১৯৫৭ চনত ফ্ৰান্সত সেৱা কৰাৰ সময়ত পত্নীৰ সৈতে এজন চাৰ্কিট ওভাৰচিয়াৰ
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰৰ নাম কি?
পদ: গীত ৮৩:১৮
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমি তেওঁৰ বন্ধু হোৱাটো বিচাৰে?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমি তেওঁৰ বন্ধু হোৱাটো বিচাৰে?
পদ: যাকো ৪:৮
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কেনেকৈ ঈশ্বৰৰ বন্ধু হʼব পাৰোঁ?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কেনেকৈ ঈশ্বৰৰ বন্ধু হʼব পাৰোঁ?
পদ: যোহ ১৭:৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: যিহেতু আমি ঈশ্বৰক দেখা নাপাওঁ, তেনেহʼলে আমি কেনেকৈ তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰোঁ?