ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/৯৯ পৃষ্ঠা ৬
  • ঈশ্বৰ-শাসিত বাৰ্ত্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত বাৰ্ত্তা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ঈশ্বৰ-শাসিত বাৰ্তা
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/৯৯ পৃষ্ঠা ৬

ঈশ্বৰ-শাসিত বাৰ্ত্তা

▪ আলবানিয়া: জানুৱাৰী মাহত ১,৫৫৬ প্ৰচাৰকৰ নতুন চূড়ান্তই ৰিপৰ্ট কৰিছে আৰু যোৱা বছৰতকৈ ২০-শতাংশ বৃদ্ধি হৈছে।

▪ বেলাউ: ডিচেম্বৰৰ পৰা সৰ্বমূঠ ৭৩ প্ৰচাৰকে ৰিপৰ্ট কৰে আৰু যোৱা বছৰত ২০ শতাংশ বৃদ্ধি হয় আৰু তাৰ আগৰ বছৰৰ ডিচেম্বৰ মাহতকৈ ২২ শতাংশ বৃদ্ধি হয়।

▪ কানাডা: জানুৱাৰী ১, ১৯৯৯ চনত চাৰি শ ষাঠি জনক নতুন নিয়মিত অগ্ৰগামীৰূপে নিযুক্তি হয়।

▪ সংযুক্ত ৰাষ্ট্ৰ: দক্ষিণ সংযুক্ত ৰাষ্ট্ৰত ধুমুহাৰ দ্বাৰা অনিষ্ট হোৱা ঠাইবোৰক চোৱা-চিতা কৰিবলৈ সংস্থাই দুৰ্যোগত সহায় কৰা কমিটিবোৰক নিযুক্ত কৰিলে। ইয়াত সন্মিলিত আছিল টেক্সাচত হোৱা বানপানীৰ দ্বাৰা অনিষ্ট আৰু ফ্লৰিডা কীচত হোৱা হাৰিকান্‌ নামৰ ভয়ানক ধুমুহাৰ দ্বাৰা হোৱা ক্ষতি। ভাইসকলক সহায় কৰিবলৈ আৰু সহায়ৰ কাৰ্য্য আগবঢ়াবলৈ সংস্থাই প্ৰবন্ধ কৰা ব্যৱস্থাক দেখি ওচৰ-চুবুৰীয়াই আচৰিত মানিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক