বাইবেলৰ কিতাপবোৰৰ সূচীপত্ৰ
খ্ৰীষ্টাব্দত লিখা গ্ৰীক শাস্ত্ৰৰ কিতাপবোৰ
কিতাপৰ নাম |
লেখক |
লিখাৰ ঠাই |
লিখা সম্পূৰ্ণ হয় (খ্ৰী.) |
কোনটো সময়ৰ বিৱৰণ |
---|---|---|---|---|
মথি |
মথি |
ইস্ৰায়েল |
প্ৰা. ৪১ |
খ্ৰী.পূ. ২–৩৩ খ্ৰী. |
মাৰ্ক |
মাৰ্ক |
ৰোমান |
প্ৰা. ৬০-৬৫ |
২৯-৩৩ খ্ৰী. |
লূক |
লূক |
কৈচৰিয়া |
প্ৰা. ৫৬-৫৮ |
খ্ৰী.পূ. ৩–৩৩ খ্ৰী. |
যোহন |
পাঁচনি যোহন |
ইফিচ বা তাৰ আশে-পাশে |
প্ৰা. ৯৮ |
১:১৯ পৰা আগলৈ ২৯-৩৩ খ্ৰী. |
পাঁচনিৰ কৰ্ম্ম |
লূক |
ৰোমান |
প্ৰা. ৬১ |
৩৩–প্ৰা. ৬১ খ্ৰী. |
ৰোমীয়া |
পৌল |
কৰিন্থ |
প্ৰা. ৫৬ |
|
১ কৰিন্থীয়া |
পৌল |
ইফিচ |
প্ৰা. ৫৫ |
|
২ কৰিন্থীয়া |
পৌল |
মাকিদনিয়া |
প্ৰা. ৫৫ |
|
গালাতীয়া |
পৌল |
কৰিন্থ বা চিৰিয়াৰ আন্তিয়খিয়া |
প্ৰা. ৫০-৫২ |
|
ইফিচীয়া |
পৌল |
ৰোমান |
প্ৰা. ৬০-৬১ |
|
ফিলিপীয়া |
পৌল |
ৰোমান |
প্ৰা. ৬০-৬১ |
|
কলচীয়া |
পৌল |
ৰোমান |
প্ৰা. ৬০-৬১ |
|
১ থিচলনীকীয়া |
পৌল |
কৰিন্থ |
প্ৰা. ৫০ |
|
২ থিচলনীকীয়া |
পৌল |
কৰিন্থ |
প্ৰা. ৫১ |
|
১ তীমথিয় |
পৌল |
মাকিদনিয়া |
প্ৰা. ৬১-৬৪ |
|
২ তীমথিয় |
পৌল |
ৰোমান |
প্ৰা. ৬৫ |
|
তীত |
পৌল |
মাকিদনিয়া (?) |
প্ৰা. ৬১-৬৪ |
|
ফিলীমন |
পৌল |
ৰোমান |
প্ৰা. ৬০-৬১ |
|
ইব্ৰী |
পৌল |
ৰোমান |
প্ৰা. ৬১ |
|
যাকোব |
যাকোব (যীচুৰ ভায়েক) |
যিৰূচালেম |
আ. ৬২ |
|
১ পিতৰ |
পিতৰ |
বাবিল |
প্ৰা. ৬২-৬৪ |
|
২ পিতৰ |
পিতৰ |
বাবিল (?) |
প্ৰা. ৬৪ |
|
১ যোহন |
পাঁচনি যোহন |
ইফিচ বা তাৰ আশে-পাশে |
প্ৰা. ৯৮ |
|
২ যোহন |
পাঁচনি যোহন |
ইফিচ বা তাৰ আশে-পাশে |
প্ৰা. ৯৮ |
|
৩ যোহন |
পাঁচনি যোহন |
ইফিচ বা তাৰ আশে-পাশে |
প্ৰা. ৯৮ |
|
যিহূদা |
যিহূদা (যীচুৰ ভায়েক) |
ইস্ৰায়েল (?) |
প্ৰা. ৬৫ |
|
প্ৰকাশিত বাক্য |
পাঁচনি যোহন |
পাত্ম |
প্ৰা. ৯৬ |
[কিছুমান কিতাপ কোনে লিখিছিল আৰু কʼত লিখা হৈছিল, তাৰ বিষয়ে নিশ্চিতভাৱে কʼব নোৱাৰি। কিছুমান তাৰিখ কেৱল ওচৰৰ-পাজৰৰ বছৰ হয়। পি. মানে হৈছে “পিছত।” আ. মানে হৈছে “আগত” আৰু প্ৰা. মানে হৈছে “প্ৰায়।” খ্ৰী.পূ. মানে হৈছে “খ্ৰীষ্টপূৰ্ব।” খ্ৰী. মানে হৈছে “খ্ৰীষ্টাব্দ।”]