ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ২৪
  • প্ৰশ্ন ১৩: কামৰ বিষয়ে বাইবেলে কি কয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ১৩: কামৰ বিষয়ে বাইবেলে কি কয়?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ১৩: কামৰ বিষয়ে বাইবেলে কি কয়?

প্ৰশ্ন ১৩

কামৰ বিষয়ে বাইবেলে কি কয়?

“নিজ ব্যৱসায়ত পৰিশ্ৰমী হোৱা লোকক তুমি দেখিছা নে? সেই লোক ৰজাবিলাকৰ আগত থিয় হʼব, সাধাৰণ লোকৰ আগত থিয় নহʼব।”

হিতোপদেশ ২২:২৯

এজন ব্যক্তিয়ে কাঠৰ কাম কৰিছে

“যিজনে চুৰ কৰে, তেওঁ এতিয়াৰে পৰা চুৰ নকৰক। ইয়াৰ পৰিৱৰ্তে, তেওঁ কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ হাতেৰে ভাল কাম কৰক যাতে অভাৱ হোৱা কোনো ব্যক্তিক দিবলৈ তেওঁৰ হাতত কিবা থাকে।”

ইফিচীয়া ৪:২৮

“মানুহে যে ভোজন-পান আৰু তেওঁৰ সকলো পৰিশ্ৰমত সুখভোগ কৰে, ইও ঈশ্বৰৰ দান।”

উপদেশক ৩:১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক