ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ৩
  • সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?
  • সচেতন থাকক!—২০২১
  • মিল থকা বিষয়
  • সূচীপত্ৰ
    সচেতন থাকক!—২০২১
  • প্ৰকৃত আনন্দ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আপোনাৰ সৃষ্টিকৰ্ত্তা—তেওঁ কি ধৰণৰ তাক জানক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ৩
এগৰাকী তিৰোতা কফি দোকানত বহি আছে আৰু তাই যি পঢ়িলে, সেইবোৰ ধ্যান কৰিছে।

সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

ৰাণীয়েa এইদৰে কৈছে, “জগতৰ পৰিস্থিতি একেবাৰে বেয়া। লোকসকল দৰিদ্ৰতা আৰু বেমাৰত ভুগি আছে। লʼৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে, ঠায়ে ঠায়ে প্ৰতিবাদ হৈছে। এইবোৰ দেখি বহুত বেয়া লাগে। কিন্তু মই জানোঁ যে এইবোৰ সদায় নাথাকিব।”

ৰাণীয়ে জানিব পাৰিলে যে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে ভৱিষ্যতে জগতৰ পৰিস্থিতি ভাল কৰিব। তাই এয়াও জানিলে যে আমি আনন্দেৰে জীয়াই থাকিবলৈ ঈশ্বৰে কিছুমান ভাল পৰামৰ্শ দিছে। এইবোৰ জনাৰ বাবে ৰাণীয়ে প্ৰকৃত আনন্দ লাভ কৰিলে। যদি আপুনিও ঈশ্বৰৰ পৰামৰ্শ পালন কৰে, তেনেহʼলে আনন্দেৰে জীয়াই থাকিব পাৰিব। পৰৱৰ্তী লেখবোৰত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম:

  • পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে আমি কি কৰিব পাৰোঁ?

  • আমি আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কি কৰিব পাৰোঁ?

  • আমি আনন্দ আৰু সন্তুষ্টি লাভ কৰিবলৈ কি কৰিব পাৰোঁ?

  • জগতত ইমান দুখ-কষ্ট কিয় হৈ আছে আৰু মানুহৰ মৃত্যু কিয় হয়?

  • ভৱিষ্যতে জগতৰ পৰিস্থিতি ভাল হ’ব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?

  • আমি ঈশ্বৰক কেনেকৈ জানিব পাৰোঁ আৰু তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ?

এই বিষয়বোৰৰ ওপৰত ঈশ্বৰে যি পৰামৰ্শ দিছে, সেয়া সকলোৰে বাবে হয়।

a এই আলোচনীত দিয়া লোকসকলৰ নামবোৰ সলনি কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক