ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ৩
  • ব্ৰচাৰখন বিতৰণ কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱনাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ব্ৰচাৰখন বিতৰণ কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱনাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • সকলোৰে বাবে এখন কিতাপ
  • এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!
  • আপুনি  ট্ৰিনিটি শিক্ষাক বিশ্বাস কৰা উচিতনে?
  • সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব
  • সেই চৰকাৰে পৰমদেশ স্থাপনা কৰিব
  • যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?
  • যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ৩

সংৰক্ষণ কৰক

ব্ৰচাৰখন বিতৰণ কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱনাসমূহ

আপুনি নিজকে সাজু কৰাত সহায় কৰিবলৈ এই অন্তপত্ৰখনত ব্ৰচাৰবোৰ বিতৰণ সম্পৰ্কে কেইবাটাও প্ৰস্তাৱনা আগবঢ়োৱা হৈছে। স্থানীয় পৰিস্থিতিৰ অনুসাৰে এই প্ৰস্তাৱনাবোৰ ব্যৱহাৰ কৰাৰ উপৰিও আন প্ৰস্তাৱনাবোৰ ব্যৱহাৰ কৰিব পাৰে। এই অন্তপত্ৰখনত উল্লেখ নকৰা ব্ৰচাৰবোৰৰ প্ৰস্তাৱনাৰ বাবে তলত দিয়া পৰামৰ্শবোৰক আৰ্হি হিচাপে ব্যৱহাৰ কৰক।​—⁠জানুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত চাওক।

এই পৃষ্ঠাত দিয়া প্ৰত্যেকটো পৰামৰ্শত (১) কথোপকথন আৰম্ভ কৰিবলৈ এটা চিন্তা-বিদাৰক প্ৰশ্ন দিয়া হৈছে, (২) ব্ৰচাৰখনত উদ্ধৃত কৰা কিছুমান বিষয় পাব পাৰে আৰু (৩) আলোচনাৰ সময়ত এটা উপযুক্ত শাস্ত্ৰ পদ পঢ়ক। গৃহস্থই দিয়া উত্তৰৰ অনুসাৰে প্ৰস্তাৱনাৰ বাকী অংশ আপুনি নিজৰ শব্দত প্ৰকাশ কৰক।

সকলোৰে বাবে এখন কিতাপ

“বাইবেলত পোৱা পৰামৰ্শবোৰ আমাৰ দিনৰ বাবে ব্যৱহাৰিক বুলি আপুনি ভাবেনে?”​—⁠২২ পৃ., শিৰোনামা; ২৩ পৃ., বক্সৰ ৩ অনু.; হিতো. ২৫:⁠১১.

এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি

“বিশ্বজুৰি লোকসকলে উত্তমৰূপে জীৱন-যাপন কৰিব বিচাৰিছে। আপুনি কেতিয়াবা ভাবিছেনে যে বাস্তৱতে এক সন্তুষ্টিদায়ক জীৱন সম্ভৱ হʼব?”​—⁠২৯ পৃ. ৬ অনু.; ২ পিত. ৩⁠১৩.

পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!

“বহুতে ভাবে যে অনন্ত জীৱন উপভোগ কৰিবলৈ তেওঁলোকে স্বৰ্গলৈ যাব লাগিব। কিন্তু এই পৃথিৱীত অনন্ত জীৱন উপভোগ কৰাৰ বিষয়ে আপুনি কি ভাবে?”​—⁠বেটুপাতৰ ছবিখন দাঙি দৰক; প্ৰকা. ২১:⁠৪.

আপুনি  ট্ৰিনিটি শিক্ষাক বিশ্বাস কৰা উচিতনে?

“ঈশ্বৰৰ সত্যতাৰ বিষয়ে লোকসকলৰ বহুতো ভিন্ন বিচাৰধাৰা আছে। আমি যি বিশ্বাস কৰোঁ, সেই সম্পৰ্কে পৰীক্ষা কৰাটো বাস্তৱতে এক গুৰুত্বপূৰ্ণ বিষয় বুলি আপুনি ভাবেনে?”​—⁠৩ পৃ., ৩, ৭-⁠৮ অনু.; যোহ. ১৭:⁠৩.

সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব

“বহুতে জানে যে প্ৰাৰ্থনাত আমি ‘আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক’ বুলি কোৱা উচিত। (মথি ৬:⁠৯) কিন্তু আপুনি জানেনে যে আমি উদ্ধাৰ পাবলৈ সেই ঈশ্বৰীয় নাম জনাটো জড়িত আছে?”​—⁠২৮ পৃ. ১ অনু.; যোৱে. ২:⁠৩২.

সেই চৰকাৰে পৰমদেশ স্থাপনা কৰিব

“বৰ্তমান সময়ত সম্মুখীন হোৱা সমস্যাবোৰৰ এক স্থায়ী সমাধান পাবলৈ বহুতে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আপুনি ভাবেনে যে এনে এক চৰকাৰ আহিব যি এই সকলোবোৰ সমস্যাক সমাধান কৰিব?”​—⁠৩ পৃ. ১ অনু.; মথি ৬:⁠৯, ১০.

যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?

“আমাৰ আপোনজনাৰ যেতিয়া মৃত্যু হয়, তেতিয়া এইটো স্বাভাৱিক যে আমি তেওঁলোকক পুনৰাই দেখিবলৈ পামনে বুলি ভাবি আচৰিত হওঁ। আপোনাৰ মনতো কেতিয়াবা এই প্ৰশ্নবোৰ উদয় হৈছেনে?”​—⁠শেষৰ বেটুপাটত দিয়া প্ৰশ্নবোৰ দেখুৱাউক; ইয়ো. ১৪:⁠১৪, ১৫.

যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়

“আজি আমি বিতৰণ কৰা এই ব্ৰচাৰখনে মৃত্যুত আপোনজনাক হেৰুৱা লাখ লাখ লোকক শান্ত্বনা প্ৰদান কৰিছে। মৃতজনাৰ বাবে কেনে আশা আছে বুলি ভাবি আপুনি কেতিয়াবা আচৰিত হৈছেনে?”​—⁠২৭ পৃ. ৩ অনু.;​—⁠যোহ. ৫:⁠২৮, ২৯.

“আপোনজনাক মৃত্যুত হেৰুৱা ব্যক্তিজনক আপুনি কেনেকৈ শান্ত্বনা প্ৰদান কৰিব, এই বুলি ভাবি আপুনি চিন্তিত হৈছেনে?”​—⁠২০ পৃ. ১ অনু.; হিতো. ১৭:⁠১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক