ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১৬
  • আলোচনাৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰথম সাক্ষাৎ
  • পুনৰ সাক্ষাৎ
  • স্মৰণীয় দিনৰ অভিযান (ফেব্ৰুৱাৰী ২৭–মাৰ্চ ২৭)
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

প্ৰথম সাক্ষাৎ

প্ৰশ্ন: ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনেনে?

পদ: গীত ৬৫:২

পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘প্ৰহৰীদুৰ্গ’ নং ১ ২০২১.

    wp২১.১-HI ৫

পুনৰ সাক্ষাৎ

প্ৰশ্ন: আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ?

পদ: ১যোহ ৫:১৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘প্ৰহৰীদুৰ্গ’ নং ১ ২০২১.

    wp২১.১-HI ১০

স্মৰণীয় দিনৰ অভিযান (ফেব্ৰুৱাৰী ২৭–মাৰ্চ ২৭)

“আমি আপোনাক [ফোন কৰি বা চিঠি লিখি] এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। সেই দিনাখন আমি যীচুৰ বলিদানক সোঁৱৰণ কৰিম। আপুনি ইয়াত উপস্থিত হোৱাটো আমি বিচাৰোঁ।” তাৰ পাছত [চিঠি বা মেইলৰ যোগেদি] নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা দিয়া আছে [বা অনলাইন এই সভাত কেনেকৈ উপস্থিত হʼব পাৰে]। স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও আমি আপোনাক নিমন্ত্ৰণ কৰিব বিচাৰোঁ। আশা কৰোঁ আপুনি নিশ্চয় আহিব।”

যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক