ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৫ পৃষ্ঠা ২
  • মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৫ পৃষ্ঠা ২

মাৰ্চ মাহৰ সেৱা ৰিপৰ্ট

গড় গড় গড় গড়

সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.

বি. অগ্ৰ. ২১ ১২৫.৮ ৪১.১ ৫৮.৯ ৭.৩

অগ্ৰ. ১,০৫১ ৬৬.৭ ২৩.০ ২৭.৪ ৪.৮

স.অগ্ৰ. ২,২৩৯ ৫৩.১ ১৮.১ ১৩.৮ ১.৯

প্ৰচা. ২০,৭৭৩ ৮.৭ ৩.৫ ২.৮ ০.৫

মুঠ ২৪,০৮৪ বাপ্তিস্মা: ৭২

এই ৰিপোৰ্টখনত মাৰ্চ মাহত হোৱা বিশেষ পৰিচৰ্য্যা কাৰ্য্যত যিহোৱাৰ আশীৰ্ব্বাদৰ ফলাফল দেখিবলৈ পোৱা গʼল। সকলোতকৈ উৎসাহজনক বিষয় এই যে, ১৯,৯১৭ টা বাইবেল অধ্যয়ন আৰু ১,২০,০২৮ টা পুনৰ সাক্ষাতৰ এক নতুন অভিলেখ দেখিবলৈ পোৱা গʼল। স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সকলৰ সংখ্যা আছিল ৬২,০৬৯ জন। এই সংখ্যা যোৱা বছৰৰ উপস্থিতিৰ সংখ্যাতকৈ ৫৩১ জন অধিক আছিল। এতেকে আঁহক আমি আমাৰ কৃতজ্ঞতাপূৰ্ণ হৃদয়েৰে ‘দমে দমে’ যিহোৱাৰ মহিমা কৰোঁহঁক।​—⁠২ বং. ৩১:⁠৬-⁠৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক