১
২
৩
৪
চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১-১১)
যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে (১২-১৭)
যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৮-২২)
যীচুৱে প্ৰচাৰ কৰিলে, শিকালে আৰু ৰোগীসকলক সুস্থ কৰিলে (২৩-২৫)
৫
৬
৭
৮
কুষ্ঠ ৰোগীক সুস্থ কৰিলে (১-৪)
সেনাপতিৰ বিশ্বাস (৫-১৩)
যীচুৱে কফৰনাহূমত বহুতো লোকক সুস্থ কৰে (১৪-১৭)
যীচুৰ পিছে পিছে যাবলৈ কি কৰিব লাগিব (১৮-২২)
যীচুৱে ধুমুহাক শান্ত কৰে (২৩-২৭)
যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰি জাকলৈ পঠায় (২৮-৩৪)
৯
যীচুৱে জঠৰ ৰোগীক সুস্থ কৰে (১-৮)
মথিক মাতে (৯-১৩)
লঘোনৰ বিষয়ে প্ৰশ্ন (১৪-১৭)
যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চুৱে (১৮-২৬)
যীচুৱে দুজন অন্ধ আৰু বোবা মানুহক সুস্থ কৰে (২৭-৩৪)
শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম (৩৫-৩৮)
১০
বাৰজন পাঁচনি (১-৪)
প্ৰচাৰ কৰাৰ নিৰ্দেশনা (৫-১৫)
শিষ্যসকলক অত্যাচাৰ কৰা হʼব (১৬-২৫)
মানুহলৈ নহয়, ঈশ্বৰলৈ ভয় কৰা (২৬-৩১)
শান্তি আনিবলৈ নহয়, কিন্তু বিভেদ সৃষ্টি কৰিবলৈ (৩২-৩৯)
যীচুৰ শিষ্যসকলক গ্ৰহণ কৰা (৪০-৪২)
১১
যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰশংসা (১-১৫)
অনুতাপ নকৰা সেই যুগৰ লোকসকলক নিন্দা কৰা হৈছে (১৬-২৪)
যীচুৱে পিতৃৰ প্ৰশংসা কৰিলে, যিজনে নম্ৰ লোকসকলক দয়া দেখুৱালে (২৫-২৭)
যীচুৰ যুঁৱলিয়ে সতেজ কৰে (২৮-৩০)
১২
যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” (১-৮)
হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (৯-১৪)
ঈশ্বৰৰ প্ৰিয় সেৱক (১৫-২১)
পবিত্ৰ শক্তিৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়ালে (২২-৩০)
ক্ষমা নোপোৱা পাপ (৩১, ৩২)
ফলৰ যোগেদি গছজোপা চিনাক্ত কৰিব পাৰি (৩৩-৩৭)
যোনাৰ চিন (৩৮-৪২)
যেতিয়া দুষ্ট স্বৰ্গদূত উভতি আহে (৪৩-৪৫)
যীচুৰ মা আৰু ভায়েকসকল (৪৬-৫০)
১৩
১৪
যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ কাটি দিয়া হʼল (১-১২)
যীচুৱে ৫,০০০ জনক খোৱালে (১৩-২১)
যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (২২-৩৩)
গিনেচৰৎ অঞ্চলত চমৎকাৰ কৰে (৩৪-৩৬)
১৫
মানুহৰ পৰম্পৰাবোৰ পোহৰলৈ আনিলে (১-৯)
হৃদয়ৰ পৰা ওলোৱা কথাবোৰেই অশুচি কৰে (১০-২০)
ফৈনীকিয়াত থকা তিৰোতাগৰাকীৰ বহুত বিশ্বাস আছিল (২১-২৮)
যীচুৱে বহুতো ৰোগীক সুস্থ কৰে (২৯-৩১)
যীচুৱে ৪,০০০ জনক খোৱালে (৩২-৩৯)
১৬
চিন দেখুৱাবলৈ কʼলে (১-৪)
ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰ (৫-১২)
ৰাজ্যৰ চাবিবোৰ (১৩-২০)
যীচুৱে নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২১-২৩)
প্ৰকৃত শিষ্যসকল কোন (২৪-২৮)
১৭
যীচুৰ ৰূপ সলনি হʼল (১-১৩)
সৰিয়হ গুটিৰ সমান বিশ্বাস (১৪-২১)
যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২২, ২৩)
মাছৰ মুখৰ ভিতৰত পোৱা মুদ্ৰাৰে কৰ দিলে (২৪-২৭)
১৮
ৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব (১-৬)
বিশ্বাসৰ পথত চলিবলৈ বাধা দিয়া (৭-১১)
হেৰুৱা ভেড়াৰ উদাহৰণ (১২-১৪)
ভাইক ঘূৰাই পোৱা (১৫-২০)
ক্ষমা নকৰা দাসৰ উদাহৰণ (২১-৩৫)
১৯
বিয়া আৰু তালাক (১-৯)
অবিবাহিত হৈ থকাৰ উপহাৰ (১০-১২)
যীচুৱে লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে (১৩-১৫)
এজন ধনী ডেকা ব্যক্তিৰ প্ৰশ্ন (১৬-২৪)
ৰাজ্যৰ কাৰণে ত্যাগ (২৫-৩০)
২০
আঙুৰৰ খেতিত কাম কৰা মানুহ; সমান হাজিৰা (১-১৬)
যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (১৭-১৯)
ৰাজ্যত বিশেষ পদ পাবলৈ অনুৰোধ (২০-২৮)
দুজন অন্ধ ব্যক্তিক সুস্থ কৰে (২৯-৩৪)
২১
যীচু যিৰূচালেমলৈ আহিলে (১-১১)
যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১২-১৭)
ডিমৰু গছক অভিশাপ দিয়ে (১৮-২২)
যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰে (২৩-২৭)
দুজন পুত্ৰৰ উদাহৰণ (২৮-৩২)
হত্যা কৰা খেতিয়কসকলৰ উদাহৰণ (৩৩-৪৬)
২২
বিয়াৰ ভোজৰ উদাহৰণ (১-১৪)
ঈশ্বৰ আৰু সম্ৰাট (১৫-২২)
মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (২৩-৩৩)
দুটা প্ৰধান আজ্ঞা (৩৪-৪০)
খ্ৰীষ্ট দায়ূদৰ বংশৰ হয় নে? (৪১-৪৬)
২৩
নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকৰ দৰে নহʼবা (১-১২)
নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকক নিন্দা কৰা হৈছে (১৩-৩৬)
যীচুৱে যিৰূচালেমৰ কাৰণে দুখ কৰিছে (৩৭-৩৯)
২৪
২৫
২৬
পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৫)
যীচুৰ মূৰত তেল ঢলা হʼল (৬-১৩)
শেষ নিস্তাৰ-পৰ্ব আৰু যীচুৰ লগত বিশ্বাসঘাত (১৪-২৫)
প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২৬-৩০)
যীচুৱে কৈছিল, পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৫)
যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩৬-৪৬)
যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৬)
মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৭-৬৮)
পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৯-৭৫)
২৭
যীচুক পীলাতৰ হাতত গতাই দিয়া হʼল (১, ২)
যিহূদাই ফাঁচি লগাই আত্মহত্যা কৰে (৩-১০)
যীচু পীলাতৰ সন্মুখত (১১-২৬)
সকলোৰে আগত ঠাট্টা কৰা হʼল (২৭-৩১)
গলগথাত কাঠত আঁৰি দিয়া হʼল (৩২-৪৪)
যীচুৰ মৃত্যু (৪৫-৫৬)
যীচুক কবৰ দিয়া হʼল (৫৭-৬১)
কবৰত পহৰা দিয়া হʼল (৬২-৬৬)
২৮
যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল (১-১০)
সৈনিকসকলক ঘোচ দিয়া হʼল (১১-১৫)
শিষ্য বনোৱাৰ আজ্ঞা (১৬-২০)