ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ১৬-১৭
  • কেনেকৈ আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাইছো

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কেনেকৈ আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাইছো
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • মিল থকা বিষয়
  • মানুহৰ মৃত্যু কিয় হয়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যীচু খ্ৰীষ্ট কোন?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • যীচুৱে নিজৰ জীৱন দি আমাক কেনেকৈ ৰক্ষা কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ১৬-১৭

কেনেকৈ আমি পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাইছো

৩৫ আপোনাৰ মনত আছেনে? প্ৰথম পুৰুষ আদমে পাপ কৰিছিল? তেওঁ জীৱন আৰু প্ৰমোদ বন হেৰুৱালে, আৰু আমি তেওঁৰ সন্তান হোৱাৰ হেতুকে আমাৰো মৃত্যু হৈছে।—ৰোমীয়া ৫:১২; ৩:⁠২৩

৩৬ আমি শুদ্ধ জীৱন পুনৰ পাব পাৰো যদি অন্য শুদ্ধ ব্যক্তিয়ে আমাৰ বাবে নিজৰ জীৱন দান দিয়ে বা নিজৰ মৃত্যুৰ বিনিময়ত মুক্তি দিয়ে।—১ কৰিন্থীয়া ১৫:৪৫; ৰোমীয়া ৫:​১৯, ২১

৩৭ যীচু ঈশ্বৰৰ পুত্ৰ। তেওঁ এজন শুদ্ধ ব্যক্তি। তেওঁ কোনো পাপ কৰা নাছিল।—ইব্ৰী ৫:৯; ৭:⁠২৬

৩৮ তেওঁ নিজকে ঈশ্বৰক প্ৰেম নকৰা সকলৰ ওচৰত নিজকে শুধাই দিছিল।—পাঁচনিৰ কৰ্ম্ম ২:⁠২৩

তেওঁ নিজকে আমাৰ বাবে বলিদান দিলে।—১ তীমথিয় ২:৬

৩৯ যীচুক শিল কাটি গুহাতে কবৰ দিয়া হʼল। তেওঁ তিনিদিন মৃত অৱস্থাতে আছিল। পুনৰ তেওঁক ঈশ্বৰে জীয়াই উঠালে।—পাঁচনিৰ কৰ্ম্ম ২:⁠২৪

৪০ তেওঁপুনৰ স্বৰ্গলৈ গʼল। তেওঁ এতিয়া ঈশ্বৰৰ ওচৰত সেই সকলৰ কাৰনে সহায় বিচাৰিব পাৰে যি সকল লোক আজ্ঞাকাৰী।—ইব্ৰী ৯:২৪; ১ যোহন ২:​১, ২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক