ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৪২
  • আশাৰ লংগৰক ধৰোঁ বিশ্বাসেৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আশাৰ লংগৰক ধৰোঁ বিশ্বাসেৰে
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • অনন্ত জীৱন!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • আহা! গাওঁ ৰাজ্যৰ গীত
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাক মহিমা দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৪২

গীত নং ১৪২

আশাৰ লংগৰক ধৰোঁ বিশ্বাসেৰে

(ইব্ৰী ৬:১৮, ১৯)

  1. ১. শ-তি-কা জু-ৰি আ-ছে মা-নুহ আ-ন্ধা-ৰত।

    খো-জে মি-ছা-তে, ধ-ৰি-ব ব-তা-হক।

    শো-চ-নী-য় হৈ-ছে মা-নু-হৰ দ-শা;

    পা-পৰ বা-বে ন-হয় তাৰ ৰ-ক্ষা।

    (কোৰাচ)

    উ-ল্লাস ক-ৰা, উ-দ্ধাৰ নি-চেই কা-ষত!

    যী-চু-ৱে দি-ব মু-ক্তি পি-তাৰ ৰা-জ্যত।

    ক-ৰি-ব শেষ তেওঁ দু-ষ্টক সোন-কা-লে;

    আ-শাৰ লং-গ-ৰক ধ-ৰোঁ বি-শ্বা-সে-ৰে।

  2. ২. দিন যি-হো-ৱাৰ আ-হি-ছে অ-তি বে-গে-ৰে;

    আ-কৌ ন-হ-ব দুখ  আ-ৰু মা-নু-হৰ,

    সৃ-ষ্টিক দু-খৰ প-ৰা ক-ৰি-ব মু-ক্ত,

    ক-ৰোঁ প্ৰ-শং-সা প-ৰম-জ-নাৰ।

    (কোৰাচ)

    উ-ল্লাস ক-ৰা, উ-দ্ধাৰ নি-চেই কা-ষত!

    যী-চু-ৱে দি-ব মু-ক্তি পি-তাৰ ৰা-জ্যত।

    ক-ৰি-ব শেষ তেওঁ দু-ষ্টক সোন-কা-লে;

    আ-শাৰ লং-গ-ৰক ধ-ৰোঁ বি-শ্বা-সে-ৰে।

(গীত. ২৭:১৪; উপ. ১:১৪; যোৱে. ২:১; হব. ১:২, ৩; ৰোম. ৮:২২ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক