ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ কৰক; যদি গৃহস্থই তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই বুলি কয়, তেন্তে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই আৰু আগষ্ট: ইয়াত উল্লেখ কৰা ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় আৰু যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? ছেপ্টেম্বৰ: এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? নামৰ কিতাপখন বিতৰণ। বিকল্পৰূপে জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বা ১৯২ পৃষ্ঠাৰ আন যিকোনো কিতাপ দিব পাৰে। যদি গৃহস্থই কিতাপখন গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে।
▪ যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত নামৰ কিতাপখন ৰাজ্যগৃহৰ লাইব্ৰেৰীত সন্মিলিত কৰা উচিত। ৰাজ্যগৃহৰ লাইব্ৰেৰীৰ বিষয়ে অধিক জানিবলৈ এপ্ৰিল ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৫ পৃষ্ঠা আৰু এপ্ৰিল ১৯৯৭ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্সটো চাওক।
▪ নতুন প্ৰকাশন উপলব্ধ:
‘যোৱা, সকলোকে শিষ্য কৰি বাপ্তিইজিত কৰা’ (বাপ্তিষ্মা লʼবলগীয়া বিদ্যাৰ্থীসকলৰ বাবে প্ৰশ্নসমূহ। এইখন হৈছে বাইবেলৰ প্ৰাথমিক শিক্ষা নামৰ কিতাপখনৰ সংশোধিত সংস্কাৰণ।) —অসমীয়া, মাৰাঠী, মিজো, পাঞ্জাৱী
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! —ইংৰাজী
সকলোৰে বাবে এখন কিতাপ —তেলেগু, মালায়ালম
এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি —কানাড়া, তেলেগু
বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? —তেলেগু, পাঞ্জাৱী, মালায়ালম
আমাৰ সমস্যাসমূহ—সমাধান কৰাত কোনে আমাক সহায় কৰিব? —হিন্দী
আল্লাৰ হিদায়তেই হৈছে—আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা —উৰ্দু
বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি —তেলেগু, নেপালী
▪ ইংৰাজী ভাষাত নতুন ভিডিঅ’ কম্পেক্ট ডিক্স উপলব্ধ
পৃথিৱীৰ শেষ সীমালৈকে
এক নতুন জগতৰ সমাজ কাৰ্য্যশীল হৈছে
বাইবেলখন হৈছে ভাৰসাযোগ্য ইতিহাস আৰু ভৱিষ্যতবাণীৰ কিতাপ
যিহোৱাৰ সাক্ষী—এই নামৰ সৈতে জড়িত থকা সংগঠন