ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০১ পৃষ্ঠা ৩-৬
  • ২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • পৰামৰ্শসমূহ
  • তালিকা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০১ পৃষ্ঠা ৩-৬

২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা

পৰামৰ্শসমূহ

২০০২ চনত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।

মূল বিষয়-বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ (ইংৰাজী) [w], জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় [kl], বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন [my] আৰু সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল [gt] ব্যৱহাৰ কৰা হʼব।

ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল, এক চমু আদৰণিৰ সৈতে গীত আৰু প্ৰাৰ্থনাৰে সময়মতে আৰম্ভ কৰা উচিত। যি যি মণ্ডলীত স্থানীয় ভাষাত সভাবোৰৰ কাৰ্য্যক্ৰম চলোৱা হয় তাত সকলোকে স্থানীয় ভাষাৰ গানৰ কিতাপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰ্য্যক্ৰমত কি আছে তাৰ বিষয়ে আভাস দিয়াটো আৱশ্যক নাই। যেনেকৈ স্কুল ওভাৰচিয়াৰে প্ৰত্যেক ভাগৰ পৰিচয় দিব, তেওঁ ব্যাখ্যা কৰিবলগীয়া বিযয়টোক উল্লেখ কৰিব। নিম্নলিখিত পৰামৰ্শ মতে আগবাঢ়ক:

ভাষণ নং. ১: ১৫ মিনিট। এই ভাষণ প্ৰহৰীবুৰুজ বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় ওপৰত আধাৰিত হʼব যিটো এজন প্ৰাচীন বা এজন সহায়ক সেৱকৰ দ্বাৰা প্ৰস্তুত কৰা উচিত। যেতিয়া নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ ব্যৱহাৰ কৰা হয় তেতিয়া এই ভাষণ ১৫ মিনিটৰ এক ভাষণৰ দ্বাৰা প্ৰস্তুত কৰা আৱশ্যক আৰু ভাষণৰ শেষত কোনো প্ৰশ্ন সোধা নহব। কিন্তু যেতিয়া ভাষণ জ্ঞান কিতাপৰ ওপৰত আধাৰিত থাকে তেতিয়া ১০-১২ মিনিটলৈকে ভাষণ আৰু ৩-৫ মিনিটলৈকে কিতাপখনত উল্লেখ কৰা প্ৰশ্নসমূহ বিবেচনা কৰা আৱশ্যক। কিন্তু মনোযোগ দিয়া উচিত যে প্ৰস্তুত কৰা বিষয়সমূহ মণ্ডলীৰ বাবে ব্যৱহাৰিক হয়। ভাষণৰ বাবে তলত দিয়া বিষয়বস্তুবোৰক ব্যৱহাৰ কৰা উচিত।

এই ভাষণ দিয়া ভাইসকলে মনোযোগ দিয়া উচিত যে তেওঁলোকে যাতে নিৰ্দ্ধাৰিত সময়ত ভাষণ শেষ কৰে। যদি আৱশ্যক হয় বা বক্তাই আগ্ৰহ কৰে তেনেহʼলে ব্যক্তিগত পৰামৰ্শ দিব পাৰে।

বাইবেল পাঠৰ সাৰাংশ বিষয়: ৬ মিনিট। এই ভাষণ এজন প্ৰাচীন বা সহায়ক সেৱকে দিয়া উচিত যিজনে ভালদৰে বিষয়টোক মণ্ডলীৰ স্থানীয় আৱশ্যকতা অনুসাৰে প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে কোনো বিষয়বস্তুৰ প্ৰয়োজন নাই। ইয়াত বাইবেল অধ্যায়ৰ মাত্ৰ সাৰাংশ কোৱাটোৱে যথেষ্ট নহয়। ৩০ পৰা ৬০ চেকেণ্ডৰ ভিতৰত বিষয়টো সংক্ষিপ্ত পুনৰনিৰীক্ষণ কৰিব পাৰে। কিন্তু ইয়াৰ মুখ্য লক্ষ্য এইটো হোৱা উচিত যাতে শ্ৰোতাই বুজি পাই যে ইয়াত দিয়া সংবাদবোৰ তেওঁলোকৰ বাবে কিয় আৰু কেনেকৈ লাভজনক। ইয়াৰ পাছত স্কুল ওভাৰচিয়াৰে বিদ্যাৰ্থীসকলক বিভিন্ন গ্ৰুপলৈ (শ্ৰেণীলৈ) পঠাব।

ভাষণ নং. ২: ৫ মিনিট। এই ভাষণ মুখ্য স্কুলতে বা দ্বিতীয় স্কুলতে নহওঁক কিয়, উভয়তে এজন ভায়ে বাইবেল পাঠ পঢ়াৰ দ্বাৰা এই ভাগটো প্ৰস্তুত কৰে। পঢ়িবলৈ প্ৰায় কম পৰিমাণে ভাগ দিয়া হয় যাতে ভাষণৰ আৰম্ভণি আৰু শেষত বিদ্যাৰ্থীজনে তেওঁক নিযুক্তি কৰা বিষয়টো চমুকৈ বৰ্ণনা কৰিব পাৰে। ইয়াত ইতিহাসৰ সংবাদ, ভৱিষ্যতবাণীৰ পূৰ্ণতা বা বাইবেলৰ শিক্ষাবোৰৰ অভিপ্ৰায় আৰু ইয়াক প্ৰয়োগ কৰাৰ বাবে কব পাৰে। নিযুক্ত কৰা অধ্যায়ৰ সকলো পদ পঢ়া উচিত। বুজাবলৈ মাজতে ৰৈ যোৱা উচিত নহয়। কিন্তু যদি পদবোৰ একেলগে নাই তেনেহʼলে বিদ্যাৰ্থীয়ে কব পাৰে যে আগলৈ কোনটো পদৰ পৰা পঢ়িবলৈ গৈছে।

ভাষণ নং. ৩: ৫ মিনিট। এই ভাষণৰ বাবে এগৰাকী ভনীক নিযুক্ত কৰা হয়। এই ভাষণৰ বিষয়সমূহ বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখনʼৰ পৰা প্ৰস্তুত কৰা হʼব। ইয়াৰ বাবে আপোনাৰ এলেকাত ব্যৱহাৰ হোৱা যিকোনো পটভূমি গ্ৰহণ কৰিব পাৰে আৰু ইয়াক বহি বা থিয় হৈ কথা-বতৰা পতা যোগেদি প্ৰস্তুত কৰিব পাৰে। স্কুল ওভাৰচিয়াৰে বিশেষকৈ এইটো লক্ষ্য কৰিব যে বিদ্যাৰ্থীজনে কিদৰে গৃহস্থক বিষয়টো বুজাইছে আৰু বাইবেলৰ পদবোৰক পালন কৰিবলৈ শিকাইছে। নিযুক্ত কৰা বিদ্যাৰ্থীজনে তেওঁৰ নিযুক্তি ভাষণক কিদৰে পঢ়িব লাগে তাক জনা উচিত। সাধাৰণতে স্কুল ওভাৰচিয়াৰে এজন সহায়ক ব্যক্তিক নিযুক্ত কৰে কিন্তু অতিৰিক্ত সহায়ককো আৱশ্যকতাৰ অনুসৰি লʼব পাৰে। এই নিযুক্তি ভাষণ দিয়াৰ সময়ত পটভূমিৰ ওপৰত নহয় কিন্তু বাইবেলক কিদৰে উপযোগী কৰিব পাৰি তাৰ বিষয়েহে বিশেষ মনোযোগ দিয়া আৱশ্যক।

ভাষণ নং. ৪: ৫ মিনিট। এই নিযুক্তিৰ ভাষণ সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, কিতাপৰ পৰা প্ৰস্তুত কৰা হʼব। এজন ভাই বা এগৰাকী ভনীক এই ভাষণৰ বাবে নিযুক্ত কৰা আৱশ্যক। যেতিয়া এই ভাষণৰ বাবে এজন ভাইক নিযুক্ত কৰা হয়, তেতিয়া সেই বিষয়টোক এক ভাষণৰূপে প্ৰস্তুত কৰা উচিত। যেতিয়া এগৰাকী ভনীক এই ভাষণৰ বাবে নিযুক্তি দিয়া হয়, তেতিয়া ইয়াক ৩ নং ভাষণৰ দৰে প্ৰস্তুত কৰা উচিত।

বাইবেল পাঠৰ তালিকা: মণ্ডলীৰ সকলোকে সপ্তাহিক বাইবেল পাঠৰ তালিকাক অনুকৰণ কৰি পঢ়িবলৈ উৎসাহিত কৰা হৈছে আৰু এদিনত কেৱল এক পৃষ্ঠা পঢ়া আৱশ্যক।

টোকা: পৰামৰ্শ, সময়, লিখিত পুনৰ নিৰীক্ষণ আৰু ভাষণবোৰৰ প্ৰস্তুতিকৰণৰ বিষয়ে অতিৰিক্ত সূচনা আৰু নিৰ্দ্দেশনাৰ বাবে অনুগ্ৰহ কৰি অক্টোবৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ (ইংৰাজী) ৩ পৃষ্ঠাত চাওঁক।

তালিকা

জানু. ৭ বাইবেল পাঠ: উপদেশক ১-৬

গীত নং. ৪

ভাষণ নং. ১: আপোনাৰ ভৱিষ্যত সুখী হʼব পাৰে! (kl ৬-১১ পৃ.)

ভাষণ নং. ২: উপদেশক ৪:⁠১-​১৬

ভাষণ নং. ৩: সৃষ্টি হৈছে ঈশ্বৰৰ আচৰিত কাৰ্য্য! (my ১ অধ্যায়)

ভাষণ নং. ৪: জন্মদিনৰ ভোজৰ সময়ত হোৱা হত্যাকাণ্ড (gt ৫১ অধ্যায়)

জানু. ১৪ বাইবেল পাঠ: উপদেশক ৭-১২

গীত নং. ১৮০

ভাষণ নং. ১: এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে​—⁠ভাগ ১ (kl ১২-১৭ পৃ. ১-১৫ অনু.)

ভাষণ নং. ২: উপদেশক ৮:⁠১-​১৭

ভাষণ নং. ৩: এই পৃথিৱীখনৰ বাবে ঈশ্বৰৰ প্ৰাৰম্ভিক উদ্দেশ্য কি আছিল? (my ২ অধ্যায়)

ভাষণ নং. ৪: যীচুৱে আচৰিতভাৱে হাজাৰ হাজাৰ লোকক আহাৰ প্ৰদান কৰিছিল (gt ৫২ অধ্যায়)

জানু. ২১ বাইবেল পাঠ: পৰমগীত ১-৮

গীত নং. ৪৬

ভাষণ নং. ১: এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে​—⁠ভাগ ২ (kl ১৭-২২ পৃ. ১৬-২৩ অনু.)

ভাষণ নং. ২: পৰমগীত ৫:⁠১-​১৬

ভাষণ নং. ৩: যিহোৱাই প্ৰথম বিবাহ স্থাপনা কৰিছিল নে? (my ৩ অধ্যায়)

ভাষণ নং. ৪: এজন অমানৱবীয় শাসকৰ ইচ্ছা (gt ৫৩ অধ্যায়)

জানু. ২৮ বাইবেল পাঠ: যিচয়া ১-৬

গীত নং. ৫২

ভাষণ নং. ১: সত্য ঈশ্বৰ কোন? (kl ২৩-৩১ পৃ.)

ভাষণ নং. ২: যিচয়া ২:⁠১-​১৭

ভাষণ নং. ৩: আমি আমাৰ জীৱনত কিয় নিতৌ ঈশ্বৰৰ আজ্ঞা পালন কৰা উচিত? (my ৪ অধ্যায়)

ভাষণ নং. ৪: “স্বৰ্গৰ পৰা স্বৰূপ আহাৰ” (gt ৫৪ অধ্যায়)

ফেব্ৰু. ৪ বাইবেল পাঠ: যিচয়া ৭-১১

গীত নং. ৮৯

ভাষণ নং. ১: আমাক যিহোৱাৰ সংগঠনৰ আৱশ্যক (w০০ ১/১ ৩০-১ পৃ.)

ভাষণ নং. ২: যিচয়া ৮:⁠১-​২২

ভাষণ নং. ৩: ইচ্ছাকৃতভাৱে ঈশ্বৰৰ নিৰ্দ্দেশনাক ভঙ্গ কৰাৰ পৰিণাম (my ৫ অধ্যায়)

ভাষণ নং. ৪: বহুতো শিষ্যই যীচুৰ অনুসাৰে চলিবলৈ ত্যাগ দিলে (gt ৫৫ অধ্যায়)

ফেব্ৰু. ১১ বাইবেল পাঠ: যিচয়া ১২-​১৯

গীত নং. ১৭৭

ভাষণ নং. ১: আপুনি নিজকে কেনেদৰে দৃষ্টি কৰে? (w০০ ১/১৫ ২০-​২২ পৃ.)

ভাষণ নং. ২: যিচয়া ১৭:⁠১-​১৪

ভাষণ নং. ৩: চকুচৰহাৰ বাবে কোনো সুযোগ নিদিব (my ৬ অধ্যায়)

ভাষণ নং. ৪: কিহে এজন ব্যক্তিক ভ্ৰষ্ট কৰিব পাৰে? (gt ৫৬ অধ্যায়)

ফেব্ৰু. ১৮ বাইবেল পাঠ: যিচয়া ২০-​২৬

গীত নং. ২২৫

ভাষণ নং. ১: যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰা (w০০ ১/১৫ ২৩-​২৬ পৃ.)

ভাষণ নং. ২: যিচয়া ২২:⁠১-​১৯

ভাষণ নং. ৩: যিহোৱাৰ সৈতে চলা (my ৭ অধ্যায়)

ভাষণ নং. ৪: পীড়িত লোকৰ বাবে সহানুভূতি (gt ৫৭ অধ্যায়)

ফেব্ৰু. ২৫ বাইবেল পাঠ: যিচয়া ২৭-​৩১

গীত নং. ১৯২

ভাষণ নং. ১: অত্যাচাৰীয়ে এক মহান জ্যোতিৰ দৰ্শন পোৱা (w০০ ১/১৫ ২৭-​২৯ পৃ.)

ভাষণ নং. ২: যিচয়া ২৯:⁠১-​১৪

ভাষণ নং. ৩: আপুনিও ঈশ্বৰৰ দৰে অত্যাচাৰৰ প্ৰতি দৃষ্টি ৰাখেনে? (my ৮ অধ্যায়)

ভাষণ নং. ৪: পিঠা আৰু খমিৰ (gt ৫৮ অধ্যায়)

মাৰ্চ ৪ বাইবেল পাঠ: যিচয়া ৩২-​৩৭

গীত নং. ৯৮

ভাষণ নং. ১: একেৰাহে কৰা প্ৰচেষ্ঠাত সফলতা লাভ কৰা (w০০ ২/১ ৪-৬ পৃ.)

ভাষণ নং. ২: যিচয়া ৩৩:⁠১-​১৬

ভাষণ নং. ৩: ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলাৰ পৰিণামসমূহ (my ৯ অধ্যায়)

ভাষণ নং. ৪: প্ৰকৃততে যীচু কোন? (gt ৫৯ অধ্যায়)

মাৰ্চ ১১ বাইবেল পাঠ: যিচয়া ৩৮-​৪২

গীত নং. ১৩২

ভাষণ নং. ১: এগৰাকী মাতৃৰ বুদ্ধিমান উপদেশ (w০০ ২/১ ৩০-​৩১ পৃ.)

ভাষণ নং. ২: যিচয়া ৪২:⁠১-​১৬

ভাষণ নং. ৩: জীৱন ৰক্ষাৰ অৰ্থে আজ্ঞাকাৰী হোৱা আৱশ্যক (my ১০ অধ্যায়)

ভাষণ নং. ৪: যীচুৰ ৰাজ্যৰ মহিমাৰ পূৰ্ব-প্ৰদৰ্শন (gt ৬০ অধ্যায়)

মাৰ্চ ১৮ বাইবেল পাঠ: যিচয়া ৪৩-​৪৭

গীত নং. ১৬০

ভাষণ নং. ১: বিপদগ্ৰস্ত এলেকাৰ পৰা আঁতৰি থাকক (w০০ ২/১৫ ৪-৭ পৃ.)

ভাষণ নং. ২: যিচয়া ৪৪:⁠৬-​২০

ভাষণ নং. ৩: নিশ্চিত হওঁক যে ঈশ্বৰে মানৱজাতিৰ প্ৰতি যত্ন লয় (my ১১ অধ্যায়)

ভাষণ নং. ৪: ভূতে ধৰা লʼৰাজনক সুস্থ কৰা (gt ৬১ অধ্যায়)

মাৰ্চ ২৫ বাইবেল পাঠ: যিচয়া ৪৮-​৫২

গীত নং ১৬১

ভাষণ নং. ১: প্ৰাৰ্থনাৰ দ্বাৰা শক্তি লাভ কৰা (w০০ ৩/১ ৩-৪ পৃ.)

ভাষণ নং. ২: যিচয়া ৪৯:⁠১-​১৩

ভাষণ নং. ৩: ঈশ্বৰৰ পৰা স্বাধীন হৈ মানুহে নিজৰ শক্তি আৰু ক্ষমতাৰ প্ৰদৰ্শন কৰি, তেওঁক অসন্তুষ্ট কৰাৰ বাবে দায়ী (my ১২ অধ্যায়)

ভাষণ নং. ৪: নম্ৰতাৰ এক পাঠ (gt ৬২ অধ্যায়)

এপ্ৰি. ১ বাইবেল পাঠ: যিচয়া ৫৩-​৫৯

গীত নং. ২১০

ভাষণ নং. ১: আগ্ৰহী হৃদয়েৰে যিহোৱাক বিচাৰা (w০০ ৩/১ ২৯-​৩১ পৃ.)

ভাষণ নং. ২: যিচয়া ৫৪:⁠১-​১৭

ভাষণ নং. ৩: নিযুক্তিসমূহক সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰক (my ১৩ অধ্যায়)

ভাষণ নং. ৪: আগন্তুক সংশোধনৰ পৰামৰ্শ (gt ৬৩ অধ্যায়)

এপ্ৰি. ৮ বাইবেল পাঠ: যিচয়া ৬০-৬৬

গীত নং. ১৬৮

ভাষণ নং. ১: যীচু খ্ৰীষ্ট​—⁠ঈশ্বৰৰ জ্ঞানৰ চাবি (kl ৩২-৪২ পৃ.)

ভাষণ নং. ২: যিচয়া ৬১:⁠১-​১১

ভাষণ নং. ৩: জীৱনত সফলতা লাভ কৰিবলৈ হʼলে দৃঢ় বিশ্বাস ৰখা আৱশ্যক (my ১৪ অধ্যায়)

ভাষণ নং. ৪: ক্ষমা কৰাৰ এক পাঠ (gt ৬৪ অধ্যায়)

এপ্ৰি. ১৫ বাইবেল পাঠ: যিৰিমিয়া ১-৪

গীত নং. ৩৭

ভাষণ নং. ১: ঈশ্বৰে কাৰ উপাসনা গ্ৰহণ কৰে? (kl ৪৩-৫২ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ২:⁠৪-​১৯

ভাষণ নং. ৩: এই পুৰণি ৰীতি-ব্যৱস্থাই আমাক কোনো মূল্যবান বস্তু প্ৰদান কৰিব নোৱাৰে (my ১৫ অধ্যায়)

ভাষণ নং. ৪: যিৰূচালেমলৈ গুপুতে যাত্ৰা কৰা (gt ৬৫ অধ্যায়)

এপ্ৰি. ২২ বাইবেল পাঠ: যিৰিমিয়া ৫-​৮

গীত নং. ২০৫

ভাষণ নং. ১: মানৱজাতিক কিয় সহায়কৰ আৱশ্যক (w০০ ৩/১৫ ৩-৪ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৭:⁠১-​২০

ভাষণ নং. ৩: বিবাহ সঙ্গী বাছনি কৰাৰ বাবে ঈশ্বৰৰ নিৰ্দ্দেশনা অনুকৰণ কৰা (my ১৬ অধ্যায়)

ভাষণ নং. ৪: তম্বু পৰ্ব্বত যীচু (gt ৬৬ অধ্যায়)

এপ্ৰি. ২৯ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: যিৰিমিয়া ৯-​১৩

গীত নং. ৪৬

মে’ ৬ বাইবেল পাঠ: যিৰিমিয়া ১৪-​১৮

গীত নং. ২২৪

ভাষণ নং. ১: যীচুৱে আমাক কেনেকৈ সহায় কৰিব পাৰে (w০০ ৩/১৫ ৫-৯ পৃ.)

ভাষণ নং ২: যিৰিমিয়া ১৭:⁠১-​১৮

ভাষণ নং. ৩: আমি লোৱা সিদ্ধান্তই প্ৰকাশ কৰে যে আমি পবিত্ৰ বস্তুসমূহৰ প্ৰতি কিমান মুল্যাঙ্কণ দেখুৱাও (my ১৭ অধ্যায়)

ভাষণ নং. ৪: তেওঁলোকে তেওঁক আটক কৰাত বিফল হʼল (gt ৬৭ অধ্যায়)

মে’ ১৩ বাইবেল পাঠ: যিৰিমিয়া ১৯-​২৩

গীত নং. ৭৩

ভাষণ নং. ১: নম্ৰতাই শান্তি বজাই ৰখাত সহায় কৰে (w০০ ৩/১৫ ২১-​২৪ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ১৯:⁠১-​১৫

ভাষণ নং. ৩: ‘কেৱল প্ৰভুত বিশ্বাস কৰা জনলৈ বিয়া হোৱা’ (my ১৮ অধ্যায়)

ভাষণ নং. ৪: সপ্তম দিনা অতিৰিক্ত শিক্ষা প্ৰদান কৰা (gt ৬৮ অধ্যায়)

মে’ ২০ বাইবেল পাঠ: যিৰিমিয়া ২৪-​২৮

গীত নং. ১৪০

ভাষণ নং. ১: সংশোধন গ্ৰহণ কৰাৰ উত্তম আৰ্হি ৰখা এজন ব্যক্তি (w০০ ৩/১৫ ২৫-​২৮ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ২৫:⁠১-​১৪

ভাষণ নং. ৩: আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তুলক (my ১৯ অধ্যায়)

ভাষণ নং. ৪: পিতৃত্বৰ ওপৰত কৰা প্ৰশ্ন (gt ৬৯ অধ্যায়)

মে’ ২৭ বাইবেল পাঠ: যিৰিমিয়া ২৯-​৩১

গীত নং. ৪২

ভাষণ নং. ১: বৰ্তমান সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই কি দৰে কাৰ্য্য কৰে? (w০০ ৪/১ ৮-​১১ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৩০:⁠১-​১৬

ভাষণ নং. ৩: কুসঙ্গতিয়ে ধ্বংসলৈ পৰিচালিত কৰে (my ২০ অধ্যায়)

ভাষণ নং. ৪: জন্মৰে পৰা অন্ধ এজন ব্যক্তিক সুস্থ কৰা (gt ৭০ অধ্যায়)

জুন ৩ বাইবেল পাঠ: যিৰিমিয়া ৩২-​৩৫

গীত নং. ৮৫

ভাষণ নং. ১: যিহোৱাৰ শক্তিৰ পৰা সান্ত্বনা লাভ কৰা (w০০ ৪-​৭ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৩৪:⁠১-​১৬

ভাষণ নং. ৩: পৰশ্ৰীকতাই পাপলৈ পৰিচালিত কৰে (my ২১ অধ্যায়)

ভাষণ নং. ৪: ফৰীচীসকলে ইচ্ছাকৃতভাৱে অবিশ্বাস কৰিলে (gt ৭১ অধ্যায়)

জুন ১০ বাইবেল পাঠ: যিৰিমিয়া ৩৬-​৪০

গীত নং. ১৫৯

ভাষণ নং. ১: আপুনি ঈশ্বৰৰ দৰে হিংসামূলক কাৰ্য্যৰ প্ৰতি দৃষ্টি ৰাখেনে? (w০০ ৪/১৫ ২৬-​২৯ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৩৭:⁠১-​১৭

ভাষণ নং. ৩: নিৰুৎসাহীত নোহোৱাকৈ জীৱনৰ দুৰৱস্থাসমূহক সম্মুখীন হোৱা (my ২২ অধ্যায়)

ভাষণ নং. ৪: যীচুৱে ৭০ জনক প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল (gt ৭২ অধ্যায়)

জুন ১৭ বাইবেল পাঠ: যিৰিমিয়া ৪১-​৪৫

গীত নং. ২৬

ভাষণ নং. ১: ‘আপোনাৰ হৃদয়ক যত্নেৰে ৰক্ষা কৰা’ (w০০ ৫/১৫ ২০-​২৪ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৪১:⁠১-​১৫

ভাষণ নং. ৩: আমি পোৱা সক্ষমতাৰ বাবে যিহোৱাক সন্মান কৰা (my ২৩ অধ্যায়)

ভাষণ নং. ৪: চমৰীয়াজন আছিল প্ৰকৃত চুবুৰীয়া (gt ৭৩ অধ্যায়)

জুন ২৪ বাইবেল পাঠ: যিৰিমিয়া ৪৬-​৪৯

গীত নং. ১৫

ভাষণ নং. ১: প্ৰকৃত জীৱন কোনো সপোন নহয়! (w০০ ৬/১৫ ৫-​৭ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৪৯:⁠১-​১৩

ভাষণ নং. ৩: প্ৰেমে ঘৃণাৰ ওপৰত বিজয় প্ৰাপ্ত কৰে (my ২৪ অধ্যায়)

ভাষণ নং. ৪: মাৰ্থাক পৰামৰ্শ আৰু প্ৰাৰ্থনা কৰিবলৈ শিক্ষা দিয়া (gt ৭৪ অধ্যায়)

জুলা. ১ বাইবেল পাঠ: যিৰিমিয়া ৫০-​৫২

গীত নং. ১০২

ভাষণ নং. ১: আমি কিয় বৃদ্ধ হওঁ আৰু মৰোঁ? (kl ৫৩-​৬১ পৃ.)

ভাষণ নং. ২: যিৰিমিয়া ৫০:⁠১-​১৬

ভাষণ নং. ৩: মন পৰিৱৰ্তন কৰা পাপী ব্যক্তিসকলে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিব পাৰে (my ২৫ অধ্যায়)

ভাষণ নং. ৪: আনন্দৰ উৎস (gt ৭৫ অধ্যায়)

জুলা. ৮ বাইবেল পাঠ: বিলাপ ১-​২

গীত নং. ৮৭

ভাষণ নং. ১: মানৱজাতিৰ উদ্ধাৰৰ বাবে ঈশ্বৰে কি কৰিলে (kl ৬২-​৬৯ পৃ.)

ভাষণ নং. ২: বিলাপ ১:⁠১-​১৪

ভাষণ নং. ৩: দৃঢ় অখণ্ডতাই ঈশ্বৰৰ অনুমোদন কঢ়িয়াই আনে (my ২৬ অধ্যায়)

ভাষণ নং. ৪: এজন ফৰীচীৰ সৈতে আহাৰ গ্ৰহণ কৰা (gt ৭৬ অধ্যায়)

জুলা. ১৫ বাইবেল পাঠ: বিলাপ ৩-​৫

গীত নং. ২৩

ভাষণ নং. ১: ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে? (kl ৭০-​৭৯ পৃ.)

ভাষণ নং. ২: বিলাপ ৩:⁠১-​৩০

ভাষণ নং. ৩: ঈশ্বৰে আমাৰ বিশ্বাসৰ কাৰ্য্যসমূহক লক্ষ্য কৰে (my ২৭ অধ্যায়)

ভাষণ নং. ৪: উত্তৰাধিকাৰৰ প্ৰশ্ন (gt ৭৭ অধ্যায়)

জুলা ২২ বাইবেল পাঠ: যিহিষ্কেল ১-​৬

গীত নং. ১৮৫

ভাষণ নং. ১: আমাৰ আপোনজনাৰ মৃত্যুত কি হয়? (kl ৮০-​৮৯ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ৪:⁠১-​১৭

ভাষণ নং. ৩: যিহোৱা হৈছে নিজৰ উদ্দেশ্যক পূৰ্ণ আৰু উদ্ধাৰ কৰোঁতা মহান ঈশ্বৰ (my ২৮ অধ্যায়)

ভাষণ নং. ৪: প্ৰস্তুত থাকক! (gt ৭৮ অধ্যায়)

জুলা. ২৯ বাইবেল পাঠ: যিহিষ্কেল ৭-​১২

গীত নং. ২২১

ভাষণ নং. ১: উত্তম আৰ্হিৰ পৰা লাভৱান হোৱা (w০০ ৭/১ ১৯-​২১ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ১০:⁠১-​১৯

ভাষণ নং. ৩: ঈশ্বৰলৈ বিশ্বাসী হওঁক আৰু নিজৰ ভাইক প্ৰেম কৰক (my ২৯ অধ্যায়)

ভাষণ নং. ৪: সকলো নহয়, কেৱল এখন ৰাষ্ট্ৰহে হেৰাই গʼল (gt ৭৯ অধ্যায়)

আগ. ৫ বাইবেল পাঠ: যিহিষ্কেল ১৩-​১৬

গীত নং. ১০৬

ভাষণ নং. ১: আপুনি এই অনৈতিকপূৰ্ণ জগতত শুদ্ধ হৈ থাকিব পাৰে (w০০ ৭/১৫ ১৮-​৩১)

ভাষণ নং. ২: যিহিষ্কেল ১৩:⁠১-​১৬

ভাষণ নং. ৩: যিহোৱাৰ প্ৰশিক্ষণৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাওক (my ৩০ অধ্যায়)

ভাষণ নং. ৪: মেৰ আৰু মেৰৰখীয়া (gt ৮০ অধ্যায়)

আগ. ১২ বাইবেল পাঠ: যিহিষ্কেল ১৭-​২০

গীত নং. ২১৪

ভাষণ নং. ১: অধিকাৰীসকলক কিয় সন্মান কৰা আৱশ্যক? (w০০ ৮/১ ৪-​৭ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ১৭:⁠১-​১৮

ভাষণ নং. ৩: সাহসেৰে যিহোৱাৰ নামক প্ৰতিৰক্ষা কৰক (my ৩১ অধ্যায়)

ভাষণ নং. ৪: যীচুক হত্যা কৰিবলৈ অতিৰিক্ত চেষ্টা কৰা (gt ৮১ অধ্যায়)

আগ. ১৯: বাইবেল পাঠ: যিহিষ্কেল ২১-​২৩

গীত নং. ৮৬

ভাষণ নং. ১: পাৰ্থক্যতাবোৰক কিদৰে সমাধান কৰে? (w০০ ৮/১৫ ২৩-​২৫)

ভাষণ নং. ২: যিহিষ্কেল ২২:⁠১-​১৬

ভাষণ নং. ৩: যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰাত কেতিয়াও বিফল নহয় (my ৩২ অধ্যায়)

ভাষণ নং. ৪: যীচুৱে পুনৰাই যিৰূচালেমলৈ যাত্ৰা কৰা (gt ৮২ অধ্যায়)

আগ ২৬ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: যিহিষ্কেল ২৪-​২৮

গীত নং. ১৮

ছেপ্টে. ২ বাইবেল পাঠ: যিহিষ্কেল ২৯-​৩২

গীত নং. ৪০

ভাষণ নং. ১: কিয় আত্ম-বলিদান কৰা আৱশ্যক? (w০০ ৯/১৫ ২১-​২৪ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ৩০:⁠১-​১৯

ভাষণ নং. ৩: ‘যিহোৱাই তেওঁৰ লোকসকলৰ হৈ যুঁজ কৰে’ (my ৩৩ অধ্যায়)

ভাষণ নং. ৪: ফৰীচীৰ দ্বাৰা আমন্ত্ৰিত হোৱা (gt ৮৩ অধ্যায়)

ছেপ্টে. ৯ বাইবেল পাঠ: যিহিষ্কেল ৩৩-​৩৬

গীত নং. ৪৯

ভাষণ নং. ১: আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে (w০০ ১০/১৫ ৪-​৭ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ৩৩:⁠১-​১৬

ভাষণ নং. ৩: ‘বিশ্বাসী বুদ্ধিমান দাস বৰ্গৰ’ পৰা পোৱা আধ্যাত্মিক আহাৰৰ প্ৰতি অৱহেলা নকৰিব (my ৩৪ অধ্যায়)

ভাষণ নং. ৪: শিষ্য হোৱাৰ দায়িত্ব (gt ৮৪ অধ্যায়)

ছেপ্টে. ১৬ বাইবেল পাঠ: যিহিষ্কেল ৩৭-​৪০

গীত নং. ৩৪

ভাষণ নং. ১: আপুনি কিদৰে সফলতাৰ পৰিমাণক জুখে? (w০০ ১১/১ ১৮-​২১ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ৩৯:১-​১৬

ভাষণ নং. ৩: ঈশ্বৰৰ ব্যৱস্থাই দিয়া মহান সিদ্ধান্তৰ প্ৰতি মনোযোগ দিয়ক (my ৩৫ অধ্যায়)

ভাষণ নং. ৪: হেৰুৱাজনক পুনৰ উদ্ধাৰ কৰা (gt ৮৫ অধ্যায়)

ছেপ্টে. ২৩ বাইবেল পাঠ: যিহিষ্কেল ৪১-​৪৫

গীত নং. ৫০

ভাষণ নং. ১: স্বইচ্ছাৰে ঈশ্বৰক সেৱা কৰক (w০০ ১১/১৫ ২১-​২৩)

ভাষণ নং. ২: যিহিষ্কেল ৪২:⁠১-​২০

ভাষণ নং. ৩: যিহোৱাই মূৰ্ত্তিপূজাক কেতিয়াও সহন নকৰে (my ৩৬ অধ্যায়)

ভাষণ নং. ৪: হেৰুৱা পুত্ৰৰ কাহিনী (gt ৮৬ অধ্যায়)

ছেপ্টে. ৩০ বাইবেল পাঠ: যিহিষ্কেল ৪৬-​৪৮

গীত নং. ১৪৬

ভাষণ নং. ১: ঈশ্বৰৰ ৰাজ্যই শাসন কৰে (kl ৯০-৯৭ পৃ.)

ভাষণ নং. ২: যিহিষ্কেল ৪৬:⁠১-​১৫

ভাষণ নং. ৩: নিজৰ বহুমূলীয়া বস্তুৰে যিহোৱাক সমাদৰ কৰক (gt ৩৭ অধ্যায়)

ভাষণ নং. ৪: ভৱিষ্যতৰ বাবে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা (gt ৮৭ অধ্যায়)

অক্টো. ৭ বাইবেল পাঠ: দানিয়েল ১-​৪

গীত নং. ১০

ভাষণ নং. ১: এইয়া হৈছে শেষ কাল! (kl ৯৮-১০৭ পৃ.)

ভাষণ নং. ২: দানিয়েল ১:⁠১-​১৭

ভাষণ নং. ৩: আশাবাদী হোৱা আৰু আনৰ ওপৰত নিশ্চয়তা ৰাখা (my ৩৮ অধ্যায়)

ভাষণ নং. ৪: এজন ধনী ব্যক্তি আৰু লাজাৰ (gt ৮৮ অধ্যায়)

অক্টো. ১৪ বাইবেল পাঠ: দানিয়েল ৫-​৮

গীত নং. ১৯১

ভাষণ নং. ১: “জ্ঞানী” ব্যক্তিসকলে কোৱা কথাক আপুনি সদায়ে বিশ্বাস কৰেনে? (w০০ ১২/১ ২৯-​৩১ পৃ.)

ভাষণ নং. ২: দানিয়েল ৫:⁠১-​১৬

ভাষণ নং. ৩: পৰিচালিত কৰা ব্যক্তিসকলৰ প্ৰতি বিশ্বাসী হৈ থাকক (my ৩৯ অধ্যায়)

ভাষণ নং. ৪: যিহূদাত এক দয়াৰ অভিযান (gt ৮৯ অধ্যায়)

অক্টো. ২১ বাইবেল পাঠ: দানিয়েল ৯-​১২

গীত নং. ২৭

ভাষণ নং. ১: দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক (kl ১০৮-​১১৭ পৃ.)

ভাষণ নং. ২: দানিয়েল ১০:⁠১-​২১

ভাষণ নং. ৩: নম্ৰতা হʼবলৈ শিকা আৰু বিপদৰ পৰা ৰক্ষা পোৱা (my ৪০ অধ্যায়)

ভাষণ নং. ৪: পুনৰুত্থানৰ বাবে আশা (gt ৯০ অধ্যায়)

অক্টো. ২৮ বাইবেল পাঠ: হোচেয়া ১-​১৪

গীত নং. ৫৭

ভাষণ নং. ১: কিয় ধৰ্ম-পৰায়ণ জীৱনেহে আনন্দ কঢ়িয়াই আনে​—⁠ভাগ ১ (kl ১১৮-​১২৩ পৃ. ১-​১৩ অনু.)

ভাষণ নং. ২: হোচেয়া ৪:⁠১-​১৯

ভাষণ নং. ৩: মুক্তিপণৰ ওপৰত বিশ্বাস কৰা (my ৪১ অধ্যায়)

ভাষণ নং. ৪: লাজাৰক পুনৰুত্থান কৰা হʼল (gt ৯১ অধ্যায়)

নবে. ৪: বাইবেল পাঠ: যোৱেল ১-​৩

গীত নং. ৩৪

ভাষণ নং. ১: কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ কঢ়িয়াই আনে​—⁠ভাগ ২ (kl ১২৩-​১২৯ পৃ. ১৪-​২৩ অনু.)

ভাষণ নং. ২: যোৱেল ১:⁠১-​২০

ভাষণ নং. ৩: লোভে আমাক ভুল পথলৈ পৰিচালিত কৰিব পাৰে (my ৪২ অধ্যায়)

ভাষণ নং. ৪: যিৰূচালেমলৈ অন্তিম যাত্ৰাৰ সময়ছোৱাত যীচুৱে দহজন কোষ্ঠৰোগীক সুস্থ কৰা (gt ৯২ অধ্যায়)

নবে. ১১ বাইবেল পাঠ: আমোচ ১-​৯

গীত নং. ২

ভাষণ নং. ১: আপুনি কাৰ ক্ষমতাক স্বীকাৰ কৰা উচিত? (kl ১৩০-​১৩৯)

ভাষণ নং. ২: আমোচ ১:⁠১-​১৫

ভাষণ নং. ৩: নম্ৰতাৰে ঈশ্বৰ-শাসিত ব্যৱস্থাৰ প্ৰতি সমাদৰ দেখুৱা (my ৪৩ অধ্যায়)

ভাষণ নং. ৪: যেতিয়া মানুষ্যৰ পুত্ৰ প্ৰকাশ হʼল (gt ৯৩ অধ্যায়)

নবে. ১৮ বাইবেল পাঠ: ওবদিয়া ১-যোনা ৪

গীত নং. ১১৭

ভাষণ নং. ১: এনে এটা পৰিয়াল গঠন কৰক যিয়ে ঈশ্বৰলৈ সন্মান আনে​—⁠ভাগ ১ (kl ১৪০-​১৪৪ পৃ. ১-​১৪ অনু.)

ভাষণ নং. ২: ওবদিয়া ১:⁠১-​১৬

ভাষণ নং. ৩: কৰ্ম্মবিহীন বিশ্বাস মৰা (my ৪৪ অধ্যায়)

ভাষণ নং. ৪: প্ৰাৰ্থনা আৰু নম্ৰতাৰ বাবে আৱশ্যকতা (gt ৯৪ অধ্যায়)

নবে. ২৫ বাইবেল পাঠ: মীখা ১-৭

গীত নং. ১৬৪

ভাষণ নং. ১: এনে এটা পৰিয়াল গঠন কৰক যিয়ে ঈশ্বৰলৈ সন্মান আনে​—⁠ভাগ ২ (kl ১৪৫-​১৪৯ পৃ. ১৫-​২৩ অনু.)

ভাষণ নং. ২: মীখা ১:⁠১-​১৬

ভাষণ নং. ৩: ঈশ্বৰৰ প্ৰতিজ্ঞাত কেতিয়াও সন্দেহ কৰা উচিত নহয় (my ৪৫ অধ্যায়)

ভাষণ নং. ৪: বিবাহ বিচ্ছেদৰ শিক্ষা আৰু লʼৰা-ছোৱালীৰ প্ৰতি থকা প্ৰেম (gt ৯৫ অধ্যায়)

ডিচে. ২ বাইবেল পাঠ: নহূম ১-​হবক্কুক ৩

গীত নং. ১৩১

ভাষণ নং. ১: আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে (kl ১৫০-​১৫৯ পৃ.)

ভাষণ নং. ২: নহূম ৩:⁠১-​১৯

ভাষণ নং. ৩: যিহোৱাৰ বিজয়ী (my ৪৬ অধ্যায়)

ভাষণ নং. ৪: যীচু আৰু এজন ধনৱান শাসক (gt ৯৬ অধ্যায়)

ডিচে. ৯ বাইবেল পাঠ: চফনিয়া ১-​হগ্‌গয় ২

গীত নং. ২১৩

ভাষণ নং. ১: ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক (kl ১৬০-​১৬৯ পৃ.)

ভাষণ নং. ২: চফনিয়া ২:⁠১-​১৫

ভাষণ নং. ৩: লোভ আৰু চুৰি কাৰ্য্যৰ পৰিণাম বিপদজনক (my ৪৭ অধ্যায়)

ভাষণ নং. ৪: দ্ৰাক্ষাবাৰীৰ কৰ্ম্মীসকল (gt ৯৭ অধ্যায়)

ডিচে. ১৬ বাইবেল পাঠ: জখৰিয়া ১-৮

গীত নং. ৭২

ভাষণ নং. ১: চিৰকাললৈ ঈশ্বৰৰ সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক (kl ১৭০-​১৮০ পৃ.)

ভাষণ নং. ২: জখৰিয়া ৬:⁠১-​১৫

ভাষণ নং. ৩: যিসকলে শান্তি বজাই ৰাখে, যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ দিয়ে (my ৪৮ অধ্যায়)

ভাষণ নং. ৪: যীচুৰ মৃত্যুৰ সময় কাষ চাপি অহাত, তেওঁৰ শিষ্যসকলে তৰ্ক-বিতৰ্ক কৰা (gt ৯৮ অধ্যায়)

ডিচে. ২৩ বাইবেল পাঠ: জখৰিয়া ৯-​১৪

গীত নং. ১৮৭

ভাষণ নং. ১: যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হʼব (kl ১৮১-​১৯১)

ভাষণ নং. ২: জখৰিয়া ৯:⁠১-​১৭

ভাষণ নং. ৩: প্ৰাৰ্থনাৰ দ্বাৰা লাভ কৰা শক্তিৰ প্ৰতি কেতিয়াও হেয়জ্ঞান নকৰিব (my ৪৯ অধ্যায়)

ভাষণ নং. ৪: যীচুৱে যিৰীহো নগৰত শিক্ষা দিয়া (gt ৯৯ অধ্যায়)

ডিচে. ৩০ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: মলাখী ১-​৪

গীত নং. ১১৮

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক