ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৩ পৃষ্ঠা ২
  • এপ্ৰিল মাহৰ সেৱা ৰিপৰ্ট

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল মাহৰ সেৱা ৰিপৰ্ট
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৩ পৃষ্ঠা ২

এপ্ৰিল মাহৰ সেৱা ৰিপৰ্ট

গড় গড় গড় গড়

সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.

বি.অগ্ৰ. ৪ ১৩৭.৮ ১৭.৫ ৩৬.৫ ৪.০

অগ্ৰ. ৮৩৬ ৬২.৫ ২০.৩ ২৫.৩ ৪.২

স.অগ্ৰ. ২,৬১২ ৫১.৮ ১৬.৭ ১১.৫ ১.৬

প্ৰচা. ১৯,৫২৬ ৮.৩ ৩.০ ২.৬ ০.৫

মুঠ ২২,৯৭৮ বাপ্তিষ্মা: ১৪৪

এপ্ৰিল মাহত ২২,৯৭৮ জন প্ৰকাশকে ৰিপৰ্ট দিয়া দেখিবলৈ পোৱাটো বিশেষকৈ এটা উৎসাহজনক বিষয়। ইয়ে এইটো প্ৰকাশ কৰিছে যে প্ৰকাশকসকলৰ সংখ্যা বিগত বছৰতকৈ ৪ শতাংশ বৃদ্ধি পালে। নিয়মিত আৰু সহযোগী অগ্ৰগামীৰূপে সেৱা কৰা প্ৰকাশকসকলৰ মুঠ সংখ্যা আছিল ৩,৪৪৮ জন। ইয়াৰ উপৰিও ৩,৫০,৭৬০ ঘন্টা প্ৰচাৰকাৰ্য্যত অতিবাহিত কৰা হʼল। এই সকলোবিলাকৰ উপৰিও আমি বছেৰেকীয়া শীৰ্খবিন্দু ১,০১,৫৩০ টা পুনৰ সাক্ষাৎ আৰু সকলো সময়তকৈ অধিক ১৭,০৩৬ টা বাইবেল অধ্যয়নৰ ৰেজিষ্টাৰ ভুক্ত কৰিলোঁ। বাস্তৱতে এই সকলোবোৰে আমাক আনন্দিত কৰে। আঁহক আমি কৃতজ্ঞতা হৃদয়েৰে “দʼম কৰি কৰি” যিহোৱাৰ স্তুতি কৰোঁহক।​—⁠২ বং. ৩১:⁠৬-৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক