শান্তিপ্ৰিয় লোক
ৰাতিপুৱা
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ৫৮ আৰু প্ৰাৰ্থনা
১০:০০ শান্তিপ্ৰিয় লোকসকল, আপোনালোকক স্বাগতম জনাইছোঁ!
১০:১৫ শান্তিপ্ৰিয় লোকসকলক বিচাৰি থাকক
১০:৩০ শান্তিপ্ৰিয় লোকসকলক বিচাৰি থাকিবলৈ শান্তিৰ শাসকৰ সহায় লওক
১০:৫৫ গীতৰ সংখ্যা ১০৩ আৰু ঘোষণা
১১:০৫ শান্তিপ্ৰিয় লোকসকলে যুদ্ধ কৰিবলৈ নিশিকে
১১:৩৫ সমৰ্পণৰ ভাষণ
১২:০৫ গীতৰ সংখ্যা ৭৯
আবেলি
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ৭৬
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:১৫ পৰিচৰ্চ্চা: শান্তিপ্ৰিয় লোকসকল, এজনে-আনজনক সহায় কৰক
• ‘নিজৰ হৃদয় বহল কৰক’
• ডেকা ভাই-ভনীসকলক নিজৰ দক্ষতা ভালদৰে ব্যৱহাৰ কৰিবলৈ সহায় কৰক
• বৃদ্ধ ভাই-ভনীসকলক সন্মান কৰক
৩:০০ গীতৰ সংখ্যা ৫৭ আৰু ঘোষণা
৩:১০ শান্তিপ্ৰিয় লোকসকলে সুকৰ্মৰ দ্বাৰাই কুকৰ্মক কেনেকৈ পৰাজয় কৰিব পাৰে?
৩:৫৫ গীতৰ সংখ্যা ৪৫ আৰু প্ৰাৰ্থনা