ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৯ পৃষ্ঠা ২০-২১
  • প্ৰমোদবন কেতিয়া হʼব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰমোদবন কেতিয়া হʼব?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ৯
    ঈশ্বৰৰ বাক্য শুনক
  • আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • এই জগতৰ অন্ত একেবাৰে কাষত আছে নেকি?
    বাইবেলে আমাক কি শিকায়?
  • জগতৰ অন্ত কেতিয়া হʼব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৯ পৃষ্ঠা ২০-২১

ভাগ ৯

প্ৰমোদবন কেতিয়া হʼব?

বৰ্তমানে হৈ থকা ঘটনাবোৰে প্ৰমাণ কৰে যে ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে কাৰ্য্য কৰিব। লূক ২১:১০, ১১; ২ তীমথিয় ৩:১-৫

শেষ-কালত হৈ থকা ঘটনাবোৰ—জুৱা খেল, যুদ্ধ, বেমাৰ-আজাৰ, আকাল, পিতৃ-মাতৃক নমনা আৰু পাৰিবাৰিক সমস্যা

বৰ্তমানে হৈ থকা ঘটনাবোৰৰ বিষয়ে বাইবেলত বহুবছৰৰ আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। মানুহবিলাক ধন-লুভীয়া, পিতৃ-মাতৃক নমনা, প্ৰচণ্ড বা উগ্ৰ আৰু সুখ-প্ৰিয় হʼব বুলি উল্লেখ কৰা হৈছে।

বৰ বৰ ভূমিকম্প, যুদ্ধ, আকাল আৰু বিভিন্ন ধৰণৰ বেমাৰ হʼব বুলি ভৱিষ্যতবাণী কৰা হৈছিল। বৰ্তমানে এই ঘটনাবোৰ আমি দেখিবলৈ পাইছোঁ।

যিহোৱাৰ সাক্ষীজনে ৰাজ্যৰ শুভবাৰ্ত্তা এজন ব্যক্তিক জনাইছ

ইয়াৰ উপৰিও যীচুয়ে কৈছিল যে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই পৃথিৱীজোৰি ঘোষণা কৰা হʼব।—মথি ২৪:১৪.

ঈশ্বৰৰ ৰাজ্যই সকলো দুষ্টতাক অন্ত কৰিব। ২ পিতৰ ৩:১৩

হৰমাগিদোনৰ যুদ্ধত সকলো ধৰণৰ দুষ্টতাক ধ্বংস কৰা হ’ব, তাৰ পাছত চয়তান আৰু ভূতবোৰক শাত দিয়া হ’ব

যিহোৱাই অতি সোনকালে সকলো ধৰণৰ দুষ্টতাক ধ্বংস কৰিব।

চয়তান আৰু ভূতবোৰক শাস্তি দিয়া হʼব।

যীচুৱে স্বৰ্গীয় সিংহাসনত বহিছ আৰু বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা লোকসকলে আনন্দিত হৈছ

যি লোকসকলে ঈশ্বৰৰ বাক্য শুনিব, তেওঁলোকে এক ধাৰ্ম্মিক জগতত বাস কৰিব। সেই জগতত কোনো ধৰণৰ ভয় নাথাকিব আৰু সকলোৱে এজনে-আনজনক প্ৰেম আৰু বিশ্বাস কৰিব।

  • বৰ্তমান সময়ত হৈ থকা ঘটনাবোৰৰ বিষয়ে যীচুয়ে কি কৈছিল?—মথি ২৪:৩-১৪.

  • দুষ্ট লোকসকলক ধ্বংস কৰা হʼব।—২ পিতৰ ৩:৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক