১
থিয়ফিললৈ সম্বোধন (১-৪)
গাব্ৰিয়েলে যোহন বাপ্তিষ্মা দিওঁতাৰ জন্মৰ ভৱিষ্যবাণী কৰে (৫-২৫)
গাব্ৰিয়েলে যীচুৰ জন্মৰ ভৱিষ্যবাণী কৰে (২৬-৩৮)
মৰিয়মে এলীচাবেতক লগ কৰিবলৈ যায় (৩৯-৪৫)
মৰিয়মে যিহোৱাৰ প্ৰশংসা কৰে (৪৬-৫৬)
যোহনৰ জন্ম; তেওঁৰ নাম থোৱা হয় (৫৭-৬৬)
জখৰিয়াৰ ভৱিষ্যবাণী (৬৭-৮০)
২
যীচুৰ জন্ম (১-৭)
স্বৰ্গদূতে ভেড়া ৰখীয়াবিলাকক দেখা দিয়ে (৮-২০)
চুন্নৎ আৰু শুচি কৰা (২১-২৪)
চিমিয়োনে খ্ৰীষ্টক দেখে (২৫-৩৫)
হান্নাই লʼৰাটিৰ বিষয়ে কয় (৩৬-৩৮)
তেওঁলোকে নাচৰতলৈ উভতি আহে (৩৯, ৪০)
১২ বছৰীয়া যীচু মন্দিৰত (৪১-৫২)
৩
যোহনে সেৱা কৰিবলৈ আৰম্ভ কৰে (১, ২)
যোহনে বাপ্তিষ্মা লোৱাৰ বিষয়ে প্ৰচাৰ কৰে (৩-২০)
যীচুৰ বাপ্তিষ্মা (২১, ২২)
যীচু খ্ৰীষ্টৰ বংশাৱলী (২৩-৩৮)
৪
চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰে (১-১৩)
যীচুৱে গালীলত প্ৰচাৰ আৰম্ভ কৰে (১৪, ১৫)
নাচৰতত যীচুক অস্বীকাৰ কৰে (১৬-৩০)
কফৰনাহূমৰ সভাঘৰত (৩১-৩৭)
চিমোনৰ শাহুৱেক আৰু আন লোকসকলক সুস্থ কৰে (৩৮-৪১)
যীচুৱে নিৰ্জন ঠাইত থকাৰ সময়ত ভিৰে তেওঁক বিচাৰি পায় (৪২-৪৪)
৫
চমৎকাৰ কৰি মাছ ধৰে; প্ৰথম শিষ্যসকল (১-১১)
এজন কুষ্ঠ ৰোগীক সুস্থ কৰে (১২-১৬)
যীচুৱে এজন জঠৰ ৰোগীক সুস্থ কৰে (১৭-২৬)
যীচুৱে লেবীক মাতে (২৭-৩২)
লঘোনৰ বিষয়ে প্ৰশ্ন (৩৩-৩৯)
৬
যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” (১-৫)
হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (৬-১১)
১২ জন পাঁচনি (১২-১৬)
যীচুৱে শিকায় আৰু সুস্থ কৰে (১৭-১৯)
সুখ আৰু দুখৰ কাৰণ (২০-২৬)
হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰা (২৭-৩৬)
নিন্দা নকৰিবা (৩৭-৪২)
গছক নিজৰ ফলৰ যোগেদি চিনাক্ত কৰিব পাৰি (৪৩-৪৫)
মজবুত ভেটিৰে বনোৱা ঘৰ; ভেটি নোহোৱা ঘৰ (৪৬-৪৯)
৭
এজন সেনাপতিৰ বিশ্বাস (১-১০)
নায়িন চহৰত যীচুৱে এগৰাকী বিধৱাৰ লʼৰাক আকৌ জীয়াই তুলে (১১-১৭)
যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰশংসা (১৮-৩০)
এই যুগৰ জেদী লোকসকলক নিন্দা কৰা (৩১-৩৫)
এগৰাকী পাপিনীক ক্ষমা কৰে (৩৬-৫০)
৮
যীচুৰ লগত যোৱা তিৰোতাসকল (১-৩)
বীজ সিঁচোঁতাৰ উদাহৰণ (৪-৮)
যীচুৱে কিয় উদাহৰণ দিছিল (৯, ১০)
বীজ সিঁচোঁতাৰ উদাহৰণৰ অৰ্থ বুজালে (১১-১৫)
চাকি জ্বলাই তাক ঢাকি নাৰাখে (১৬-১৮)
যীচুৰ মা আৰু তেওঁৰ ভায়েকবিলাক (১৯-২১)
যীচুৱে ধুমুহাক শান্ত কৰে (২২-২৫)
যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰিবোৰত সোমাবলৈ দিয়ে (২৬-৩৯)
যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চুৱে (৪০-৫৬)
৯
বাৰজন শিষ্যক প্ৰচাৰ কৰিবলৈ নিৰ্দেশনা দিয়ে (১-৬)
হেৰোদে যীচুৰ বিষয়ে শুনি চিন্তিত হয় (৭-৯)
যীচুৱে ৫,০০০ জনক খোৱালে (১০-১৭)
যীচুৱেই খ্ৰীষ্ট হয় বুলি পিতৰে কʼলে (১৮-২০)
যীচুৰ মৃত্যুৰ বিষয়ে ভৱিষ্যবাণী (২১, ২২)
প্ৰকৃত শিষ্য কোন হয় (২৩-২৭)
যীচুৰ ৰূপ সলনি হʼল (২৮-৩৬)
দুষ্ট স্বৰ্গদূতে পোৱা এজন লʼৰাক সুস্থ কৰে (৩৭-৪৩ক)
যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৪৩খ-৪৫)
শিষ্যসকলে কোন ডাঙৰ হয় বুলি তৰ্ক কৰে (৪৬-৪৮)
যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে (৪৯, ৫০)
চমৰীয়াৰ এখন গাঁৱত যীচুক অস্বীকাৰ কৰে (৫১-৫৬)
যীচুৰ শিষ্য হʼবলৈ কি কৰিব লাগে (৫৭-৬২)
১০
যীচুৱে ৭০ জন শিষ্যক পঠায় (১-১২)
অনুতাপ নকৰা চহৰবোৰক নিন্দা কৰে (১৩-১৬)
৭০ জন শিষ্য উভতি আহে (১৭-২০)
নম্ৰ লোকক কৃপা দেখুৱাৰ বাবে যীচুৱে পিতৃৰ প্ৰশংসা কৰে (২১-২৪)
দয়ালু চমৰীয়াৰ উদাহৰণ (২৫-৩৭)
যীচুৱে মাৰ্থা আৰু মৰিয়মৰ ঘৰলৈ গৈছে (৩৮-৪২)
১১
প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে (১-১৩)
পবিত্ৰ শক্তিৰে দুষ্ট স্বৰ্গদূতবিলাকক উলিয়ালে (১৪-২৩)
দুষ্ট স্বৰ্গদূত উভতি আহে (২৪-২৬)
প্ৰকৃত সুখ (২৭, ২৮)
যোনাৰ চিন (২৯-৩২)
চকু পোহৰৰ নিচিনা হয় (৩৩-৩৬)
কপটীয়া ধৰ্মগুৰুসকলক নিন্দা কৰিছে (৩৭-৫৪)
১২
ফৰীচীসকলৰ খমিৰ (১-৩)
ঈশ্বৰক ভয় কৰা, মানুহক নহয় (৪-৭)
খ্ৰীষ্টক গ্ৰহণ কৰাসকল (৮-১২)
মূৰ্খ ধনী ব্যক্তিৰ উদাহৰণ (১৩-২১)
চিন্তা কৰিবলৈ এৰি দিয়া (২২-৩৪)
জাগি থাকা (৩৫-৪০)
বিশ্বাসী প্ৰবন্ধক আৰু বিশ্বাসঘাতকৰা প্ৰবন্ধক (৪১-৪৮)
শান্তি দিবলৈ নহয়, বিভেদ সৃষ্টি কৰিবলৈ (৪৯-৫৩)
বিশেষ সময়ৰ অৰ্থ বুজোৱা (৫৪-৫৬)
সমস্যা সমাধান কৰা (৫৭-৫৯)
১৩
অনুতাপ কৰা, নহʼলে নাশ হʼবা (১-৫)
ফল নধৰা ডিমৰু গছৰ উদাহৰণ (৬-৯)
বিশ্ৰাম-বাৰে কুঁজী তিৰোতাক সুস্থ কৰে (১০-১৭)
সৰিয়হ গুটি আৰু খমিৰৰ উদাহৰণ (১৮-২১)
ঠেক দুৱাৰেদি ভিতৰলৈ যাবলৈ মনে-প্ৰাণে সংঘৰ্ষ (২২-৩০)
হেৰোদ ‘সেই শিয়াল’ (৩১-৩৩)
যিৰূচালেমৰ বাবে যীচুৰ দুখ (৩৪, ৩৫)
১৪
বিশ্ৰাম-বাৰে জলোদৰি ৰোগীক সুস্থ কৰা (১-৬)
নিজকে সৰু বুলি ভবা আলহী (৭-১১)
একোকেই ঘূৰাই দিব নোৱাৰা লোকক নিমন্ত্ৰণ কৰা (১২-১৪)
বাহানা মাৰিবলৈ ধৰা আলহীসকলৰ উদাহৰণ (১৫-২৪)
শিষ্য হʼবলৈ কৰিবলগীয়া ত্যাগ (২৫-৩৩)
সোৱাদ হেৰুৱা নিমখ (৩৪, ৩৫)
১৫
হেৰুৱা ভেড়াৰ উদাহৰণ (১-৭)
হেৰুৱা মুদ্ৰাৰ উদাহৰণ (৮-১০)
হেৰাই যোৱা লʼৰাজনৰ উদাহৰণ (১১-৩২)
১৬
টেঙৰ প্ৰবন্ধকজনৰ উদাহৰণ (১-১৩)
নিয়ম আৰু ঈশ্বৰৰ ৰাজ্য (১৪-১৮)
ধনী ব্যক্তি আৰু লাজাৰৰ উদাহৰণ (১৯-৩১)
১৭
বিশ্বাসৰ পথত বাধা, ক্ষমা আৰু বিশ্বাস (১-৬)
সাধাৰণ দাস (৭-১০)
দহজন কুষ্ঠ ৰোগী সুস্থ হʼল (১১-১৯)
ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব (২০-৩৭)
১৮
হাৰ নমনা বিধৱাৰ উদাহৰণ (১-৮)
ফৰীচী আৰু কৰতোলা লোক (৯-১৪)
যীচু আৰু লʼৰা-ছোৱালীবিলাক (১৫-১৭)
এজন ধনী অধিকাৰীৰ প্ৰশ্ন (১৮-৩০)
যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩১-৩৪)
এজন অন্ধ ভিক্ষাৰীয়ে দৃষ্টিশক্তি ঘূৰাই পায় (৩৫-৪৩)
১৯
যীচুৱে চক্কেয়ৰ ঘৰলৈ গʼল (১-১০)
দহ মীনা ৰূপৰ মুদ্ৰাৰ উদাহৰণ (১১-২৭)
যীচু যিৰূচালেমলৈ আহিলে (২৮-৪০)
যীচুৱে যিৰূচালেমৰ কাৰণেকান্দিলে (৪১-৪৪)
যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (৪৫-৪৮)
২০
যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰে (১-৮)
হত্যা কৰা খেতিয়কৰ উদাহৰণ (৯-১৯)
ঈশ্বৰ আৰু সম্ৰাট (২০-২৬)
মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (২৭-৪০)
খ্ৰীষ্ট দায়ূদৰ বংশৰ হয় নে? (৪১-৪৪)
নিয়ম শিকোৱা লোকসকলৰ বিৰুদ্ধে সাৱধানবাণী (৪৫-৪৭)
২১
দুখীয়া বিধৱাৰ দুটা মুদ্ৰা (১-৪)
আগলৈ হʼবলগীয়া ঘটনাৰ চিন (৫-৩৬)
যুদ্ধ, ডাঙৰ ডাঙৰ ভূমিকম্প, মহামাৰী, আকাল (১০, ১১)
যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰা (২০)
ৰাষ্ট্ৰবোৰৰ কাৰণে নিৰ্ধাৰিত কৰা সময় (২৪)
মানুহৰ পুত্ৰ অহা (২৭)
ডিমৰু গছৰ উদাহৰণ (২৯-৩৩)
সতৰ্ক হৈ থাকা (৩৪-৩৬)
যীচুৱে মন্দিৰত শিকায় (৩৭, ৩৮)
২২
পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৬)
শেষ নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী (৭-১৩)
প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (১৪-২০)
“যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ মোৰ লগত এই মেজতে বহিআছে” (২১-২৩)
কাক ডাঙৰ বুলি মনা হʼব, সেই বিষয়ে কাজিয়া (২৪-২৭)
যীচুৱে ৰাজ্যৰ চুক্তি কৰিলে (২৮-৩০)
যীচুৱে কৈছিল যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৪)
সাজু হৈ থকাৰ প্ৰয়োজন; দুখন তৰোৱাল (৩৫-৩৮)
জৈতুন পাহাৰত যীচুৰ প্ৰাৰ্থনা (৩৯-৪৬)
যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৩)
পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৫৪-৬২)
যীচুক ঠাট্টা কৰা হʼল (৬৩-৬৫)
মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৬৬-৭১)
২৩
পীলাত আৰু হেৰোদৰ ওচৰত যীচু (১-২৫)
যীচু আৰু দুজন অপৰাধীক কাঠত আঁৰি দিয়া হʼল (২৬-৪৩)
যীচুৰ মৃত্যু (৪৪-৪৯)
যীচুক কবৰ দিয়া হʼল (৫০-৫৬)
২৪
যীচু জীয়াই উঠিল (১-১২)
ইন্মায়ূলৈ যোৱা ৰাস্তাত (১৩-৩৫)
যীচুৱে শিষ্যসকলক দেখা দিলে (৩৬-৪৯)
যীচু স্বৰ্গলৈ উঠি গʼল (৫০-৫৩)