ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/৯৯ পৃষ্ঠা ২
  • ঈশ্বৰ-শাসিত বাৰ্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত বাৰ্তা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হ’ব?”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/৯৯ পৃষ্ঠা ২

ঈশ্বৰ-শাসিত বাৰ্তা

◼ অক্টোবৰ ৭, ১৯৯৮ চনত বʼলগেৰিয়াত যিহোৱা সাক্ষীসকলক চৰকাৰীভাৱে ৰেজিষ্টাৰ ভুক্ত কৰা হʼল। তাত থকা ৯৪৬ জন প্ৰচাৰকৰ সৈতে আমি এই উন্নতি বাবে যিহোৱা ঈশ্বৰক ধন্যবাদ দিছোঁ।

◼ অক্টোবৰ ১২, ১৯৯৮ চনত লেটভিয়া চৰকাৰে সেই দেশত ২১ খনৰ ভিতৰত ২ খন মণ্ডলীক ৰেজিষ্টাৰৰ বাবে মঞ্জুৰী দিয়া হয়।

◼ বিৰুদ্ধীতা হৈ থকাৰ স্বত্তেও ফ্ৰান্সৰ ভাইসকলে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্য একেৰাহে কৰি আছে। নবেম্বৰ আৰু ডিচেম্বৰ মাহত এক অভিযানে বাইবেলৰ প্ৰতি দেশক আকৰ্ষণ কৰা হʼল যিটো আছিল সকলোৰ বাবে এখন পুস্তক ব্ৰচাৰৰ এটা বিশেষ বিতৰণ কাৰ্য্য। প্ৰায় ৫০ জন বেথেল সদস্যই ছপা আৰু পৰিবহন কাৰ্য্য সহায় কৰিবলৈ ফ্ৰান্সৰ পৰা ব্ৰিটেন যায় আৰু ফ্ৰান্স বেথেল পৰিয়ালত থকা বাকী ২৫০ জন সদস্য আৰু ক্ষেত্ৰত থকা ভাইসকলে স্বাভাৱিক পৰিস্থিতিত আনন্দৰে ঈশ্বৰৰ সেৱা কৰি আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক