ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/৯৯ পৃষ্ঠা ২
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/৯৯ পৃষ্ঠা ২

ঘোষণাসমূহ

▪ সাহিত্য বিতৰণ অক্টোবৰ: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ গ্ৰাহকতা। গ্ৰাহকতা নাপালে ব্যক্তিগতভাৱে আলোচনী দিবলৈ যত্ন কৰিব। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় সৈতে নতুন সংসাৰ অনুবাদ (ইংৰাজী)। জানুৱাৰী: মণ্ডলীৰ ভৰালত থকা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ।

▪ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ এই খণ্ডত “২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে আৰু ইয়াক গোটেই ২০০০ বছৰৰ বাবে ৰখা উচিত।

▪ যদি জানুৱাৰী ১ তাৰিখৰ পৰা আপোনাৰ মণ্ডলীত সভাৰ সময় পৰিবৰ্তন কৰা হৈছে তেনেহʼলে এই সাল-সলনি কৰা সভাৰ সময়ৰ বাবে নতুন হেন্ডবিলৰ যোগান ধৰাৰ আৱশ্যক হব পাৰে।

▪ যদি মণ্ডলীয়ে সাহিত্য তালিকা ফৰ্ম (S-AB-18) আৰু মণ্ডলীৰ বিশ্লেষণ ৰিপৰ্ট ফৰ্ম (S-10) এতিয়ালৈকে পঠোৱা নাই, তেনেহʼলে মনত পেলোৱা হৈছে যে অতি সোনকালে ইয়াক যেন পঠিয়ায়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক