গীত নং ৭৭
অন্ধকাৰ জগতত সত্যৰ পোহৰ
১. অ-ন্ধ-কাৰ, এই জ-গত-খ-নত,
পো-হ-ৰৰ ৰে-ঙ-নি।
আ-হি-ব, অ-তি সোন-কা-লে
সেই নি-শাৰ পু-ৱ-তি।
(কোৰাচ)
ৰা-জ্যৰ এই বা-ৰ্তা-য়ে,
জি-লি-কাই এই আ-ন্ধা-ৰত।
দি-য়ে আ-শাৰ পো-হৰ।
সু-ন্দৰ এক ভ-ৱি-ষ্য,
হʼ-ব যাঃৰ ই-চ্ছা পূ-ৰ্ণ,
এ-য়া নি-শ্চিত।
২. টো-প-নিত, থ-কা-জ-নে যেন,
স-জাগ হয় এ-তি-য়া।
স-ময় যে, আ-ছে ব-হুত কম
প-লম ন-ক-ৰি-বা।
(কোৰাচ)
ৰা-জ্যৰ এই বা-ৰ্তা-য়ে,
জি-লি-কাই এই আ-ন্ধা-ৰত।
দি-য়ে আ-শাৰ পো-হৰ।
সু-ন্দৰ এক ভ-ৱি-ষ্য,
হʼ-ব যাঃৰ ই-চ্ছা পূ-ৰ্ণ,
এ-য়া নি-শ্চিত।
(যোহ. ৩:১৯; ৮:১২; ৰোম. ১৩:১১, ১২; ১ পিত. ২:৯ পদবোৰ চাওক।)