দেওবাৰ
‘যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰি আছে’—যিচয়া ৩০:১৮
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৯৫ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: ধৈৰ্য্য দেখুৱাৰ ভাল উদাহৰণ—ভাববাদীসকল
• এলিয়া (যাকোব ৫:১০, ১৭, ১৮)
• মীখা (মীখা ৭:৭)
• হোচেয়া (হোচেয়া ৩:১)
• যিচয়া (যিচয়া ৭:৩)
• যিহিষ্কেল (যিহিষ্কেল ২:৩-৫)
• যিৰিমিয়া (যিৰিমিয়া ১৫:১৬)
• দানিয়েল (দানিয়েল ৯:২২, ২৩)
১১:০৫ গীতৰ সংখ্যা ১৪২ আৰু ঘোষণা
১১:১৫ জন ভাষণ: ঈশ্বৰে আপোনাক সহায় কৰিবনে? (যিচয়া ৬৪:৪)
১১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
১২:১৫ গীতৰ সংখ্যা ৯৪ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ১১৪
১:৫০ ভিডিঅʼ ড্ৰামা: “তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা”—ভাগ ২ (গীতমালা ৩৭:৫)
২:৩০ গীতৰ সংখ্যা ১১৫ আৰু ঘোষণা
২:৪০ ‘যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰি আছে’ (যিচয়া ৩০:১৮-২১; ৬০:১৭; ২ ৰাজাৱলি ৬:১৫-১৭; ইফিচীয়া ১:৯, ১০)
৩:৪০ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা