ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ৩৮৯
  • ২ কৰিন্থীয়া কিতাপৰ সাৰাংশ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২ কৰিন্থীয়া কিতাপৰ সাৰাংশ
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • মিল থকা বিষয়
  • পবিত্ৰ লোকসকলৰ সহায়ৰ বাবে পৌলে কৰা দানৰ প্ৰৱন্ধ
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ কৰিন্থীয়া কিতাপৰ সাৰাংশ

২ কৰিন্থীয়া

সাৰাংশ

  • ১

    • নমস্কাৰ (১, ২)

    • সকলো পৰীক্ষাত ঈশ্বৰৰ পৰা শান্ত্বনা (৩-১১)

    • পৌলৰ যাত্ৰাৰ যোজনা সলনি (১২-২৪)

  • ২

    • পৌলে আনন্দ দিব বিচাৰে (১-৪)

    • এজন পাপীক ক্ষমা কৰা হʼল, বাহাল কৰা হʼল (৫-১১)

    • পৌল ত্ৰোৱা আৰু মাকিদনিয়াত (১২, ১৩)

    • প্ৰচাৰ কাম, এক বিজয়যাত্ৰা (১৪-১৭)

      • ঈশ্বৰৰ বাক্যৰ বেপাৰী নহওঁ (১৭)

  • ৩

    • মঞ্জুৰি পত্ৰবোৰ (১-৩)

    • নতুন চুক্তিৰ সেৱক (৪-৬)

    • নতুন চুক্তিৰ মহিমা বেছি শ্ৰেষ্ঠ হয় (৭-১৮)

  • ৪

    • শুভবাৰ্তাৰ পোহৰ (১-৬)

      • অবিশ্বাসীসকলৰ মন অন্ধ কৰি দিছে (৪)

    • মাটিৰ পাত্ৰত ৰত্ন (৭-১৮)

  • ৫

    • স্বৰ্গৰ ঘৰ কাপোৰৰ দৰে পিন্ধা (১-১০)

    • পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ কাম (১১-২১)

      • এক নতুন সৃষ্টি (১৭)

      • খ্ৰীষ্টৰ কাৰণে ৰাজদূত (২০)

  • ৬

    • ঈশ্বৰৰ মহা-কৃপাৰ বেয়া ব্যৱহাৰ নকৰিবা (১, ২)

    • পৌলৰ সেৱাৰ বৰ্ণনা (৩-১৩)

    • মিল নোখোৱা যুঁৱলিত যোতা নহʼবা (১৪-১৮)

  • ৭

    • আমি নিজকে শুচি কৰোঁ (১)

    • কৰিন্থীয়াবিলাকৰ কাৰণে পৌল আনন্দিত (২-৪)

    • তীতে ভাল খবৰ আনে (৫-৭)

    • ঈশ্বৰক আনন্দিত কৰা নিৰাশা; অনুতাপ (৮-১৬)

  • ৮

    • যিহূদীৰ খ্ৰীষ্টানসকলৰ কাৰণে দান জমা কৰা (১-১৫)

    • তীতক কৰিন্থলৈ পঠোৱা হʼল (১৬-২৪)

  • ৯

    • দিবলৈ উৎসাহিত কৰা (১-১৫)

      • ঈশ্বৰে আনন্দ মনেৰে দিয়া লোকসকলক প্ৰেম কৰে (৭)

  • ১০

    • পৌলে নিজৰ সেৱাৰ পক্ষে কয় (১-১৮)

      • আমাৰ অস্ত্ৰ-শস্ত্ৰ জগতৰ দৰে নহয় (৪, ৫)

  • ১১

    • পৌল আৰু মহা-পাঁচনি (১-১৫)

    • পৌলৰ ওপৰত অহা সমস্যাবোৰ (১৬-৩৩)

  • ১২

    • পৌলৰ দৰ্শন (১-৭ক)

    • পৌলৰ “শৰীৰত এটা কাঁইট” (৭খ-১০)

    • মহা-পাঁচনিসকলতকৈ কম নহয় (১১-১৩)

    • কৰিন্থীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (১৪-২১)

  • ১৩

    • শেষ সাৱধানবাণী আৰু পৰামৰ্শবোৰ (১-১৪)

      • “নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই” (৫)

      • শুধৰণি কৰি থাকা; একেধৰণৰ চিন্তাধাৰা ৰাখা (১১)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক