প্ৰশ্ন ২০
বাইবেলখন কেনেকৈ পঢ়িলে আপুনি লাভৱান হʼব পাৰে?
বাইবেল পঢ়াৰ সময়ত আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
এইবোৰ পদে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি জনায়?
বাইবেলৰ মূল বিষয়ৰ লগত ই কেনেকৈ জড়িত আছে?
মই মোৰ জীৱনত ইয়াক কেনেকৈ পালন কৰিব পাৰোঁ?
আনক সহায় কৰিবলৈ এই পদবোৰ মই কেনেকৈ ব্যৱহাৰ কৰিম?
“তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।”
গীতমালা ১১৯:১০৫