেওঁ থিৰে থাকিব পাৰিলে। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? প্ৰথম কথা, তেওঁ যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল। দ্বিতীয়, তেওঁ বাইবেলৰ সেই পদ আৰু আমাৰ সেই প্ৰকাশনবোৰ ভালদৰে অধ্যয়ন কৰিলে, যʼত জীৱন আৰু তেজ পবিত্ৰ হয় বুলি বুজোৱা হৈছিল। তৃতীয়, তেওঁৰ বিশ্বাস আছিল যে যিহোৱাৰ নিৰ্দেশনা মানিলে তেওঁ বৰ্তমানৰ লগতে ভৱিষ্যতেও বহুতো আশীৰ্বাদ পাব। আজি আমাৰ ওচৰত যিয়েই সমস্যা নাহক কিয় আমাৰ হৃদয়ো থিৰে থাকিব পাৰে।
জুলাই ৮-১৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৬০-৬২
যিহোৱাই আমাক সুৰক্ষা দিয়ে আৰু দৃঢ়তাৰে থিয় হʼবলৈ সহায় কৰে
it-২ ১১১৮ ¶৭
मीनार
लाक्षणिक मतलब: जो लोग यहोवा पर विश्वास करते हैं और उसकी आज्ञा मानते हैं, वे बहुत सुरक्षित महसूस करते हैं। जैसा दाविद ने अपने गीत में यहोवा के बारे में लिखा, “तू मेरा गढ़ है, एक मज़बूत मीनार है जो दुश्मन से मेरी हिफाज़त करती है।” (भज 61:3) जो यहोवा के नाम का मतलब समझते हैं, उस पर भरोसा रखते हैं और जो उसके नाम से जाने जाते हैं और उसकी बतायी राह पर चलते हैं, उन्हें किसी चीज़ से डरने की ज़रूरत नहीं। बाइबल में लिखा है, “यहोवा का नाम एक मज़बूत मीनार है, जिसमें भागकर नेक जन हिफाज़त पाता है।”—नीत 18:10; 1शम 17:45-47 से तुलना करें।
it-২ ১০৮৪ ¶৮
तंबू
बाइबल की कई आयतों में “तंबू” शब्द का एक और मतलब है। एक व्यक्ति का तंबू उसके लिए आराम करने और बुरे मौसम से बचने की जगह होती थी। (उत 18:1) पुराने ज़माने में जब मेहमान-नवाज़ी दिखाने के लिए किसी को अपने तंबू में बुलाया जाता था तो उसकी देखभाल और उसका आदर-सत्कार किया जाता था। इसलिए जब प्रकाशितवाक्य 7:15 में लिखा है कि बड़ी भीड़ के लोगों पर ‘परमेश्वर इन पर अपना तंबू तानेगा,’ तो इसका मतलब है कि वह उनकी देखभाल करेगा और उन्हें सुरक्षित रखेगा। (भज 61:3, 4) यशायाह ने बताया कि परमेश्वर की पत्नी, यानी सिय्योन को अपने होनेवाले बच्चों के लिए क्या-क्या तैयारियाँ करनी हैं। यहोवा उससे कहता है, “अपने तंबू को बड़ा कर, अपने आलीशान डेरे का कपड़ा फैला।” (यश 54:2) इसलिए वह बच्चों के लिए सुरक्षित जगह को और बड़ा करती है।
আমাৰ লাভৰ অৰ্থে ঈশ্বৰৰ ব্যৱস্থাবোৰ দিয়া হৈছে
১৪ ঈশ্বৰৰ ব্যৱস্থা হৈছে অপৰিৱৰ্তনশীল। আমি এক অস্থিৰতাপূৰ্ণ সময়ছোৱাত বাস কৰিছোঁ, কিন্তু এনে সময়তো যিহোৱাৰ অস্তিত্ব অনাদি কালৰ পৰা অনন্ত কাললৈকে দৃঢ় আৰু স্থিৰ। (গীতমালা ৯০:২) তেওঁ নিজৰ বিষয়ে এইদৰে কৈছে: “মই যি যিহোৱা, মোৰ পৰিবৰ্ত্তন নাই।” (মলাখী ৩:৬) বাইবেলত উদ্ধৃত কৰি ৰখা তেওঁৰ স্তৰবোৰ সঘনাই পৰিবৰ্তন হৈ থকা মানুহৰ পৰিকল্পনাৰ দৰে নহয়, কিন্তু সম্পূৰ্ণকৈ ভাৰসাযুক্ত। (যাকোব ১:১৭) উদাহৰণস্বৰূপে, বহু বছৰ ধৰি মনোবিজ্ঞানীসকলে লʼৰা-ছোৱালীক প্ৰতিপালন নকৰিবলৈ পৰামৰ্শ দিছিল, কিন্তু পিছলৈ কিছুমান মনোবিজ্ঞানীয়ে তেওঁলোকৰ মন সলনি কৰি কয় যে তেওঁলোকে ভুল পৰামৰ্শ দিছিল। এই জগতৰ স্তৰ আৰু নিৰ্দ্দেশনাসমূহ বতাহৰ ফলত লৰি থকা গছৰ পাতৰ দৰে। কিন্তু যিহোৱাৰ বাক্য হʼলে স্থিৰ। শতাব্দী ধৰি বাইবেলত কোৱা হৈছে প্ৰেমেৰে কেনেকৈ লʼৰা-ছোৱালীক প্ৰতিপালন কৰা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এনেদৰে লিখিছিল: “হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) যিহোৱাৰ স্তৰসমূহক অপৰিৱৰ্ত্তনশীল বুলি জানি কিমান যে আশ্বাস পোৱা যায়!
আধ্যাত্মিক ৰত্ন বিচাৰক
আপুনি কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিব পাৰে?
১৮ সমস্যাৰে ভৰা এই শেষৰ সময়ছোৱাত আমি সকলোৱে আৰু বেছিকৈ প্ৰাৰ্থনা কৰা উচিত, যাতে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমি ‘সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱাটোʼ যিহোৱাই বিচাৰে। (গীত. ৬২:৮) গতিকে প্ৰতিদিনে হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰক, তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁ আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে ধন্যবাদ দিয়ক। প্ৰচাৰ কৰিবলৈ সাহস বিচাৰক, সমস্যাৰ সন্মুখীন হʼবলৈ আৰু বেয়া ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাৰ্থনাত যিহোৱাক সহায় বিচাৰক। থিৰাং কৰক যে কোনো কথাই আপোনাক যাতে যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ বাধা দিব নোৱাৰে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব। তেওঁ এয়া কেনেকৈ কৰিব? এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।
জুলাই ১৫-২১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৬৩-৬৫
“তোমাৰ দয়া জীৱনতকৈয়ো উত্তম”
ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বিছিন্ন কৰিব পাৰে?
১৭ আপোনাৰ বাবে ঈশ্বৰৰ প্ৰেম কিমান গুৰুত্বপূৰ্ণ? আপুনি ৰজা দায়ুদৰ দৰে অনুভৱ কৰিছেনে, যʼত তেওঁ এইদৰে কৈছিল: “কিয়নো তোমাৰ দয়া জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি কৰিব। এইদৰে, মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামে হাত মেলিম”? (গীতমালা ৬৩:৩, ৪) বাস্তৱতে, ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ সৈতে প্ৰকৃত বন্ধু হোৱাৰ আনন্দ লাভ কৰাটোক এই জগতৰ কোনো বস্তু বা বিষয়ৰ সৈতে তুলনা কৰিব পাৰিনে? উদাহৰণস্বৰূপে, ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক থকাৰ বাবে মানসিক শান্তি অনুভৱ কৰিছোঁ, কিন্তু সেই শান্তি আমি আমাৰ লাভদায়ক চাকৰিৰ পৰা লাভ কৰিব পাৰোঁনে? (লূক ১২:১৫) কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে এনে পৰিস্থিতিৰো সম্মুখীন হʼবলগীয়া হৈছিল, যʼত তেওঁলোকক কোৱা হৈছিল যে হয় যিহোৱাক ত্যাগ কৰা অথবা প্ৰাণ ত্যাগ কৰা। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নাজী যাতনা শিবিৰত বহুতো যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে তেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল। অলপ সংখ্যক ভাই-ভনীৰ বাহিৰে অধিক সংখ্যক ভাই-ভনীয়ে ঈশ্বৰৰ প্ৰেমত থাকিবলৈ মৃত্যুকো আঁকোৱালি লʼবলৈ সাজু আছিল। যিসকলে বিশ্বাসী হৈ ঈশ্বৰৰ প্ৰেমত থাকে, তেওঁলোকলৈ এইটো নিশ্চিত যে তেওঁলোকক ঈশ্বৰে ভৱিষ্যতে এক চিৰকলীয়া জীৱন প্ৰদান কৰিব। যিটো এই জগতে আমাক কেতিয়াও দিব নোৱাৰে। (মাৰ্ক ৮:৩৪-৩৬) কিন্তু এই অনন্তকলীয়া জীৱনৰ ওপৰিও বহুকিছু সন্মিলিত আছে।
১৮ স্পষ্টৰূপে যিহোৱাৰ অৱিহনে অনন্তকলীয়া জীৱন জীয়াই থকাটো সম্ভৱ নহয়, কিন্তু বিবেচনা কৰি চাওঁক যে সৃষ্টিকৰ্ত্তাৰ অৱিহনে দীৰ্ঘকাল জীয়াই থকাতোঁ কেনেকুৱা হʼলহেঁতেঁন। প্ৰকৃত কোনো উদ্দেশ্য নথকাকৈ, জীৱন অৰ্থহীন হʼলহেঁতেঁন। সেইবাবে এই শেষকালত যিহোৱাই তেওঁৰ লোকসকলক প্ৰচুৰমাত্ৰাত কাৰ্য্যৰ দায়িত্ব গতাই দিছে। এতেকে আমি ভাৰসা কৰিব পাৰোঁ যে যেতিয়া আমাৰ উদ্দেশ্যপূৰ্ণ আৰু মহান প্ৰবন্ধকে অনন্ত জীৱন দান কৰিব, তেতিয়া আমাৰ জীৱনটো সঁচাকৈ অতি আকৰ্ষণীয়, শিকিবলৈ বহুতো অৰ্থপূৰ্ণ বিষয় আৰু কৰিবলৈ বহুতো কাৰ্য্য থাকিব। (উপদেশক ৩:১১) সেয়েহে সন্নিকট ভৱিষ্যতৰ হাজাৰ বছৰৰ কালছোৱাতো আমাৰ জ্ঞান তেতিয়াও সম্পূৰ্ণ বোধগম্য নহʼব, কিয়নো “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ।”—ৰোমীয়া ১১:৩৩.
w১৯.১২ ২৮ ¶৪
“हर बात के लिए धन्यवाद” दीजिए
हमें खासकर यहोवा का एहसान मानना चाहिए। शायद कभी-कभी हम सोचते हों कि उसने हमें बेशुमार आशीषें दी हैं और अब भी दे रहा है। (व्यव. 8:17, 18; प्रेषि. 14:17) उसने हमें और हमारे अज़ीज़ों को जो आशीषें दी हैं, उनके बारे में गहराई से सोचिए। जब हम ऐसा करते हैं, तो सृष्टिकर्ता के लिए हमारी कदर बढ़ जाती है। इसके अलावा, हम यह भी समझ पाते हैं कि वह हमसे कितना प्यार करता है और हमारी परवाह करता है।—1 यूह. 4:9.
w১৫ ১০/১৫ ২৪ ¶৭
यहोवा की सृष्टि और उसके वचन पर मनन करते रहिए
7 पढ़ना हमारे लिए आसान हो सकता है, जबकि पढ़ी हुई बातों पर मनन करने में काफी मेहनत लगती है। और असिद्ध होने की वजह से हमारा मन हमेशा ऐसे कामों की तरफ दौड़ता है जो आसान होते हैं या जिनमें कम मेहनत लगती है। इसलिए ऐसे वक्त पर मनन करना सबसे अच्छा होता है जब आप थके हुए न हों और आपके आस-पास का माहौल भी शांत हो। भजनहार दाविद रात में अपने बिस्तर पर मनन किया करता था। (भज. 63:6) यीशु जो सिद्ध था, वह भी मनन करने और प्रार्थना करने के लिए शांत जगह पर जाता था।—लूका 6:12.
w০৯ ৭/১৫ ১৬ ¶৬
यीशु की तरह प्यार से सिखाइए
6 हमारी ज़िंदगी में जो बातें अहमियत रखती हैं, अकसर हम उनके बारे में बात करना पसंद करते हैं। और उस वक्त हमारे चेहरे पर जो खुशी खिलती है और हमारे हाव-भाव में जो जोश नज़र आता है, उसे दूसरे साफ देख पाते हैं। यह बात तब भी सच होती है जब हम उस व्यक्ति के बारे में बात करते हैं जो हमारे दिल के करीब हो। आम तौर पर हम उसके बारे में दूसरों को बताने के लिए बेताब रहते हैं। हम उसकी तारीफ करते नहीं थकते, उसे सम्मान देते हैं और अगर कोई उसके खिलाफ कुछ कहता है, तो हम फौरन उसकी पैरवी करते हैं। हम ऐसा इसलिए करते हैं ताकि दूसरे भी उसे और उसके गुणों को पसंद करें।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৭ ১১/১৫ ১৫ ¶৬
আনে আপোনাৰ পৰা সতেজ অনুভৱ কৰে নে?
এটা বিল্ডিং বনাবলৈ বহুত সময় লাগে, কিন্তু ধ্বংস কৰিবলৈ অলপো সময় নালাগে। আমাৰ কথা-বতৰাৰ ক্ষেত্ৰতো এইদৰে হয়। অসিদ্ধ হোৱাৰ বাবে আমি সকলোৱে বহুবাৰ ভুল কৰোঁ। ৰজা চলোমনেও কৈছে, “পাপ নকৰি সৎকৰ্ম কৰা ধাৰ্ম্মিক মানুহ পৃথিবীত নাই।” (উপ ৭:২০) আনৰ ভুলবোৰ সোনকালে দেখি পোৱাৰ বাবে আমি হয়তো তেওঁলোকক বেয়াকৈ কʼব পাৰোঁ। (গীত ৬৪:২-৪) যদি আনে আমাৰ কথাৰ পৰা উৎসাহিত হোৱাটো আমি বিচাৰোঁ, তেনেহʼলে আমি পৰিশ্ৰম কৰিব লাগিব আৰু কথা কোৱাৰ দক্ষতা বঢ়াব লাগিব।
জুলাই ২২-২৮
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৬৬-৬৮
যিহোৱা প্ৰতিদিনে আমাৰ ভাৰ বহন কৰে
যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
১৫ যিহোৱাই প্ৰতিবাৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আচৰিতভাৱে নিদিয়ে, কিন্তু তাৰ উত্তৰ নিদিয়াকৈ নাথাকে। তেওঁ ভালদৰে জানে যে তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ আমাক কিহৰ প্ৰয়োজন আৰু তেওঁ সেয়াই আমাক দিয়ে। সেইবাবে, সদায় এই কথাৰ প্ৰতি ধ্যান দিয়ক যে যিহোৱাই কেনেকৈ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে। ইয়োকʼ নামৰ এগৰকী ভনীয়ে ভাবিছিল যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই। তাই এখন বহীত সেই সকলো কথাবোৰ লিখি ৰাখিলে যাৰ কাৰণে তাই প্ৰাৰ্থনা কৰিছিল। কিছু সময়ৰ পাছত যেতিয়া তাই এই বহীখন উলিয়াই চালে তাই দেখিলে যে তাইৰ বেছিভাগ প্ৰাৰ্থনাৰ উত্তৰ যিহোৱাই দিছে আৰু এনে কিছুমান প্ৰাৰ্থনাৰ উত্তৰো দিছে, যাৰ বিষয়ে তেওঁ পাহৰি গৈছে। ভনীৰ দৰে আমিও কেতিয়াবা কেতিয়াবা অলপ সময় উলিয়াই চিন্তা কৰা উচিত যে যিহোৱাই কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে।—গীত. ৬৬:১৯, ২০.
w১১ ৪/১ ৩১ ¶৬
अकेले बच्चों की परवरिश करनेवालों के लिए लिहाज़ दिखाइए
यहोवा ने अपनी शक्ति के ज़रिए कुछ पवित्र गीत और भजन लिखवाए थे, ताकि उसकी उपासना के वक्त इसराएली उन्हें गा सकें। ज़रा सोचिए, प्राचीन इसराएल में विधवाओं और अनाथों को इनसे कितना हौसला और सुकून मिलता होगा, जब वे इन्हें गाते वक्त यहोवा को “पिता” और “न्यायी” कहकर पुकारते होंगे। (भजन 68:5; 146:9) हम भी अकेले बच्चों की परवरिश करनेवालों से हौसला बढ़ानेवाली बातें कह सकते हैं, जिसे वे बरसों-बरस बाद भी याद रखेंगे। रूत पिछले बीस सालों से अकेले बच्चों की परवरिश कर रही है मगर आज भी वह एक अनुभवी पिता की कही बात याद करती है। जिसने कहा था, “शाबाश! तुम अपने बेटों की परवरिश बहुत अच्छी तरह कर रही हो। ऐसे ही करती रहना।” रूत कहती है, “उसकी बात मेरे ज़हन में घर कर गयी।” सच, “मधुर वचन . . . जीवन का वृक्ष” होते हैं और ये वचन अकेले बच्चों की परवरिश करनेवालों में इस कदर जान फूँक सकते हैं जिसका हम अंदाज़ा भी नहीं लगा सकते। (नीतिवचन 15:4, NHT) क्या आप किसी बात के लिए उनकी दिल से तारीफ कर सकते हैं?
w০৯ ১০/১ ২১ ¶১
अनाथों का पिता
‘परमेश्वर अपने पवित्र धाम में अनाथों का पिता है।’ (भजन 68:5) ईश्वर-प्रेरणा से लिखे ये शब्द हमें उसके और भी करीब लाते हैं। इससे हम सीखते हैं कि उसे लाचार और बेसहारा लोगों की बहुत फिक्र है और वह उनकी ज़रूरतों का पूरा खयाल रखता है। उसे अनाथ बच्चों की परवाह है, इसका सबूत हमें इसराएलियों को दिए कानून से मिलता है। आइए निर्गमन 22:22-24 देखें, जहाँ “अनाथ बालक” का सबसे पहला ज़िक्र मिलता है।
যিহোৱাই আপোনাক সফলতা দি আছে
১৭ গীতমালা ৪০:৫ পঢ়ক। বহুতো লোকে পাহাৰ বগাই ভাল পাই। পাহাৰ বগাই যোৱাৰ সময়ত তেওঁলোকে পৰ্বতৰ টিঙলৈকে যাব বিচাৰে, কিন্তু তেওঁলোকে মাজে-সময়ে ৰৈ ওচৰে-পাজৰে থকা সুন্দৰ দৃশ্যৰো আনন্দ উপভোগ কৰে। ঠিক সেইদৰে আপুনিও সমস্যাবোৰ সোনকালে পাৰ কৰিব বিচাৰে। কিন্তু সেইবোৰৰ মাজেদি পাৰ হোৱাৰ সময়ত আপুনি মাজে-সময়ে এবাৰ ভাবি চাব পাৰে যে যিহোৱাই কিদৰে আপোনাক সহায় কৰি আছে, যাৰ যোগেদি আপুনি সফলতা লাভ কৰিলে। আপুনি প্ৰতিটো দিনৰ শেষত নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘আজি যিহোৱাই মোক কেনেকৈ আশীৰ্বাদ দিলে? মোৰ সমস্যা শেষ হোৱা নাই, তথাপি যিহোৱাই এয়া সহন কৰিবলৈ মোক কেনেকৈ সহায় কৰিলে?’ কমেই এটা আশীৰ্বাদৰ বিষয়ে ভাবিবলৈ চেষ্টা কৰক, যাৰ পৰা জানিব পাৰি যে আপুনি সফলতা লাভ কৰিব পাৰিলে।
আধ্যাত্মিক ৰত্ন বিচাৰক
যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক
যিহোৱাই তেওঁলোকৰ ওপৰত ভৰসা কৰে। যিহোৱাই হৱাৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে, তেওঁ এই পৃথিৱীখনক চোৱা-চিতা কৰিবলৈ আদমৰ লগতে তেওঁকো দায়িত্ব দিছিল। (আদি. ১:২৮) এইদৰে যিহোৱাই দেখুৱালে যে তেওঁ আদম আৰু হৱাক একে দৃষ্টিৰে চাই আৰু হৱাই নিজৰ সংগীক সম্পূৰ্ণৰূপে সহযোগ কৰিব বুলি তেওঁ ভাবে। যিহোৱাই দবোৰা আৰু হুল্দাৰ ওপৰতো ভৰসা আছিল। সেইবাবে, তেওঁলোকক ভাববাদিনী নিযুক্ত কৰিছিল, যাতে তেওঁলোকে লোকসকলক পৰামৰ্শ দিব পাৰে, আনকি এজন বিচাৰকৰ্ত্তা আৰু ৰজাকো। (বিচা. ৪:৪-৯; ২ ৰাজা. ২২:১৪-২০) আজিও যিহোৱাই খ্ৰীষ্টান ভনীসকলৰ ওপৰত ভৰসা কৰে। সেইবাবে, তেওঁলোকক বেলেগ বেলেগ কামৰ দায়িত্ব দিছে। বহুতো বিশ্বাসী ভনীয়ে প্ৰচাৰক, অগ্ৰগামী সেৱক আৰু মিচনেৰী হিচাপে সেৱা কৰে। কিছুমানে ৰাজ্যগৃহ আৰু শাখা কাৰ্য্যালয়ৰ অফিচবোৰ ডিজাইন কৰে, নিৰ্মাণ আৰু মেৰা-মতিৰ কামত সহযোগ কৰে। ইয়াৰ উপৰিও, কিছুমান ভনীয়ে বেথেল আৰু অনুবাদ অফিচতো সেৱা কৰে। এই ভনীসকল এটা মহাবাহিনী হয়, যাৰ যোগেদি যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰে। (গীত. ৬৮:১১) ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলক দুৰ্ব্বল বা অযোগ্য বুলি নাভাবে।
জুলাই ২৯-আগষ্ট ৪
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৬৯
যীচুৰ জীৱনত যি ঘটিছিল সেয়া গীতমালা ৬৯-ত আগতিয়াকৈ কোৱা হৈছিল
w১১ ৮/১৫ ১১ ¶১৭
उन्होंने मसीहा के आने की आस लगायी
17 बिना किसी कारण मसीहा से नफरत की जाएगी। (भज. 69:4) प्रेषित यूहन्ना ने यीशु के शब्दों का हवाला देते हुए कहा: “अगर मैंने उनके बीच ये काम न किए होते, तो उनमें कोई पाप न होता। मगर अब उन्होंने मेरे काम देखे हैं और मुझसे और मेरे पिता, दोनों से नफरत की है। मगर यह इसलिए हुआ कि उनके कानून में लिखी यह बात पूरी हो सके: ‘उन्होंने बेवजह मुझसे नफरत की।’” (यूह. 15:24, 25) अकसर शब्द “कानून” पूरे शास्त्र को दर्शाता है। (यूह. 10:34; 12:34) खुशखबरी की किताबें साबित करती हैं कि यीशु से नफरत की गयी और खासकर यहूदी धर्म गुरुओं ने ऐसा किया। इसके अलावा मसीह ने कहा: “दुनिया के पास तुमसे नफरत करने की कोई वजह नहीं है, मगर यह मुझसे नफरत करती है, क्योंकि मैं इसके बारे में गवाही देता हूँ कि इसके काम दुष्ट हैं।”—यूह. 7:7.
w১০ ১২/১৫ ৮ ¶৭-৮
सच्ची उपासना के लिए जोशीले बनो
7 एक मौके पर यीशु ने परमेश्वर की सेवा के लिए बड़े ज़बरदस्त तरीके से अपना जोश दिखाया। यह तब की बात है, जब यीशु ने अपनी सेवा शुरू ही की थी। ईसवी सन् 30 के फसह का पर्व था। वह और उसके चेले यरूशलेम आए और उन्होंने मंदिर में “मवेशियों और भेड़ों और कबूतरों की बिक्री करनेवालों को और पैसे बदलनेवाले सौदागरों को अपनी-अपनी गद्दियों” पर बैठे देखा। तब यीशु ने क्या किया और इसका उसके चेलों पर क्या असर हुआ?—यूहन्ना 2:13-17 पढ़िए।
8 उस दिन यीशु ने जो कहा और किया, उससे चेलों को दाविद की यह भविष्यवाणी याद आयी: “मैं तेरे भवन के निमित्त जलते जलते भस्म हुआ।” (भज. 69:9) उन्हें क्यों वह भविष्यवाणी याद आयी? क्योंकि जिस इंसान के दिल में ऐसी आग जलती हो, वही खतरनाक और जोखिम भरा काम कर सकता है, जैसा यीशु ने किया था। मंदिर में धोखाधड़ी से किए जानेवाले उस धंधे के पीछे और किसी का नहीं, बल्कि शास्त्रियों, फरीसियों और मंदिर के दूसरे अधिकारियों का हाथ था। उनकी पोल खोलकर यीशु ने दरअसल धर्म के ठेकेदारों से दुश्मनी मोल ले ली। इसलिए जब चेलों ने उसे ऐसा करते देखा, तो उन्हें यीशु का ‘परमेश्वर के घर’ या सच्ची उपासना के लिए “जोश” साफ नज़र आया। लेकिन जोश का मतलब क्या है? किसी काम को बेहद ज़रूरी समझने या उसके लिए जोश होने में क्या अंतर है?
g৯৫ ১০/২২ ৩১ ¶৪
अगर किसी का दिल दर्द से भरा है, तो क्या इससे उसकी मौत हो सकती है?
कुछ लोग मानते हैं कि यीशु की मौत की एक वजह यह थी कि उसका दिल बहुत बेचैन था और वह बड़े तनाव में था, ठीक जैसे भविष्यवाणी में लिखा था, “घोर अपमान सहते-सहते मेरा दिल टूट गया है, अब यह घाव भर नहीं सकता।” (भजन 69:20) क्या यीशु के साथ सच में ऐसा हुआ था? हो सकता है, क्योंकि अपनी मौत से ठीक पहले यीशु बहुत दर्द में था। उसे ना सिर्फ बुरी तरह मारा-पीटा गया था बल्कि वह अंदर से भी बहुत परेशान था। (मत्ती 27:46; लूका 22:44; इब्रानियों 5:7) एक और बात पर गौर कीजिए। यीशु के मरने के तुरंत बाद जब एक सैनिक ने अपना भाला उसकी पसलियों में भोंका, तो “खून और पानी” बहने लगा। ऐसा तब हो सकता है जब गहरे दुख की वजह से दिल फट जाता है या खून की कोई बड़ी नस फट जाती है। ऐसे में खून, छाती या पेरीकार्डियम में इकट्ठा हो जाता है। (पेरीकार्डियम, दिल के चारों ओर की झिल्ली है जिसमें एक द्रव्य भरा होता है।) इनमें से किसी पर भी अगर भाला भोंका जाए, तो “खून और पानी” जैसा कुछ निकलेगा।—यूहन्ना 19:34.
it-২ ৬৫০
ज़हरीला पौधा
मसीहा के बारे में भविष्यवाणी की गयी थी कि उसे खाने के लिए “एक ज़हरीला पौधा” दिया जाएगा। (भज 69:21, फु.) यह भविष्यवाणी तब पूरी हुई जब यीशु को काठ पर ठोंक दिए जाने से पहले पित्त मिली दाख-मदिरा दी गयी। यह दाख-मदिरा शायद इसलिए दी गयी ताकि उसका दर्द कम हो जाए। लेकिन यीशु ने उसे पीने से मना कर दिया।
मत्ती ने “पित्त” के लिए जिस यूनानी शब्द का इस्तेमाल किया, वह उस शब्द से मेल खाता है जो भजन 69:21 में ‘ज़हरीले पौधे’ के लिए इस्तेमाल किया गया। (मत 27:34) लेकिन मरकुस ने उसी किस्से के बारे में लिखते वक्त “गंधरस” कहा। (मर 15:23) इससे पता चलता है कि “ज़हरीला पौधा” गंधरस हो सकता है। लेकिन यह भी हो सकता है कि यीशु को जो दाख-मदिरा दी गयी उसमें “पित्त” और “गंधरस,” दोनों मिले हों।
আধ্যাত্মিক ৰত্ন বিচাৰক
সদায় প্ৰাৰ্থনা কৰি থাকক
১১ বহুতো লোকে সদায় কিবা বিচাৰিহে প্ৰাৰ্থনা কৰে। কিন্তু আমি যিহোৱাক প্ৰেম কৰোঁ, সেইবাবে অকলে হওক বা সভাহত প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁক ধন্যবাদ আৰু প্ৰশংসা কৰিব বিচাৰোঁ। পৌলে এইদৰে লিখিছে, “তোমালোকে একোলৈ চিন্তা নকৰিবা: কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।” (ফিলিপীয়া ৪:৬, ৭)যাচনা আৰু নিবেদনৰ উপৰিও, আধ্যাত্মিক আৰু শাৰীৰিক ভাবে দিয়া যিহোৱাৰ আশীৰ্বাদৰ বাবে আমি তেওঁক ধন্যবাদ দিয়া উচিত। (হিতোপদেশ ১০:২২) গীত ৰচকে এইদৰে গাইছে, “তুমি ঈশ্বৰৰ উদ্দেশে স্তুতিৰূপ বলি উৎসৰ্গ কৰা, সৰ্ব্বোপৰি জনাৰ উদ্দেশে তোমাৰ সঙ্কল্প সিদ্ধ কৰা।” (গীতমালা ৫০:১৪) দায়ূদৰ এখন গীতত হৃদয় স্পৰ্শ কৰা প্ৰাৰ্থনাত এই শব্দও আছিল, “মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম, ধন্যবাদেৰে তেওঁক গৌৰৱান্বিত কৰিম।” (গীতমালা ৬৯:৩০) আমিও অকলে আৰু সভাহত সকলোৰে আগত প্ৰাৰ্থনা কৰাৰ সময়ত এইদৰে কৰা উচিত নহয় নে?
আগষ্ট ৫-১১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৭০-৭২
‘আহিবলগীয়া বংশক ঈশ্বৰৰ শক্তিৰ’ বিষয়ে জনাওক
যুৱক-যুৱতীসকল—নিজ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিয়ক!
১৭ চয়তানৰ ফান্দৰ পৰা বাচি থাকিবৰ বাবে, যুৱক-যুৱতীসকলক সদায় সাৱধান হোৱা উচিত আৰু সাহসীয়াল হোৱা আৱশ্যক। কিয়, কিয়নো কোনো-কোনো সময়ত নিজকে মাত্ৰ অন্য যুৱক-যুৱতীসকল পৰাই নহয় কিন্তু গোটেই জগতৰ পৰা পৃথক বুলি প্ৰকাশ কৰিব লাগে। গীতমালা লেখক দায়ূদে মিনতি কৰিলে: “কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি। হে ঈশ্বৰ, তুমি মোক লৰা কালৰে পৰা শিক্ষা দি আহিছা, আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্য্যবোৰ প্ৰকাশ কৰি আহিছোঁ।” (গীতমালা ৭১:৫, ১৭) দায়ূদ এজন সাহসীয়াল ব্যক্তি আছিল। কিন্তু কেতিয়াৰ পৰা তেওঁ বেছি সাহসীয়াল হৈছিল? ডেকা অৱস্থাত! গলিয়াথৰ সৈতে সন্মূখীন হোৱাৰ বহু আগতে, দায়ূদে নিজৰ পিতৃৰ মেৰবোৰৰ ৰক্ষীয়া কৰি থকাৰ সময়ত তেওঁ নিজ সাহস প্ৰকাশ কৰিলে। তেওঁ এটা সিংহ আৰু এটা ভালুকক বধ কৰিছিল। (১ চমূৱেল ১৭:৩৪-৩৭) কিন্তু, দায়ূদে নিজৰ সাহসৰ বাবে সদায়ে যিহোৱাৰ প্ৰশংসা কৰি কৈছিল যে “সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি।” দায়ূদে সকলো সময়তে যিহোৱাক ওপৰত ভৰসা কৰিছিল আৰু এইবোৰে তেওঁক পৰীক্ষাত সন্মূখীন হবলৈ সহায় কৰিছিল। সেইবাবে, যদি আপুনিও যিহোৱাক ভৰসা কৰে তেওঁ আপোনাকো ‘জগতক জয় কৰিবলৈ’ সাহস আৰু শক্তি দিব।—১ যোহন ৫:৪.
g০৪ ১০/৮ ২৩ ¶৩
हमें बुज़ुर्गों के साथ कैसे पेश आना चाहिए?
एक भजन के लेखक ने प्रार्थना की, “जब मेरी उम्र ढल जाए तो तू मुझे दरकिनार न कर देना, जब मेरी ताकत जवाब दे जाए तो मुझे त्याग न देना।” (भजन 71:9) यहोवा अपने वफादार सेवकों को कभी ‘दरकिनार नहीं’ करता, फिर चाहे उन्हें लगे कि अब वे किसी काम के नहीं रहे। भजन के लेखक को भी इस बात का पूरा यकीन था। उसने ऐसा महसूस नहीं किया कि यहोवा ने उसे छोड़ दिया है। वह बस यह बताना चाह रहा था कि जैसे-जैसे उसकी उम्र ढल रही है, उसे यहोवा पर और भी निर्भर रहने की ज़रूरत है। जब यहोवा के सेवक इस तरह वफादार रहते हैं, तो वह भी उनकी पूरी ज़िंदगी मदद करता रहता है। (भजन 18:25) और ऐसा अकसर वह अपने दूसरे सेवकों के ज़रिए करता है।
w১৪ ১/১৫ ২৩ ¶৪-৫
विपत्ति के दिन आने से पहले यहोवा की सेवा कीजिए
4 अगर आपको सालों का तजुरबा है, तो खुद से यह ज़रूरी सवाल पूछिए, ‘जब तक मुझमें थोड़ी-बहुत ताकत है, मैं अपनी ज़िंदगी में क्या करूँगा?’ एक अनुभवी मसीही होने के नाते आपके पास कुछ ऐसे मौके हैं, जो दूसरों के पास नहीं हैं। मिसाल के लिए, आप जवानों को वे बातें सिखा सकते हैं, जो आपने इतने लंबे समय के दौरान यहोवा से सीखी हैं। यहोवा की सेवा में आपको जो अनुभव मिले हैं, उन्हें दूसरों के साथ बाँटकर आप उनका हौसला बढ़ा सकते हैं। राजा दाविद ने यहोवा से प्रार्थना की थी कि उसे ऐसा करने के मौके मिलें। उसने लिखा: “हे परमेश्वर, तू तो मुझ को बचपन ही से सिखाता आया है . . . हे परमेश्वर जब मैं बूढ़ा हो जाऊं, और मेरे बाल पक जाएं, तब भी तू मुझे न छोड़, जब तक मैं आनेवाली पीढ़ी के लोगों को तेरा बाहुबल और सब उत्पन्न होनेवालों को तेरा पराक्रम सुनाऊं।”—भज. 71:17, 18.
5 आपने सालों के दौरान जो बुद्धि हासिल की है, उसे आप दूसरों के साथ कैसे बाँट सकते हैं? क्या आप कुछ जवानों को अपने घर बुला सकते हैं, ताकि वे हौसला बढ़ानेवाली संगति का आनंद उठा सकें? क्या आप उन्हें अपने साथ प्रचार में ले जा सकते हैं, ताकि वे देख सकें कि आप यहोवा की सेवा में कितने खुश हैं? पुराने ज़माने के एलीहू ने कहा: “जो आयु में बड़े हैं वे ही बात करें, और जो बहुत वर्ष के हैं, वे ही बुद्धि सिखाएं।” (अय्यू. 32:7) प्रेषित पौलुस ने अनुभवी मसीही स्त्रियों को बढ़ावा दिया कि वे अपनी बातों और मिसाल से दूसरों का हौसला बढ़ाएँ। उसने लिखा: ‘बुज़ुर्ग बहनें अच्छी बातों की सिखानेवाली हों।’—तीतु. 2:3.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৭৬৮
ফৰাৎ নদী
ইস্ৰায়েলীসকলক দিয়া দেশৰ সীমা। ঈশ্বৰে অব্ৰাহামৰ লগত চুক্তি কৰিছিল যে তেওঁ তেওঁৰ বংশক সেই দেশ দিব যি “মিচৰ জুৰীৰ পৰা ফৰাৎ মহানদীলৈকে” আছে। (আদি ১৫:১৮) পাছত তেওঁ এই প্ৰতিজ্ঞা ইস্ৰায়েল ৰাষ্ট্ৰৰ লগত কৰিলে। (যাত্ৰা ২৩:৩১; দ্বিতী ১:৭, ৮; ১১:২৪; যিহো ১:৪) প্ৰথম বংশাৱলি ৫:৯ পদত কোৱাৰ দৰে দায়ূদৰ শাসনৰ আগতে কিছুমান ৰূবেণীয়া বংশ “ফৰাৎ নদীৰ ওচৰৰ পৰা বিস্তৃত হোৱা অৰণ্যৰ প্ৰবেশস্থানলৈকে বাস কৰিছিল।” কিন্তু ফৰাৎ নদী “গিলিয়দৰ পূব” ফালে প্ৰায় ৮০০ কিলোমিটাৰ দূৰত আছে। (১বং ৫:১০) এই পদৰ অৰ্থ এয়া হʼব পাৰে যে ৰূবেণীয়া বংশৰ এলেকা ফৰাৎ নদীলৈকে বিস্তৃত নাছিল। ইয়াৰ পৰিবৰ্তে তেওঁলোকৰ এলেকা চিৰিয়াৰ মৰুভুমিলৈকে আছিল, যি ফৰাৎ নদীলৈকে বিস্তৃত আছিল। ইয়াৰ অৰ্থ হৈছে অব্ৰাহামৰ লগত কৰা ঈশ্বৰৰ প্ৰতিজ্ঞা দায়ূদ আৰু চলোমনৰ শাসনকালত পূৰ হʼল। সেই সময়ত ইস্ৰায়েলৰ শাসন অৰামীয়া এলেকা চোবালৈকে আছিল আৰু প্ৰমাণে দেখুৱাই যে এই ৰাজ্যই চিৰিয়াৰ উত্তৰ ফালে যি ফৰাৎ নদী আছিল তাৰ লৈকে বিস্তৃত আছিল। (২ চমূ ৮:৩; ১ ৰাজা ৪:২১; ১ বং ১৮:৩-৮; ২ বং ৯:২৬) ফৰাৎ নদী বহুত বিশেষ আছিল, সেইবাবে ইয়াক প্ৰায় মহানদী বুলি কোৱা হৈছিল।—যিহো ২৪:২, ১৫; গীত ৭২:৮.
আগষ্ট ১২-১৮
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৭৩-৭৪
জগতৰ লোকসকলৰ প্ৰতি ঈৰ্ষা হʼলে কি কৰা উঠিত?
‘খেদিত মন হোৱাবিলাকক যিহোৱাই পৰিত্ৰাণ কৰে’
১৪ গীতমালা ৭৩-ৰ লেখকজন এজন লেবী আছিল। তেওঁ যিহোৱাৰ উপাসনা কৰাৰ ঠাইত সেৱা কৰিছিল। এয়া এক বিশেষ আশীৰ্বাদ আছিল। তথাপি তেওঁ এসময়ত নিৰাশ হৈ পৰিছিল। তেওঁ দুষ্ট আৰু অহংকাৰী লোকসকলক দেখি ঈৰ্ষা কৰিছিল। তেওঁলোকে কৰা বেয়া কাৰ্য্যৰ বাবে নহয়, কিন্তু ইমান বেয়া কাৰ্য্য কৰাৰ সত্ত্বেও তেওঁলোকে উন্নতি কৰি আছে, তাক দেখিহে তেওঁ ঈৰ্ষা কৰিছিল। (গীত. ৭৩:২-৯, ১১-১৪) তেওঁক এনেকুৱা লাগিছিল যেন তেওঁলোকৰ জীৱনত কোনো অভাৱ, দুখ-কষ্ট আৰু কোনো চিন্তা নাই। তেওঁলোকক দেখি গীত ৰচকজনে ইমানেই নিৰাশ হৈ পৰিছিল যে তেওঁ এইদৰে কৈছিল, “বাস্তৱিক মই বৃথাই অন্তঃকৰণ পৰিষ্কাৰ কৰিলোঁ, আৰু হাত ধুই নিজ নিৰ্দ্দোষিতা প্ৰকাশ কৰিলোঁ।” যদি তেওঁ এইদৰে নিৰাশ হৈ থাকে, তেনেহʼলে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিব।
‘খেদিত মন হোৱাবিলাকক যিহোৱাই পৰিত্ৰাণ কৰে’
১৫ গীতমালা ৭৩:১৬-১৯, ২২-২৫ পঢ়ক। এই পদবোৰৰ অনুসৰি লেবীজনে ‘ঈশ্বৰৰ পবিত্ৰস্থানলৈ’ যায়। যেতিয়া তেওঁ যিহোৱাৰ উপাসনা কৰা আন লোকসকলক লগ পালে, তেতিয়া তেওঁ শান্তভাৱে আৰু স্পষ্টভাৱে নিজৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব পাৰিলে। তাৰ পাছত তেওঁ যিহোৱাক প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা কʼলে। তেতিয়া তেওঁ বুজিব পাৰিলে যে তেওঁৰ চিন্তাধাৰা কিমান ভুল আছিল আৰু এই চিন্তাধাৰা তেওঁ সলনি নকৰা হʼলে তেওঁ যিহোৱাৰপৰা আঁতৰি গʼলহেঁতেন। তেওঁ এয়াও বুজিব পাৰিলে যে যদিও দুষ্ট লোকসকলক উন্নতি কৰা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰকৃততে তেওঁলোক “পিছল ঠাইত” থিয় হৈ আছে আৰু তেওঁলোকৰ “বিনষ্ট” হʼব। যেতিয়া তেওঁ যিহোৱালৈ দৃষ্টি ৰাখিলে, তেতিয়া তেওঁ দুষ্ট লোকসকলক দেখি ঈৰ্ষা কৰা নাছিল আৰু নিৰাশো হোৱা নাছিল। তেওঁ শান্তি লাভ কৰিলে আৰু পুনৰ আনন্দেৰে থাকিবলৈ ধৰিলে। তেওঁ কʼলে, যিহোৱাত “মই সন্তোষ পাওঁ, তোমাৰ বাহিৰে পৃথিবীত মোৰ কোনো নাই।”
১৬ আমি কি শিকিব পাৰোঁ? দুষ্ট লোকসকলে উন্নতি কৰা দেখি আমি ঈৰ্ষা কৰা উচিত নহয়। তেওঁলোকৰ আনন্দ খন্তেকীয়া আৰু তেওঁলোকে অনন্ত জীৱন লাভ নকৰিব। (উপ. ৮:১২, ১৩) তেওঁলোকক ঈৰ্ষা কৰিলে আমি নিৰাশ হʼম আৰু যিহোৱাৰপৰাও আঁতৰি যাব পাৰোঁ। দুষ্ট লোকসকলৰ উন্নতি দেখি আপোনাৰ মনত কেতিয়াবা ঈৰ্ষাভাৱ আহিলে, আপুনি কি কৰিব পাৰে? সেই লেবীজনৰ দৰে ঈশ্বৰৰ পৰামৰ্শ পালন কৰক আৰু যিহোৱাৰ ইচ্ছা পূৰ কৰা লোকসকলৰ লগত সংগতি কৰি থাকক। যদি আপুনি সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰিব, তেনেহʼলে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব আৰু “প্ৰকৃত জীৱন” লাভ কৰা পথত আপুনি চলি থাকিব পাৰিব।—১ তীম. ৬:১৯.
w১৪ ৪/১৫ ৪ ¶৫
मूसा के विश्वास की मिसाल पर चलिए
5 आप “पाप का चंद दिनों का सुख भोगने” की ख्वाहिश को कैसे ठुकरा सकते हैं? कभी मत भूलिए कि पाप करने से मिलनेवाली खुशी बस थोड़े ही समय के लिए होती है। विश्वास आपको यह देखने में मदद देगा कि “यह दुनिया मिटती जा रही है और इसके साथ इसकी ख्वाहिशें भी मिट जाएँगी।” (1 यूह. 2:15-17) उन लोगों के भविष्य के बारे में मनन कीजिए, जो बिना पछतावा किए पाप करते रहते हैं। वे ‘फिसलनेवाले स्थानों में हैं, वे नाश हो गए हैं।’ (भज. 73:18, 19) जब आपमें पाप करने की इच्छा जागती है, तो खुद से पूछिए, ‘मैं अपने लिए किस तरह का भविष्य चाहता हूँ?’
w১৩ ২/১৫ ২৫-২৬ ¶৩-৫
कोई भी बात आपको महिमा पाने से रोक न सके
3 भजनहार को पूरा यकीन था कि यहोवा उसे महिमा देगा। (भजन 73:23, 24 पढ़िए।) यहोवा उसकी आज्ञा माननेवालों को महिमा कैसे देता है? उन पर अपनी मंज़ूरी देकर और कई तरीकों से उन पर आशीषें बरसाकर। मिसाल के लिए, वह उन्हें यह समझने में मदद देता है कि उसकी मरज़ी क्या है। साथ ही, वह उन्हें अपने साथ एक करीबी रिश्ता बनाने का सम्मान भी देता है।—1 कुरिं. 2:7; याकू. 4:8.
4 यहोवा हमें खुशखबरी का प्रचार करने का सुअवसर देकर भी हमें महिमा से नवाज़ता है। (2 कुरिं. 4:1, 7) जब हम प्रचार काम में हिस्सा लेकर यहोवा की बड़ाई करते हैं और दूसरों को फायदा पहुँचाते हैं, तो हमें यहोवा से महिमा मिलती है, क्योंकि वह हमसे वादा करता है: “जो मेरा आदर करें मैं उनका आदर करूंगा।” (1 शमू. 2:30) ऐसे लोग यहोवा के साथ एक अच्छा नाम बना पाते हैं और मंडली के दूसरे सेवकों से भी तारीफ पाते हैं। इस तरह यहोवा उनका आदर करता है।—नीति. 11:16; 22:1.
5 जो लोग ‘यहोवा की बाट जोहते और उसके मार्ग पर बने रहते’ हैं, उनका भविष्य कैसा होगा? उनसे वादा किया गया है: “वह [यहोवा] तुझे बढ़ाकर पृथ्वी का अधिकारी कर देगा; जब दुष्ट काट डाले जाएंगे, तब तू देखेगा।” (भज. 37:34) वाकई, उन्हें ऐसा सम्मान मिलेगा जिसकी तुलना किसी भी चीज़ से नहीं की जा सकती, वह है हमेशा की ज़िंदगी।—भज. 37:29.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ২৪০
লিবিয়াথন
গীতমালা ৭৪ অধ্যায়ত কোৱা হৈছে যে ঈশ্বৰে নিজৰ লোকসকলক বচাবলৈ কি কি কৰিলে। ১৩ আৰু ১৪ পদত ‘সমুদ্ৰৰ বিশাল জন্তু’ আৰু ‘লিবিয়াথনৰ’ বিষয়ে এয়া জনাবলৈ কোৱা হৈছে যে কেনেকৈ যিহোৱাই ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰ পৰা মুক্ত কৰিলে। হয়তো সিহঁতৰ মূৰ গুড়ি কৰা সেই ঘটনাক চিত্ৰিত কৰে, যেতিয়া যিহোৱাই ফৌৰন আৰু তেওঁৰ সৈন্যবাহিনিক পৰাজয় কৰিছিল। সেইবাবে কিছুমান অনুবাদত “লিবিয়াথনৰ মূৰৰ” ঠাইত “ফৌৰনৰ শক্তিশালী সৈন্যবাহিনিৰ” মূৰ গুড়ি কৰাৰ বিষয়ে কোৱা হৈছে। (যিহি ২৯:৩-৫; ৩২:২ লগত তুলনা কৰক।) যিচয়া ২৭:১ পদত “লিবিয়াথন” এনে এটা সাম্ৰাজ্য বা আন্তঃৰাষ্ট্ৰীয় সংগঠনক চিত্ৰিত কৰে যাক “মহা নাগ” বা ‘দিয়াবলে’ চলাই আছে। (প্ৰকা ১২:৯) যিচয়াৰ এই ভৱিষ্যবাণী ইস্ৰায়েল ৰাষ্ট্ৰক পুনৰস্থাপন কৰাৰ বিষয়ে আছিল। সেইবাবে, যিহোৱাই “লিবিয়াথনৰ মূৰ গুড়ি” কৰিব ইয়াৰ অৰ্থ হৈছে, তেওঁ বাবিলৰ ওপৰত আক্ৰমণ কৰিব। কিন্তু ১২ আৰু ১৩ পদত অচূৰ আৰু মিচৰৰ বিষয়েও কোৱা হৈছে। গতিকে, লিবিয়াথন এনে এটা সাম্ৰাজ্য বা আন্তঃৰাষ্ট্ৰীয় সংগঠনক চিত্ৰিত কৰে, যি যিহোৱা আৰু তেওঁৰ উপাসকসকলক বিৰোধ কৰে।
আগষ্ট ১৯-২৫
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৭৫-৭৭
আমি কিয় অহংকাৰ কৰিব নালাগে?
w১৮.০১ ২৮ ¶৪-৫
क्या आप लोगों में फर्क देख पा रहे हैं?
4 यह बताने के बाद कि कई लोग खुद से प्यार करनेवाले और पैसे से प्यार करनेवाले होंगे, पौलुस ने यह भी कहा कि वे डींगें मारनेवाले, मगरूर और घमंड से फूले हुए होंगे। ऐसे लोगों को अपनी खूबसूरती, दौलत, काबिलीयत या ओहदे पर घमंड होता है और इस वजह से वे खुद को दूसरों से बेहतर समझते हैं। वे हमेशा दूसरों से तारीफ पाने के भूखे होते हैं। एक विद्वान ने घमंडी इंसान के बारे में लिखा, “वह मन-ही-मन अपने लिए एक छोटा-सा मंदिर खड़ा करता है और उसमें अपनी ही मूरत रखकर उसकी पूजा करता है।” कुछ लोगों का कहना है कि घमंड ऐसा बुरा गुण है कि घमंडी लोग भी जब दूसरों में यह अवगुण देखते हैं, तो उनसे यह बरदाश्त नहीं होता।
5 बाइबल बताती है कि यहोवा ‘घमंड से चढ़ी आँखों’ से घिन करता है। उसे घमंड से सख्त नफरत है। (नीति. 6:16, 17) दरअसल घमंड एक इंसान को परमेश्वर से दूर ले जाता है। (भज. 10:4) घमंड करना शैतान की फितरत है। (1 तीमु. 3:6) दुख की बात है कि यहोवा के कुछ वफादार सेवक भी इसके शिकार हुए हैं। मिसाल के लिए, यहूदा का राजा उज्जियाह सालों से यहोवा का वफादार था। लेकिन बाइबल बताती है, “जैसे ही वह ताकतवर हो गया, उसका मन घमंड से फूल उठा और यह उसकी बरबादी का कारण बन गया। वह धूप की वेदी पर धूप जलाने के लिए यहोवा के मंदिर में घुस गया और ऐसा करके उसने अपने परमेश्वर यहोवा के साथ विश्वासघात किया।” वफादार राजा हिजकियाह भी कुछ समय के लिए घमंडी बन गया था।—2 इति. 26:16; 32:25, 26.
যীচুৰ চমৎকাৰবোৰৰ পৰা আমি কি শিকিব পাৰোঁ?
১১ যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। আমি যিহোৱা আৰু তেওঁৰ উপাসকসকলৰ বাবে যি কৰোঁ, তাৰ কাৰণে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ।—১ কৰি. ১:২৬-৩১.
১২ যীচুৰ দৰে নম্ৰ হোৱাৰ আৰু এটা উপায় আছে। কল্পনা কৰকচোন, এজন পৰিচাৰকে প্ৰথমবাৰ জন ভাষণ দিয়াৰ সুযোগ পাইছে। এজন প্ৰাচীনে তেওঁক এই ভাষণ তৈয়াৰ কৰিবলৈ বহুত সহায় কৰিলে। সেইবাবে, সেই পৰিচাৰকজনে বৰ ধুনীয়াকৈ ভাষণ দিলে আৰু মণ্ডলীৰ সকলোৱে এই ভাষণ শুনি ভাল পালে। ইয়াৰ পাছত কোনোবাই আহি সেই প্ৰাচীনক কʼলে, ‘সঁচাকৈ এই ভাইজনৰ ভাষণ বহুত ধুনীয়া আছিল, নহয়নে বাৰু?’ সেই প্ৰাচীনজনে এইদৰে কোৱাটো উচিত হʼবনে, ‘হয়, কিন্তু তেওঁক মই বহুত সহায় কৰিবলগীয়া হʼল।’ অথবা তেওঁ নম্ৰ হৈ এইদৰে কোৱা উচিত, ‘সঁচাকৈ, তেওঁ বহুত ভাল ভাষণ দিলে, শুনি বৰ ভাল লাগিল!’ যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৮/১ ৪ ¶২
গীতমালা কিতাপৰ তৃতীয় আৰু চতুৰ্থ ভাগৰ পৰিচয়
৭৬:১০—“মনুষ্যৰ ক্ৰোধে” কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰে? যেতিয়া যিহোৱাই নিজৰ সেৱকসকলৰ ওপৰত অৰ্থাৎ আমাৰ ওপৰত মানোহৰ ক্ৰোধ আহিবলৈ দিয়ে, তেতিয়া ইয়াৰ ভাল পৰিণাম হʼব পাৰে। কেনেকৈ বাৰু? আমাৰ ওপৰত যেতিয়া তাড়না আহে তেতিয়া আমি আৰু মজবুত হৈ পৰোঁ। আমাৰ প্ৰশিক্ষণৰ বাবে যিমান প্ৰয়োজন আছে সিমান যিহোৱাই কষ্ট আহিবলৈ অনুমতি দিয়ে। (১ পিতৰ ৫:১০) যি ক্ৰোধ থাকি যায় সেয়া ঈশ্বৰে নিজে ৰখায়। কিন্তু ইয়াৰ বাবে যদি আমাৰ মৃত্যু হৈ, তেতিয়া কি? ইয়াৰ যোগেদিও যিহোৱাৰ মহিমা হয়, কিয়নো মৃত্যু লৈকে আমি যিহোৱাৰ বিশ্বাসী হৈ থকা দেখি আনেও তেওঁৰ মহিমা কৰিবলৈ ধৰিব।
আগষ্ট ২৬–ছেপ্টেম্বৰ ১
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান গীতমালা ৭৮
ইস্ৰায়েলীসকলৰ দৰে বিশ্বাসঘাত নকৰিব
w৯৬ ১২/১ ২৯-৩০
“उन पहिले दिनों को स्मरण करो”—क्यों?
दुःख की बात है, इस्राएली बार-बार भूलने के पाप में पड़ गए। इसका परिणाम क्या हुआ? “वे बारबार ईश्वर की परीक्षा करते थे, और इस्राएल के पवित्र को खेदित करते थे। उन्हों ने न तो उसका भुजबल स्मरण किया, न वह दिन जब उस ने उनको द्रोही के वश से छुड़ाया था।” (भजन 78:41, 42) आख़िरकार, यहोवा की आज्ञाओं को भूलते रहने का परिणाम हुआ उन्हें अस्वीकार किया जाना।—मत्ती 21:42, 43.
भजनहार द्वारा एक उत्तम उदाहरण रखा गया जिसने लिखा: “मैं याह के बड़े कामों की चर्चा करूंगा; निश्चय मैं तेरे प्राचीनकालवाले अद्भुत कामों को स्मरण करूंगा। मैं तेरे सब कामों पर ध्यान करूंगा, और तेरे बड़े कामों को सोचूंगा।” (भजन 77:11, 12) अतीत की निष्ठावान् सेवा और यहोवा के प्रेमपूर्ण कार्यों को यूँ मनन करते हुए याद करना हमें आवश्यक प्रेरणा, प्रोत्साहन और क़दरदानी देगा। साथ ही, ‘उन पहिले दिनों को स्मरण करना’ थकान को दूर करने का काम कर सकता है और हम जितना कर सकते हैं वह करने और वफ़ादारी से धीरज धरने के लिए हमें प्रेरित कर सकता है।
w০৬ ৮/১ ১০ ¶১৬
कुड़कुड़ाने से दूर रहिए
16 जब हम कुड़कुड़ाते हैं, तब हम अपना पूरा ध्यान खुद पर और अपनी तकलीफों पर लगा देते हैं, और यह बात भूल जाते हैं कि यहोवा के साक्षी होने के नाते हमें कितनी बढ़िया आशीषें मिली हैं। अगर हम अपने शिकायती रवैए पर काबू पाना चाहते हैं, तो हमें इन आशीषों को हमेशा याद करते रहना होगा। ये आशीषें क्या हैं? हममें से हरेक को यहोवा का नाम धारण करने का बड़ा सुअवसर मिला है। (यशायाह 43:10) हम उसके साथ एक करीबी रिश्ता कायम कर सकते हैं, और “प्रार्थना के सुननेवाले” यहोवा से किसी भी वक्त बात कर सकते हैं। (भजन 65:2; याकूब 4:8) हमारी ज़िंदगी को एक मकसद मिला है, क्योंकि हम विश्व की हुकूमत के मसले को समझते हैं और इस बात को याद रखते हैं कि परमेश्वर की तरफ अपनी खराई बनाए रखना हमारे लिए एक सम्मान है। (नीतिवचन 27:11) हमें राज्य का सुसमाचार सुनाने में बिना नागा हिस्सा लेने की भी आशीष मिली है। (मत्ती 24:14) और यीशु मसीह के छुड़ौती बलिदान पर विश्वास करने से हमें शुद्ध विवेक मिला है। (यूहन्ना 3:16) ये आशीषें यहोवा के हर सेवक को मिलती हैं, फिर चाहे हमें ज़िंदगी में अलग-अलग हालात या मुश्किलों का सामना क्यों न करना पड़े।
w১১ ৭/১ ১০ ¶৩-৪
क्या यहोवा की भी भावनाएँ हैं?
भजनहार ने कहा, “उन्होंने कितनी ही बार जंगल में उससे बलवा किया!” (आयत 40) अगली आयत बताती है, “वे बारबार ईश्वर की परीक्षा करते थे।” (आयत 41) इन आयतों से साफ पता चलता है कि बार-बार बगावत करना उनकी आदत बन चुकी थी। मिस्र से छूटने के कुछ समय बाद इसराएलियों ने ऐसा करना शुरू कर दिया था। वे परमेश्वर के खिलाफ कुड़कुड़ाने लगे और यह कहने लगे कि क्या परमेश्वर वाकई हमारी परवाह करता है और क्या वह ऐसा करना चाहता भी है। (गिनती 14:1-4) ‘उन्होंने कितनी ही बार उससे बलवा किया है’ इन शब्दों के मतलब को बाइबल अनुवादकों ने कुछ इस तरह बताया कि वे बार-बार परमेश्वर की बात मानना छोड़ देते। इसके बावजूद जब वे दिल से पश्चाताप करते, तो यहोवा उन पर दया करता और उन्हें माफ करता। लेकिन अपनी आदत के मुताबिक वे फिर से वैसा ही करने लगते। वे यहोवा से मुँह फेर लेते और बार-बार बगावत करते और ऐसा ही चलता रहता।—भजन 78:10-19, 38.
जब उसके चुने हुए लोगों ने हर बार बगावत की, तो यहोवा को कैसा लगा? आयत 40 बताती है कि उन्होंने “उसको उदास किया।” एक और अनुवाद बताता है कि उन्होंने “उसे दुखी होने की वजह दी।” बाइबल के एक अनुवाद मुताबिक इस बात का मतलब यह है कि “इसराएलियों ने ऐसे काम किए जिससे परमेश्वर को दुख हुआ, जैसे माता-पिता को तब होता है जब उनका बच्चा बात नहीं मानता और बगावत करता है।” जैसे बगावती बच्चा अपने माता-पिता को ठेस पहुँचाता है, वैसे ही बगावती इसराएलियों ने “इस्राएल के पवित्र को खेदित” किया।—आयत 41.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৮/১ ৪ ¶৩
গীতমালা কিতাপৰ তৃতীয় আৰু চতুৰ্থ ভাগৰ পৰিচয়
৭৮:২৪, ২৫—মান্নাক “স্বৰ্গৰ শস্য” আৰু “স্বৰ্গীয় দূতৰ আহাৰ” বুলি কিয় কোৱা হৈছে? এই শব্দবোৰৰ অৰ্থ এয়া নাছিল যে মান্না স্বৰ্গীয় দূতৰ আহাৰ আছিল। স্বৰ্গৰ পৰা বৰষোৱাৰ বাবে মান্নাক “স্বৰ্গৰ শস্য” বুলি কোৱা হৈছে (গীত ১০৫:৪০) ইয়াক হয়তো “স্বৰ্গীয় দূতৰ আহাৰ” বুলি সেইবাবে কোৱা হৈছে, কাৰণ ঈশ্বৰে এই আহাৰ দিছিল যিজন স্বৰ্গীয় দূতৰ লগত স্বৰ্গত থাকে। (গীত ১১:৪) বা হয়তো এয়াও হʼব পাৰে যে যিহোৱাই ইস্ৰায়েলীসকলক মান্না দিবলৈ স্বৰ্গীয় দূতক ব্যৱহাৰ কৰিছিল।