আগষ্ট মাহৰ সেৱা ৰিপৰ্ট
গড় গড় গড় গড়
সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.
বি.অগ্ৰ. ৩ ১২৭.০ ২০.৭ ৪৮.৩ ৫.০
অগ্ৰ. ৮৫৬ ৬১.৮ ১৮.৮ ২৪.২ ৪.৪
স.অগ্ৰ. ৪২১ ৫৩.৫ ১৫.৬ ১৬.৬ ২.৮
প্ৰচা. ২৩,০৯১ ৭.৮ ২.৯ ২.৭ ০.৫
মুঠ ২৪,৩৬২ বাপ্তিষ্মা: ৮৭
২০০৩ চনৰ আগষ্ট মাহত প্ৰাপ্ত কৰা ৰিপোৰ্টৰ অনুসাৰে প্ৰকাশকসকলৰ সংখ্যা ২৪,৩৬২ জনৰ সৈতে এক নতুন শীৰ্ষবিন্দুত উপনীত হʼল, যিটো বিগত সংখ্যাতকৈ ২০২ জন অধিক আছিল। যিহোৱাই তেওঁৰ ৰাজ্যৰ বিষয়ে নিবিড়তাৰে প্ৰচাৰ কৰিবলৈ কৰা আমন্ত্ৰণক আমি আন্তৰিকতাৰে কৰা প্ৰচেষ্টাক আশীৰ্ব্বাদ কৰক।