গীত নং ৯৭
ঈশ্বৰৰ বাক্যৰ ওপৰত জীৱন নিৰ্ভৰ
(মথি ৪:৪)
১. শা-স্ত্ৰৰ বা-ক্য হয় যে স-ত্য,
দি-য়ে আ-মাক জী-ৱন।
ৰু-টিত-কৈ অ-ধিক প্ৰ-য়ো-জন,
শি-ক্ষা এই বা-ই-বে-লৰ।
পাম এই জী-ৱ-নত সুখ-শা-ন্তি,
আ-ৰু যাঃৰ আ-শীৰ্-বাদ।
(কোৰাচ)
কে-ৱল ৰু-টি-ৰে নি-জী-য়াওঁ,
বা-ক্যই দি-য়ে জী-ৱন।
যাঃৰ বা-ক্য পা-লন ক-ৰি মই,
ক-ৰোঁ জী-ৱন-যা-পন।
২. ধা-ৰ্মিক লো-কৰ জী-ৱন শৈ-লী,
পাওঁ বা-ই-বে-লৰ বা-ক্যত।
তেওঁ-লো-কৰ গু-ণৰ বি-ৱ-ৰণ,
ক-ৰে আ-মাক মু-গ্ধ।
প-ঢ়ি বা-ক্য যাঃ-য়ে দি-য়া,
জু-ৰাই যে মন আ-মাৰ।
(কোৰাচ)
কে-ৱল ৰু-টি-ৰে নি-জী-য়াওঁ,
বা-ক্যই দি-য়ে জী-ৱন।
যাঃৰ বা-ক্য পা-লন ক-ৰি মই,
ক-ৰোঁ জী-ৱন-যা-পন।
৩. স-দায় য-দি বা-ক্য প-ঢ়োঁ,
পাম আ-শা আ-ৰু জ্ঞান।
জী-ৱন আ-মাৰ দুখ-ক-ষ্ট-ময়,
শা-ন্ত্ব-না দি-ব যাঃ।
য-দি বা-ক্য ৰা-খোঁ ম-নত,
জী-ৱন হ’-ব স-ফল।
(কোৰাচ)
কে-ৱল ৰু-টি-ৰে নি-জী-য়াওঁ,
বা-ক্যই দি-য়ে জী-ৱন।
যাঃৰ বা-ক্য পা-লন ক-ৰি মই,
ক-ৰোঁ জী-ৱন-যা-পন।
(যিহো ১:৮; ৰোম. ১৫:৪ পদবোৰো চাওক।)