২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
পৰামৰ্শ
২০০০ চনত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে ব্যৱস্থিত কৰা হব।
মূল বিষয়-বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে পবিত্ৰ বাইবেল, প্ৰহৰীদূৰ্গ (ইংৰাজী) [w], জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় [kl], আৰু “আলোচনাৰ বাবে বাইবেলৰ বিষয়” [td] ব্যৱহাৰ কৰা হব।
ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল, এক চমু আদৰণিৰ সৈতে গীত আৰু প্ৰাৰ্থনাৰে সময়মতে আৰম্ভ কৰা উচিত। যি যি মণ্ডলীত স্থানীয় ভাষাত সভাবোৰৰ কাৰ্য্যক্ৰমত চলোৱা হয় তাত সকলোকে স্থানীয় ভাষাৰ গানৰ কিতাপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰ্য্যক্ৰমত কি আছে তাৰ বিষয়ে আভাষ দিয়াটো আৱশ্যক নাই। যেনেকৈ স্কুল ওভাৰচিয়াৰে প্ৰত্যেক ভাগৰ পৰিচয় দিব, তেওঁ ব্যাখ্যা কৰিবলগীয়া বিযয়টোক উল্লেখ কৰিব। নিম্নলিখিত মতে আগবাঢ়া:
ভাষণ নং. ১: ১৫ মিনিট। এই ভাষণ প্ৰহৰীদূৰ্গ বা “জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়” ওপৰত আধাৰিত হব যিটো এজন প্ৰাচীন বা এজন সহায়ক সেৱকৰ দ্বাৰা প্ৰস্তুত কৰা উচিত। যেতিয়া বিষয়টো প্ৰহৰীদূৰ্গ পৰা লোৱা হয় তেনে ক্ষেত্ৰত ইয়াক ১৫ মিনিটৰ এক ভাষণ প্ৰস্তুত কৰা আৱশ্যক আৰু কোনো প্ৰশ্ন সোধা নহব; আৰু যেতিয়া জ্ঞান কিতাপৰ পৰা প্ৰস্তুত কৰা হয় তেতিয়া ১০-১২ মিনিট লৈকে ভাষণ হʼব আৰু ৩-৫ মিনিট লৈকে কিতাপত দিয়া প্ৰশ্নসমূহ সোধা হʼব। সম্পূৰ্ণ বিষয়ক কোৱাটো উদ্দেশ্য হোৱা উচিত নহয় কিন্তু আলোচনা কৰা বিষয়ৰ পৰা ব্যৱহাৰিক কথাবোৰত বিশেষ মনোযোগ দিয়া উচিত যাতে ইয়াৰ পৰা মণ্ডলী লাভৱান হয়। তাত দিয়া বিষয়বস্তুক ব্যৱহাৰ কৰা আৱশ্যক।
এই ভাষণ দিয়া ভাইসকলে মনোযোগ দিয়া উচিত যে তেওঁলোকে নিদ্ধাৰিত সময়ত যাতে ভাষণ শেষ কৰে। যদি আৱশ্যক হয় বা যদি বক্তাই আগ্ৰহ কৰে তেনেহʼলে ব্যক্তিগত পৰামৰ্শ দিব পাৰে।
বাইবেল পাঠৰ চুড়ান্ত বিষয়: ৬ মিনিট। এই ভাষণ এজন প্ৰাচীন বা সহায়ক সেৱকক দিয়া উচিত যিজনে ভালদৰে বিষয়টোক মণ্ডলীৰ স্থানীয় আৱশ্যকীয় অনুসাৰে কব পাৰে। বিষয়বস্তু হোৱা প্ৰয়োজন নাই। ইয়াত বাইবেল অধ্যয়নৰ মাত্ৰ সাৰাংশ কোৱাটোৱে যথেষ্ট নহয়। ৩০ পৰা ৬০ চেকেণ্ডৰ ভিতৰত বিষয়টো সংক্ষিপ্ত পুননিৰীক্ষণ কৰিব পাৰে। কিন্তু ইয়াৰ মূখ্য উদ্দেশ্য এইটো হোৱা উচিত যাতে শ্ৰোতাই বুজি পাই যে ইয়াত দিয়া সংবাদবোৰ তেওঁলোকৰ বাবে কিয় আৰু কেনেকৈ লাভজনক হয়। ইয়াৰ পাছত স্কুল ওভাৰচিয়াৰে বিদ্যাৰ্থীসকলক বিভিন্ন গ্ৰুপলৈ (শ্ৰেণীলৈ) পঠাব।
ভাষণ নং. ২: ৫ মিনিট। এই ভাষণ বাইবেল পাঠৰ এটা ভাগ যিটো এজন ভায়ে প্ৰস্তুত কৰিব। এইটো মূখ্য স্কুল আৰু অনান্য গ্ৰুপবোৰত প্ৰয়োগ হয়। পঢ়িবলৈ প্ৰায় কম পৰিমাণে ভাগ দিয়া হয় যাতে ভাষণৰ আৰম্ভণি আৰু শেষত বিদ্যাৰ্থীয়ে সংক্ষিপ্তত সংবাদ দিব পাৰে। ইয়াত ইতিহাসৰ সংবাদ, ভৱিষ্যতবাণীৰ পূৰ্ণতা বা বাইবেলৰ শিক্ষাবোৰৰ অভিপ্ৰায় আৰু ইয়াক প্ৰয়োগ কৰাৰ বাবে কব পাৰে। নিযুক্ত কৰা সকলো আয়তক পঢ়া উচিত। বুজাবলৈ মাজতে ৰৈ যোৱা উচিত নহয়। কিন্তু যদি আয়তবোৰ একেলগে নাই তেনেহʼলে বিদ্যাৰ্থীয়ে কব পাৰে যে আগলৈ কোনটো আয়তৰ পৰা পঢ়িবলৈ গৈছে।
ভাষণ নং. ৩: ৫ মিনিট। এই ভাষণ এজনী ভনীক নিযুক্ত কৰা হব। এই ভাষণৰ বিষয় “আলোচনাৰ বাবে বাইবেলৰ বিষয়” কিতাপৰ পৰা প্ৰস্তুত কৰা উচিত। ইয়াৰ চেটিং হয়তো এক অনিয়মিত সাক্ষী, পুনৰ সাক্ষাৎ, বা এক বাইবেল অধ্যয়ন হব পাৰে, আৰু ইয়াক বহি বা থিয় হয় কথা-বতৰা পতা মাধ্যমেদি প্ৰস্তুত কৰিব পাৰে। স্কুল ওভাৰচিয়াৰে বিশেষকৈ এইটো লক্ষ্য কৰিব যে বিদ্যাৰ্থীয়ে কেনেকৈ গৃহস্থক বিষয়টো বুজাইছে আৰু বাইবেলৰ আয়তবোৰক কেনেকৈ পালন কৰিবলৈ শিকাইছে। নিযুক্ত কৰা বিদ্যাৰ্থীক পঢ়িবলৈ জনা উচিত। যিহেতু স্কুল ওভাৰচিয়াৰে এজন সহায়কক নিযুক্ত কৰে কিন্তু তাৰ ওপৰিও অতিৰিক্ত সহায় অন্যৰ পৰা লব পাৰে। চেটিঙৰ ওপৰত নহয় কিন্তু বাইবেলক কিদৰে উপযোগী কৰিব পাৰি তাৰ বিষয়েহে বিশেষ মনোযোগ দিয়াৰ আৱশ্যক।
ভাষণ নং. ৪: ৫ মিনিট। ভাষণৰ বিষয় বাইবেলৰ চৰিত্ৰ বা “আলোচনাৰ বাবে বাইবেলৰ বিষয়” কিতাপৰ পৰা বক্তাৰ বিষয় আধাৰিত হয়। যেতিয়া ভাষণ বাইবেল চৰিত্ৰ ওপৰত আধাৰিত হয়, তেতিয়া বিষয়বস্তু প্ৰহৰীদূৰ্গ-ৰ পৰা থাকে, তেনেহʼলে বিদ্যাৰ্থীয়ে নিযুক্ত কৰা বাইবেল চৰিত্ৰৰ বিষয়ে স্পষ্টৰূপে আভাস পাবলৈ বিদ্যাৰ্থীয়ে বিষয়টোৰ সমন্ধে থকা অতিৰিক্ত শাস্ত্ৰীয় পদবোৰ অধ্যয়ন কৰা উচিত। যাতে তেওঁ বা তাইৰ উদাহৰণ পৰা কি জানিব পৰা যায় বা তেওঁৰ ব্যক্তিত্ব, আচাৰ-ব্যৱহাৰ মনোভাৱে কি কৈছে তাক স্পষ্টকৈ বুজিব পাৰে, তাৰ পাছত বিদ্যাৰ্থীয়ে বিষয়বস্তুক বাখ্যা কৰা আৰু নিৰ্বাচিত উপযুক্ত পদবোৰ ব্যৱহাৰ কৰা উচিত। তাত দেখুৱা বিশ্বাসনীয়তা, সাহসী, নম্ৰতা আৰু অস্বাৰ্থপৰ কাৰ্য্যই অনুকৰণ কৰিবলৈ উত্তম উদাহৰণ যুগুত কৰে; অবিশ্বাসনীয়তা আৰু অবাঞ্চনীয় গুণে খ্ৰীষ্টানসকলক অনুচিত কাৰ্য্যৰ পৰা আতঁৰি থাকিবলৈ প্ৰবলৰূপে সাৱধান কৰে। যেতিয়া ভাষণ “আলোচনাৰ বাবে বাইবেলৰ বিষয়” কিতাপৰ পৰা আধাৰিত হয়, তেনেহʼলে নিযুক্ত কৰা বিষয়টো ব্যৱহাৰিক হোৱা আৱশ্যক আৰু বিদ্যাৰ্থীয়ে শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰিকৰূপে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা উচিত। ভাষণ নং. ৪ এজন ভাই বা এজনী ভনীক নিযুক্ত কৰিব পাৰে। যেতিয়া এই ভাষণ এজন ভাইক দিয়া হয়, এইটো সদায় এটা ভাষণৰূপে প্ৰস্তুত কৰা উচিত। আৰু যেতিয়া এজনী ভনীক এই ভাষণৰ বাবে নিযুক্তি দিয়া হয়, ইয়াক ৩ নং ভাষণৰ দৰে প্ৰস্তুত কৰা আৱশ্যক। তদুপৰি, ভাষণ নং. ৪ বাবে যেতিয়া # এই চিহ্ন থাকে, তেনেহʼলে ভাইক নিযুক্তি কৰিলে ভাল হব।
*অতিৰিক্ত বাইবেল পাঠৰ তালিকা: গীতৰ পাছত প্ৰত্যেক সপ্তাহৰ বাবে বাইবেলৰ তালিকা বন্ধনীৰ ভিতৰত তৈয়াৰ কৰা হৈছে। এই তালিকা অনুসৰি যদি প্ৰত্যেক সপ্তাহত দহ পৃষ্ঠা পঢ়ে তেনেহʼলে তিনি বছৰত সম্পূৰ্ণ বাইবেল পঢ়ি শেষ কৰিব পাৰিব। স্কুল কাৰ্য্যক্ৰম বা লিখিত পুননিৰীক্ষণৰ কোনো ভাগ অতিৰিক্ত পাঠৰ তালিকাৰ পৰা নহব।
নোট: পৰামৰ্শ, সময়, লিখিত পুননিৰীক্ষণ আৰু ভাষণবোৰৰ প্ৰস্তুতিকৰণৰ বিষয়ে অধিক ওপৰঞ্চি সূচনা আৰু নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি অক্টোবৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ (ইংৰাজী) ৩ পৃষ্ঠা চাওঁক।
তালিকা
জানু. ৩ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৪-৬
গীত নং. ৯ [*যিৰিমিয়া ৪৯-৫২]
নং. ১: যিহোৱাৰ আৰ্শীবাদসমূহক প্ৰশংসা কৰা (w৯৮ ১/১ পৃ. ২২-৪)
নং. ২: দ্বিতীয় বিবৰণ ৬:৪-১৯
নং. ৩: td ১৫ক ঈশ্বৰে কিয় পূৰ্ব-পুৰুষৰ উপাসনা গ্ৰহণ নকৰে
নং. ৪: মোচি আৰু হাৰোণ—বিষয়: #যিহোৱাই অসাধাৰণ কাৰ্য্য সম্পন্ন কৰিবলৈ শক্তি দিয়ে (w৯৬ ১/১৫ পৃ. ২৪-৫)
জানু. ১০ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৭-১০
গীত নং. ৪৯ [*বিলাপ ১-৫]
নং. ১: সত্য ঈশ্বৰক মহিমান্বিত কৰা (w৯৮ ১/১ পৃ. ৩০-১)
নং. ২: দ্বিতীয় বিবৰণ ৮:১-১৮
নং. ৩: td ১৫খ মানৱক সন্মান কৰিব পৰা যায়, কিন্তু উপাসনা একমাত্ৰ ঈশ্বৰকহে কৰা উচিত
নং. ৪: সত্যতা আপোনাৰ সন্তানৰ মাজত বিকাশিত কৰক (w৯৬ ৫/১৫ পৃ. ৮-৯)
জানু. ১৭ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১১-১৪
গীত নং. ১৩২ [*যিহিষ্কেল ১-৯]
নং. ১: প্ৰিয়জনৰ বাবে আগৰে পৰা কিয় তৈয়াৰী কৰা উচিত (w৯৮ ১/১৫ পৃ. ১৯-২২)
নং. ২: দ্বিতীয় বিবৰণ ১১:১-১২
নং. ৩: td ৪৪ক হৰমাগিদোন—দুষ্টতাক শেষ কৰা যুদ্ধ
নং. ৪ যোনা—বিষয়: #ঈশ্বৰৰ দয়া মহান (w৯৬ ৫/১৫ পৃ. ২৪-৮)
জানু. ২৪ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১৫-১৯
গীত নং. ১৬২ [*যিহিষ্কেল ১০-১৬]
নং. ১: পৰিবৰ্তন আৰু একতা কৰা সত্যৰ শক্তি ২(w৯৮ ১/১৫ পৃ. ২৯-৩১)
নং. ২: দ্বিতীয় বিবৰণ ১৯:১১-২১
নং. ৩: td ৪৪ খ কিয় হৰমাগিদোন, ঈশ্বৰৰ দ্বাৰা কৰা এক প্ৰেমময় কাৰ্য্য
নং. ৪: #বিশ্বাসী হৈ কৰা সহযোগিতাই ফল উৎপন্ন কৰে (w৯৬ ৬/১৫ পৃ. ২৮-৩০)
জানু. ৩১ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ২০-২৩
গীত নং. ১৩ [*যিহিষ্কেল ১৭-২১]
নং. ১: প্ৰশংসা আৰু তোষামোদৰ প্ৰতি শাস্ত্ৰীয় দৃষ্টিকোণ (w৯৮ ২/১ পৃ. ২৯-৩১)
নং. ২: দ্বিতীয় বিবৰণ ২০:১০-২০
নং. ৩: td ২৪ক বাপ্তিষ্মা—এজন খ্ৰীষ্টানৰ আৱশ্যকতা
নং. ৪: ইপাফ্ৰদীত—বিষয়: #নিৰ্ভীক হোৱা আৰু ঈশ্বৰৰ সেৱকৰ প্ৰতি প্ৰেম দেখুৱা (w৯৬ ৮/১৫ পৃ. ২৭-৩০)
ফেব্ৰু. ৭ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ২৪-২৭
গীত নং. ২২২ [*যিহিষ্কেল ২২-২৭]
নং. ১: সত্য আশাবাদৰ ভিক্তি (w৯৮ ২/১ পৃ. ৪-৬)
নং. ২: দ্বিতীয় বিবৰণ ২৫:৫-১৬
নং. ৩: td ২৪খ বাপ্তিষ্মাই পাপ মোচন নকৰে
নং. ৪: পিতৰ—বিষয়: #সাহসেৰে সাক্ষী দিয়াৰ পৰিণাম (w৯৬ ৯/১৫ পৃ. ৮-৯)
ফেব্ৰু. ১৪ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ২৮-৩০
গীত নং. ১৮০ [*যিহিষ্কেল ২৮-৩৩]
নং. ১: কৃতজ্ঞতাৰ আত্মা উৎপন্ন কৰক (w৯৮ ২/১৫ পৃ. ৪-৭)
নং. ২: দ্বিতীয় বিবৰণ ২৮:১-১৪
নং ৩: td ২৫ক বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য
নং ৪: লুদিয়া—বিষয়: অতিথিসেৱাই আৰ্শীব্বাদ আনে (w৯৬ ৯/১৫ পৃ. ২৬-৮)
ফেব্ৰু. ২১ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৩১-৩৪
গীত নং. ৪৬ [*যিহিষ্কেল ৩৪-৩৯]
নং. ১: এয়া হৈছে শেষ কাল! (kl অধ্যায় ১১)
নং. ২: দ্বিতীয় বিবৰণ ৩২:৩৫-৪৩
নং. ৩: td ২৫খ বাইবেল—আমাৰ দিনৰ বাবে এক ব্যৱহাৰিক পথ-প্ৰদৰ্শক
নং. ৪: আপল্লো—বিষয়: #এজন আধ্যাত্মিক ব্যক্তি হওঁক (w৯৬ ১০/১ পৃ. ২০-৩)
ফেব্ৰু. ২৮ বাইবেল পাঠ: যিহোচূৱা ১-৫
গীত নং. ৪০ [*যিহিষ্কেল ৪০-৪৫]
নং. ১: দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক (kl অধ্যায় ১২)
নং. ২: যিহোচূৱা ২:৮-১৬
নং. ৩: td ২৫গ বাইবেল—সকলো লোকৰ বাবে এখন গ্ৰন্থ
নং. ৪: দানিয়েল—বিষয়: #বিশ্বস্ততাৰে ঈশ্বৰক সেৱা কৰক (w৯৬ ১১/১৫ পৃ. ৮-৯)
মাৰ্চ. ৬ বাইবেল অধ্যয়ন: যিহোচূৱা ৬-৯
গীত নং. ১৬৪ [*যিহিষ্কেল ৪৬–দানিয়েল ২]
নং. ১: পিতৃ-মাতৃসকল—নিজৰ সন্তানক সূৰক্ষা দিয়ক! (w৯৮ ২/১৫ পৃ. ৮-১১)
নং. ২: যিহোচূৱা ৭:১, ১০-১৯
নং. ৩: td ৯ক ৰক্ত সঞ্চাৰণ তেজৰ প্ৰতি থকা পবিত্ৰতাক উলঙ্ঘন কৰে
নং. ৪: আক্কিলা আৰু প্ৰিষ্কিল্লা—বিষয়: #উৎসাহেৰে প্ৰচাৰ কৰা আৰু উদাৰ হোৱা (w৯৬ ১২/১৫ পৃ. ২২-৪)
মাৰ্চ ১৩ বাইবেল পাঠ: যিহোচূৱা ১০-১৩
গীত নং. ১৩৮ [*দানিয়েল ৩-৭]
নং. ১: অলৌকিক শক্তিৰ বিষয়ে বাইবেলে কি কয় (w৯৮ ২/১৫ পৃ. ২৩-৭)
নং. ২: যিহোচূৱা ১১:৬-১৫
নং. ৩: td ৯খ এজনৰ প্ৰাণে সকলোকে উদ্ধাৰ কৰিব পাৰেনে?
নং. ৪: ইলীয়েজৰ—বিষয়: #ঈশ্বৰত ভৰসা কৰা আৰু যি উত্তম তাক কৰা (w৯৭ ১/১ পৃ. ৩০-১)
মাৰ্চ ২০ বাইবেল পাঠ: যিহোচূৱা ১৪-১৭
গীত নং. ১০ [*দানিয়েল ৮–হোচেয়া ২]
নং. ১: বিশ্বাসী লোকসকল “আমাৰ দৰে ভাৱনা ৰাখে” (w৯৮ ৩/১ পৃ. ২৬-৯)
নং. ২: যিহোচূৱা ১৫:১-১২
নং. ৩: td ৭ক কেতিয়া অন্যজাতিৰ সময় শেষ হʼল?
নং. ৪: হনোক—বিষয়: #ঈশ্বৰক ভয় কৰোতা আৰু নিৰ্দোষী হোৱা (w৯৭ ১/১৫ পৃ. ২৯-৩১)
মাৰ্চ. ২৭ বাইবেল পাঠ: যিহোচূৱা ১৮-২০
গীত নং. ১০৫ [*হোচেয়া ৩-১৪]
নং.১: পৃথিৱীত থকাৰ সময়ত যীচুৰ অন্তিম দিনবোৰক পুনৰ স্মৰণ কৰা (w৯৮ ৩/১৫ পৃ. ৩-৯)
নং. ২: যিহোচূৱা ১৮:১-১০
নং. ৩: td ৬ক খ্ৰীষ্টানৰ গীৰ্জা কি?
নং. ৪: এহূদ—বিষয়: #সাহসী আৰু বলবান হোৱা (w৯৭ ৩/১৫ পৃ. ২৯-৩১)
এপ্ৰি. ৩ বাইবেল পাঠ: যিহোচূৱা ২১-২৪
গীত নং, ১৪৪ [*যোৱেল ১–আমোচ ৭]
নং. ১: কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে (kl অধ্যায় ১৩)
নং. ২: যিহোচূৱা ২১:৪৩–২২:৮
নং. ৩: td ৬খ পিতৰ “শিল” হয়নে?
নং. ৪: অম্ৰম আৰু যোকেবদ—বিষয়: সন্তানৰ প্ৰশিক্ষণৰ প্ৰতিফল (w৯৭ ৫/১ পৃ. ৩০-১)
এপ্ৰি. ১০ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১-৪
গীত নং. ৪৩ [*আমোচ ৮–মীখা ৫]
নং. ১: আপুনি কাৰ ক্ষমতা স্বীকাৰ কৰা উচিত? (kl অধ্যায় ১৪)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ৩:১-১১
নং. ৩: td ৪০ক বাইবেলত দিয়া সৃষ্টিৰ বিৱৰণক বিজ্ঞানে সমৰ্থন কৰে
নং. ৪: ইপাফ্ৰা—বিষয়: #নিজৰ ভাইসকলৰ বাবে প্ৰাৰ্থনা কৰা আৰু সেৱক হোৱা (w৯৭ ৫/১৫ পৃ. ৩০-১)
এপ্ৰি. ১৭ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ৫-৭
গীত নং. ১৯৩ [*মীখা ৬–চফনিয়া ১]
নং. ১: যীচুয়ে ৭০ জনক দিয়া নিৰ্দেশনাৰ পৰা শিকা (w৯৮ ৩/১ পৃ. ৩০-১)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ৫:২৪-৩১
নং. ৩: td ৪০খ সৃষ্টিৰ প্ৰত্যেক দিন ২৪ ঘন্টা সময়ৰ আছিলনে?
নং. ৪: অবীগল—বিষয়: যিহোৱাক সন্মান কৰা গুণসমূহক প্ৰদৰ্শিত কৰক (w৯৭ ৭/১ পৃ. ১৪-৫)
এপ্ৰি. ২৪ লিখিত পুননিৰীক্ষণ। সম্পূৰ্ণ দ্বিতীয় বিবৰণ ৪–বিচাৰকৰ্ত্তাবিলাক ৭
গীত নং. ৯১ [*চফনিয়া ২–জখৰিয়া ৭]
মে ১ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ৮-১০
গীত নং. ৩৮ [*জখৰিয়া ৮–মালাখী ৪]
নং. ১: আনলোকৰ ব্যক্তিগত মৰ্য্যাদাক সন্মান কৰা (w৯৮ ৪/১ পৃ. ২৮-৩১)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ৯:৭-২১
নং. ৩: td ৪ক যীচুৰ মৃত্যু ক্ৰুচত হৈছিলনে?
নং. ৪: তৰ্ত্তিয়—বিষয়: #যিসকলে নেতৃত্ব লয় তেওঁলোকৰ অনুগত্য হওঁক (w৯৭ ৭/১৫ পৃ. ২৯-৩১)
মে ৮ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১১-১৪
গীত নং. ৮২ [*মথি ১-৮]
নং. ১: বাৰ্ণব্বা, অৰ্থাৎ “শান্ত্বনাৰ পুত্ৰ” (w৯৮ ৪/১৫ পৃ. ২০-৩)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ১৩:২-১০, ২৪
নং. ৩: td ৪খ খ্ৰীষ্টানসকলে ক্ৰুচৰ উপাসনা কৰা উচিতনে?
নং. ৪: পৰিয়ালৰ সদস্যক কেতিয়াও ত্যাগ নিদিব (w৯৭ ৯/১ পৃ. ৩০-১)
মে ১৫ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১৫-১৮
গীত নং. ২৬ [*মথি ৯-১৪]
নং. ১: সৈন্যবাহিনীৰ নোহোৱাকৈ জগতত নিৰাপত্তা (w৯৮ ৪/১৫ পৃ. ২৮-৩০)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ১৭:১-১৩
নং. ৩: td ৩০ক মৃত্যুৰ কাৰণ কি?
নং. ৪: আৰিষ্টাৰ্খ—বিষয়: #ঈশ্বৰৰ সংগঠনত অনুগত্য হৈ থাকক (w৯৭ ৯/১৫ পৃ. ২৯-৩১)
মে ২২ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১৯-২১
গীত নং. ৪২ [*মথি ১৫-২১]
নং. ১: এনে এটা পৰিয়াল গঠন কৰক যিয়ে ঈশ্বৰলৈ সন্মান আনে (kl অধ্যায় ১৫)
নং. ২: বিচাৰকৰ্ত্তাবিলাক ১৯:১১-২১
নং. ৩: td ৩০খ মৃতজনাই আপোনাৰ হানি কৰিব পাৰেনে?
নং. ৪: ইলীচা—বিষয়: #ঈশ্বৰলৈ আপোনাৰ সেৱাক সম্পূৰ্ণৰূপে সমৰ্পিত কৰক (w৯৭ ১১/১ পৃ. ৩০-১)
মে ২৯ বাইবেল পাঠ: ৰূথ ১-৪
গীত নং. ১২০ [*মথি ২২-২৬]
নং. ১: আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে (kl অধ্যায় ১৬)
নং. ২: ৰূথ ৩:১-১৩
নং. ৩: td ৩০গ মানুহে তেওঁলোকৰ মৃত আত্মীয় ব্যক্তিসকলৰ সৈতে কথা-বতৰা হব পাৰেনে?
নং. ৪: অনীচিফৰ—বিষয়: #যিসকল ক্লেশত আছে তেওঁলোক শান্ত্বনা দিয়া (w৯৭ ১১/১৫ পৃ. ২৯-৩১)
জুন ৫ বাইবেল পাঠ: ১ চামূৱেল ১-৩
নং. ১: ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক (kl অধ্যায় ১৭)
নং. ২: ১ চামূৱেল ১:৯-২০
নং. ৩: td ১১ক দিয়াবল প্ৰকৃততে এজন ব্যক্তি হয়নে?
নং. ৪: মৰিয়ম—উত্তম ভাগক বাচঁনি কৰা (w৯৯ ৯/১ পৃ. ৩০-১)
জুন ১২ বাইবেল পাঠ: ১ চামূৱেল ৪-৭
গীত নং. ৮৫ [*মাৰ্ক ৫-৯]
নং. ১: যিহোৱা কোন? (w৯৮ ৫/১ পৃ. ৫-৭)
নং. ২: ১ চামূৱেল ৪:৯-১৮
নং. ৩: td ১১খ দিয়াবল—এই জগতৰ অদৃশ্য শাসক
নং. ৪: #নিজৰ বিচাৰ-ধাৰাত জাগতিক জ্ঞানৰ প্ৰভাৱ পৰিবলৈ নিদিব (w৯৬ ৭/১৫ পৃ. ২৬-৯)
জুন ১৯ বাইবেল পাঠ: ১ চামূৱেল ৮-১১
গীত নং. ১৬০ [*মাৰ্ক ১০-১৪]
নং. ১: নিষ্ঠাৱানৰ পুৰস্কাৰ (w৯৮ ৫/১ পৃ. ৩০-১)
নং. ২: ১ চামূৱেল ৮:৪-২০
নং. ৩: td ১১গ স্বৰ্গৰ পৰা বাহিৰ কৰা স্বৰ্গদূতবোৰৰ বিষয়ে বাইবেল কি কৈছে
নং. ৪: বেল্চচৰ—বিষয়: #যিহোৱাক অসন্তুষ্ট কৰাৰ পৰা নিজকে প্ৰতিৰক্ষা কৰক (w৯৮ ৯/১৫ পৃ. ৮-৯)
জুন ২৬ বাইবেল পাঠ: ১ চামূৱেল ১২-১৪
নং. ১: ধনে আপোনাক সূখী কৰিব পাৰেনে? (w৯৮ ৫/১৫ পৃ. ৪-৬)
নং. ২: ১ চামূৱেল ১৪:১-১৪
নং. ৩: td ১৬ক পৃথিবী—পৰমদেশ হৈ থাকিবলৈ সৃষ্টি কৰা হʼল
নং. ৪: ফিলীমন আৰু ওনীচিম—বিষয়: #আমি খ্ৰীষ্টান ভাতৃত্বত সংযুক্ত (w৯৮ ১/১৫ পৃ. ২৯-৩১)
জুলাই ৩ বাইবেল পাঠ: ১ চামূৱেল ১৫-১৭
গীত নং. ৮ [*লূক ৪-৮]
নং. ১: উনীকী আৰু লোয়ী—আদৰ্শজনক শিক্ষাবিদ (w৯৮ ৫/১৫ পৃ. ৭-৯)
নং. ২: ১ চামূৱেল ১৬:৪-১৩
নং. ৩: td ১৬খ পৃথিবীত জীৱন কেতিয়াও শেষ নহব
নং. ৪: #শুভবাৰ্ত্তা নিশ্চয়ৰূপে প্ৰচাৰ হোৱা আৱশ্যক (w৯৭ ৩/১ পৃ. ৩০-১)
জুলা. ১০ বাইবেল পাঠ: ১ চামূৱেল ১৮-২০
গীত নং. ১৫৬ [*লূক ৯-১২]
নং. ১: ধৰ্মীয় বিশ্বাস জন্মোৱা কলাৰে হৃদয় স্পৰ্শ কৰা (w৯৮ ৫/১৫ পৃ. ২১-৩)
নং. ২: ১ চামূৱেল ১৯:১-১৩
নং. ৩: td ৩১ক আপুনি মিছা ভাৱবাদীসকলক চিনাক্ত কৰিব পাৰিছেনে?
নং. ৪: তুখিক—বিষয়: #খ্ৰীষ্টানসকলত বিশ্বাসী হোৱা আৰু ভৰসা কৰা (w৯৮ ৭/১৫ পৃ. ৭-৮)
জুলা. ১৭ বাইবেল পাঠ: ১ চামূৱেল ২১-২৪
গীত নং. ৩৩ [*লূক ১৩-১৯]
নং. ১: পৰিয়ালক চোৱা-চিতা কৰা দায়ীত্বক পালন কৰা (w৯৮ ৬/১ পৃ. ২০-৩)
নং. ২: ১ চামূৱেল ২৪:২-১৫
নং. ৩: td ২ক আধ্যাত্মিক আৰোগ্যতাৰ কিমান প্ৰয়োজন?
নং. ৪: নিজৰ সন্তানসকলৰ বাবে সময় উলিয়াওঁক (w৯৮ ১১/১ পৃ. ৩০-১)
জুলা. ২৪ বাইবেল পাঠ: ১ চামূৱেল ২৫-২৭
গীত নং. ৬০ [*লূক ২০-২৪]
নং. ১: সঠিক ন্যায়—কেতিয়া আৰু কেনেকৈ? (w৯৮ ৬/১৫ পৃ. ২৬-৯)
নং. ২: ১ চামূৱেল ২৫:২৩-৩৩
নং. ৩: td ২খ ঈশ্বৰৰ ৰাজ্য—স্থায়ী শাৰীৰিক সুস্থতা প্ৰদান কৰা সম্বল
নং, ৪: #উচ্চ অধিকাৰীসকলক সন্মান কৰা উচিত (w৯৮ ১১/১৫ পৃ. ৮-৯)
জুলা. ৩১ বাইবেল পাঠ: ১ চামূৱেল ২৮-৩১
গীত নং. ১৭০ [*যোহন ১-৬]
নং. ১: চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক (kl অধ্যায় ১৮)
নং. ২: ১ চামূৱেল ৩১:১-১৩
নং. ৩: td ২গ আধুনিক বিশ্বাসৰ আৰোগ্যতা ঈশ্বৰৰ পৰা নহয়
নং. ৪: তীত—বিষয়: #“তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিবা” (w৯৮ ১১/১৫ পৃ. ২৯-৩১)
আগ. ৭ বাইবেল পাঠ: ২ চামূৱেল ১-৪
গীত নং. ২২ [*যোহন ৭-১১]
নং. ১: যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হব (kl অধ্যায় ১৯)
নং. ২: ২ চামূৱেল ২:১-১১
নং. ৩: td ২ঘ বিভিন্ন ভাষাত কথা কোৱাটো ঈশ্বৰৰ অনুগ্ৰহ প্ৰমাণিত কৰেনে?
নং. ৪: যোচেফ—বিষয়: উদাৰভাবে এজনে আনজনক ক্ষমা কৰা (w৯৯ ১/১ পৃ. ৩০-১)
আগ. ১৪ বাইবেল পাঠ: ২ চামূৱেল ৫-৮
গীত নং. ১৭৪ [*যোহন ১২-১৮]
নং. ১: “প্ৰাণপণে চেষ্টা কৰা” (w৯৮ ৬/১৫ পৃ. ৩০-১)
নং. ২: ২ চামূৱেল ৭:৪-১৬
নং. ৩: td ৪১ক কোনসকল স্বৰ্গলৈ যায়?
নং. ৪: চীল—বিষয়: #অনুপ্ৰেৰণাৰ মূল হোৱা (w৯৯ ২/১৫ পৃ. ২৬-২৯)
আগ. ২১ বাইবেল পাঠ: ২ চামূৱেল ৯-১২
গীত নং. ১০৭ [*যোহন ১৯–পাঁচনিৰ কৰ্ম্ম ৪]
নং. ১: এজন ভাল প্ৰতিবেশী হওঁক (w৯৮ ৭/১ পৃ. ৩০-১)
নং. ২: ২ চামূৱেল ১১:২-১৫
নং. ৩ td ১৪ক নৰক নিৰ্য্যাতনৰ স্থান নহয়
নং. ৪ #নম্ৰতা হোৱা—মৰ্য্যাদা বাবে আশা নকৰা (w৯৯ ৩/১ পৃ. ৩০-১)
আগ. ২৮ লিখিত পুননিৰীক্ষণ। সম্পূৰ্ণ বিচাৰকৰ্ত্তাবিলাক ৮, ২ চামূৱেল ১২
গীত নং. ১৭৭ [*পাঁচনিৰ কৰ্ম্ম ৫-১০]
ছেপ্তে. ৪ বাইবেল পাঠ: ২ চামূৱেল ১৩-১৫
গীত নং. ১৮৩ [*পাঁচনিৰ কৰ্ম্ম ১১-১৬]
নং. ১: আপোনাৰ সন্তানৰ জীৱনৰ বাবে এক সূ-আৰম্ভণি দিয়ক (w৯৮ ৭/১৫ পৃ. ৪-৬)
নং. ২: ২ চামূৱেল ১৩:২০-৩৩
নং. ৩: td ১৪খ অগ্নি হৈছে ধ্বংসৰ প্ৰতীক
নং. ৪: নিজৰ বোজা যিহোৱাৰ ওপৰত পেলোৱা (w৯৯ ৫/১ পৃ. ৩০-১)
ছেপ্তে. ১১ বাইবেল পাঠ: ২ চামূৱেল ১৬-১৮
গীত নং. ১২৯ [*পাঁচনিৰ কৰ্ম্ম ১৭-২২]
নং. ১: অন্ত্যেষ্টিক্ৰিয়া পৰম্পৰা বিষয়ে খ্ৰীষ্টীয় দৃষ্টিভঙ্গী (w৯৮ ৭/১৫ পৃ. ২০-৪)
নং. ২: ২ চামূৱেল ১৬:৫-১৪
নং. ৩: td ১৪গ ধনী ব্যক্তি আৰু লাজাৰৰ বিৱৰণিত অনন্ত যন্ত্ৰণাৰ প্ৰমাণ নাই
নং. ৪: #নিজকে অকলশৰীয়া নকৰিব (w৯৯ ৬/১ পৃ. ২৮-৩১)
ছেপ্তে. ১৮ বাইবেল পাঠ: ২ চামূৱেল ১৯-২১
গীত নং. ১৯ [*পাঁচনিৰ কৰ্ম্ম ২৩–ৰোমীয়া ১]
নং. ১ আপুনি নিজৰ বিবেকক ভৰসা কৰিব পাৰেনে? (w৯৮ ৯/১ পৃ. ৪-৭)
নং. ২ ২ চামূৱেল ২০:১, ২, ১৪-২২
নং. ৩ td ২৬ক উৎযাপনৰ প্ৰতি খ্ৰীষ্টানসকলৰ দৃষ্টিভঙ্গী
নং. ৪ পৌল—বিষয়: সত্যৰ শত্ৰুৱে পৰিবৰ্তন কৰিব পাৰে (w৯৯ ৬/১৫ পৃ. ২৯-৩১)
ছেপ্তে. ২৫ বাইবেল পাঠ: ২ চামূৱেল ২২-২৪
গীত নং. ৯৮ [*ৰোমীয়া২-৯]
নং. ১: সঙ্গীৰ হেচাঁ—আপোনাৰ বাবে দুৰ্বলতা হব পাৰেনে (w৯৯ ৮/১ পৃ. ২২-২৫)
নং. ২: ২ চামূৱেল ২৩:৮-১৭
নং. ৩: td ৩২ক মূৰ্ত্তিৰ ব্যৱহাৰে ঈশ্বৰক অসন্মান কৰে
নং. ৪: #সত্য জ্ঞানক বিচাৰি থাকা (w৯৯ ৭/১ পৃ. ৩০-১)
অক্টো. ২ বাইবেল পাঠ: ১ ৰাজাৱলি ১-২
গীত নং. ৩৬ [*ৰোমীয়া ১০–১ কৰিন্থীয়া ৩]
নং. ১: অতিপাত ক্ৰোধ কৰাৰ পৰা আতঁৰি থাকক (w৯৯ ৮/১৫ পৃ. ৮, ৯)
নং. ২: ১ ৰাজাৱলি ২:১-১১
নং. ৩: td ৩২খ মূৰ্ত্তি পূজাৰ পৰিণাম
নং. ৪: ফিলিপ—বিষয়: #“সকলো প্ৰকাৰৰ লোকক” প্ৰচাৰ কৰা (w৯৯ ৭/১৫ পৃ. ২৪-৫)
অক্টো. ৯ বাইবেল পাঠ: ১ ৰাজাৱলি ৩-৬
গীত নং. ১০৬ [*১ কৰিন্থীয়া ৪-১৩]
নং. ১: গুৰুত্বপূৰ্ণ কথাবোৰক প্ৰাথমিকতা দিয়ক (w৯৮ ৯/১ পৃ. ১৯-২১)
নং. ২: ১ ৰাজাৱলি ৪:২১-৩৪
নং. ৩: td ৩২গ মাত্ৰ যিহোৱাহে উপাসনা পোৱা যোগ্য
নং. ৪: td ১ক #অন্তঃধৰ্মীয় পথ ঈশ্বৰৰ পথ নহয়
অক্টো. ১৬ বাইবেল পাঠ: ১ ৰাজাৱলি ৭-৮
গীত নং. ৭৬ [*১ কৰিন্থীয়া ১৪–২ কৰিন্থীয়া ৭]
নং. ১: অভিজাত্য লোকৰ আগত সাক্ষী দিয়া (w৯৮ ৯/১ পৃ. ৩০-১)
নং. ২: ১ ৰাজাৱলি ৭:১-১৪
নং. ৩: td ১খ সকলো ধৰ্ম্ম সঠিকনে?
নং. ৪: td ৩৫ক খ্ৰীষ্টানসকলে ঈশ্বৰৰ ব্যক্তিগত নাম লোৱা আৱশ্যক
অক্টো. ২৩ বাইবেল পাঠ: ১ ৰাজাৱলি ৯-১১
গীত নং. ৯৭ [*২ কৰিন্থীয়া ৮–গালাতীয়া ৪]
নং. ১: কন্যা-মূল্যৰ প্ৰতি খ্ৰীষ্টান দৃষ্টিভঙ্গী (w৯৮ ৯/১৫ পৃ. ২৪-৭)
নং. ২: ১ ৰাজাৱলি ১১:১-১৩
নং. ৩: td ৩৫খ ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সত্যতা
নং. ৪: td ৩৫গ #ঈশ্বৰৰ গুণসমূহক চিনাক্ত কৰা
অক্টো. ৩০ বাইবেল পাঠ: ১ ৰাজাৱলি ১২-১৪
গীত নং. ১১৩ [*গালাতীয়া ৫–ফিলিপীয়া ২]
নং. ১: আপোনাৰ বাবে ঈশ্বৰ বাস্তৱ নে? (w৯৮ ৯/১৫ পৃ. ২১-৩)
নং. ২: ১ ৰাজাৱলি ১৩:১-১০
নং. ৩: td ৩৫ঘ সকলোৱে একেজন ঈশ্বৰক সেৱা নকৰে
নং. ৪: td ৩৬ক যিহোৱাৰ সাক্ষী এক নতুন ধৰ্ম্ম নে?
নবে. ৬ বাইবেল পাঠ: ১ ৰাজাৱলি ১৫-১৭
গীত নং. ১২৩ [*ফিলিপীয়া ৩–১ থিচলনীকীয়া ৫]
নং. ১: আধ্যাত্মিক উন্নতি কৰি থাকক! (w৯৮ ১০/১ পৃ. ২৮-৩১)
নং. ২: ১ ৰাজাৱলি ১৫:৯-২৪
নং. ৩: td ৩৭ক যীচু খ্ৰীষ্ট—ঈশ্বৰৰ পুত্ৰ আৰু অভিষেক ৰজা
নং ৪: td ৩৭খ উদ্ধাৰৰ বাবে যীচুত বিশ্বাস ৰখাটো কিয় আৱশ্যক
নবে. ১৩ বাইবেল পাঠ: ১ ৰাজাৱলি ১৮-২০
গীত নং. ১৫৯ [*২ থিচলনীকীয়া ১–২ তীমথিয় ৩]
নং. ১: শান্তিপূৰ্ণৰে সমস্যা সমাধান কৰক (w৯৮ ১১/১ পৃ. ৪-৭)
নং. ২: ১ ৰাজাৱলি ২০:১, ১৩-২২
নং. ৩: td ৩৭গ মাত্ৰ যীচুত বিশ্বাস ৰখা, ৰক্ষা পাবলৈ যথেষ্ঠ নে?
নং. ৪: td ৩৮ক #ঈশ্বৰৰ ৰাজ্যই আশীৰ্ব্বাদ আনে
নবে. ২০ বাইবেল পাঠ: ১ ৰাজাৱলি ২১-২২
গীত নং. ১৭৯ [*২ তিমথীয় ৪–ইব্ৰী ৭]
নং. ১: “স্বৰ্গৰ শস্য” পৰা লাভৱান (w৯৯ ৮/১৫ পৃ. ২৫-২৮)
নং. ২: ১ ৰাজাৱলি ২২:২৯-৪০
নং. ৩: td ৩৮খ খ্ৰীষ্টৰ শত্ৰুবোৰ সক্ৰিয় থকাৰ সময়তে ৰাজ্য শাসন আৰম্ভ হয়
নং. ৪: td ৩৮গ ঈশ্বৰৰ ৰাজ্য মানুহৰ প্ৰচেষ্টাৰ যোগেদি নাহে
নবে. ২৭ বাইবেল পাঠ: ২ ৰাজাৱলি ১-৩
গীত নং. ১৪৮ [*ইব্ৰী ৮–যাকোব ২]
নং. ১: বিবাহৰ বাবে কৰা বিবাহ চুক্তি খ্ৰীষ্টানসকলে কেনে দৃষ্টিভঙ্গী ৰখা উচিত? (w৯৯ ৮/১৫ পৃ ৩০, ৩১)
নং. ২: ২ ৰাজাৱলি ২:১৫-২৫
নং. ৩: td ৩৯ক “জগতৰ শেষ” বুলিলে কি বুজায়
নং. ৪: td ৩৯খ #শেষ কালৰ ঘটনাৰ সমন্ধে আধ্যাত্মিকৰূপে সচেতন হওঁক
ডিচে. ৪ বাইবেল পাঠ: ২ ৰাজাৱলি ৪-৬
গীত নং. ১০৯ [*যাকোব ৩–২ পিতৰ ৩]
নং. ১: চাইমনীৰ পৰা সাৱধান থাকক (w৯৮ ১১/১৫ পৃ. ২৮)
নং. ২: ২ ৰাজাৱলি ৫:২০-২৭
নং. ৩: td ৮ক অনন্ত কালৰ জীৱন এটা সপোন নহয়
নং. ৪: td ৮খ কোনসকল স্বৰ্গলৈ যায়?
ডিচে. ১১ বাইবেল পাঠ: ২ ৰাজাৱলি ৭-৯
গীত নং. ১১৭ [*১ যোহন ১–প্ৰকাশিত বাক্য ১]
নং. ১: ধন লোৱা আৰু দিয়া সময়ত বাইবেলৰ সিধান্তক পালন কৰা উচিত (w৯৮ ১১/১৫ পৃ. ২৪-৭)
নং. ২: ২ ৰাজাৱলি ৭:১, ২, ৬, ৭, ১৬-২০
নং. ৩: td ৮গ যিসকলে পৃথিৱীত অনন্ত জীৱন পাব তেওঁলোকৰ সংখ্যা সীমিত নহয়
নং. ৪: td ২৭ক #বিবাহ সন্মানীয় হোৱা উচিত
ডিচে. ১৮ বাইবেল পাঠ: ২ ৰাজাৱলি ১০-১২
গীত নং. ১৮১ [*প্ৰকাশিত বাক্য ২-১২]
নং. ১: যীচুৰ জন্মৰ প্ৰকৃত কাহিনী (w৯৮ ১২/১৫ পৃ. ৫-৯)
নং. ২: ২ ৰাজাৱলি ১১:১-৩, ৯-১৬
নং. ৩: td ২৭খ খ্ৰীষ্টানসকলে মূৰস্বৰূপ সিধান্তক সন্মান কৰা উচিত
নং. ৪: td ২৭গ সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়ীত্ব
ডিচে. ২৫ লিখিত পুননিৰীক্ষণ। সম্পূৰ্ণ ২ চামূৱেল ১৩–২ ৰাজাৱলি ১২
গীত নং. ২১৭ [*প্ৰকাশিত বাক্য ১৩-২২]