চেপ্টেম্বৰ ৪-১০
যিহিষ্কেল ৪২-৪৫
গীত ২৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“শুদ্ধ উপাসনাৰ পুনৰস্থাপন!”: (১০ মি.)
যিহি ৪৩:১০-১২—যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনৰ উদ্দেশ্য আছিল যে বন্দী অৱস্থাত থকা যিহুদীসকলক অনুশোচনা কৰিবলৈ সহায় কৰা আৰু শুদ্ধ উপাসনা পুনৰস্থাপন কৰা হʼব বুলি তেওঁলোকক আশ্বাস দিয়া। (w৯৯-E ৩/১ ৮ ¶৩; it-২-E ১০৮২ ¶২)
যিহি ৪৪:২৩—“শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ” পুৰোহিতসকলে লোকসকলক শিক্ষা দিব
যিহি ৪৫:১৬—নেতৃত্ব লোৱাৰ বাবে যিহোৱা ঈশ্বৰে নিযুক্ত কৰা অধিপতিসকলক, লোকসকলে সমৰ্থন কৰিব (w৯৯-E ৩/১ ১০ ¶১০)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যিহি ৪৩:৮, ৯—ইস্ৰায়েলীসকলে কেনেকৈ যিহোৱা ঈশ্বৰৰ নাম কলংকিত কৰে? (it-২-E ৪৬৭ ¶৪)
যিহি ৪৫:৯, ১০—যি লোকসকলে যিহোৱা ঈশ্বৰৰ অনুমোদন লাভ কৰিব বিচাৰে, তেওঁলোকৰপৰা যিহোৱাই কি আশা কৰে? (it-২-E ১৪০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যিহি ৪৪:১-৯
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
এই মাহৰ প্ৰদৰ্শন প্ৰস্তুত কৰক: (১৫ মি.) “প্ৰদৰ্শনৰ বাবে আৰ্হি” আলোচনা। প্ৰকাশন আগবঢ়োৱা ভিডিঅ’ দেখুৱাওক। প্ৰতিটো ভিডিঅ’ দেখুৱাৰ পাছত ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“শুদ্ধ উপাসনাক আপুনি কিয় মূল্যাংকন কৰা উচিত?”: (১৫ মি.) আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৪ ¶১৮-২১ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫০ আৰু প্ৰাৰ্থনা