এপ্ৰিল মাহৰ সেৱা ৰিপৰ্ট
গড় গড় গড় গড়
সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.
বি. অগ্ৰ. ৩১১ ১৩১.৯ ৩৬.১ ৪৬.০ ৬.৩
অগ্ৰ. ৯৭৪ ৬৪.১ ২২.৬ ২২.৬ ৪.৪
স.অগ্ৰ. ৩,২৮৭ ৫২.৫ ১৮.৬ ৯.৭ ১.২
প্ৰচা. ১৬,৮২৭ ৮.৬ ৩.৬ ২.১ ০.৩
মুঠ ২১,৩৯৯ বাপ্তিষ্মা: ৮১
আন মাহবোৰৰ তুলনাত, ২০০০ চনৰ এপ্ৰিল মাহটোত প্ৰচাৰক, নিয়মিত অগ্ৰগামী, সহযোগী অগ্ৰগামী, পুনৰ সাক্ষ্যাত, বাইবেল অধ্যয়ন আৰু মুঠ ঘন্টাৰ পৰিমাণ সকলোতকৈ অধিক আছিল।
২০০০ চনৰ স্মৰণীয় পৰ্ব্বত—৪৯,১২০ জনে উপস্থিত হয়। যাৰ সংখ্যা আগৰ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সংখ্যাতকৈও অধিক আছিল।