ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ১০
  • প্ৰশ্ন ৩: বাইবেলৰ লেখক কোন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ৩: বাইবেলৰ লেখক কোন?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ৩: বাইবেলৰ লেখক কোন?

প্ৰশ্ন ৩

বাইবেলৰ লেখক কোন?

“মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে।”

যাত্ৰাপুস্তক ২৪:৪

“দানিয়েলে শুই থকাৰ সময়ত এটা সপোন আৰু কিছুমান দৰ্শন দেখিলে। তেতিয়া তেওঁ সেই সপোন লিখিলে। তেওঁ যি যি দেখিলে, সেই সকলো লিখিলে।”

দানিয়েল ৭:১

“যেতিয়া তোমালোকে ঈশ্বৰৰ বাক্য আমাৰ পৰা শুনিছিলা, তেতিয়া ইয়াক মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলি ভাবি গ্ৰহণ কৰিছিলা আৰু এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য।”

১ থিচলনীকীয়া ২:১৩

‘গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু শিকাবলৈ লাভজনক হয়।’

২ তীমথিয় ৩:১৬

“কোনো ভৱিষ্যবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও হোৱা নাই, ইয়াৰ পৰিৱৰ্তে মানুহে পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ ঈশ্বৰৰ ফালৰ পৰা কৈছিল।”

২ পিতৰ ১:২১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক