ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৩ পৃষ্ঠা ৬
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৩ পৃষ্ঠা ৬

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ আগষ্ট মাহৰ ২৫ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ জুলাই ৭ তাৰিখৰ পৰা লৈ আগষ্ট ২৫ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. প্ৰচাৰ কাৰ্য্যত গৃহস্থৰ সৈতে চকুৰে যোগা-যোগ ৰখাটো কিয় লাভদায়ক? [be ১২৫ পৃ. ১-২ অনু; ১২৫ বক্স]

২. যদি আপুনি প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আত্মপ্ৰত্যয়হীন অনুভৱ কৰিছে, তেনেহʼলে আপোনাক কিহে সহায় কৰিব পাৰে? [be ১২৮ পৃ. ৪-৫ অনু.]

৩.মঞ্চৰ পৰা স্বাভাৱিক আৰু কথিতভাৱে ভাষণ দিবলৈ আপোনাক কিহে সহায় কৰিব? [be ১২৯ পৃ. ২ অনু.; ১২৯ পৃ. বক্স]

৪.লেবীয়া পুস্তক ১৬:⁠৪, ২৪, ২৬, ২৮; যোহন ১৩:⁠১০; প্ৰকাশিত বাক্য ১৯:⁠৮ পদত দিয়া সিদ্ধান্ত অনুসৰি আমাৰ ব্যক্তিগত চেহেৰা পাতি কেনে হোৱা আৱশ্যক আৰু তেনে হোৱাটো কিয় গুৰুত্বপূৰ্ণ? [be ১৩১ পৃ. ৩ অনু.; ১৩১ পৃ. বক্স]

৫. এজন নম্ৰ আৰু ‘সুবোধ’ ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰক। (১ তীম. ২:⁠৯, ১০) [be ১৩২ পৃ. ১ অনু.]

ভাষণ নং ১

৬. যদিও খ্ৰীষ্টানসকলে এজনে আনজনৰ প্ৰতি সহনশীল হোৱা উচিত, তথাপিও তেওঁলোকে কেনে বিষয়ত সহ্য নকৰে? (কল. ৩:⁠১৩) [w০১-AE ৭/১ ২৯ পৃ. ৭-৮ অনু.]

৭. শুদ্ধ বা অশুদ্ধ: এক ক্ৰমসূচক সংখ্যা হৈছে এটা সম্পূৰ্ণ সংখ্যা। বৰ্ণনা কৰক। [si ২৮২ পৃ. ২৪-৫ অনু.]

৮. ঈশ্বৰৰ বাক্যক পঢ়িবলৈ আমি ৰখা শুদ্ধ অভিপ্ৰায় কি আৰু কিয় তেনে অভিপ্ৰায় ৰখাটো গুৰুত্বপূৰ্ণ? [be ২৪ পৃ. ১ অনু.]

৯. কিদৰে এজন বুদ্ধিমান ব্যক্তিয়ে “জ্ঞান সাচে”? (হিতো. ১০:⁠১৪) [w০১ ৭/১৫ ৪-৫ অনু.]

১০. ইয়োবৰ উত্তম আচাৰ-ব্যৱহাৰ কিয় মন কৰিবলগীয়া আছিল? (ইয়ো. ১:⁠১, ৮; ২:⁠৩) [w০১ ৮/১ ২০ পৃ. ৪ অনু.]

সপ্তাহিক বাইবেল পাঠ

১১. পৰজাতিবিলাকে উদ্ধাৰ পাবলৈ যে চুন্নত কৰা আৱশ্যক নাই এই বিষয়ে প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ “এক-মন” হৈছিল? (পাঁচ. ১৫:⁠২৫)

১২. যিহোৱাই বাতিল কৰা মোচিৰ ব্যৱস্থাৰ বিশেষ কিছুমান চুক্তি পৌলে বহন কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে কেনে আৱশ্যকতা অনুভৱ কৰিলে? (পাঁচ. ২১:⁠২০-​২৬) [it-১ ৪৮১ পৃ. ৩ অনু.; it-২ ১১৬৩ পৃ. ৬ অনু.–১১৬৪ পৃ. ১ অনু.]

১৩. পাঁচনি পৌলক লগোৱা কেনে মিছা দোষাৰোপে আমাক বৰ্তমানে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত লগোৱা মিছা অভিযোগৰ বিষয়ে স্মৰণ কৰায়? (পাঁচ. ২৪:⁠৫, ৬) [w০১ ১২/১৫ ২২ পৃ. ৭ অনু.–২৩ পৃ. ২ অনু.]

১৪. পৌলে দুই বছৰ সময় ধৰি গৃহবন্দী হৈ থকাৰ সময়ছোৱাক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰি কেনে উত্তম আৰ্হি ৰাখিলে? (পাঁচ. ২৮:⁠৩০, ৩১)

১৫. ‘ক্ষমতা পোৱাবিলাক’ কি প্ৰকাৰে “ঈশ্বৰৰ দ্বাৰাই নিৰূপিত” আৰু ইয়ে প্ৰকৃত খ্ৰীষ্টানসকলক কেনে প্ৰভাৱিত কৰা উচিত? (ৰোমী. ১৩:⁠১, ২) [w০০ ৮/১ ৪ পৃ. ৫ অনু.]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক