ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০০ পৃষ্ঠা ২
  • উৎসাহে অধিক মানুহক উদ্যোগী কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উৎসাহে অধিক মানুহক উদ্যোগী কৰে
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্মৰণীয় পৰ্ব্বৰ সময়ছোৱা হৈছে ঈশ্বৰ-শাসিত কাৰ্য্যৰ বৃদ্ধি কৰাৰ সময়
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০০ পৃষ্ঠা ২

উৎসাহে অধিক মানুহক উদ্যোগী কৰে

পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীত থকা খ্ৰীষ্টান ভাইসকলৰ “উৎসাহে অধিক ভাগ মানুহক উদ্যোগী” কৰা দেখি প্ৰশংসা কৰিছিল। (২ কৰি. ৯:২) সাধাৰণতে এজন ব্যক্তি, এটা পৰিয়াল, এটা পুস্তক অধ্যয়নৰ গ্ৰুপ, বা গোটেই মণ্ডলীয়ে উৎসাহিত হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা উদ্যোগী হয়। প্ৰচাৰ কাৰ্য্যত উৎসাহিত হৈ ভাগ লোৱাৰ কিছুমান প্ৰণালী তলত বৰ্ণনা কৰা হৈছে।

▪ আলোচনী বিতৰণ কৰিবলৈ শনিবাৰৰ দিনবোৰক আছুতীয়াকৈ ৰাখক।

▪ দেওবাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লওঁক।

▪ মণ্ডলীয়ে ব্যৱস্থা কৰা বিশেষ সাক্ষী দিয়া কাৰ্য্যৰ দিনত ভাগ লওঁক।

▪ স্কুল বা অফিচৰ বন্ধৰ দিনত প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰক।

▪ চাৰ্কিট ওভাৰচিয়াৰৰ ভিজিটৰ সময়ত প্ৰচাৰ কাৰ্য্যত ভাগ লওঁক।

▪ বছৰটোৰ এমাহ বা তাতকৈ অধিক মাহ সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰক।

▪ যদি সম্ভৱ, নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিবলৈ চেষ্টা কৰক।

যিহোৱা সাক্ষীসকলৰ ২০০০ চনৰ বাৰ্ষিক পুস্তক, (ইংৰাজী) ১৭-১৯ পৃষ্ঠা চাওঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক